ৰাতি নৌপুৱাওঁতেই কংসই মাৰিব॥ O mure Basadhan॥Madhurima Saikia॥ Assamese Folk Song
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- This is a Assamese Folk Song
Singer- Madhurima Saikia
lyrica And Tune - Traditional
Music - Nayanmoni Boruah
Tabla/ Dholak - Maina Percussionist Bordoloi
Dotara- Mukut Molia
Flute - Bitopan konwar
Studio- Make Music
Video- Rajat Mahate, Abhijit Deka
video location - Studio Rhythm, Mariani
বৃন্দাবনে বনে অ'...
বহু বাৰ শুনিছোঁ।
গীতটোৰ প্ৰতি এটা বেলেগ নিচা হ'ল মোৰ।
আজি এই ভাগ শুনি আৰু আপোন পাহৰা হলো।
আপোনাৰ কণ্ঠত ইমান সুন্দৰ মাদকতা বাহ ... অতি সুন্দৰ।
আমাৰ নগাঁও জিলাৰ নেকি আপুনি?
Thank You so much...mor ghor Jorhat
@@madhurimasaikiajorhat kot hoi
অতি সুন্দৰ উপস্থাপন লোকগীত ভক্তি ভৰা বৰ ভাল লাগিছে আন্তৰিক শুভেচ্ছা জনালোঁ শুভ আবেলি কৃষ্ণ ❤🎉🥰🌷🌹
অত্যন্ত ৰূপহী কণ্ঠশিল্পী । মন মুহি নিয়া মধুৰ কণ্ঠৰ অধিকাৰী । খুৱেই সুন্দৰ কামৰূপী লোকগীত । প্ৰভূ ভগৱন্তৰ নাম গুণেৰে অপূৰ্ব্ব কথাংশ । সুৰও মন ভক্তি ৰসেৰে পৰিপূৰ্ণ কৰিৱ পৰা । সংগীতৰ মাজত উকৃষ্ট অভিনয়ো সংলগ্ন হৈছেঁ । উপভোগ কৰি সূখী হ'লো । ৰূপহী মাধূৰীমা শইকীয়ালৈ হিয়া ভৰা অভিনন্দন ও শুভেচ্ছাঁ জ্ঞাপন কৰিলোঁ মন চুই যোৱাঁ অপূৰ্ব্ব লোকগীত উপহাৰ দিয়া বাবে । আকৌ আশাঁ কৰিলোঁ শুনিৱলৈ নতুন গীতৰ মাজেৰে ।❤
Thank you so much
বহুত সুন্দৰ। আপোনাৰ কণ্ঠত ভক্তি ৰসে বৰ বেলেগ ধৰণে প্ৰাণ পাই উঠে।
Thank You
সু মধুৰ গায়কী।শাৰীৰিক প্ৰকাশ ভংগী পৰিমাৰ্জিত ।শুভেচ্ছা জনালোঁ।
Thank you
অতি সুন্দৰ উপস্থাপন কৰিছে লোকগীত ভক্তি ভৰা বৰ ভাল লাগিছে আন্তৰিক শুভেচ্ছা জনালোঁ শুভ আবেলি কৃষ্ণ
Thank you
মোৰ পিয় মাধুৰীমা তোমাৰ লোকগীত শুনি বৰ ভাল লাগে।সদায় শুনি বলৈ মন যাই। তোমাৰ পতি মোৰ ধন্যবাদ থাকিল। আৰু মৰম থাকিল
Thank you
ধুনীয়া গাইছে বা🎉
Thank You so much
Bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut val lage apunar lukogeet bur huni. Pwa aru gadhuli nitou apunar geet hunu hosakoi apurbo kontho apunar.. bhagowane aru agwai niyok tare pathona🙏❤️❤️❤️❤️❤️❤️
Thank You so much
❤❤❤❤❤❤
বহুত বহুত সুন্দৰ ❤
আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ❤
Thank you so much
আপোনাৰ এই ভক্তিমূলক গীত বোৰ, মোৰ দেউতাই ইমান পায়, লগতে আমিও বহুত ভাল পাওঁ। বাইদেউ আপোনাৰ লৈ এতাই অনুৰোধ থাকিল, যে আৰু এনেকুৱা গীত বোৰ আপোনাৰ শুৱলা কন্ঠ ৰে অতি সোনকালে আমাৰ মাজত পুনৰ আহিব বুলি আশা থাকিল, ধন্যবাদ ❤ #২০২৪
Thank you so much
বহুত ধুনীয়া কণ্ঠ , সুমধুৰ অতি ভাল লাগিল।
Thank you
বহুত সুন্দৰ বহুত সুন্দৰ তোমাৰ লোকগীত আৰু মনোমোহা কণ্ঠ। মই প্ৰতি পলে পলে শুনি থাকো তোমাৰ কণ্ঠৰ প্ৰতিটো গীত। অতিকৈ ভাল লাগে মোৰ তোমাৰ গীতৰ video বোৰ । ইমান যে মনোমোহা বহুত ভাল লাগে। আগলৈও যেন এনেদৰে চাবলৈ পাওঁ তাৰ আশাৰে ....তোমালৈ বহুত বহুত ধন্যবাদ।।❤❤❤🙏🙏🙏
Thank You so much
ok
Bohut dhunia gan dei hosakoi.
