ডাঙৰ খবৰ।অৱেষত পৰেশ বৰুৱা ফোন সাংবাদিকলৈ।দিলে ডাঙৰ ভৱিষ্যতবাণী।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024

ความคิดเห็น • 48

  • @surendrasurendra6163
    @surendrasurendra6163 25 วันที่ผ่านมา +17

    পৰেশ বৰুৱাই যুক্তি সহকাৰে ১০০'/. সঁচা কথাবোৰ কৈছে। পৰেশ বৰুৱাক অসমৰ ভুমি পুত্ৰ সকলে অন্তৰ পৰা ভাল পাই। মই পৰেশ বৰুৱা সু স্বাস্থ্য আৰু দীৰ্ঘ আয়ুস কামনাৰ কৰিলো জয় আই অসম।

  • @prabitachutia448
    @prabitachutia448 25 วันที่ผ่านมา +23

    কথাখিনি সম্পূৰ্ণভাৱে শুনি নোলোৱাকৈ এংকৰ জনে মাজত বিধি পথালি দিয়াৰ কাৰণ নুবুজিলো

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 25 วันที่ผ่านมา +2

    মাননীয় পৰেশ মহাশয়ে হিমন্তক কি ভাৱে লৈছে স্পষ্টকৈ ক'বনে?

  • @akhilgoswami1140
    @akhilgoswami1140 25 วันที่ผ่านมา +2

    Right Ms.p .baruha. Long live.....

  • @user-fe9yi5sp9b
    @user-fe9yi5sp9b 25 วันที่ผ่านมา +3

    আমাৰ অসমীয়াৰ মাজতে আজিও কেইতামান বদন জিয়াই আছে

  • @SantanaNeog
    @SantanaNeog 25 วันที่ผ่านมา +3

    Ulfa zindabad

  • @dilipbharali6131
    @dilipbharali6131 21 วันที่ผ่านมา

    From Dibrugarh .

  • @ArupSonowal-r7h
    @ArupSonowal-r7h 25 วันที่ผ่านมา +6

    Good ..P B Sir

  • @asomiaasom6008
    @asomiaasom6008 25 วันที่ผ่านมา +17

    গৰু সাংবাদিকটোৱে পৰেশ অসমক কথা কোৱাত বাধা দি আছে কিয় ?গৰুটোৱে আলফাৰ বক্তব্য প্ৰকাশ কৰাত কিয় বাধা দিছে ?

  • @samironkonwar1545
    @samironkonwar1545 24 วันที่ผ่านมา

    মানৱ সমাজৰ পৰা মানৱতা হেৰাই গল।

  • @hndekari8011
    @hndekari8011 25 วันที่ผ่านมา +2

    পৰেশ বৰুৱাৰ দৃষ্টিভংগীৰ সৈতে অসমৰ জাতীয়তাবাদী সংগঠনসমূহ একমত হয় নে ? সাৰ্বভৌমত্ব অসম নহ'লেও অসমৰ থলগিৰিৰ অৰ্থনৈতিক, ৰাজনৈতিক তথা সামাজিক অধিকাৰৰ বিষয়বোৰত দেখোন প্ৰভেদ নাই । অথচ, অসমৰ মানুহ বিবেকবিহীন হৈ আজি মানসিকভাৱে ভাগ ভাগ হৈছে আৰু এই বিভাজনৰ পূৰ্ণ সুযোগ লৈ আহিছে ভাৰত চৰকাৰে ।
    হেৰ' অসমীয়া! শুনিছ নে নাই???

  • @mintubharali3092
    @mintubharali3092 25 วันที่ผ่านมา +2

    Good news

  • @Eve-d2e
    @Eve-d2e 25 วันที่ผ่านมา +1

    পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত‌‌‌, ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু সন্মান সহকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ কৈছে, এই মুখ্যমন্ত্ৰী কেইগৰাকীয়ে তেওঁলোকৰ নেগুৰত ধৰি চোঁচৰাব পৰা নাই। তুমি thumbnailত কেৱল হিমন্ত বিশ্বকে উপস্থাপন কৰিলা যে? অসমীয়া মানুহবোৰে অসমীয়া ভাষা নুবুজে বুলি ভাবা নে ৰাজনৈতিক আওভাও নাজানে বুলি ধৰি লোৱা?

  • @rinagogoi2821
    @rinagogoi2821 25 วันที่ผ่านมา +1

    From ,Tezpur .

