নামতি প্ৰতিযোগিতাৰ মঞ্চত ওলালে এটা বৃহৎ হাতী _ আচৰিত দৃশ্য দেখালে এই ভাগ ভাওনাই |

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 มี.ค. 2023

ความคิดเห็น • 64

  • @babulalbhaiti345

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ

  • @user-rf6dx3tm1q
    @user-rf6dx3tm1q ปีที่แล้ว +1

    Krisna

  • @seujsaikia6565

    ৰুক্মিণীৰ সয়ম্বৰ প্ৰাণ ভৰি উপভোগ কৰিলোঁ । প্ৰভুৰ মহিমা মুগে যুগে, প্ৰভুৰ মহিমা নানা অৱতাৰে । সকলো ভাওৰীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ । সুন্দৰ অভিনয়ে আপ্লুত কৰিলে । এইয়াই প্ৰথম চালোঁ ৰুক্মিণীৰ সয়ম্বৰ । বহুত সুন্দৰ হৈছে । আগুৱাই যাওক তাকেই কামনা কৰিলোঁ ।

  • @sanahigogoi381

    সুন্দৰ ৰুক্মিণী দেৱীৰ অভিনয় বৰ ভাল লাগিলে আগলৈ আগুৱাই যাওঁক ভগৱানে সকলোকে কুশলে ৰাখক

  • @mamonidevi617

    Ati xundor xokolure abhinoy dhunia bhal lagil dhynobad

  • @bolinkhanikor8039

    Krishna krishna❤

  • @user-ui6jx7xm5p

    Mojiaever good

  • @RupaChutia-tj1nb

    সুন্দৰ পদৰ্শণ । সকলো ভাৱৰীয়ালৈকে মোৰআন্তৰিক শুভেচ্ছা থাকিল ।ভৱিষ্যতে আৰু আগবাঢ়ি যোৱা ।

  • @user-uy9kg8mw3d

    Krishna Krishna.

  • @bubulbora7331
    @bubulbora7331 ปีที่แล้ว +1

    Kisno hundor hoyse arguya jouwa hokolu love form Tamilnadu

  • @netramonikonchbhuyan4053

    KRISHNO 2 MOJA

  • @dipabhuyan3684

    দুলীয়াজানৰ পৰা বহুত ভাল লাগিলে ধন্যবাদ

  • @nripenbora2272
    @nripenbora2272 ปีที่แล้ว +2

    Oti hundor

  • @crazygamer4661

    সুন্দৰ অতি সুন্দৰ💕 অভিনয়❤❤

  • @mohendasvlogs8512

    সুন্দৰ হৈছে 🙏

  • @promilagogoi2326

    কৃষ্ণ কৃষ্ণ, ইমান সুন্দৰ অভিনয়, খুব ভাল লাগিল ভাওনা ভাগ ।

  • @rinagogoi1795
    @rinagogoi1795 ปีที่แล้ว +1

    Bahut bhal lagil param pita joy ahangka patan

  • @NilutpolSaikia-hg7yj

    ❤❤❤❤❤❤moja

  • @renukarayrenukaray1278
    @renukarayrenukaray1278 ปีที่แล้ว +1

    Shilpi xokolor avinoy ati xundor aru aguai jowa