সঁচাকৈয়ে দুখ জনক কথা। ভোটৰ কাৰণে হিতাধিকাৰি বনাই আছে কিন্তু শিক্ষা গুৰু সকলক অবমাননা কৰী আছে। মই পঢ়া meslow high school খন আজিলৈকে প্ৰাদেশিক নহল গে আৰু sir সকলক বেয়াই লাগে কিছুমান অৱসৰ হল কিছুমানৰ বয়খেই নাই । এই পিছ পৰা অঞ্চলত বহুত ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰিলে বহুত লৰা ছোৱালী চাকৰিও হল কিন্তু আমাৰ শিক্ষা গুৰু সকল আজিও অৱহেলিত
অতি সুন্দৰকৈ শিক্ষাগুৰুগৰাকী ক’লে ৷ ধন্যবাদ
Right koise sir
শিক্ষাগুৰু জন কথাৰে জ্ঞানৰ পৰিচয় দিছে
উচিত গুৰু দক্ষিণা প্ৰদান কৰিলে😭,সুন্দৰ বক্তব্য ,হে শ্ৰদ্ধাৰ শিক্ষাগুৰু আপোনাক শত সহস্ৰ প্ৰণাম🙏
পুলিচত গলে স্বভাৱ চৰিত্ৰ সলনি হয় এ কাৰণ পুলিচ মানেই চোৰ চোৰ মানেই পুলিচ
Hai karona policok kuku val napi
Jidina khn tumr uporot kunubai bol prayug kribo sabo tatia tmi ei policer usrte jaba so montoibo bur olop valdre dibo
Goi lav nai police o toka dekhile ha kam kore@@hnjurneyrie3987
Sur nhoi kukur
@hnjurneyrie3987 hoinki
চৰকাৰে অতি সিৰ্ঘে সন্মানীয় শিক্ষাগুৰুসকলৰ দাবিসমূহ পুৰ কৰক
100% সঁচা কথা কৈছে অসমীয়া ভাষা গাওঁ ৰ বিদ্যালয়ত হে আছে
শিক্ষকজনে কোৱা কথাখিনি হাঁহি হাঁহি কৈছে যদিও বৰ আবেগেৰে কৈছে। সুন্দৰ মন্তব্য আগবঢ়াইছে। তেওঁৰ কথাখিনি মামাই অকণমান গুৰত্ব দিব লাগে।
Right
অতি সুন্দৰ কৈ কথাখিনি কৈছে
অতি সুন্দৰ বক্তব্য, শিক্ষা গুৰু মহোদয়, ধন্যবাদ 🎉
সত্য কথা কৈছে আপুনি
একেবাৰে সত্য কথা। আপোনালোকৰ আশা পূৰ্ণ হক তাৰে কামনা কৰিলোঁ 🙏
শিক্ষক জনৰ কথাবোৰ গুৰুত্ব পূৰ্ণ 😮😮😮😮😮
সুন্দৰ বাখ্যা । তেওঁলোকে ন্যায্য দাবি কৰিছে । 😭
তেখেতে খুব ধুনীয়াকৈ মনৰ কথাবোৰ ব্যাখ্যা কৰিছে। ধন্যবাদ মহোদয়।
বহুত যন্ত্ৰণাদায়ক,ভূক্তভোগীয়েহে জানে! 🙏🙏
100% শুব্দ কথা কৈছে।এই কথা অন্তৰত চুই গৈছে।
হে প্ৰভু ৰক্ষা কৰক এখেত লোকক
শিক্ষাগুৰুৰ অভিশাপে শিক্ষামন্ত্ৰীৰ দৰ্প চূৰ্ণ কৰিব , একাংশ আমোলা-বিষয়াৰ মন্ত্ৰনাৰে বিভাগ চলোৱা চৰকাৰে শিক্ষকৰ বেদনা বুজিব নোৱাৰে।
সচাকৈ সৰল ভাষাত অতি সুন্দ্দৰ কৈ বুজাইছে...অসম চৰকাৰে এও লোকক এবাৰ চোৱাটো উচিত
বহুত ভাল কথা কৈছে ছাৰ জনে।
চিন্তা নকৰিব মহাশয় যি সকলে কেইটামান দৰমহা টকাৰ বাবে চৰকাৰী খাকী কুকুৰ পোচাক পিন্ধি চৰকাৰী খাকী ৰাং কুকুৰ হৈ শিক্ষাগুৰু সকলোক গতিয়াই নিৰ্যাতন কৰা চৰকাৰী খাকী কুকুৰ আৰক্ষীবোৰ চাকৰিও যাব দৰমহাও যাব ক্ষমতাও যাব মান সন্মান প্ৰভুত্ব সকলো গৈ শেষ হৈ নোহোৱা হব চিৰদিন কলংকিত হৈ ঘৃণাৰ পাত্ৰ হৈ থাকিব ।
Tumar kothar kuno jukti nai karon sorkareh ji Kobo police eh baidho koriboloi. .......!! Gotiye yaat kolongkito Hobologiya Eko nai. Beya lageh Guruk Opoman koratu hoi.....yaar babehh Sorkar dayi police nohoi.