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 25 วันที่ผ่านมา +1

    Good

  • @hussaindiluwar3452
    @hussaindiluwar3452 25 วันที่ผ่านมา +2

    CM sahabe axom khanak 50 basar pisoloi theli dise... akal hindu muslim hindu muslim koorai tekhetor mul kam, axomor jua 10 ta bosorot ki development korile, AGP ye 10 basar, bjp ye 10 basar , kunu development korile, akal hindu muslim , hindu muslim ... tar bahire aru kam nai, akal loonthon korise

  • @mainatalukdar1372
    @mainatalukdar1372 25 วันที่ผ่านมา

    Right 👍

  • @anupbarua9284
    @anupbarua9284 25 วันที่ผ่านมา +3

    দুয়ুটা পক্ষই দূৰত্ব কমাই অনাটোহে সকলোৰে বাবে মঙ্গল।

  • @KrishnaDas-oq3wf
    @KrishnaDas-oq3wf 24 วันที่ผ่านมา

    বিপৰিত পাৰ্টি থকাটো উচিত তেতিয়া শাশক সকল অলপ নিয়মৰ বাহিৰত যাব নোৱাৰে কিন্তু আলোচনা কৰি কি এনে মীমাংসা কৰে যে যোৱা10/15বছৰে যেনেকৈ কোনো বোমা নাম নাছিল আহিথকা 10/15 বছৰলৈ আকৌ এনেধৰণৰ আৰু নহবলৈ চুক্তি কৰিব এইটো কি চুক্তি কৰিব জানিলে ভাল আছিল

  • @bharartidoley9044
    @bharartidoley9044 25 วันที่ผ่านมา

    Kokai ye val kotah koise❤

  • @muzammilhaque5064
    @muzammilhaque5064 23 วันที่ผ่านมา

    বিলাসীপাৰা, ধুবুৰী

  • @koranalisheikh2757
    @koranalisheikh2757 25 วันที่ผ่านมา

    Goalpara❤❤😅😅

  • @hemantasarma1220
    @hemantasarma1220 24 วันที่ผ่านมา

    Vale kotha kole

  • @JodinTasar
    @JodinTasar 25 วันที่ผ่านมา

    Looking from jonai

  • @ArupSonowal-r7h
    @ArupSonowal-r7h 25 วันที่ผ่านมา

    From Chabua

  • @mainulhaque1998
    @mainulhaque1998 25 วันที่ผ่านมา

    Anakoi indepandent pabo jano,CM a sandha khua Bali tal napala.apunalock state khanok ki karibo bishare.bhabi saok.

  • @kantaborah1964
    @kantaborah1964 25 วันที่ผ่านมา

    মই তেজপুৰৰ পিঠাখোৱাৰ পৰা চাই আছো ।

  • @BikromKuwor
    @BikromKuwor 25 วันที่ผ่านมา

    তামিল নাডুৰ পৰা চাইছো আৰু পাম বুলি আশা থাকিল

  • @DigantaKonwar-ku4om
    @DigantaKonwar-ku4om 25 วันที่ผ่านมา

    HABI MAJOT THAKI DEKH SADHIN KORIBO NUWARE

  • @Tired524
    @Tired524 25 วันที่ผ่านมา

    Kiba din palon kora tu dangor kotha nohoi. Apuni paharot lukai nirdex jari kori thakile kunu kaam nohoi.
    Bhoyamoloi nami aahi nijor domot kisu oxomor employment or babe policy bonai kaam tu xompurno kio nokore. Kiba korilehe manuhor aastha barhibo apunalokor uporot.etiya already bohu xomoi gusi goise . Eibur bacchar khel eri xonmukha xonmukhi ke kaam kori dekhuwauk.

  • @nandachutia4364
    @nandachutia4364 25 วันที่ผ่านมา

    Dhemaji er para sai assu

  • @user-rr8su1ft4n
    @user-rr8su1ft4n 25 วันที่ผ่านมา +1

    Bongaigaon district কৰ পৰা ছাই আছোঁ

  • @binabora5025
    @binabora5025 25 วันที่ผ่านมา

    S

  • @kaiplgogoi1346
    @kaiplgogoi1346 25 วันที่ผ่านมา +1

    Gomari,pora

  • @jaganathswargiary963
    @jaganathswargiary963 25 วันที่ผ่านมา

    Hlo P Da ground ot ahog?

  • @KusumChutia-if3ob
    @KusumChutia-if3ob 25 วันที่ผ่านมา

    From Moran চৰাইদেউ

  • @DigantaKonwar-ku4om
    @DigantaKonwar-ku4om 25 วันที่ผ่านมา

    DEKH

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kv 25 วันที่ผ่านมา

    কাকপথাৰ পৰা

  • @debenhandique9958
    @debenhandique9958 25 วันที่ผ่านมา

    মই মৰাণৰ

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef 25 วันที่ผ่านมา

    Faltu news bor keo de thaka Kam ni ar

  • @basantaborgohain5372
    @basantaborgohain5372 25 วันที่ผ่านมา

    একো ফালিব নোৱাৰা তহতি।