Thank you so much
বহুত ধুনীয়া হৈছে। কণ্ঠটো বহুত ভাল। thanks. Go ahead.
ধন্যবাদ
Dhuniya dei❤
Thank you so much
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা।
Thank you
Thank you
Xundoi
Thank you so much
কৃষ্ণৰ ৰাস মহোৎসৱৰ সময়তে এই সু মধুৰ লোকগীতটি শুনিবলৈ পায় অন্তৰত কৃষ্ণ প্ৰেম ভক্তিয়ে বহুত বহুত আনন্দ অনুভৱ কৰিলো!!!
Thank You so much
Bhut dhuniya lagil dei
Thank You
Heart touching song with your heart touching voice❤️🩹💫💐...Tumak ketiyaba log puwa hole🤧💗.... Krishna bless you✨🎀
Nissoi log pam..thank you
Bohut bohut dhunia krishna krishna
Krishna
কৃষ্ণ কৃষ্ণ
Thank you
ইমানেই ভাল লাগিল শুনি কবলৈ ভাষা নাই । এই গীত টিকে 5 দিন ধৰি একে লগে শুনিলো । দিন টো একেৰাহে এই গীত তিকে শুনি থাকো । আৰু শুনিম আমনি নলগালৈকে হুনিয়ে থাকিম।
আন্তৰিক ধন্যবাদ জনাইছোঁ
বহুত সুন্দৰ কন্ঠ ❤❤
Thank you
ধুনীয়া লাগিছে 😍😍😍
Thank you so much
বহুত বহুত ভাল লাগিছে বাইদেউ
Thank You
বৰ সুন্দৰ!❤️
Thank you so much
আপোনাৰ কণ্ঠত লোকগীতবোৰ শুনি অন্তৰ জুৰ পৰি যায়। বহুত বহুত আশীৰ্বাদ থাকিল আৰু আগবাঢ়ি গৈ থাকা -->>-->>
আন্তৰিক ধন্যবাদ জনাইছোঁ
Dhuniya xundor..
Thank you
বহুত সুন্দৰ গীত কৃষ্ণ কৃষ্ণ❤❤❤❤
বহুত সুন্দৰ হৈছে । সচাকৈ ৰাসৰ বতৰত বহুত ভাল লাগিল শুনি
Thank You
অতি মনোমোহা, অপূৰ্ব, অন্তৰ চুই গ'ল, God's Blessings be always with you,
Thank You
So so suit your voice and also the song...go ahead...
Thank you so much
বৰ মিঠা হৈছে ৷
Thank U
Bahut dhuniya kontho.......... Ujjal bhabishyat kamona krilu
Thank you so much
তোমাৰ কন্ঠত প্ৰাণ পোৱা এনে গীতসমূহে আমাক ভক্তি ৰাজ্যলৈ লৈ যায় সখী।। আগুৱাই গৈ থকা এনেদৰে। আমাক এনেদৰেই গীতৰ উপহাৰ দি যোৱা।।❤❤।
Thank You so much bondhu
ba ai geet tu rati puwa huni bohut vhal lage okol rati puwai nohoi sobote vhal lage juii gaise apuni aru vhal hobo . Love from majuli rangachahi missing
Thank you
মাধুৰিমা বাৰ বাবে সকলোৱে Like এটা এটা দি যাবা ❤ নহলে কৃষ্ণই দুখ কৰিব.
