ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অকল PAয়েই নে? প্ৰত্যেক সমষ্টিৰ সৰু,সুৰা নেতা কেইটাও একোজন চুপাৰ এমেলে। মন্ত্ৰী,বিধায়কৰ আশীৰ্বাদত।
ৰূপজ্যোতি কুৰ্মি দা আপুনি কোনটো বিলৰ মাছ আমি জানো !
ML কৈ pa বেছি ধনী
নিজৰ খিনি পাহৰিলে নেকি মামা ।
গোসাই ঘৰত কোন? মই কল খোৱা নাই
মামা কথা বালিত মূটা একেই হয় ।আজি এটা কথা কালিলৈ আৰু এটা বেলেগ কৈ কব ?
Mamai kuwa kotha 100 tar bhitort 100 pur nhleu adha khini holeu hompurnno krise.
@Dusmon235 একো ডাল কৰা নাই মানুহ চলিব নোৱাৰা হৈ গৈছে ইমান মূল্য বৃদ্ধি কৰি আছে ইফালে কতো উলাই যাব নোৱাৰাকৈ ফাইন লগাই দিয়ে সৰু সৰু কথাতে কি ভাল কাম কৰি ছে?
Balor CM ata
@@Dusmon235 ghoti dal korise
মূল্য বৃদ্ধি গাহৰিৰ নিচিনা সন্তান জন্ম দিয়াৰ কাৰণেই হৈছে।@@BishwajitDewri-n6t
Sipajhrr জনৰ ও আছে কেইটামান তেনেকুৱা ডমৰা গৰু 😂
😮😮😮
আকাশ ফুকনৰ একো নহ'ল।
Thik koise
He will get MLA ticket for upcoming election for scolding DR PEGU😮😮
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰিয়ালৈ !সঠিক সময়ত সকয়নী !
মুখ্যমন্ত্ৰীৰ ধমক কাম আহিবনে সভাতে শেষহৈ যাব।
কংগ্ৰেছৰ খোনাজন এতিয়া বিজেপিত অস্থায়ী খোনা.....খোনা তই এতিয়া গাতত সোমা
এই গেলা স্বভাবৰ শিয়াল জাতৰ বিজেপি ৰ এম এল এ কেইতাৰ কাৰনেই গেলিব ।সময় থাকোঁতেই দেই। এই বোৰৰ কোনো জাতি নাই।ইহতে টকা হে চিনে।টকাৰ কাৰনে সকলো কৰিব।গতিকে ৰাইজে চাই আছে।মেদিয়াত বা বা লৈ থকা চাম ঢা। দলাৰ বগৰি য়ে বগলি ভকত হেই।সাবধান।জয় শ্ৰী মহাকাল
All india t jodi he congress aahe thn Hindu r ki hobo?
ৰূপজ্যোতি কুৰ্মী আপুনি অলপ ভয় আতৰাই কথা ক'ব চোন বে বে আ আ কৈ থাকিলে ছাগলীৰ নিচিনা লাগে।
মামা ভাগৰ যে আকৌ মামীৰ কি হব ।
Very good
100% write
Sundar mama
গাৰিৰ পাইলট ও হব পাৰে, ড্ৰাইভাৰ ও হব পাৰে, চালক ও হব পাৰে। Wah ৰূপজ্যোতি ডাঙৰীয়া
ইহতেই হ'ল জনসাধাৰণৰ মুৰব্বী, স্কুল ৰ ল'ৰা ছোৱালীৰ দৰে কথা। কথা কবলৈ শিকা নাই, ভাল কাম কৰিবলৈ শিকা নাই কিন্তু টকা মাৰিবলৈ ভালদৰে 😂😂😂😂
সুন্দৰ।।
Pilot /Driver/ চালক একেটাই বস্তু
Good news
অজন্তা নেওগ ৰ PA জন বহুত বেয়া ।
Garir pilot, driver, chalok. Sob blg blg rakhe rupjyotie😂
Himanta sir zindabad BJP zindabad Jai Ai Axom
Good job....... good ❤
😂😂 নিজৰ PA টো?????
