বান-গৰাখহনীয়াৰ ‘ৰিপ’ৰ্টিং’ সাংসদ গৌৰৱৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2024
  • #graphiccontent
    ‘সাংবাদিক’ৰ ৰূপত সাংসদ গৌৰৱ গগৈ। বান-গৰাখহনীয়াৰ ‘ৰিপ’ৰ্টিং’ সাংসদ গৌৰৱৰ। বান-গৰাখহনীয়া ৰোধৰ বাবে কিমান টকা ব্যয় কৰিলে কেন্দ্ৰীয় চৰকাৰে? কেমেৰাৰ আগত বান-গৰাখহনীয়াক লৈ কি কি ক’লে ‘সাংবাদিক’ গৌৰৱ গগৈয়ে?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 27

  • @AdityaNarah-o8k
    @AdityaNarah-o8k 17 วันที่ผ่านมา +13

    Good

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs 17 วันที่ผ่านมา +8

    Good 👍 Gogoi sir 🙏

  • @fakaruddinahmed3785
    @fakaruddinahmed3785 17 วันที่ผ่านมา +12

    মাননীয় গৌৰব গগৈয়ে কোৱা কথাবোৰ সছা ।

  • @KoustavBoruah103
    @KoustavBoruah103 10 วันที่ผ่านมา

    মাননীয় গৌৰৱ গগৈৰ নিচিনা নেতা থকাৰ বাবে আজি প্ৰতিটো সমস্যাৰ যোৰহাটত সমাধান হৈছে । সেইকাৰণে গৌৰৱ গগৈ অসমৰ বাবে গৌৰৱ তেওঁৰ নিচিনা নেতা অসম t প্ৰয়োজন । মাননীয় গৌৰৱ গগৈক মোৰ ফালৰ পৰা কোটি কোটি প্ৰণাম জাছিলো । 🙏❤️

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 13 วันที่ผ่านมา

    গৌৰৱ গগৈ দেৱলৈ চেল্যুট জনালোঁ ৷

  • @ajjimili3961
    @ajjimili3961 17 วันที่ผ่านมา +4

    Good news ❤❤❤❤

  • @mahendradas1610
    @mahendradas1610 16 วันที่ผ่านมา +4

    ধুনীয়া । সাংবাদিকে নেদেখাটো গগৈ ডাঙৰীয়াই দেখাই দিছে ।

  • @hamidulali7436
    @hamidulali7436 17 วันที่ผ่านมา +6

    গৌৰব গগৈ জিনদাবাদ বিজেপি মোৰদা

  • @user-pv9sm5kx8x
    @user-pv9sm5kx8x 17 วันที่ผ่านมา +4

    good

  • @mantajali11
    @mantajali11 16 วันที่ผ่านมา +1

    We are with Gourav

  • @RajeshBiruah
    @RajeshBiruah 14 วันที่ผ่านมา

    Anakua neta pua tu luck lagibo.happy jurhat or jonota

  • @hare0435
    @hare0435 15 วันที่ผ่านมา

    ❤❤❤

  • @prandiphazaika1882
    @prandiphazaika1882 17 วันที่ผ่านมา +2

    Gaurav Gogoi jindabad

  • @bobitabhuyan3260
    @bobitabhuyan3260 15 วันที่ผ่านมา

    Good sir

  • @sarojgogoi2685
    @sarojgogoi2685 16 วันที่ผ่านมา

    Right

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k 17 วันที่ผ่านมา

    Why this news reporter is calling MP Gaurav Gogoi as a reporter ? It's his part of a duty to see the flood situation in Assam and take information from the affected people as a moral duty.

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 17 วันที่ผ่านมา +1

    Gaurav Gogoi zindabad

  • @mostafizurrahman9115
    @mostafizurrahman9115 13 วันที่ผ่านมา

    Love you sir ❤ congress Zindabad

  • @pgoswami5378
    @pgoswami5378 16 วันที่ผ่านมา

    কথাবাৰ্তাৰ ঢং, দম্ভ আৰু চৰ্দাৰী দেখোন একেই আছে,সেই ৩০৩খন
    আসন পোৱাৰ দৰে।কতা? দূৰ্বলতাতো নাই। মূল সহযোগী দল
    দুটাকো পৰোৱাই কৰা নাই। বিচৰামতে এই দুই দলক মন্ত্ৰীত্বও নিদিলে,অধ্যক্ষপদটিও নিদিলে।
    দুইটা দলকে কায়দাৰে কাবু কৰি
    লগত ৰাখি চলাই যাব ৰাজ।দুই দলে
    বিশেষ ৰাজ্যৰ মৰ্যদা খুজি খুজি ভাগৰি যাব,কিন্তু দিব যে আশা কম।
    এনেয়ে সময়বোৰ খেদি থাকিব,লগত কব্জা কৰি ৰাখিব,দপদপাই ৰাজত্ব চলাই যাব।
    ৰাইজে তাকেই যেন অনুধাৱন কৰি
    সৰ্বত্ৰ আলোচনা কৰি আছে।

  • @tapasmali813
    @tapasmali813 16 วันที่ผ่านมา

    Best MP

  • @hamidulali7436
    @hamidulali7436 17 วันที่ผ่านมา +1

    বিজেপি য়ে আমাক বহুত ঠগিলে আৰু ঠগিব নিদিও

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 17 วันที่ผ่านมา +2

    প্রধান মন্ত্রী অসমৰ গামুচাৰ মুলল দিবনে। বান পানীত কক বকাই থকা পেতট গামুচা বানধী থাকা বান পিৰিত ৰাইজক

    • @pgoswami5378
      @pgoswami5378 16 วันที่ผ่านมา

      অসমীয়া শব্দৰ বানান বোৰ শুদ্ধকৈ
      লিখিবলৈ চেষ্টা কৰিলে আগলৈ ভালদৰে শুদ্ধকৈ লিখিব পাৰিব।

  • @assamecomedy2275
    @assamecomedy2275 17 วันที่ผ่านมา +2

    গৌৰৱ গগৈ ,কংগ্ৰেছৰ দিনত কি কৰিছিল?কংগ্ৰেছৰ দিনত বানপানী হোৱা নাছিল নেকি?নগাঁও বানপানী হোৱাৰ এলেকাত কিয় বৰদলৈক দেখা নগল ?

  • @piyarashik2020
    @piyarashik2020 17 วันที่ผ่านมา +3

    Good

  • @user-wh4vw4sp9k
    @user-wh4vw4sp9k 17 วันที่ผ่านมา

    Good