অশৰীৰী আত্মাই কেনেদৰে প্ৰাণ লয় মানুহৰ? বীৰা আৰু অশৰীৰী আত্মাৰ মাজত পাৰ্থক্য কি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • বীৰা আৰু অশৰীৰী আত্মাৰ মাজত পাৰ্থক্য কি? Multiple Personality Disorder এক বেমাৰ নে গাত ভূত লম্ভা? অশৰীৰী আত্মাই কেনেদৰে প্ৰাণ লয় মানুহৰ?
    #nbnews #nbnewsdigital #paranormal #paranormalactivity #multiplepersonalitydisorder #bhoot #paranormalinvestigation #vodcast
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 420

  • @DeepDas-m7q
    @DeepDas-m7q 2 หลายเดือนก่อน +11

    মই বীৰাৰ লগত কথা পাতি পাইছোঁ, চুই পাইছোঁ, কথা বিলাক বৰ কষ্ট কৰি পাতে, উৰি থাকে, নোম আছিল গাত। দৰ্জা ভাঙি সুমাই আহিব পাৰে । কোমেণ্ট বক্সত বহুতে লিখিছে । কিন্তু সাক্ষাৎ হলে গম পাব ।
    এক অবিস্মৰণীয় অভিজ্ঞতা ।

    • @mkk4382
      @mkk4382 2 หลายเดือนก่อน

      Mokkel maal kom koi khbi

    • @bhaityda7970
      @bhaityda7970 2 หลายเดือนก่อน +1

      Ki kooy

    • @warrior473
      @warrior473 2 หลายเดือนก่อน +2

      😮 hosake

    • @DeepDas-m7q
      @DeepDas-m7q 2 หลายเดือนก่อน

      @@bhaityda7970 hoi, মোৰ লগত অন্য 9 জন মান আছিল বন্ধু আৰু পৰিয়ালৰ লোক । শাল কাঠৰ দৰ্জা এতিয়াও বেঁকা হৈ আছে।

    • @DeepDas-m7q
      @DeepDas-m7q 2 หลายเดือนก่อน

      @@warrior473 100%

  • @plabanbhuyan6930
    @plabanbhuyan6930 4 หลายเดือนก่อน +15

    ভূত পিশাচ নিকট নাহি আৱে
    মহাবীৰ জব নাম চুনাৱে জয় হনুমান

  • @ABINASHAk47
    @ABINASHAk47 4 หลายเดือนก่อน +9

    সমাজত চলি ‌থকা কিছুমান অন্ধবিশ্বাস ভুত পিশাচৰ ক‌থা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে চাৰলৈ বহুত বহুত ধন্যবাদ 🙏

  • @abhijitdas9364
    @abhijitdas9364 4 หลายเดือนก่อน +41

    ভূত পিছাচ আদিৰ বাপ কোন বাপ হল মহাকাল মহাদেৱ , বজ্ৰং বলি হনুমান

  • @vijaykumardev1345
    @vijaykumardev1345 4 หลายเดือนก่อน +91

    বিৰা জিন এইবোৰক ভাৰত পাকিস্তানৰ সীমাত লগাই দিয়ক হে ৷ইয়াত ৰাখি কাম নাই । সৈনিকবোৰক অলপ অব্যাহতি দিয়ক আৰু বীৰা আৰু জিনবোৰক লগাই দিয়ক । এইবোৰ অন্ধবিশ্বাস লাহে লাহে কত কমিব এচামে বঢ়াই আছে ৷চুইচাইদ কৰা ৰুমত থাকিলো কিমান দিন অকলে ৷কিমান মানুহ জ্বলাই এঙাৰবোৰ থাকোতে মাজনিশা এক বজাত শ্মশানৰ মাজেৰে আহিছো তাৰ পিছতো ভূত নেদেখিলো আৰু এইবোৰ কৈ থাকক । ভূত মানুহৰ মনত সৃষ্টি হয় । মদাহীয়ে শ্মশানত পৰি থাকে গোটেই নিশা ভূতৰ কোনো ভয় নাই কিন্তু যেতিয়াই হোচ আহে তেতিয়াই মন সক্ৰিয় হয় আৰু তেতিয়াই ভূত আছে বুলি মনলৈ আহিব ধৰে ৷মদৰ নিচাত থাকোতে মন বুলি একো নাথাকে অচেতন হৈ থাকে৷সেইবাবে ভূতো নাথাকে । ইয়াৰ অৰ্থ ভূতৰ সৃষ্টি কেৱল মনত হয় বাহিৰত কতো ভূত নাই । এইয়া হল Projection of mind.