নিৰ্বাচন অহাই এইবোৰ নাটক ৰচিছে।যাতে জনসাধাৰণৰ মন জয় কৰিব পাৰে।ভোট নাপৱ বুলি এইবোৰ কৰিছে।
Great Mama 🎉
আমাৰফালেও একেই।আমাৰ মাননীয় দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক বা মাননীয় সভাপতি মহোদয়ৰটেঙাখাত পঞ্চায়তৰ।সোঁহাত বাওঁহাত বোৰে হে প্ৰধানমন্ত্ৰী আৱাস যোজোঁনা আঁচনিৰ অধীনত এটি আৱাসগৃহ পায়।
এওঁলোকে ভাঙে এওঁলোকে পাতে।এক অস্থিৰ বিভ্ৰান্তিৰ পৰিবেশ।
😂nijor p.a tuk o sabo ..nkao ru
Val kotha vabesss 🙏 mama
Lakhipur Sattelment silchar patwari bilak or uporat choku diok CM sir🙏
Palashbari MLA 1ta matir dalal New highway bnai thka tat bht mati kinise aru tar bhaiyekr ktha0 newst olai ase..xei bilk CM sir a dhoribo lge
Good job sir 🙏🙏🙏🙏🙏👏👏👏👏🚩🚩🚩👍🇮🇳🇮🇳
Amr CM or PA keijne kimanok ki kori dile investigate kri gapter korok
যিমানে যি নকৰক এইবোৰে মানি নলয় কেতিয়াও বিধায়ক সাংসদ বোৰে পাহৰি যাই যে তেওঁলোকক ভোট দি জনতাই জিকায় বুলি সময়ত
থিক কথা কৈছে CM ছাৰে..
Himanta Biswa Sharma ( Mama ) Guwahatit ketia Metro Train bonabo..Apuni 25 Bosor continue Minister hoi asa Mama...
Akdm thik mama
Good ...
Good CM
Right sir
ভাল কথা
P.A r vacancy olale kobo he🙏💩
কথাতো এশ শতাংশ সত্য।ধন্যবাদ।
Good job Mama
🙏🏼Good initiative Hon'ble CM Sir
Rupjyoti Sir, kothabur sposto vabe kobo lage.
Right ❤
Right
ভুতৰ মুখত ৰাম নাম।
❤❤❤❤❤
Good decision cm Sir
No 1 tomi
MLA MP MINISTER সকলোৰে লগত থকা সকলৰ কি যে লেবেল....
লোকোকে দেখুৱাই কেতেৰা্ মাতিবা ভিতৰি নেৰিবা বেঠা
Great step...Cm sir💖🙏
শিয়ালে কেতিয়াও হোৱা দিবলৈ নেৰে।
PA bilake vabe nijei MLA Boni golu....
Magh Bihu ahise val koi thakib
সৰু মণ্ডলৰ নেতা চুপাৰ বিধায়কৰোচকু ৰাখক নহলে ০লৈ গতি কৰিব।
এই বিলাক মানুহৰ পৰা এটা দলৰ যথেষ্ট ক্ষতি হয়।
Good job CM sir
Corruption is legal for Mussolini sharma bjp gang...they are above from indian law
HBS tumar xaxon kalot sob xex hoi gol 😢
Very nice
এই টোক দেখিলে গা টোত খজুৱতি উঠে। মৰিয়নি সমষ্টিৰ মানুহ বোৰো যে,কি কম ভাষা নাই।
Focus only one....for assembly elections 2026
Heikarone supppper mukhyamontri
Sir next DoomDooma hamastir BJP party r MLA ticket AHOM manuhok diba buli akha rakhilu..
