Nadiyar baby kio test nkoruwakoi kobor disil.jodi khondeh asil test korabo lagisil.aru iman khoru new born baby ata ari thoi maak joni duty jai.tair olp Manu dukh loga nasilne...atiya baby2 mori jowat dukh lagise....kijani ba tai nijei gakhiror logot poison miholai thoi goisil..Shabbir khank rehai dibo lage...From Nalbari
মই আজি। ২৫ তাৰিখে চাই আছো নিউজটো । নাজানো এতিয়ালৈ ছোৱালীজনী জীৱিত আছে নে নাই কিন্তু বহুত বেয়া কথা হৈছে। আমাৰ ভাৰতীয় চৰকাৰে উপযুক্ত দায়ত্য পালন কৰিব লাগে। ছোৱালীজনী নিৰ্দোষী। আৰু এটা কথা কম আমাৰ অসমতো বহু কৰ্ম আছে। কিছু টকাৰ কাৰণে অচীন দেশলৈ নাযাব।
Nadiya, batsatur deadbody test nokorake, kaku dukhibo nuare. Nijey dukhi. Lorar ki hoise mak hisabe check korabo lagisil. Loratke duty big buli vabi ,duty absent nohol nadiay . so, lorak sabole time nohole. Gotike ghorr kam kora sualik dukhibo nuare. Kam kora sualihe,doctor nohoytu. Ghorr kam h kore . Tatey sualik bosabo pare, mejistreade. "Thanks to lord." From sibsager.
যুৱতী গৰাকী সোনকালে সুস্থ শৰীৰে ভাৰতলৈ ঘুৰি আহক ভগবান ৰ ওচৰত তাৰে কামনা কৰিলো
।ছোৱালীজনীক শিঘ্ৰে ন্যায় দিয়ক। ভিডিঅ টো চাই বহুত দুখ লাগিল ।ছোৱালীজনীৰ কোনো ভূল নাই।মই অসমৰ পৰা,কৈছো।।
Thank you so much
বহুত দুখ পালো ভাৰতীয় দৰিদ্ৰ পৰিয়ালৰ ছোৱালী জনীৰ জীৱনৰ বাবে প্ৰাৰ্থনা জনালো
হে ঈশ্বৰ ছোৱালীক ৰক্ষা কৰিব। আমাৰ দেশৰ সন্মান ৰাখিব
বৰ দুখ লগা কাহিনী ভগৱান তাইক সহায় কৰে যেন😢😢😢
ভাৰতৰ যুৱতী গৰাকী সুৰক্ষিত হৈ উভতি আহিব পাৰে,তাতেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো
ভাৰতৰ যুৱতী গৰাকী সুৰক্ষিত হৈ উভতি আহিব পাৰে,তাতেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো🙏
Salute you for your humanity heart
Ki prove ase apunar hatot
সত্যাৰ জয় স দায় হয় নিশ্চয় ন্যায় পাব
বৰ দুখ লগা ঘটনা ৷ বিষয়টোৰ ওপৰত ভাৰত চৰকাৰে ব্যৱস্থা লব লাগে ৷
ছোৱালী জনীৰে ন্যায় পাব তাই যদি প্ৰকৃততে কোনো অপৰাধ কৰা নাই তেন্তে ঈশ্বৰে তাইক নিচ্ছয় ৰক্ষ্যা কৰিব।
Thank you so much
ভাৰতীয় যুৱতী গৰাকি ঘুৰি অহাটো আমি আল্লাহৰ ওচৰত দোৱা কৰিছো। মহান আল্লাহ তাইক ৰক্ষা কৰক।
Thank you so much
Ameen 🤲
Aamin.