    • @knock._23
      @knock._23 4 หลายเดือนก่อน +8

      ভূত বাৰু মইও দেখা নাই। কিন্তু মই ভগৱানক ও দেখা নাই

    • @vijaykumardev1345
      @vijaykumardev1345 4 หลายเดือนก่อน +14

      @@knock._23 ভগৱান দেখা পোৱা বস্তু নহয়েই ৷ভগবান যদি কোনোবাই দেখিছে তেনেহলে সতৰ্ক হোৱা ভাল আৰু মানসিক ডক্তৰক দেখাই লোৱা ভাল ৷ভগবানৰ অৰ্থ হল -ভ মানে ভূমি,গ মানে গগণ ,ব মানে বায়ু ,আ মানে আগ বা অগ্নি আৰু ন মানে নীৰ মানে পানী । ভগবান শব্দটোতেই পাচটা অৰ্থ লুকাই আছে । এই সকলোবোৰ মিলিয়েই ভগবান ।

    • @nihagogoi9458
      @nihagogoi9458 4 หลายเดือนก่อน +4

      😒moi dekhisu aatma nij sokure

    • @nipjyotikalita7852
      @nipjyotikalita7852 4 หลายเดือนก่อน +1

      Val ka video tu sa

    • @vijaykumardev1345
      @vijaykumardev1345 4 หลายเดือนก่อน

      @@nipjyotikalita7852 কিয় চাব লাগে ?যাৰ দৰকাৰ পৰিছে এইবোৰ জ্ঞানৰ সেইজনে চাওঁক ।

  • @AahiqueIkbalAhmed
    @AahiqueIkbalAhmed 3 หลายเดือนก่อน +10

    ভূত আছে। মই দেখিছোঁ। মই এইবোৰ কেতিয়াও বিশ্বাস কৰা নাছিলো । কিন্তু এদিন মই আৰু মোৰ বন্ধু এজনে ৰাতি এক বজাত ৰঙিয়া ৰেল ষ্টেচনৰ পৰা মোৰ ভন্টিক আনিবলৈ গৈছিলো আহি থাকোতে ডুমনিচকিৰ দলং এটাত বহি থকা নিজ চকুৰে দেখা পাইছোঁ। এক ভয়ানক অভিজ্ঞতা।

    • @deepjyotihrishikesh
      @deepjyotihrishikesh 2 หลายเดือนก่อน

      Ki koi
      Valdore saisil ne

    • @jyotishborah9825
      @jyotishborah9825 2 หลายเดือนก่อน

      মনৰ ভ্ৰম।

    • @AahiqueIkbalAhmed
      @AahiqueIkbalAhmed 2 หลายเดือนก่อน

      @@jyotishborah9825 no

    • @AahiqueIkbalAhmed
      @AahiqueIkbalAhmed 2 หลายเดือนก่อน

      @@jyotishborah9825 it is really

    • @pranabbora2620
      @pranabbora2620 2 หลายเดือนก่อน +1

      মোৰ তাত পঠাই দিবি তোৰ ভূতৰ পোকৰ বহল কৰি পঠাই দিম৷

  • @RubulHoque-pk6ln
    @RubulHoque-pk6ln 18 วันที่ผ่านมา

    Val lagil

  • @GameWaveGuru
    @GameWaveGuru 3 หลายเดือนก่อน +5

    অতি ভৌতিক শক্তিৰ অস্তিত্ব নাই বুলি ওকালতি কৰা বোৰে যদি সেইবোৰৰ একো প্ৰমাণ পোৱাই নাই তেনেহলে কেনেকৈ জানে নাই বুলি। যিবোৰে এইবোৰৰ প্ৰমাণ পাই তেওঁলোকক উপলুঙা কৰাৰ অধিকাৰ নাই সেইবোৰৰ।

  • @aakroy3864
    @aakroy3864 2 หลายเดือนก่อน

    ভূত আচলতে আছে সত্য কথা।ভূত পেত দেও দত্ত দানব দিষ্টি সক্তী মই। ভূত পেতৰ কথা সকল সাষ্ট্ৰত আছে।এই বিলাক আপোনালোকে একো নাজানে ।আপোনালোকে জিমানে আমেৰিকা যুক্তৰাষ্ট্ৰত লন্দনত যতে গৱেষণা নকৰাক ইয়াৰ কনো পৰিক্ষা কৰিও নোপোৱা।মই ধন্যবাদ জনাইছো।

  • @bharatsu322
    @bharatsu322 3 หลายเดือนก่อน +4

    আধুনিক বিশ্বত প্ৰায়বোৰ দেশেই বিজ্ঞান প্ৰযুক্তিত বহু দূৰ আগুৱাই গল আৰু আমাৰ মূলুকত এইবোৰ সংস্কৃতিত মজি ৰল এচাম

  • @jyotirmoydas1157
    @jyotirmoydas1157 4 หลายเดือนก่อน +7

    ❤...Joy Krishna Guru...🙏🙏🙏🙏..vogobanr nam lua sob val hbo...

    • @pubaleedehingia7376
      @pubaleedehingia7376 4 หลายเดือนก่อน

      Joy Krishnaguru pravu

    • @sanjibdas9117
      @sanjibdas9117 4 หลายเดือนก่อน

      Krishna guru nhy,, Radha Krishna buli kou,,,

  • @iampritom5877
    @iampritom5877 4 หลายเดือนก่อน +2

    Thank you 👍 Gom plu j Vut buli nai kintu atma ase ru Manuhr hei Atma tue
    negative energy khini eri thoi jai . Ru hei Negative energy bure mnuhr gat humai mnuhr monole vutor voi srishti kore . Manuhr brain unconscious kri diye . Tetiyai mnuhe ji ti dekhi pai nhole kori pai 👍

  • @nihabegum2419
    @nihabegum2419 4 หลายเดือนก่อน +8

    আপোনালোক চহৰত থাকেনে গাঁওত থাকে?যদি চহৰত থাকে গাঁৱলীয়া মানুহক বুৰ্বক সজাই সকলো দোষ জাপি দিয়াৰ বৃথা চেষ্টা নকৰিব।

  • @himadrideka4788
    @himadrideka4788 4 หลายเดือนก่อน +7

    Bahut bahut val lagil vidiotor sai.love form mangaldai .