আমাৰ মামা কিন্তু ধুৱা তুলসীৰ পাত😂😂😂
Rupjoyati da Apuni bokora neki he 😂😂
বে বে বে নকৰিব দেই ময়ো নকৰো ভাই
Jiman ji korilau harib next
কি এতিয়াবুজি পাইছে নি অসম ৰখা তলে গল
এইখন আৰু কেনেকুৱা নাটক দেখুৱাই বুজিব পৰা নাই দেই।
Ripjyoti sagal , bebebe e 😂😂😂
নগাঁও জিলাত 26ৰ আগতে ভূমিকম্প সৃষ্টি হোৱাৰ চৰ্চা হৈ আছে পিয়েৰ ঘৈণীয়েকৰ লগত কৰা ৰাস লীলাৰ ভিডিওই
তেওঁ দুৰ্নীতি বোৰ কোনে ওলাই দিব ... অন্ধ বোৰ মাৰিছে
গোসাঁইৰ ঘৰতকোন ময়কলসোবানায়
চাকৰি দালাল এতিয়া ১০-২০ তা মান প্ৰত্যেক MLA ৰ PA ৰ তলত
Nijir PA sun minister r o uport kela ane aru bhumi kelenkarir nayok main teu a kolir jug na
ইমান গুৰুত্বপূৰ্ণ বাতৰিৰ মাজত ৰূপজ্যোতিৰ নিচিনা MLAৰ পৰা শুনিবলৈ একো নাই।।
Tente pa kio sob arrest hobo ..ane bohut ase
ধন্যবাদ মামা
Akol PA Nahoi...Beleg burei akujon Minister lebel dekhai dei
Amar Narayanpur, P/O Panbari ane kuwa hoi ase
পুলিচ তে কৈ পুলিচ ৰ gaari চলোৱা ড্ৰাইভাৰ জন বেছি ডাঙৰ পুলিচ।
Very good mama selut aaponak
চতুর্থ নেত্ৰএতিয়া কনা, চাই নাথাকে।
মিটিংৰ ভিতৰুৱা আলোচনি সংবাদক কিয় কলে?
CM should be like HBS #realgoat
Mama akash phukan kot gol
পঞ্চায়ত😂
Very good acting
All are going as per the Direction of CM ! Even the news spreading!!! So just 😂😂😂😂 and move on
PA sakale subidha loboy Kone noloy
Vl lagele ktha to huni....
অকল PAয়েই নে? প্ৰত্যেক সমষ্টিৰ সৰু,সুৰা নেতা কেইটাও একোজন চুপাৰ এমেলে। মন্ত্ৰী,বিধায়কৰ আশীৰ্বাদত।
ৰূপজ্যোতি কুৰ্মি দা আপুনি কোনটো বিলৰ মাছ আমি জানো !
ML কৈ pa বেছি ধনী
নিজৰ খিনি পাহৰিলে নেকি মামা ।
গোসাই ঘৰত কোন? মই কল খোৱা নাই
মামা কথা বালিত মূটা একেই হয় ।আজি এটা কথা কালিলৈ আৰু এটা বেলেগ কৈ কব ?
Mamai kuwa kotha 100 tar bhitort 100 pur nhleu adha khini holeu hompurnno krise.
@Dusmon235 একো ডাল কৰা নাই মানুহ চলিব নোৱাৰা হৈ গৈছে ইমান মূল্য বৃদ্ধি কৰি আছে ইফালে কতো উলাই যাব নোৱাৰাকৈ ফাইন লগাই দিয়ে সৰু সৰু কথাতে কি ভাল কাম কৰি ছে?
Balor CM ata
@@Dusmon235 ghoti dal korise
মূল্য বৃদ্ধি গাহৰিৰ নিচিনা সন্তান জন্ম দিয়াৰ কাৰণেই হৈছে।@@BishwajitDewri-n6t
Sipajhrr জনৰ ও আছে কেইটামান তেনেকুৱা ডমৰা গৰু 😂
😮😮😮
আকাশ ফুকনৰ একো নহ'ল।
Thik koise
He will get MLA ticket for upcoming election for scolding DR PEGU😮😮
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰিয়ালৈ !সঠিক সময়ত সকয়নী !
মুখ্যমন্ত্ৰীৰ ধমক কাম আহিবনে সভাতে শেষহৈ যাব।
কংগ্ৰেছৰ খোনাজন এতিয়া বিজেপিত অস্থায়ী খোনা.....
