প্ৰথম পুৰস্কাৰ ৰাজশ্রী নাথ || চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৪ || Sepon Bihu-2024
ฝัง
- เผยแพร่เมื่อ 1 พ.ค. 2024
- চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৪ৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে শিৱসাগৰ জিলাৰ ৰাজশ্রী নাথে..। অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো
#bihu
#sepon_bihu
#borbihuwoti
#rajashree_nath
#bihu_2024 - บันเทิง
ৰাজশ্ৰী তুমালৈ অশেষ ধন্যবাদ।কণ্ঠৰ যুগল খুউব ধুনীয়া।অহা বছৰ বিহু সম্ৰাজ্ঞী হবা বুলি আশা থাকিল।
ৰাজশ্ৰীৰ নাচ সুন্দৰ।কন্ঠ তাতোকৈও সুন্দৰ।ইমান নচাৰ পিছতো কণ্ঠত তাল নাকাটে। লতাশিল পিছৰবাৰ তোমাৰ।।
ৰাজশ্ৰী বা যোগ্য নাচনী❤ভাল লাগিল খবৰটো পাই।
বহুত অভিনন্দন। শতাব্দীৰ পিছতে আমাৰ দৃষ্টিত তুমি বিহু সম্ৰাজ্ঞী।
বহুত বহুত ধুনীয়া 👌 আৰু অভিনন্দন আগবাঢ়ি যোৱা ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা ❤❤ আমাৰ শিৱসাগৰ গৌৰৱ ❤️
Gokul da aru birina bihudol main.next year xomragee birina bihudolor lgt dekha pam bli akha krilu
যোগ্য আছিলা তুমি সদায়েই আগবাঢি যোৱা ❤
Tumi hokolutkoi prithak....tumr kontho ...naskhon ...hokolu.....bihu hamragi napala ki hol tumr hirot hokolubur honman lagi ase eta etake.....next bihu samragi2025❤❤❤❤
Right..val lga nasoni joni❤
সকলোতকৈ প্ৰিয়, সকলোতকৈ শ্ৰেষ্ঠ বিহুৱতীজনী❤.. তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালো❤.. সকলো সন্মানৰ যোগ্য তুমি❤
অহাবাৰ তোমাৰ শিৰত লতাশিল বিহু সম্ৰাজ্ঞী মুকুট জিলিকিব বুলি আশা কৰিলো ♥️
ধুনিয়া
তোমাৰ লৈ বহুত বহুত মৰম জনালোঁ,সঁচা বহুত ভাল লাগিল তোমাৰ প্রগাম ❤
অভিনন্দন জানালো তোমাক । আৰু আগবাঢ়ি যোৱা
Next Bihu Samragi, winner of the2025 .
Ufff ....ai he nasoni 👌 bhut bhut bhut vl lgil❤️
🎉2025 Bihu Samragi hobaye baa❤❤
Congratulations 🎉😙
Congratulations rajashree ❤🎉🎉🎉🎉❤
Jogyo nasoni...ohabar somragyi pabo buli akha korilu❤️❤️❤️
Bisarisilu hekhot hofol hol ❤❤❤
Bohut vl laglie video tu Sai kintu love For rejashree dance ❤
সচাকৈ সুন্দৰ হৈছে ভাষাহীন
Birina bihu doltur bihukhon bor gohin...bohut besi bhal lage..tate rajashree bhal lagil
ধুনীয়া ❤
Rajeshree Ba ....... Tumar nas bht dhuniya hoi s ....... ❤
অভিনন্দন ৰাজশ্ৰী ❤
Great calculation ❤️👍.....vl hoise prgm 👍
ভাল লাগিল আগলৈও তোমাৰ পৰা বহু আশা কৰোঁ ভন্টী,
ভাল লাগিল দেখি আগবাঢ়ি যোৱা আশীবাদ থাকিল
Bahhh moi bisoratuwe hol❤❤❤🎉🎉🎉🎉🎉
2025 t bihu samragi Hale Val hobo
Congratulations 🎉 rajashree
অভিনন্দন❤
❤❤❤very nice❤❤❤
ভাল লাগিল
Moja🎉❤
Val lagil baa..❤❤❤
Congratulations🎉
সুন্দৰ 😍 অভিনন্দন ❤️
Perfect nasoni joni amar
ধুনীয়া❤
Mojja 👍👍👍🌾
Val nasise.....next samragi
যোগ্য বিচাৰ 🌼💓
Hundor
Birina bihudal no.1.
❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉
❤
❤❤❤
Matu dhuniya
2025 ৰ সম্ৰাগী মৰমৰ বা গৰাকীলৈ লগত বিৰিণা
2025 sonor loi bat sai🥹❤️❤️#nextbihusamragi2025...
Munukon aru rituporna
Vl nasise... mur kin2 ai2 script t hodai Satabdee kalita r nas he vl lagisil
Munukon r ki hol
Jugyo nasoni…
Kokai Patkai bihu r video ketialoi pam
Munukon nple ne ki
2 nd kun hol
rituporna das
2nd kon hl
rituporna das
ৰিহা খনত দহি কিয় বাতিচে
Bhut hudor nas rob uwarilu de
Aji duliajan ahiba nki
aji najaw
Ow.....
Ba ahibo nki jana nki baru nasibola
Rituporna ba ru munukon bar final round or vdo kita dibo hu aber Sam 🤔❤
aji
Oha bosor homraggi nasute aneikoi Mon khuli nasiba…..
Gaan goua lora jonr pra 2mi pla nonla nalla hoi
পইচা দি পুৰস্কাৰ লৈ কি লাভ আইজনী
Apuni kankoi janile ??
Poisa di pai lav ni
Hatot proman nothokake enaii comment t mukh khn khuli lav nai...15 Jon bisarok asil tat haitu gyato hoi lbo ...tat teuluke poisa loi prize dim k bohi thka nai.
🎉🎉🎉well deserved ❤
Rajashree talent ase…poisa diya question nahe…
পইচা কথা নাহে,telent আছে বাবে পাইছে প্ৰথম পুৰস্কাৰ
নিজেই পালে সকলো ভাল আৰু আনে পালে পইচা দি পাই বুলি ভবা মানুহৰ অভাৱ নাই । বাকী ৰাজশ্ৰীক আগৰ পৰাই দেখি আহিছোঁ যোগ্যতা থাকিলে পাবই❤❤❤ আমাৰ শিৱসাগৰ গৌৰৱ ❤️
Congratulations 🎉
❤