  • @atulregon6841
    @atulregon6841 2 หลายเดือนก่อน

    বহুত গুৰুত্ব পূৰ্ণ বিষয়।

  • @dancestudio8920
    @dancestudio8920 4 หลายเดือนก่อน +10

    ভাল লাগিল ❤❤❤

  • @uttamkumarsaikia8329
    @uttamkumarsaikia8329 4 หลายเดือนก่อน

    অনুষ্ঠানটো ভাল লাগিল। কিছু কথা জানিবলৈ পালো।

  • @manjuborah3500
    @manjuborah3500 4 หลายเดือนก่อน +6

    Bohut bohut val lagil

  • @shivamsanjiv5500
    @shivamsanjiv5500 4 หลายเดือนก่อน +6

    Apuni vul koise...moi Hatigaon high school r laxmi nath bezbaruah path t thaku...amar agor room tot asile vut... Kebol moi dekhile ba xunile manilu hoi je mur vrom hoise... Amar room hokolue dekhise ru xunise... Kandi thake... But dekha eko napao...atia room change kori dilu....

  • @NabajyotiKakati-sd1yb
    @NabajyotiKakati-sd1yb 2 หลายเดือนก่อน +1

    Jai bhagaban brishnu. Jai mata laxmi.. Good night.

  • @prasantakalita3709
    @prasantakalita3709 2 หลายเดือนก่อน

    42:14 according to Quantum, energy is transferred as a wave form, so when that instrument is nearby that energy it receives the wave and light blinks. The answer is clear. Same as for the detection of ionizing radiation where sentilation detectors and GM counter are being used.

  • @nirmalgoswami9475
    @nirmalgoswami9475 4 หลายเดือนก่อน +18

    আত্মাৰ হাত ভৰি নাথাকিলেও শক্তি প্ৰয়োগ কৰিব পাৰে !অকল ড্ৰাইভাৰকে নহয় সকলো ক্ষেত্ৰত তেওলোকে কৰিব নোবৰা কাম নাই !

  • @birambhabasumatary1591
    @birambhabasumatary1591 3 หลายเดือนก่อน

    অনুষ্ঠান টো আধৰুৱা যেন লাগিল,আকৌ পৰিবেশন কৰিব নে? যদি কৰে তেন্তে জনাব বুলি আশা কৰিলো।

  • @binudvauquline
    @binudvauquline 3 หลายเดือนก่อน

    আপোনাৰ negative energy সম্পৰ্কীয় ধাৰণা মই মানি ল‌ও। ধন্যবাদ

  • @sciencefever7121
    @sciencefever7121 หลายเดือนก่อน

    Bhal lgl sai

  • @SmitaSmitadeka
    @SmitaSmitadeka 3 หลายเดือนก่อน

    Right kotha sir bht val lgil xuni

  • @debajitborah870
    @debajitborah870 3 หลายเดือนก่อน

    Thanks sir. Right discussion

  • @tushark7297
    @tushark7297 4 หลายเดือนก่อน +13

    Play hanuman chalisa while driving in lonely places.

  • @mitalidakua104
    @mitalidakua104 3 หลายเดือนก่อน +1

    Brain নোহোৱাকৈ light selection কৰি আপোনাৰ মেচিনৰ চুইচ জ্বলাই দিব পাৰে, আপুনি negative study আৰম্ভ কৰিছে, বিজ্ঞানে এতিয়ালৈকে ঢুকি নোপোৱা বিষয় এটা study কৰাৰ বাবে ধন্যবাদ

    • @mitalidakua104
      @mitalidakua104 3 หลายเดือนก่อน

      Positively try কৰিলে হে কিবা positive হব

  • @mrinaldas7072
    @mrinaldas7072 4 หลายเดือนก่อน +1

    Nowgaon r pariyal tur bikhaye janabo ,actualy pariltur ki hoise now present positions. ....please

  • @Promothify
    @Promothify 3 หลายเดือนก่อน +10

    ভূতে হাগে নে নাহাগে ?
    যদি খাই তেন্তে হাগাও লাগিবই ন 😅
    কাম নাই আপোনালোকৰ
    যদি পাৰে ভূতৰ লগত মুখামুখি কৰাই দিয়ক
    মই জীৱনভৰ আপোনাৰ গোলামী কৰিম