যুৱতী গৰাকী ভগৱানৰ কৃপাত ভাৰতলৈ ঘুৰি আহিব। প্রভুৰ চৰনত প্রাথনা।
Thank you so much
তাই সু-ৰক্ষিত হৈ ওভতি অহাৰ কামনা কৰিছো মনৰ পৰা । ঈশ্চৰে তাইক সহায় কৰক
Thank you so much
বেছেৰি ছোৱালী জনী ইমান বেয়াকৈ ফচিলে ইমান দুখ লাগিছে
Thank you so much
যুবতী গৰাকীক ফাঁচীৰ পৰা ৰেহাই দিয়ক ।
Tai উভতি আহক আমি সকলোৱে তাইৰ দিৰ্ঘায়ো কামনা কৰিলো।সৰ্বশক্তিমান ৰ ওচৰত কামনা কৰিলোঁ
Ummah ne chummah de diya 😂
মই দুৱা কৰোঁ যাতে ভাৰতৰ কৈন্যা ভাৰতলৈ উভতি আহে ধ্যানবাদ
Thank you so much
মাজুলীৰ পৰা।যদি দোষ। নহয় ভগৱানে সহায় কৰিব।তথাপি আমাৰ দেশৰ প্ৰধান মন্ত্ৰী য়ে সহায় কৰিব লাগে
Thank you so much
ইশ্চৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালেই ন্যায় পায় ভাৰতলৈ ঘূৰি আহে 😢😢🙏🙏
Thank you so much
ভাৰতীয় মহিলা গৰাকীক ফাচিৰ পৰা ৰেহাই দিয়ক 🙏
Thank you so much
ভগৱানে তাইক সহায় কৰক তাকেই কামনা কৰিছো🙏
Thank you so much
ভগবানে ছোৱালীজনীক বচালে হয় আৰু।
Thank you so much
Nadiyar baby kio test nkoruwakoi kobor disil.jodi khondeh asil test korabo lagisil.aru iman khoru new born baby ata ari thoi maak joni duty jai.tair olp Manu dukh loga nasilne...atiya baby2 mori jowat dukh lagise....kijani ba tai nijei gakhiror logot poison miholai thoi goisil..Shabbir khank rehai dibo lage...From Nalbari
Thank you so much
Thik koise Atiyau koribo pare dibrugarh t 8 months pasot koboror pora uliyai akou test korile
ভাৰতৰ , গৰীব পৰিয়ালৰ সেই যুৱতীয়ে যেন ন্যায় পায়........
মনস্তাত্বিক বিজ্ঞাণ সন্মত প্ৰমাণ অবিহনে ফাচি দিয়াটো অপৰাধ।
Thank you so much
ক্ষমা কৰিব লাগে। তাই আমাৰ ভনী। তাই ভাৰতৰে। ভাৰত মাতা কী জয়।
মই আজি। ২৫ তাৰিখে চাই আছো নিউজটো । নাজানো এতিয়ালৈ ছোৱালীজনী জীৱিত আছে নে নাই কিন্তু বহুত বেয়া কথা হৈছে। আমাৰ ভাৰতীয় চৰকাৰে উপযুক্ত দায়ত্য পালন কৰিব লাগে। ছোৱালীজনী নিৰ্দোষী। আৰু এটা কথা কম আমাৰ অসমতো বহু কৰ্ম আছে। কিছু টকাৰ কাৰণে অচীন দেশলৈ নাযাব।
Dukh lage O Dada !!!! Kotha khini huni😢.❤❤
Thank you
@@chitraranjannath6y
I am from assam She is not criminal God bless her
Praise the lord jai masih
যুৱতী গৰাকী ক ৰেহাই দিয়া আল্লাহ
Thank you so much
