স্মাৰ্ট মিটাৰলৈ চৰকাৰৰ কিয় ইম্মান দৰদ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024

ความคิดเห็น • 24

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 วันที่ผ่านมา +7

    ইয়াৰ আৰত কিবা দুই নম্বৰি ধান্দাবাজিৰ ভ্ৰষ্টাচাৰি কমিচনৰ অঙ্কৰ বাবে চৰ্কাৰে স্মাৰ্ট মিটাৰৰ পক্ষত থিয়‌‌‌ দিছে বুলি ভাবো

  • @taradoi7957
    @taradoi7957 วันที่ผ่านมา +3

    মোৰ দৃষ্টিৰে-------------------
    তেজপিয়াই তেজ খায়ে থাকিব । স্মাৰ্ট মিটাৰৰ অন্য এক নামেই হৈছে তেজপিয়া আৰু ইয়াক সহযোগ কৰিছে চৰকাৰে ।ইয়াৰ পৰা প্ৰমাণ হল‌যে বিজেপি চৰকাৰৰ জনতাৰ প্ৰতি কিমান দায়বদ্ধ ।

  • @RikheswarMolia
    @RikheswarMolia วันที่ผ่านมา +1

    বিজেপি চৰকাৰৰ ধনী প্ৰতি থকা অহেতুক মৰম। ৰাজহুৱা সম্পত্তি আদানি আমবানি দি শেষ কৰিলে।অসমৰ apdcl মোদী মৰমৰ ভাই আদানিহে!

  • @MofidurRohman-u5n
    @MofidurRohman-u5n 11 ชั่วโมงที่ผ่านมา +1

    স্মাৰ্ট মিটাৰৰ সহায়ত চৰকাৰে ৰাইজক লোতিব পাৰিছে, সেই বাবে স্মাৰ্ট মিটাৰ বন্ধ কৰা নাই।

  • @jibongogoi6940
    @jibongogoi6940 วันที่ผ่านมา +3

    Commission পাই l

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 วันที่ผ่านมา +1

    মানুহৰ তেজ খোৱা মিতাৰ মদ আৰু মিতাৰ পৰা পোৱা ৰাজহ পৰা চৰকাৰ ছলি আছে

  • @TCF573
    @TCF573 วันที่ผ่านมา

    Himmu r Commission. APDCL . r . Loglagi Tejpiya himmu Adanik hontusto koriboloi

  • @sanjibbora1789
    @sanjibbora1789 วันที่ผ่านมา

    স্মাৰ্ট মিটাৰৰ যোগেদি অৰুণোদয় হিতাধিকাৰি বহাব পাৰিব

  • @abdulsahad8615
    @abdulsahad8615 วันที่ผ่านมา

    Smart meter hoise smart lotera.Raije consumer case korok Aiya unfair trade practice

  • @TCF573
    @TCF573 วันที่ผ่านมา

    Smart metre manei Himontor docaity Akha korisu ai smart metre yei sorkarkhon . Girabo aan problembur tu asei . 😂😂😂

  • @hiumangogoi4161
    @hiumangogoi4161 วันที่ผ่านมา

    Smart meter karone 26 ot bjp jabo tolole

  • @mhchannel1805
    @mhchannel1805 วันที่ผ่านมา

    চৰকাৰৰ ধনীৰ প্ৰতি থকা মৰম😂😂

  • @BabulAli-yu6zy
    @BabulAli-yu6zy วันที่ผ่านมา +1

    Smart mitar nhoi dokaiti kori satkare

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru วันที่ผ่านมา

      আৰে প্ৰতিটো কামৰ বিপৰীতে কমিচন, প্ৰতিটো যোগান দিয়া সামগ্ৰীৰ বিপৰীতে কমিচন, কমিচন কত নাই ।

  • @babulbarua1153
    @babulbarua1153 วันที่ผ่านมา

    Yah gujrat model hain bhai yaha sob kus sambhab hain.

  • @izharulhoquebora8251
    @izharulhoquebora8251 วันที่ผ่านมา

    Bjp hatao bjp hatao

  • @izharulhoquebora8251
    @izharulhoquebora8251 วันที่ผ่านมา

    Bjp hato smart miter hat jayaga

  • @bitupanbora5090
    @bitupanbora5090 วันที่ผ่านมา

    Smart Meter Bandha Karak

  • @RamendraNathDutta-p9e
    @RamendraNathDutta-p9e วันที่ผ่านมา

    brave news .

  • @NakulGogoi-m7h
    @NakulGogoi-m7h 18 ชั่วโมงที่ผ่านมา

    Nice

  • @AzizurRahman-yg7qx
    @AzizurRahman-yg7qx วันที่ผ่านมา

    Good