    • @sauravhazarika6708
      @sauravhazarika6708 2 หลายเดือนก่อน +1

      Sudirvai puwai pai thoise maksudu

    • @pranabbora2620
      @pranabbora2620 2 หลายเดือนก่อน

      ​@@sauravhazarika6708ভূতে তোক পোকৰ মাৰি পেনপেনীয়া কৰি কতি বহল কৰিছিল নেকি ৰেন্দীৰ পোৱালি ?ভূত তহঁতৰ দৰে গঞাবোৰে বিশ্বাস কৰি ভয়তে হাত মাৰি থাকে ৷আমাৰ দৰে মানুহে তহঁতৰ দৰে জহৰাবোৰৰ মুখত হাত মাৰি মাল পানী পেলায় আৰু তহঁতবোৰে তাকেই চেলেকি খাই থাক ।

  • @allcreation8209
    @allcreation8209 2 หลายเดือนก่อน

    Dada apuni lecture tu alop besi mare nki baru , mur mote ,, direct point r kotha kobo lage , huwar time ot video tu logai loi silu , akow alop amoni puwat huwar pora uthi kene comment tu kori dilu
    Reply koribo buli akha tu thakil , BTW i m big fan of horror story & folk culture's story ***

    • @chandanagogoi2299
      @chandanagogoi2299 2 หลายเดือนก่อน

      Seriously too lame

    • @allcreation8209
      @allcreation8209 2 หลายเดือนก่อน

      @@chandanagogoi2299 ki kola buji naipuwa

  • @BRabha2
    @BRabha2 4 หลายเดือนก่อน

    শিশিৰ সেন গুপ্তৰ মই পোষ্ট পাও Paranormal activity in assam পেজটোত ।মানুহজনক দেখি ভাল লাগিল।

  • @RohitBorah-j3f
    @RohitBorah-j3f 2 หลายเดือนก่อน

    Moi voot pikhas ase buli biswas nkru....kiman din voot kenekuwa dekhibole moi rati rati jot tot ghuri furisilu onnya kiba kamot....adin Moi bohu rati bohu janghal...adin moi gutei rati voyanok ratir logot bohu voi loga ata thait bohi bohi tate tuponi golu kintu voot pikhas napalu... Kintu jokhini moi 2din dekhisilu

  • @jilele4305
    @jilele4305 3 หลายเดือนก่อน +1

    dekhai dekhise nedekhai nai....agote moi bhoot bisakh nokoru rati rati ghuri furu ..but jetiya moi nijei protkhya vabe dekha palu aru nokou...khei beya din bur monot pelabo mon nejai

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 2 หลายเดือนก่อน

    It's a science that says about negative energy.
    That's the matter.
    আমি যে কথা বিলাক কও। এই বিলাক atmosphere ত থাকি যায়।
    School college campus ত ৰাতি গম পোৱা যায়।
    শব্দ বিলাক।
    দিনৰ ভিতৰত থকা শব্দ বিলাক reflectহয়।

  • @user-jhdk777j
    @user-jhdk777j 4 หลายเดือนก่อน +17

    Muk ata kotha bujai kowksun ami xodai manuhor vutor kotha kio koi thaku... Manuhor badew Proti dinei bohut jibo jontur mrityu hoi thake. Xaiburor atma ami kio nedekhu?? Moi aitu kotha buji napao

    • @deukaofficial326
      @deukaofficial326 4 หลายเดือนก่อน

      Jibo jontur aatma dekhisu moi,,,kukuror

    • @ratulchetia5283
      @ratulchetia5283 4 หลายเดือนก่อน +1

      Very well answer

    • @dr7374
      @dr7374 4 หลายเดือนก่อน

      Ami na to manuh r atma dekhu na jontur....heitu a tu kola....atma gusi jai... negative energy buli ja koisa tat a manuh ba jontu sobora akeloga gout khai thaka...heitu asolota Amar body r ata part buli kobo pari....karon Amar body tu bhut energy (totto)di nirman hoi......

    • @himankuguruj4324
      @himankuguruj4324 4 หลายเดือนก่อน +1

      @user-nj2dg9sq1m তুমি জীৱ জন্তুৰ লগত মৰি পাইছা ন?সেইবাবে next জনম পায় বুলি আত্মবিশ্বাসত কৈছা ।

    • @himankuguruj4324
      @himankuguruj4324 4 หลายเดือนก่อน

      আত্মা বুলি একো নাই । শূন্যতাই হল আত্মা । বাহিৰৰ যি খালী ঠাই আছে তাৰ নামেই আত্মা । এইবোৰ কেৱল শব্দৰে দিয়া নাম । কোনোবাই আত্মা কব কোনোবাই শূন্যতা কব আন কোনোবাই পৰমআত্মা কব ইত্যাদি। নাম বেলেগ বেলেগ দিছে বস্তু এটাই । আচলতে চৈতন্য দৰ্শনমতে আমাৰ শৰীৰত আত্মা নাই ,আত্মাতহে আমাৰ শৰীৰতো আছে ।শৰীৰটো নষ্ট হোৱাৰ লগে লগে পুনৰ মিলি যায় ।