So Sweet
Eman hundor kontha koboloi bhakha nai...❤❤❤
Thank You
ইমান সুন্দৰ গাইছে আপোনাৰ গীতবোৰ মই শুনো বহুত ভাল লাগে ।
Thank You so much
❤Nice ba ❤
👍👌
Thank you
বহুত বহুত বহুত ভাল লাগিলে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
Thank You
❤
@@madhurimasaikia
Q
Bhaskar Barman 😊😊
@@madhurimasaikia
Montu bhall lagi jay .Thanks❤
Dhuniya sister
Thank You
বহুত আবেগিক হৈ গলো ।। বহুত ভাল লাগিছে বা।।।।।❤❤❤❤❤❤❤❤❤❤
Thank You
অতি সুন্দৰ হৈছে।শুনি থাকিবৰে মন যায়🙏❤️
সুমধুৰ কণ্ঠ, ধন্যবাদ থাকিল।🙏🙏🙏
Thank You
Madhurima Isware tumak adhik arshibad karak. Tumi xadaie ata natun geet gai shunuwaba .tumar geete mor antarar gravitation bahi goise.xeyeh moi xadaye tumar geet shunibaloi bisari thaku .God bless you.
Thank You
You have an amazing voice❤️
Thank You
Welcome to Nabadeep Tent & Sound Sunjuli Lakhimpur Assam.Dhuniya sound . ultimate madhurima .
Thank you
ধূনীয়া ,বৰ ভাল লাগিল গীত শুনি ।
ধন্যবাদ
Bahut val lagil
Thank You
Tumar.bhaktimulak.lukagetbur.khuni.thakeleu.mur.hepah.napalai.eman.hundar.guaa.tumi.krishnai.kirpa.karak.
Thank You
Mb@@madhurimasaikia
Tumar maat tu eman sweet ❤❤
মাধুৰীমা তোমাৰ লোক গীত বোৰ অতি সুন্দৰ কৃষ্ণকৃষ্ণ ধন্যবাদ
Thank you so much
I love your voice ❤❤
Thank You
ইমান সুমধুৰ কণ্ঠত আমাক আপ্লুত কৰি।তোলে ঈশ্বৰ ভক্তিত,,,,,
Thank you
Bidyadhar Das is God , God is Bidyadhar Das
বহুত বহুত ধুনীয়া হৈছে। ইমান সুমধুৰ সুৰৰ কণ্ঠ নিগৰাইছে।
Thank you so much
Bidyadhar Das is Lord Krishna, Lord Krishna is Bidyadhar Das
Always fond of your voice Madhurima baa...seems like you are made for our soulful devotional folk songs...such a gem❤❤ composition of this background music is excellent in its own place..but it fails to convey justification to the essence of the song demands...it would be great and apt if the music would have been created keeping in mind the tragic touch it demanded...
Thank you so much
মাধুৰীমা ,Krishna . তোমাক ঈশ্বৰে কিপা কৰক..ধুনিয়া কন্ঠ...
Thank you
Ati sundar aru sunar ashare....... 🙏
Thank you
হৃদয় চুই যায় আপোনাৰ গীতে।
Thank you so much
So sweet voice Madhurima ..May God bless you
Thank you
Bahut val lagil
Thank You
অতি সুন্দৰ।
মন প্ৰাণ চুই যোৱা।
ভাল লাগিল।
নতুন নতুন ভক্তি ৰসৰ গীত উপহাৰ দি যাওক।🎉
Thank you
Always waiting for your spiritual songs ❤❤❤
Keep it,, love from Lakhimpur ❤❤
Thank You
Baa tumar ai vaktimulok geet ti dintut ebar nuxunile sn val e nalage....tumr kontho xsakoie Bor dhuniya..
Thank You
Bohut dhunia hoise👏🏼😄
Thank You
সচাকৈ গানটো বহুত ধুনীয়া লাগিছে আৰু তোমাৰ কণ্ঠও বহুত মিঠা
আগুৱাই যোৱা শুভেচ্ছা থাকিল
Thank You so much
Very sweet song Majoni.
