দশ অৱতাৰ || Dasha Avatar|| Madhurima Saikia ||2024|| Assamese Folk Song
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- #horinam #lokogeet #devotionalsongs #assamese This is a Assamese folksong... কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক দেৱলৈ সশ্ৰদ্ধ প্ৰণাম
Singer - Madhurima Saikia
lyrics - Rameshwar pathak
tune - Rameshwar pathak
music - Nayan moni Boruah
Tabla/ Dholok - Maina percussionist Bordoloi
flute - Durgeswar Borah
Studio - Make Music, Teok
video - Ranjit dey
video Location - Studio Rythm
cover Design - Abhinandan Kon war
Facebook link of Madhurima Saikia
www.facebook.c...
God bless you Bhagawan
Thank you
অন্য এটা অমৃততুল্য গীত। অতুলনীয় কন্ঠ। তেখেতৰ গীতবোৰ কেৱল শ্ৰুতিমধুৰেই নহয় অসমীয়া জাতীয় জীৱনলৈও অনবদ্য অৱদান। তদুপৰি অসূয়া-অপ্ৰীতিৰে ভৰি পৰা আমাৰ সমাজখনলৈ শান্তি প্ৰতিষ্ঠাৰ হেতু ভগৱদ ভক্তিৰ ঢল বোৱাই অনাতো কন্ঠশিল্পীগৰাকীৰ প্ৰচেষ্টা সফল হৈছে। অনাগত দিনবোৰতো এনেকুৱা ভাল কামবোৰ হৈ থাকক, অসমবাসীয়ে এনেকুৱা মধুৰ গীতৰ সোৱাদ লৈ থাকিবলৈ পাওক আৰু কন্ঠশিল্পী গৰাকী কেৱল অসমতেই নহওক সৰ্ব ভাৰতীয় পৰ্যায়ত উজ্জ্বলি উঠক। আমাৰ আন্তৰিক শুভকামনা সদায় থাকিব 🎉❤
Thank you so much
বহুবাৰ শুনিলো, কি মধূৰ কন্ঠ, শুনিয়ে থাকিব মন যায়, আগবাঢ়ি যোৱা,
ভাৰতৰ সেনাৰ ফালৰ পৰা বহু মৰম জনালোঁ
Bahut dinr opekha🎉❤❤
Baa apunar ayi vakti mulak gane bure moon anondore bhori pore apunar mongal houk baa Krishna
প্রবিত্র ভাদ মাহত এটি সুন্দৰ গীত আগবঢ়ালে। মাধুৰীমা বালৈ বহুত বহুত ধন্যবাদ জনালো। ❤❤🎉🎉
Thank you so much
Bor bhal lagil.
Gaantu huni Bahut vaal lagil. Bhawane mangal karak 🙏❤️❤️❤️❤️❤️❤️
Thank you so much
..অত্যন্ত সুখী হলো,,, মধুৰ কন্ঠৰে দশাৱতাৰ লোক সৃষ্টি আগবঢ়াই দিয়াৰ বাবে।
অন্ত কোণৰ পৰা হিয়াভৰা শুভেচ্ছাৰে
Thank you so much
Òķ òķ
Krishno Ram 🕉
Krishno
একক , অনন্য আৰু অদ্বিতীয় কণ্ঠ 🙏🙏🙏 এক উজ্জ্বল ভৱিষ্যতৰ কামনাৰে❤️❤️❤️
Thank you so much
congratulations for your folk song, saikia go forward .After Rameswr pathk and Pranita Baishya ,Sunddar 👌
Thank U so much
সুন্দৰ , মন ভৰি যায়।।
সঁচাকৈ বহুত বহুত সুন্দৰ কন্ঠ। অন্তৰ চুই গল। সেৱা জনালো। 🙏🙏🙏
Thank you so much
❤❤❤Jai.maa.tumar.shree.soronot.amar.kuti.kuti.pranam.maa.❤❤❤.
Krishna
Bahut bhal lagil.
Thank you so much
Congratulations Madhu...bor dhuniya gaisa
Thank you so much baideu
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
সুন্দৰ অতি সুন্দৰ হৈছে সু মধুৰ কণ্ঠ ❤❤❤
Thank you
সুন্দৰ অতি সুন্দৰ কণ্ঠ ❤
অতি সুন্দৰ সুৰ
Thank you
ইমান ধুনীয়া গীত এটি আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ।🧿❤️🩹আৰু বহুত ধুনীয়া হৈছে গীতটি।💗🎀 বহুত বহুত বহুত মৰম নুমলিগড় ৰ পৰা♥️🫶......Lord Krishna always bless youhhh 💕✨..