  • @manojsmusiccorner8016
    @manojsmusiccorner8016 4 หลายเดือนก่อน +3

    sundar anusthan

  • @pranabbora2620
    @pranabbora2620 3 หลายเดือนก่อน +6

    ভূত দেখাবোৰ সব মানসিক ৰোগী হয় । এইসকলক মানসিক চিকিৎসাৰ প্ৰয়োজন ।

    • @anibesanbaruah6631
      @anibesanbaruah6631 3 หลายเดือนก่อน

      মই বুজাই দিম আহ

    • @anibesanbaruah6631
      @anibesanbaruah6631 3 หลายเดือนก่อน

      নিজেই পলাই ঘৰৰ ভিতৰত লুকাই থাকিবি

    • @pranabbora2620
      @pranabbora2620 2 หลายเดือนก่อน

      @@anibesanbaruah6631 মাকচুদু জহৰা গঞা মেখেলাৰ তলত সোমাই থাক ভূতৰ ভয়ত ৷তহঁতবোৰে ভূত দেখিবিয়েই কাৰণ তহঁত নিজেই একো একোজন গাওঁলীয়া ভূত হয় । হস্তমৈথুন কৰি শুই থাক জহৰা।

    • @pranabbora2620
      @pranabbora2620 2 หลายเดือนก่อน

      @@anibesanbaruah6631 বাপেৰৰ কণীতো চুপি শুই থাক তহঁতবোৰ নিজেই একো একোজন গাওঁলীয়া ভূত হয় । তহঁতক বেলেগ ভূতৰ প্ৰয়োজনেই নাই । মেখেলা পিন্ধি থাকিবি ভূতৰ ভয়ত দেই।

    • @pranabbora2620
      @pranabbora2620 2 หลายเดือนก่อน

      @@anibesanbaruah6631 তোৰ চিকিৎসা মই কৰিব লাগিব পোকৰত ভলুকা ভৰাব লাগিব । উজনি অসমৰ কোনখন গাওঁৰ কোনখন বাৰীৰ বাহৰ তলৰ পৰা কৈ আছ জনাবি ।

  • @nabanitabarman9768
    @nabanitabarman9768 หลายเดือนก่อน

    ভূত আচে নে নাই নাজানো কিন্তু আমাৰ Universe কেনেকৈ সৃষ্টি হল... সেই টো বিজ্ঞানে কৱ পৰা নাই..আৰু ইয়াৰ শেষ ক'ত

  • @sciencefever7121
    @sciencefever7121 หลายเดือนก่อน

    ভত কাষ্ট নহয় podcaste hbo

  • @skvlogs744
    @skvlogs744 3 หลายเดือนก่อน

    ভিডিঅ'টো আজিহে পালো ,নজনা বহোকথা গম পালোঁ ভাল লাগিল ❤❤

  • @mrigankomrigankodeka5124
    @mrigankomrigankodeka5124 หลายเดือนก่อน

    ভূতৰ হাত ভৰি নাথাকিল কি যাক যি ৰূপত ক্ষতি কৰিব সি তেনেকুৱাই বিশ্বাস কৰিব ন

  • @jinukakati1589
    @jinukakati1589 4 หลายเดือนก่อน

    Dhanyavaad 🙏🙏🙏🙏

  • @quotationworld5
    @quotationworld5 3 หลายเดือนก่อน

    I respect the Assamese Bhoots, Bira, jin, burha dangaria, kumora bhoot, jakhini , parua ,ud, pikhsh, raikosh,

  • @chayanikadeka7028
    @chayanikadeka7028 2 หลายเดือนก่อน

    Answer বোৰ সম্পূৰ্ণকৈ কবলৈ দিব আধৰুৱা হবলৈ নিদিব

  • @djhmthouse3893
    @djhmthouse3893 4 หลายเดือนก่อน +2

    Good information 🙏 we need more topic of nigetive energy 👁️🙏🙏

  • @debanandaborah6704
    @debanandaborah6704 4 หลายเดือนก่อน +9

    কোন অ এই গৰু কেইটা?ইহতি পঢ়োতে বিজ্ঞান খন মুখস্হ কৰিলে, ভালকৈ পঢ়া হেতেন!!

  • @gautamnath1854
    @gautamnath1854 4 หลายเดือนก่อน +3

    Lot of cotridiction , in your experience, But till , from Today U Should Feel Dengerous Experience From Now,,,,,,

  • @banjitchangmai4047
    @banjitchangmai4047 2 หลายเดือนก่อน +1

    আজি কালি এইবোৰ বিশ্বাস কৰে নে,, মই কৰোঁ,,,

  • @NarayanIndustry-oy3ze
    @NarayanIndustry-oy3ze 4 หลายเดือนก่อน

    Great inspiration

  • @nipulGhorphalia
    @nipulGhorphalia 4 หลายเดือนก่อน

    Personality disorder সেই দিনাৰ পৰাই হব পাৰে৷ জানু. সেইটোও এটা চিন্তাৰ বিষয়..