খোনা
তই এতিয়া গাতত সোমা
এই গেলা স্বভাবৰ শিয়াল জাতৰ বিজেপি ৰ এম এল এ কেইতাৰ কাৰনেই গেলিব ।সময় থাকোঁতেই দেই। এই বোৰৰ কোনো জাতি নাই।ইহতে টকা হে চিনে।টকাৰ কাৰনে সকলো কৰিব।গতিকে ৰাইজে চাই আছে।মেদিয়াত বা বা লৈ থকা চাম ঢা। দলাৰ বগৰি য়ে বগলি ভকত হেই।সাবধান।জয় শ্ৰী মহাকাল
All india t jodi he congress aahe thn Hindu r ki hobo?
ৰূপজ্যোতি কুৰ্মী আপুনি অলপ ভয় আতৰাই কথা ক'ব চোন বে বে আ আ কৈ থাকিলে ছাগলীৰ নিচিনা লাগে।
মামা ভাগৰ যে আকৌ মামীৰ কি হব ।
Very good
100% write
Sundar mama
গাৰিৰ পাইলট ও হব পাৰে, ড্ৰাইভাৰ ও হব পাৰে, চালক ও হব পাৰে। Wah ৰূপজ্যোতি ডাঙৰীয়া
ইহতেই হ'ল জনসাধাৰণৰ মুৰব্বী, স্কুল ৰ ল'ৰা ছোৱালীৰ দৰে কথা। কথা কবলৈ শিকা নাই, ভাল কাম কৰিবলৈ শিকা নাই কিন্তু টকা মাৰিবলৈ ভালদৰে 😂😂😂😂
সুন্দৰ।।
Pilot /Driver/ চালক একেটাই বস্তু
Good news
অজন্তা নেওগ ৰ PA জন বহুত বেয়া ।
Garir pilot, driver, chalok. Sob blg blg rakhe rupjyotie😂
Himanta sir zindabad BJP zindabad Jai Ai Axom
Good job....... good ❤
😂😂 নিজৰ PA টো?????
নিৰ্বাচন অহাই এইবোৰ নাটক ৰচিছে।যাতে জনসাধাৰণৰ মন জয় কৰিব পাৰে।ভোট নাপৱ বুলি এইবোৰ কৰিছে।
Great Mama 🎉
আমাৰফালেও একেই।
আমাৰ মাননীয় দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক বা মাননীয় সভাপতি মহোদয়ৰ
টেঙাখাত পঞ্চায়তৰ।সোঁহাত বাওঁহাত বোৰে হে
প্ৰধানমন্ত্ৰী আৱাস যোজোঁনা আঁচনিৰ অধীনত এটি আৱাসগৃহ পায়।
এওঁলোকে ভাঙে এওঁলোকে পাতে।এক অস্থিৰ বিভ্ৰান্তিৰ পৰিবেশ।
😂nijor p.a tuk o sabo ..nkao ru
Val kotha vabesss 🙏 mama
Lakhipur Sattelment silchar patwari bilak or uporat choku diok CM sir🙏
Palashbari MLA 1ta matir dalal New highway bnai thka tat bht mati kinise aru tar bhaiyekr ktha0 newst olai ase..xei bilk CM sir a dhoribo lge
Good job sir 🙏🙏🙏🙏🙏👏👏👏👏🚩🚩🚩👍🇮🇳🇮🇳
Amr CM or PA keijne kimanok ki kori dile investigate kri gapter korok
যিমানে যি নকৰক এইবোৰে মানি নলয় কেতিয়াও বিধায়ক সাংসদ বোৰে পাহৰি যাই যে তেওঁলোকক ভোট দি জনতাই জিকায় বুলি সময়ত
থিক কথা কৈছে CM ছাৰে..
Himanta Biswa Sharma ( Mama )
Guwahatit ketia Metro Train bonabo..
Apuni 25 Bosor continue Minister hoi asa Mama...