Thank you so much
পৱিত্ৰ ভাদ মাহৰ পহিলাতে তোমাৰ দৰদি কণ্ঠৰ লোকগীতৰ উপহাৰ __
বৰ ভাল লাগিল সঁচাকৈয়ে
।🙏🙏❤️ @মাধুৰীমা শইকীয়া
Thank you so much
Bohut dhunia gaisa baa apunar geet huni mon tu bohut val lage aguyai jua baa❤
Thank you so much
Waahhh ❤ imn dhuniya kontho . Sunile suni thakibo mon Jai tumar jadukori kontho , bhale thaka Tumi
Thank you so much
ইমান সুমধুৰ সুৰৰ কণ্ঠ, সঁচাই ছাই বহুত বহুত ভাল লাগিল।
Thank you
Krishna krishna❤
Krishna
❤❤wah nice Madhurima baa🎉🎉❤😊😊😊
Thank you
Bht bht dhunia Bhakti Geet upohar aii Prabitra Bhado mahot🙏🙏🙂
Thank you so much
@@madhurimasaikia wcm. Bhakti geet anke upohar di jbo 🙏🙂
Uff jui baa🔥🔥🔥
Thank you so much
ভাদ মাহৰ এই পবিত্ৰ সময়ত আপোনাৰ এটি হৃদয় চুই যোৱা গীত আমাৰ নিচিনা ভক্ত প্ৰাণ শ্ৰোতাক উপহাৰ দিয়া বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল 👃❤️❤️❤️
Thank you so much
ভাল লাগিল
Thank you
ভাদ মাহৰ উপহাৰ ... ধুনীয়া হৈছে Madhurima Ba❤
Thank you
পুৱা দিনটোৰ আৰম্ভণিতে, গধূলি ধূপ- বন্তি জ্বলোৱা সময়ত আৰু নিশা শোৱাৰ সময়ত আপোনাৰ এনে মধুময় ভক্তিমূলক গীতৰ মাজেৰে প্ৰশান্তি লাভ কৰোঁ। পুনৰ এটি নতুন গীত উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।কৃত্ৰিম সমাজত হেৰাই যাব খোজা দিশ এটি আপুনি প্ৰাণৱন্ত কৰি তুলিছে। সেয়া মহৎ কাম।ঈশ্বৰে আপোনাক কুশলে ৰাখক।
অশেষ ধন্যবাদ জনালোঁ
Very nice both the song and voice. Almighty God is great ! Today's precious moment of Lord Krishan Janmasthami, I have heard this song , I think I am lucky enough to get the spiritual touch through this song. I have a special respect for you. God bless you, Baidew. Almighty God is great !
Thank you so much...happy Janamastami
অতি মনোমোহা কণ্ঠ তোমাৰ বা, তাতে গীতটি তোমাৰ কণ্ঠৰ লগত খাপ খাই পৰিছে। পবিত্ৰ ভাদ মাহত শ্ৰোতাৰ বাবে ইমান সুন্দৰ উপহাৰ দিয়াৰ বাবে অলেখ ধন্যবাদ জনাইছোঁ। আগুৱাই যোৱা বা।❤
Thank you so much
Favorite as always❤
Thank you
কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ
❤❤ বহুত মৰম তোমাৰলৈ, তোমাৰ এসময়ৰ কষ্ট বোৰ দেখিছো মাধুৰীমা, ভালে থাকা...
Thank you so much
সঁচাকৈ কৈছোঁ,, তোমাৰ গানত বাবে বহুত অপেক্ষা কৰোঁ,, দি থাকিবা *বাজনী* সুন্দৰ কষ্ট আগুৱাই যোৱা ❤️❤️❤️❤️ love from Hyderabad 📌
Thank You
Bhal lagil bhut enekua bhaktimulok geet hunile hasakoi montu pabrita jen lage
Thank you so much
ৰাতিপুৱাৰ পৰা কেইবাবাৰো শুনিলো। উফ ...কিবা এটা যাদু আছে আপোনাৰ কণ্ঠত বা।
Love From Narayanpur
Thank you so much
মজা বা। কি কম কবলৈ ভাষা নাই💐💐💐💐❤❤❤❤❤
Thank you so much
Bright future, good
Thank you
বহুত ধুনীয়া বা ❤❤ ঈশ্বৰে আৰু আগুৱাই নিয়ক বহুদূৰ❤️❤️
Thank you so much
সঁচাই মাধুৰিমা বাৰ গীত বোৰ শুনি বহুত লাগে ❤❤ from মাজুলী
Thank you so much
Krishna krishna
Krishna
Emn dhunia lagise khosakee mon mukdho hoi goise...moiu lookgeet gao mur bhut favourite aibur geet...
Thank you so much
কৃষ্ণ কৃষ্ণ
কৃষ্ণ
❤❤❤❤❤❤❤❤❤❤❤@@madhurimasaikia
Oh dear eman dhuniya voice❤😘, love you 😍❤️😘 vale thaka 🤗❤❤❤❤
Thank you so much
Bohu dinor antor murot aji ahisa nice voice keep up it love you always day ❤❤❤
Thank you so much
Mind blowing singing. God bless you.
Thank you
কৃষ্ণ কৃষ্ণ🙏🙏🥰🥰
কৃষ্ণ
Vl lagil huni aru agbahi juwa sister ❤❤
Thank you sister
ইমান ধুনীয়া❤❤ তোমাৰ কণ্ঠত যাদু আছে বা।
Thank you so much dear
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ
Ratipuai aapunar geet tu xuni montu bohut val lagi gol. aru aagbarhi jauk.