  • @nayanjyotidas7133
    @nayanjyotidas7133 4 หลายเดือนก่อน +8

    Murkho bura Atmai Sharir tyag korar pasot sidha gusi goi janam noloi., Akaal mrityu hole, atmaghati hole, durachari hole, papi hole aibur karonot sharir tyag korar pasot Jeebatmai Prithibit Notun Sharir bichari bhuke-piyaahe kandi-kati ghuri phure jot-tot ashanto hoi tetia hei atmak Pret ba pret atma buli koy simply bhoot buli koy. Atmai negative energy ba positive energy korobat aeri thoi najay logot jaay. Garuda Puran (Pret kalpa), Srimad BHAGAWAT( Dhundkari pret) aru Geeta( Jeevatma tatwa) aru ( Bhutani Bhutayanti Bhuteja shlok tur meaning pohi loi , valdore jani loi karubak usort lecture dibo bujise.Anei aang-bang akhupa nagabo.

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 4 หลายเดือนก่อน

      Deutar.k o murkho bura buli address kora ne??

  • @HojaiRabha
    @HojaiRabha 4 หลายเดือนก่อน +1

    মহাশয় যদি মানুহে পোহা বীৰাই কাৰোবাক জলা কলা খুৱাই যন্ত্ৰ ন কৰি থাকে তাৰপৰা বাচি লবলৈ উপায় কি

  • @jyotirmoytalukdar4414
    @jyotirmoytalukdar4414 3 หลายเดือนก่อน +3

    Padcast ❌vodcast ✅

  • @krishnakakati6417
    @krishnakakati6417 4 หลายเดือนก่อน

    Agte moi akebare aibur andhabiswakh buli vbisilu.
    Kaal sandhiya adin moi ru xuri jetiya amr rastar front thoka baahoni jupa majot burhi manuh kanda xunilu.akebare usrte.
    Bahh xini bht bessi jungle,kukur vukisil.tash light mari sawte dexilu aku nai.
    Ru amr usrtu kunu burhi manuh nsl
    Amr usar manuh agte koisil j baahh khinit bhoot agr pora ase.ami kintu missa kotha koi buli h vbisilu.
    Ji dina nizz sakure usrte maat xunilu.haidinai confirm holu.negative energy ai World j ase

  • @nurvousenergy7268
    @nurvousenergy7268 ชั่วโมงที่ผ่านมา

    যাৰ মগজুৰ অৱস্থা সন্তুলিত নাই তেওঁলোক মানুহে হে ভোট পিখাস দেখি পাই

  • @pranabsarmah5744
    @pranabsarmah5744 4 หลายเดือนก่อน +1

    ভূত৷পিশাচ ডাকিনী কৰ্ণ পিশাচ ব্ৰহ্ম ৰাক্ষস আদি তলৰ খাপৰ যোগিনী অপ্সৰা গন্ধৰ্ব আদি উচ্চ খাপৰ৷

  • @binodbujarbaruah
    @binodbujarbaruah 4 หลายเดือนก่อน +1

    During my service life I had visited jungle graveyard any many abandoned places. But never seen ghost bhoot.
    Had ghost bhoot Beera have been available India or Assam govt.would deploy them in borders.

    • @prabhatsingha1420
      @prabhatsingha1420 3 หลายเดือนก่อน

      Hoi kothatu thik koise apuni eko puwa nai... Kintu eta joga ase amar jogatu hill area hoi tate kiba sabo hole khunibo hole ahibo pare... kintu nijor riskot jabo lagibo...

  • @sanjaygaming8539
    @sanjaygaming8539 วันที่ผ่านมา

    Apuni thike kola kotha khar khura soxay dei hoy khura kotha khar 😢😢😮😮😮😮😊

  • @chitraboruah3532
    @chitraboruah3532 3 หลายเดือนก่อน

    negative energy is meaningless.

  • @lakhyaofficial5667
    @lakhyaofficial5667 4 หลายเดือนก่อน +2

    46:37
    45:54

  • @Nag123Bas
    @Nag123Bas 4 หลายเดือนก่อน +4

    Science t pha keitak koisu adin nhy adin energy atak log pabi aru haidina theory chnge hoi jabo science sob ....automatic 😂😂 agote moi o science t Pha buli blv kra nasilu but sokur agote dui tinita case dekhar pixot moi 🙏🙏 ...baki apunalkr kotha ...ruu

    • @ratulkalita1758
      @ratulkalita1758 4 หลายเดือนก่อน

      apuni science poha nohoi.science koise bhut nai..monor bhram..

  • @smilewithlove6488
    @smilewithlove6488 4 หลายเดือนก่อน

    Answer bilak clearly napalu.confusion thaki gol ako ata clear bujai nkole apuni.... Bhoot ase ne nai aituo clearly kbo nuarile😮

  • @kangkandevboro9958
    @kangkandevboro9958 4 หลายเดือนก่อน +3

    Quantum physics or kotha jane ne upuni , tate electron kihor pora centrifical force gain kore ,
    Do you believe in Big bang theory.
    Can you explain about multiple Univers, Einstein was also bilive in God and soul energy.
    Do you know about Neutron , 😢

    • @Kangkan101
      @Kangkan101 4 หลายเดือนก่อน

    • @pranabsarmah5744
      @pranabsarmah5744 4 หลายเดือนก่อน

      multi verse,parallel universe,multi dimensions ,time dilationall these phenomenon are described in hindu script thousand years ago.