ভগৱানক প্ৰাৰ্থনা কৰিছো যুৱতী গৰাকীয়ে যাতে ন্যায় পায়,হে ভগবান নিৰ্দোষী ছোৱালী জনীক ৰক্ষা কৰা,
Justice for innocent Indian girl
Thank you so much
ভাৰতীয় যুৱতী গৰাকী ফাচিঁৰ পৰা ৰেহাই পাবই লাগিব। যদিহে তাই নিদোষী হয়, তেন্তে তাইক মুক্তি দিয়ক। হে ভগৱান ভাৰতীয় যুৱতী গৰাকীক তুমি বচোয়া। কৃষ্ণ কৃষ্ণ।
মৃত সন্তান টিক পোস্ট মৰ্তেম কৰিব লাগিছিল। এই টো সম্পূৰ্ণ অয়্নায় হৈছে। আমাৰ চৰকাৰে বচোৱাৰ বেৱস্থা কৰক।
Thank you so much
দুখীয়া দৰিদ্ৰ ছোৱালীজনীক আল্লাই ৰক্ষা কৰক আমিন ।
দুখীয়া ছোৱালী জনীক কোনো প্ৰমাণ নোপোৱাকৈ মাৰি নে পেলাব । মানৱতাৰ ফালৰ পৰা অনুৰোধ জনালোঁ ।
Thank you so much
ভাৰত চৰকাৰে কি কৰিব আছে।কাৰণ ভাৰতত দুখীয়া মানুহৰ মূল,,,, নাই নেকি।।
Eman khahaj katha nahoi g beleg dekhot bharat sarkere tat jai kiba kariboloi@@DipikaMedhi-t8n
ভগৱানে ৰক্ষা কৰিব ।
জয় শ্ৰী ৰাম 🙏🙏🙏
Thank you so much
সত্যৰ সদায় জয়, ভগৱানে তাইক চকুমেলি চাব নিশ্বয়👃👃👃
ছোৱালী জনীয়ে সুবিছাৰ পাব লাগে ।তাৰে ভগৱন্তৰ ওচৰত কামনা কৰীলো ।🎉
ভাৰত চৰকাৰে উচিত পদক্ষেপ লবৰ বাবে অনুৰোধ জনালো🙏 লগতে দুখীয়া মহিলা জনীৰ দীৰ্ঘায়ু কামনা কৰিলো। 😭🙋♂️
ভাৰত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
Justice must be maintained for this girl. The court should proceed thoroughly.
সচাঁই ফাঁচীৰ পৰা ৰেহাই দিয়ক🙏
যুৱতীগৰাকী ফাঢিদিয়াৰআগতেউঢিত তদন্ত কৰা উঢীতআছিল
Thank you so much
উচিত তদন্ত কৰক, যদি সঁচাকৈয়ে তাই দোষী নহয় ভগৱানে নিশ্চয় ৰক্ষা কৰিব।ভাৰত চৰকাৰলৈও অনুৰোধ জনালোঁ 🙏
ভাৰতিয় জুৱতি গৰাকি ক ফাচি পৰা বচাব বুলি ভগবানক কামনা
কৰিলো॥
হে ভগৱান ছোৱালীজনীক ৰক্ষা কৰা
Nadiya, batsatur deadbody test nokorake, kaku dukhibo nuare. Nijey dukhi. Lorar ki hoise mak hisabe check korabo lagisil. Loratke duty big buli vabi ,duty absent nohol nadiay . so, lorak sabole time nohole. Gotike ghorr kam kora sualik dukhibo nuare. Kam kora sualihe,doctor nohoytu. Ghorr kam h kore . Tatey sualik bosabo pare, mejistreade. "Thanks to lord." From sibsager.
আপুনি ঠিকেই কৈছে
@@chitraranjannath Suali jonik bosy ghort pothy diok sir. Ty dukhia, niddukhi. Apus koraok. Uport ajone dekhi asetu.