Thank you so much
Krishna ❤
Krishna
Dhuniya♥️
Thank you so much
Majoni tumar gantu anabarat suni thakibaloi man jai. Bahut bhal lage.
Thank you so much
Bor dhunia voice dei 🙌
Thank you so much
বহুত ধুনীয়া গাইছে বাইদেউ❤ আপোনাৰ কণ্ঠটো বহুত ধুনীয়া💕
Thank you so much
Khub Hundar,Dahawabatar Rup Bhagawanor,Dhanyabad,M,Saikia
Thank you so much
আপোনাৰ গীতবোৰ বহুত ভাল লাগে। ভগৱানে সদায় মংগল কৰক।
Thank You so much
বহুত সুন্দৰ গীত এটি আগবঢ়ালে, বহুত বহুত ধন্যবাদ আপোনালৈ,আৰু আগবাঢ়ি যাওঁক
Thank you
Sundor hoice 🙏🙏
Thank you so much
Melodious baa❤️
Thank you
কৃষ্ণ ❤🙏🙏
কৃষ্ণ
Bhut dhuniya voice ❤❤❤
Thank you so much
অতি সুন্দৰ ❤️ ❤
Thank you
সুন্দৰ হৈছে মাধুৰীমা। সুন্দৰ গীত উপহাৰ দি যোৱা বাবে ধন্যবাদ।
Thank you so much
Sundor ba 😊 Krishna
Thank you
সুন্দৰ মধুৰিমা বা ❤
Thank you
বহুত ধুনীয়া সুৰ। ভবিষ্যত উজ্জ্বল কামনা কৰিলো❤❤❤
ধন্যবাদ জনালোঁ
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি চং দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয় জয় শ্ৰী কৃষ্ণ নৰায়ণ জয় শ্ৰী হৰি Ram হৰি কৃষ্ণ ৰাম নাৰায়ান💯🔥🌷🙏💥🌺🙋🤷👌👍🌲🔥🕉️🙏
কৃষ্ণ
Bohut deen rolu....obosesot. Ako notun ataa palu.....❤
Thank you so much
Dhunia♥️🥰
Thank you so much
Excellent.......
Thank you so much
অতি সুন্দৰ কণ্ঠ ও পৰিবেশন । ধন্যবাদ--
Thank you so much
কৃষ্ণ,,কৃষ্ণ,,
কৃষ্ণ
সুন্দৰ কণ্ঠ আগুৱাই যা🥰🥰
Thank you so much
বৰ সুন্দৰ।❤
Thank you
অতি সুন্দৰ
শুনিলে শুনি থাকিবলৈ মন যায়
God Bless You
Thank you
খুব ভাল লাগিল শুনি বা❤
Thank you so much
So sweet, nice voice but always remind your past and very very congratulations for your future career.❤❤
Thank you so much
অতি সুন্দৰ!!
Thank you
Bor dhunia hoise ❤
Thank you so much brother
বহুত সুন্দৰ ❤❤❤। তোমাৰ গীত ৰ ভক্তিৰস অতুলনীয়। শুনি শুনি হেঁপাহ নপলাই❤।তোমালৈ বহুত বহুত শুভ কামনা ....❤ । ধন্যবাদ
ধন্যবাদ জনালোঁ
Shri krishna
Krishna
বহুত ভাল লাগিল
Thank you
ইমান সুন্দৰ কন্ঠ তোমাৰ কবলৈ ভাষা নাই ।❤❤❤❤
Thank you
Bahut bahut bahut val lagise gaantu
Thank you
KRISHNA❤❤
Thank you
Thanks for recollect evergreen tunes of LT Rameswar pathak sir
Thank you so much
Khundor kontho....agoloi enekua vokti mulok khunibole pai jam buli akha thakil...aguai jua aru
Thank you
Thank you
অতি সুন্দৰ... মাধুৰীমা বা।❤❤❤
Thank you so much
বহুত ধুনীয়া @Madhurima Saikia বা❤
Thank you so much dear
খুব সুন্দৰ ভক্তি মূলক গীত। অনুপম 🙏
Thank you so much
সুন্দৰ ..🎉❤❤😊
Thank you so much
Tomar geetor sur aru kantha bahut bhal lage. God Bless you...
Thank you so much
সুন্দৰ হৈছে বা।
Thank you so much
অতি সুন্দৰ জয় কৃষ্ণ🕉️ ভালে থাকা তুমি 💞 ভাল ভাল ভক্তি গীতবোৰ উপহাৰ দিয়া বাবে ধন্যবাদ❤️লাভ ফম মৰিগাঁও🤘
Thank you so much
সুন্দৰ হৈছে❤ বা👌
Thank you so much
সুন্দৰ কণ্ঠ বা আগুৱাই যোৱা😊😊😊😊😊❤
Thank you so much
Baa Aaponar kantha t su drir ha nistha ban bhakti Atut birajman ase, Pranam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thank you so much