    • @kangkandevboro9958
      @kangkandevboro9958 4 หลายเดือนก่อน

      @@pranabsarmah5744 yess ,

    • @kangkandevboro9958
      @kangkandevboro9958 4 หลายเดือนก่อน

      @@pranabsarmah5744 han ji 😳

    • @abhigyankonwar2504
      @abhigyankonwar2504 3 หลายเดือนก่อน

      Kiddo flexing his class12th knowledge 😂

  • @Brilliantff
    @Brilliantff 4 หลายเดือนก่อน +2

    Negative energy aru bira r difference hudhisile. Kunuba a proper ans 2 bisari pala ne koka r kotha t 😂😂😂

  • @drubajitkalita8617
    @drubajitkalita8617 4 หลายเดือนก่อน +5

    PRITHIBIT VOOT ASE..MOI DEKHISU...BOGA SADOR PINDHA,SULI POKA BURHI 1TA

    • @AbhijitDas-iy9nf
      @AbhijitDas-iy9nf 4 หลายเดือนก่อน

      Kneke olp vlkoi kousun jnibo mn

    • @prabhatsingha1420
      @prabhatsingha1420 3 หลายเดือนก่อน

      Hoi buri manuh hoi...mur chinaki dujon manuhe dekhise ratipuwa olop endhar khomoyot.maat diyat hothat herai gol..aru akou manuhtur deutai mash dhori thakute khondiya pichot dekhise noir parot bohi thokatu...khihote khihotor atmiyo buri ejoni ase tekhet hoi buli maat disile uchoror porai kintu mone mone bohi thoka dekhi bhoyote lora lorikoi ghorot ahi rokha poril nohole aru uchorot gole kiba hole hoi

  • @Nobitasizuka594
    @Nobitasizuka594 3 หลายเดือนก่อน

    Kothakeita believe koribo taan holeu misa nohoi,amar etate manuh eghort bira puhe teulokr ghoror front t prai a accident hoi

  • @bhupenbarman2129
    @bhupenbarman2129 หลายเดือนก่อน

    ম‌ই কোন ,আত্মা কোন?

  • @greenearth6207
    @greenearth6207 4 หลายเดือนก่อน +54

    Kumarikata eta family problem sali ase bira loi jadi pare ahi saok

    • @kangkandevboro9958
      @kangkandevboro9958 4 หลายเดือนก่อน +14

      Hee ki kowa 😅,,,

    • @GuruGiyan-sg1wb
      @GuruGiyan-sg1wb 4 หลายเดือนก่อน +2

      Aap phone number dijiye main aapko help karungi kya baat hai

    • @Rosie_jjjjerbom
      @Rosie_jjjjerbom 4 หลายเดือนก่อน +1

      Moi dhakin kumarikatar hoi apuni Kor hoi

    • @sameerdeka5893
      @sameerdeka5893 4 หลายเดือนก่อน

      Bhut nai tenson nolabi

    • @Moonlight-j2y
      @Moonlight-j2y 3 หลายเดือนก่อน

      Nuware bura pagol hol bhang khai ahise

  • @BandanaRajbongshi-yh4oq
    @BandanaRajbongshi-yh4oq 27 วันที่ผ่านมา

    কথাবোৰ কৰবাৰ পৰা কৰবালৈ হে গল

  • @pinakimitra5206
    @pinakimitra5206 4 หลายเดือนก่อน

    Adhorua gyan loi discussion karise. Paranormal investigation or gyan bohut kam jen lagise.

  • @prasannabora7644
    @prasannabora7644 4 หลายเดือนก่อน +2

    Ki kotha koi ase apuni ????? Response dibole Energy ye keneke Hunile apunar kotha ??????? Kunu clear kotha kuwa nai apuni ??

  • @ArjunRabha-qt8yf
    @ArjunRabha-qt8yf 2 หลายเดือนก่อน

    Ase/nai eyat answer nidiye,,, energy r he nam diye bare bare😅😂

  • @Aashingfa6706
    @Aashingfa6706 2 หลายเดือนก่อน +1

    Jetia nijor logot hobo experience tetia believe koribo believe nokora bure

  • @pankajnath4344
    @pankajnath4344 4 หลายเดือนก่อน +1

    Bhogwan or babe sob khoman hoi .....kintu Nirih Jibo jontu k kio boli diya hoi....kunubai jonabo niki....

  • @Nayan0114
    @Nayan0114 2 หลายเดือนก่อน

    Gutei bishwot bhoot kotha aase ....tar maane yaat kiba nhoi kiba ata rohosyo aase ....okol indiat nhoi khomogro bishwot bhootor ghotona soli aase ....kheye E kunu ane kua kotha nhoi ....aagote moiu vabisilu nai buli kintu atia khondehot aasu

  • @SukumarDas-t4x
    @SukumarDas-t4x 4 หลายเดือนก่อน +2

    ভিডিওতো চাই কিছুমান নজনা কথা জানিলু । ধন্যবাদ 🙏

  • @SamarendraKalita-g5k
    @SamarendraKalita-g5k 3 หลายเดือนก่อน

    Saroj sanman disu tekhotok nomoskar.
    Kintu tekhete sudha nohoi
    Karon amar hatot bastob ovigoyta ase ,multiple personality r oporoo an Satya ase janiboloi phon koribo moi samarendra kalita kamrup rangia ,dimu Dobok g p

  • @kumarsanjaysarmablog7023
    @kumarsanjaysarmablog7023 4 หลายเดือนก่อน

    Apuni agate marak tar pisat he janiba ki hay atmar aru aponar atmar lagat ki hay ba ki koriba.