😊
😊😊😊😊
chabbirak bhagabane rakkha karak
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা সত্য তথ্যটো ওলাই আহক।
ভগৱান ছোৱালীজনীৰ সহায় হওঁক।তাই বাচি যাওঁক।
আজিৰ পৃথিৱীত দুৰ্বলজনৰ ওঁপৰত বল প্ৰয়োগ কৰিয়েই কিছুমানে স্বাৰ্থ সিদ্ধি কৰি আছে । ভাৰত চৰকাৰে কিবা ব্যৱস্থা কৰি দুৰ্ভগীয়া ছোৱালীগৰাকিক উদ্ধাৰ কৰিলে দৰিদ্ৰ পৰিয়ালটিয়ে সহায় পালেহেঁতেন ।
আমি সত্য পক্ষে দিয় দিম । ভয় -ভাবুকিৰে নিৰ্দোখীক দূখি সজাই ফাঁছি দিয়াতো এক অপৰাধ । শুদ্ধ ন্যায়ৰ আশা কৰিলো 🙏।
বৰ্তমান যুগত সত্য কোনো ঠাইতেই নাই !!!
উপযুক্ত প্রমাণ নোপোৱা কৈ ইমান ডাঙৰ শাসিত হব পাৰেনে? কিয় আইনে এনেকুৱা কৰিব নালাগে। ছোৱালীজনীক শাস্তি ৰ পৰা ৰেহাই দিয়ক।
We want justice for the girl.GOI should take necessary step.
Thank you so much
ভাৰতীয় ছোৱালী জনিক জীয়াই থাকিবলৈ দিয়ক মাক দেউতাকৰ মুখলৈ চাই।
ছোৱালীজনিক,ভগৱানে,ৰক্ষা,কৰক🎉
সত্যৰ সদায় জয়।
ভগৱানে
সহায় কৰক
আল্লাহর কাছে প্রার্থনা করি মেয়ে টাকে যেন রক্ষা করে।
ভাৰতীয যুৱতী গৰাকীৰ জীৱন ৰক্ষা কৰে যেন 😢
ভাৰত চৰকাৰে যুৱতী গৰাকীক সহায় কৰিব লাগে।
Justice for Indian girl
Thank you so much
Mumbair pora Sai aso, vall lage apunar content burr.kotha kwr style brr bahut vall.
I am from Arunachal.Please relieve Nadiya as she is not related any crime.God save her
Thank you so much
আল্লাহ তায়ালা কাছে দোয়া করি যেন এই বোন টা কে ফাঁশি থেকে রক্ষা করুন। আমিন 😭🤲
We want justice for the Indian girl, God bless her!
ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো ।
প্ৰকৃতিক দুৰ্যোগ হৈ দুবাই ধ্বংস হব লাগে
তাইক আল্লাহৰ ৰহম নাজিল হক
Thank you so much
তাই গাত দুখ নাই ফাঢি নিদিব ভৰতলৈ ঘুৰাই পথাৱক ❤
ফাচি নিদিব উচিত বিচাৰ কৰিব লাগিব চৰকাৰে
Thank you so much
Jurhatr pora sai asu...jodi নিৰ্দোষী ভগবানে সহায় কৰিব
ওচৰৰ পুথি খলিহনা দুৰৰ ৰৌ বৰালিতকৈ বহু ভাল। অসমত বা ভাৰতত ঘৰুৱা কাম বন কৰা মহিলাৰ অভাৱ।বিদেশলৈ যাবৈ নালাগিছিল। দালাল চক্ৰই নি এনেদৰে বহু মহিলা বিক্ৰি কৰি আছে।শুনি দুখ পালো আল্লাহৰ ওচৰত দোৱা মাগিছো 🤲🤲🤲যাতে মৃত্যুৰ পৰা ৰেহাই পাওক।
From। -- jorhat Assam
বৰ দুখ লগা ঘটনা
সুৰক্ষিত হৈ আহক 😢😢😢
🙏🏻🙏🏿🙏🏿
আল্লাহ এই ছোৱালী জনীক ৰক্ষা কৰক