Xsa kotha
Itu police r duty u
Beya npabo aibur agotae koribo lagisil Amak babor akboror kotha pohaisil tetetia ki hoisil
@@AnantaBarowintipsdayitto hol buli police tu manuhet drees jur pindhar pisot kihor iman attitude
Bohut Bhaal Kotha koise Sir Thankyou Sarkar Paap Lagibo Diyok
ঠিকেই কথা কৈছে
সুন্দৰ ব্যাখ্যা ❤
Right sir
সুন্দৰ কথা কৈছে
ভাল কৈছে ❤
ধন্যবাদ ছাৰ।
বহুত ধুনীয়া কথা কলে 🎉🎉🎉
সুন্দৰ কথা কলে |
ভাল কথা কৈছে
Right,sir
Sir hear touching Speech welcome.
Khub val lagile kotha khini
Strong and reality speech
Oti hundor sir ❤...
যিখন দেশত শিক্ষা গুৰুৰ প্ৰতি কোনো সন্মান আৰু দায়িত্ব নাথাকে সেইখন দেশ/ৰাজ্য কেতিয়াও উন্নতি কৰিব নোৱাৰে...! চৰকাৰখনে ক'ত অনৰ্থক আঁচনি উদ্ভাৱন কৰি হাজাৰ কুতি টকা খৰচ কৰি আছে, তাতোকৈ যদি শিক্ষাৰ মান বিকাশৰ বাবে খৰচ কৰিল হয়(!)?
কথা বিলাক ভাল লাগিল ।
Bht dhuniya kotha koise sir jone
Teacher goraki a val kotha koise.ai mahan teacher buror babe moi aji ajon indian soldier hisap sikiti paisu❤
মামাই শিক্ষা গুৰু ৰ বেদনা গুৰুত্ব নিদিয়ে , গুৰুত্ব দিয়ে হিতাধিকাৰীক
সছা কথা।
আচোনীয়ে হব অসম ধংখৰ মুল কাৰন.🙏🌹
আঁচনি, ধ্বংসৰ মূল,
Kothakhini Bor Dhunia Hoise
সুন্দৰ বক্তব্য ❤
কথা বোৰে মন চুই গল.... 🙏🙏🙏🙏🙏 এটাই কথা তেওঁ ভুল কোৱা নাই❤❤❤
কেতিয়াও শিক্ষা গুৰুৰ অভিশাপ নলব বৰ বেয়াকৈ লাগে ও
শিক্ষা গ্ৰহণ কৰিলোঁ শিক্ষা গুৰুৰ পৰা কিন্তু নিজৰ বুলিবলৈ কেইটা মান টকা বিচাৰি আজিৰ প্ৰতিবাদ কৰিব লগা হৈছে দুখৰ কথা ।
Oti hundar koi kothakhini koiche monor kotha ,dukhor kotha sir , Thanks sir
Right❤
সুন্দৰ❤
যি কম সঁচা কম ।-----------------
যি কেইজন পুলিচে তেনে কৰিছে তেওলোকৰ শিক্ষা গুৰৰ প্ৰতি কোনো শ্ৰদ্ধা ভাৱ নাই নিকৃষ্ট মানসিকতা ।
সঁচাকৈয়ে দুখ জনক কথা। ভোটৰ কাৰণে হিতাধিকাৰি বনাই আছে কিন্তু শিক্ষা গুৰু সকলক অবমাননা কৰী আছে। মই পঢ়া meslow high school খন আজিলৈকে প্ৰাদেশিক নহল গে আৰু sir সকলক বেয়াই লাগে কিছুমান অৱসৰ হল কিছুমানৰ বয়খেই নাই । এই পিছ পৰা অঞ্চলত বহুত ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰিলে বহুত লৰা ছোৱালী চাকৰিও হল কিন্তু আমাৰ শিক্ষা গুৰু সকল আজিও অৱহেলিত
সুন্দৰ, ধন্যবাদ জ্ঞাপন জনাইছো আপুনাৰ ভাষণত।
সচাকে বৰ গুৰুত্বপূৰ্ণ
Really
I😢😢😢😢😢😢.... Always respect teachers❤
Guru hee sabsay bara hota hey❤
আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
Many more thanks Sir
Right sir 🎉
Sir r Katha bilak vl lagil
Kotha khini bohut val lagil
Bohut bhal kotha koise apuni
শিক্ষকৰ মৰমবোৰ ছাএ বা ছাএীগৰাকীয়ে পাহৰি গল এটা ডাঙৰ চাকৰি পালে আচৰিত ।
Sakori Mane sakor
Eman dhuniya kotha koise bhal lagil ekdom truth
Bohut bhal,speech
শিক্ষকজন অবৈধ কিন্তু সেই জন শিক্ষকে পঢ়ুওৱা ছাত্ৰ জন কিন্তু বৈধ।
কথাৰ দাম আছে 🙏🙏🙏
Kothabur huni bohut bhal lagise sir..bohut bhal kotha kole thank you apuni apunar jeeban r bohu mulya homoi lora suwali k hikha diar karone..Dhanyabad
Good speech ❤
সুন্দৰ ভাষণ। সকলো কথাই গুৰুত্বপূৰ্ণ ।
Bohut val kotha koise sir jone.