  • @masterofff-fb7nj
    @masterofff-fb7nj หลายเดือนก่อน

    Jodi vut pret nathake tetiya hole jitu manuhe dekha pai hitu ki

  • @warrior473
    @warrior473 2 หลายเดือนก่อน

    Science poha ejon manuh hoi bhot r bisak. Kiba karon thakibo

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 4 หลายเดือนก่อน

    Congratulations for him

  • @PutulaGogoi
    @PutulaGogoi 3 หลายเดือนก่อน

    Helloo sar korno pikhs sadona r ata vidio diok e sadhona korar khomot ki ki ghotisel khebur diok tetne manhuor vidios bhutu ulaba apuni tewlukok r videos anibor e cenel tulioy adaorini jonalu dada aru agg barok e cenel tu videos episode bur khe karone koli baki apunar lukor khota

  • @kumarsanjaysarmablog7023
    @kumarsanjaysarmablog7023 4 หลายเดือนก่อน

    Bandhu bahut janiba logiya ase.Bidekhar pora machine aniba nalage.Amar rishi muni sakale r pora ji janiba setu he asal.

  • @AijanDevi-gt4ri
    @AijanDevi-gt4ri 4 หลายเดือนก่อน

    Aww....

  • @ritul2109
    @ritul2109 3 หลายเดือนก่อน

    মই ভুত নিযে পাইচো মোৰ লগত জোজিব লৈচিল ভুত আছে যিয়েই পাব হি গম পাব ভূত আছে নাই

  • @nabajitkonwar6184
    @nabajitkonwar6184 4 หลายเดือนก่อน

    Can i join your team

  • @yuvrajchoudhury4558
    @yuvrajchoudhury4558 4 หลายเดือนก่อน +1

    Horror music tu nidileo hoi sn

  • @hemantahaloi3090
    @hemantahaloi3090 4 หลายเดือนก่อน

    40:42 krrrishaanar nam lale nigetiv anarji nohowaa hoi jay

  • @lakhimonigogoi7317
    @lakhimonigogoi7317 4 หลายเดือนก่อน

    Sound kori bamboo vonga jeora vonga gulirdore sound kori doli Mora bamboot khunda Mora moi nijei paisu moi osoloi going saisu eku nai kihor sound aia ek any sakti ase buli moi driha biswasi holu ai bigyanor uprot karon moi paisu amar ekhon barit

  • @AmarjitGogoi-er6lx
    @AmarjitGogoi-er6lx 4 หลายเดือนก่อน

    Pratham vgat bhut nai buli koi asil hekht goi ase hol goi aku ata kothai clear k kobo nuwrile

  • @haxarika999
    @haxarika999 4 หลายเดือนก่อน +1

    Matrix

  • @CreativeMousumi
    @CreativeMousumi 8 วันที่ผ่านมา

    Manuh Janar kotha bur bhal loga nai miss Jen lagise

  • @kuladipmixer4061
    @kuladipmixer4061 4 หลายเดือนก่อน

    Qatar/Kuwait t o anekoi sil mare neki baru
    Money value kiman india aru Qatar r

  • @hrishikeshgoswami2815
    @hrishikeshgoswami2815 4 หลายเดือนก่อน

    বীৰা আছে মই নিজেই গম পাইছোঁ।।

    • @anupchiring5134
      @anupchiring5134 4 หลายเดือนก่อน

      Ki hoi mane asolote Bira 2

  • @SaurovBarhoi
    @SaurovBarhoi 2 หลายเดือนก่อน

    Hompuro vul . Nijor sokure dakha paisu ajoni swali . Ru mur bike ot o uthi jai

  • @YouTube_Axom11
    @YouTube_Axom11 4 หลายเดือนก่อน +2

    Be is not clear about his thoughts

    • @1mikon
      @1mikon 4 หลายเดือนก่อน +1

      অসমত অসম সাহিত্য সভাৰ কৰ্মচাৰী হ’লেই অসমীয়াত সাহিত্যিক নহয়। “ পেহীক খুজি আছিল “ বুলি নকয় । “পেহীক বিচাৰি আছিল” বুলি ক’ব।
      পেহীয়েকৰ চাগৈ Childhood traumatic experiences আছিল। সেইটোৰ কাৰনে multiple personalities ত ভুগিছিল।
      এই দুটাই খালি দেখোন ভয়েই খুৱাই থাকিলে। কি কৈছে এইবোৰ? “বতাহত নাকেমুখে ভূত সোমাব পাৰে ! “ কি যে যে কয়! চালে বেৰে কোবাই আছে।
      কৃষ্ণ! 🙏

  • @gautamnath1854
    @gautamnath1854 4 หลายเดือนก่อน +5

    Aapai Nojonake, Kotha Koi Fosigol Dada

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 4 หลายเดือนก่อน

    নতুন উপাৰ্জনৰ ৰাস্তা