ফাঁচি পৰা ৰেহাই পাবলৈ ভগৱানৰ ,ওচৰত মিনতি কৰিছো
ছোৱালী জনীয়ে নিয়েই পাব লাগে অসমৰ পৰা
Sowali joniye sage ghor khan solai ase.., sowali jonir maak bapakor fale sai rehai diyok.., bohut duh lagil video to sai.., rehai diyok..,
Praise the lord jai masih
ভগৱান সহায় হওক ।ছোৱালী জনী য়ে ন্যায় পাব লাগে।
From Charaideo (Assam) God bless her ❤
ভারতীয় নির্দুসী মহিলা গোরাকিয়ে যেন ন্যায় পাই অরু নিজ দেশলই যেন ঘুড়ি আহিব পারে ভগবানর উসরত তারেই প্রার্থনা জনালো।
Pusmortan nokorake kenekoi kobo pre suwalijoni dukhi nohoi we want justice
মই অসমৰ পৰা কৈছো, ভাৰতীয় নিৰ্দোষি ছোৱালী জনীয়ে যাতে সোনকালে ন্যায় পায়
যদি অপৰাধ কৰা নাই তেতিয়া হ'লে যুৱতী গৰাকী য়ে ন্যায় পাওক
ভগৱানে সহায় কৰিব 🙏
যুৱতীৰ গৰাকীক ফাঁচিৰ পৰা ৰেহাই দিয়ক
ভগৱানৰ ওপৰতে ভৰষা
May God bless her and safely return to home country 🙏🙏🙏
সত্য সদায়ে জয় ।
Good bless her
Ok
Justice for Sabbir khan 🙏🙏
শিশুটিৰ সম্পূৰ্ণ পৰীক্ষণ নকৰাকে কেতিয়াও ফাঁচী হ'ব নোৱাৰে। এইটো আবু ধাবি প্ৰশাসনৰ ভুল ঘোষণা।
ভগৱানে ছোৱালী জনীক বছার বুলি আশাৰে বাত ছাই রলো যদিহে তেওৰ গাত দোষ নাই
মুছলমান লোকসকলৰ হিন্দুৰ প্ৰতি থকা ঘূণা ভাবলৈ চাই যি হয় হওক,তেওঁলোকৰ ধৰ্মৰ মতে প্ৰথম হল ধৰ্ম,,,,
ঘৃণা অকল তোমাৰ ভিতৰতহে আছে। Just wash your brain..and love people
এনেকুৱা কথা কোৱা উচিত হোৱা নাই। আমি সকলো একেই মানুহ। আমাৰ ধৰ্মহে বেলেগ।
প্ৰথমে মুছলমানক,মিয়াক ভালেই পাইছিলো,এতিয়া ঘূণা কৰো,কাৰণ মুছলমানৰেই এডভোকেট মহিলা নাজিয়া ইলাহী খানে লা ইল্লালা মহম্মদ ৰচুলউল্লাহৰ ভিতৰুৱা বহু কথা মিডিয়াত খুলাখুলিকৈ কৈ দিছে,,,আৰু নাথ উপাধিৰ গৰাকীক কওঁ,তোমালোক মিলি থাকিবই লাগিব,,,নহলে উপায় নাই,,,দোষ তোমাৰ নহয়,তোমাৰ পূৰ্ব পুৰুষৰ,চাবা যাতে তোমাৰ ঘৈণী,ভন্তীয়ে স্বইচ্ছাই হলে একো নাই ,জোৰজুলমকৈ বেগম উপাধি গ্ৰহণ কৰিব লগা নহয়....
Hope ,almighty surely help her
আজি 24 তাৰিখ পিছত কি হল দাদা 🙏🙏🙏
তাইক ৰেহাই দিব লাগে।যিহেতু,তাই কৰাটোক মাৰিছে ,তাৰ কোনো প্ৰমাণ নাই।ভয়ৰ ভাবুকি দি তাইক নাদিয়াই ফচাইছে।soo তাইক ফাঁচি দিব নালাগে।মই অসমৰ পৰা কৈছোঁ।
ঢকুৱাখনাৰ পৰা চাই আছো ছোৱালী জনীয়ে ৰেহাইপাওক
May Allah protect this sister