Thank you
অতি সুন্দৰ কন্ঠ ৷ আপোনাৰ পৰা আৰু সুন্দৰ সুন্দৰ লোকগীত শুনিবলৈ পাম বুলি আশা কৰিলোঁ ৷
Thank you
মজা বা
Thank You
সু মধুৰ কণ্ঠ, ৰাতি পুৱা আপোনাৰ লোকগীত বোৰ শুনি বহুতে ভাল লাগে। শুভেচ্ছা জনালোঁ, আগলৈকে যেন এনেদৰে অসমীয়া লোসাহিত্যৰ চৰ্চা তথা লোকগীত বোৰ আপোনাৰ পৰা আমি শুনিব পাৰোঁ।❤
Thank you so much
বৰ সুন্দৰ হৈছে । কিন্ত আৰু বাকী কেইটা অৱতাৰ শুনিবলৈ পোৱা হলে সুখী হলোহেতেন
Thank you so much
Thank you so much
সুন্দৰ হৈছে বা ৷
Thank You
Oti hundor
Thank You
ইমান ধুনীয়া কণ্ঠ আৰু ইমান মৰম লগা ছেহেৰা চাই থাকিলে চাই থাকিবৰ মন যায়
Thank you so much
বহুত ধুনীয়া লাগিছে। শুভেচ্ছা থাকিল আগবাঢ়ি যোৱা।
Thank you
Apunar geet bur khuni khuni mon pran vori goise 🙏🙏🙏bohut dur aaguwai jauk🙏🙏🙏
Thank You
@@madhurimasaikia welcome 🙏
ইমান সুন্দৰ কণ্ঠ আৰু সুৰ ,হিয়া-মন জুৰ পৰি যায় ❤️❤️❤️❤️
Thank U
অতি সুন্দৰ কন্ঠ ভগৱানক প্ৰাথনা জনালোঁ ভগবানে কুশলে ৰাখক
Val lagil ba huni ❤️
Thank You
Vll lagil madhurima baa
Thank You
buhut hundor❤❤❤❤❤❤❤❤❤❤Madurima bhonti❤❤❤❤❤❤❤
Thank you
❤❤
Bor Hundor hoise 🙏
Thank you
Bohut val lagche baa
Thank You
ধুনীয়া ❤❤ভাল লাগিল দেই❤
ধন্যবাদ!
Thank You
তুমি আগুৱাই যোৱা। আমাক উপহাৰ দি যাবা এনেদৰে। বৰ ধুনীয়া তোমাৰ কণ্ঠ। অলেখ শুভেচ্ছা আৰু মৰম তোমালৈ। শুনি আছোঁ। আগলৈও শুনি থাকিম।
Thank You so much
Bahut val lagel god bless you
Thank You
Apurbo xundor,baideu..
Thank You
Bohut val lagise gan tu Krishna ❤
Hundor...kontho🙏🙏🙏🙏👌👌👌
Thank you
নাম নামে হাৰ নাম নামে হাৰ নাম নামে পৰি আছে জগতৰ উধাৰ । এই কলি যুগত আপোনাৰ পৰা এনে ধৰনৰ লোকগীত শুনিবলৈ মই ভাবো আমাৰ ভাগ্য লাগিব । আপোনাৰ পতিটু লোকগীতে মোৰ মন পান মোহি পেলালে । আপোনাৰ পৰা আৰু নতুন নতুন লোকগীত শুনিবলৈ আশাৰে বাট চাই থাকিম কৃষ্ণ ।
Thank You
Jai shree radhey shyam 🙏🏻🙏🏻 bahut bahut hi sundar 🥀💯🌷🌻👌
Thank You so much
২ মাহৰ পিছত আকো এটা আপোনাৰ কন্ঠত শুনিবলৈ পায় বহুত ভাল লাগিল 🫶 বা ❤️ মই দৰঙৰ ছিপাঝাৰৰ পৰা শুনি আছো 🤗🫶
Thank You so much
Bahut bhal lagil
Thank you
সুন্দৰ সুন্দৰ
Thank You
Bht mrm lge ba apunak❤❤❤
Thank you so much
Good morning ba bht hundor lgile dei tmr dre ba ajni Mur thka hle 😢😢 miss kru ba bula bs2 ru ag bahi jua ba
Moi asu nohoi..vale thaka