😢দুখৰ বিষয় । অৰুণোদয় দিয়াৰ সলনি এখেতসকলৰ পাৰিশ্ৰমিক দিয়াৰ চেষ্টা কৰিব পাৰি ।তেওঁলোকৰ দোষ কি ?
সিহঁতক ভোট লাগে
অসমৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিবলৈ শিক্ষকৰ ভুমিকা অপৰিসীম। চৰকাৰৰ দায়িত্ব আ্ছে। এওঁলোকৰ পৰিয়ালৰ ভোৰন পোষন কোনে দিব। অফিচত বহুত কৰ্মচাৰীক নিযুক্তি দিছেবেচি ভাগেই বহি দৰমহা খাই আ্ছে। এখেত সকলোক কিবা এটা দিয়াৰ ব্যৱস্হা কৰিব লাগিব।
Oti Sundar boktabya thank you sir
শিক্ষকসকলক গুৰুত্ব দিয়া উচিত চৰকাৰে।।
Right
Good
কথা বোৰে মন চুই গ'ল, ৰজা সকলে অলপ চিন্তা কৰিব
সকলো ৰাইজে এই শিক্ষক সকলৰ বাবে BJP বৰ্জন কৰক।🙏🙏
Bjp borjon korilei ai xokol xikkhokor xomoisa xomadhan hb buli apuni vabe neki
100%Right
Beautiful speech!
Val lagil ❤
Right
নিশ্চয় নিজৰ
মাতৃ ভাষাৰ ব্যৱহাৰ শুদ্ধকৈ জনা আৰু প্ৰচাৰ কৰা আমাৰ কৰ্তব্য
Bhout beya lagil kotha bur xuni 😢😢Always respect teachers 🙏🙏
Bhut vl kotha kole sir ❤❤❤❤
মই ও পুলিচ অত কৰো,,, কিন্তু আজিলৈকে শিক্ষাগুৰু বা বেলেগ কাৰোবাক অলপো বেয়াকৈ কৈ পোৱা নাই। সকলো পুলিচ অৰ ব্যৱহাৰ ভাল হোৱা হলে অসম পুলিচ বিভাগ তোক কোনেও বেয়া নাপালে হয়
Right speech 💬... আপোনাৰ দৰে সকলো police হোৱাটো বিচাৰোঁ,
Kheito e aponi Jane karane aponi vlkoi ase ❤ police tu vl ase mnuh sobei nohoi beya kintu kisumn bhut beleg ase
95 percent police bodmas ru ghuskhor
Dhunia kotha koise apuni
Good....... Police hoisa jetiya সমাজ সেৱক হয় যোৱা।।। নিজৰ discipline বজাই ৰখা।।।
আনন্দৰ কথা।
Bohut Khundar kotha koise
Right ❤❤❤❤
ধুনীয়াকৈছে ছাৰ
Hosa khta sar❤
কথা খিনি বহুত ভাল লাগিল
খুব ভাল ভাষণ দিছে ।
সঁচাকৈ বৰ সুন্দৰ কথা কৈছে, ছাৰ জনে।
অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক। 🙏
8:46 ঠিক কথা কৈছে 💯💯
সচা কথা , কিন্তূ এইটো আৰু দুখ লগা কথা যে আপোনালোকে শিক্ষকতা কৰা স্কুল খনত নিজৰ লৰা ছোৱালী নপহাই বিয়ত্তিগত স্কুলত পঢ়াই ।আৰু আগৰ শিক্ষাগুৰুয়ে নিজৰ স্কুলত নিজৰ লৰা ছোৱালী পঢ়াইছিল। কাৰণ আগৰ শিক্ষাগুৰুৰ নিজৰ ওপৰত বিশ্বাস আছিল । আৰু আজি শিক্ষাগুৰুৰ নিজৰ ওপৰতে বিশ্বাস নাই ।
নিজৰ প্ৰাপ্যৰ কাৰনে অনশন কৰাৰ অধিকাাৰ আছে ।সমৰ্থন কৰিছো।
Dhanyabad sikkhaguru
Xundor montoibo
Xundor kotha koise dangoria🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thike koise
.👍
বহুত সুন্দৰ চাৰ