'মই পুলিচ, কেৰেপ নকৰো। মই পি.টিমেই'
ฝัง
- เผยแพร่เมื่อ 6 ก.ค. 2024
- 'মই পুলিচ, কেৰেপ নকৰো। মই পি.টিমেই'।পুনৰ অসম আৰক্ষীৰ গুণ্ডাগিৰি। দক্ষিণ শালমাৰাত অসম আৰক্ষী জোৱান জহিৰুল ইছলামৰ তাণ্ডৱ
#nbnews #nbnewsdigital #AssamPolice
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
এইবোৰে পোছাক জোৰক দাগ লগাই ভাল পাই অ
অসমৰ এটা অপ্ৰয়োজনীয় চৰকাৰী বিভাগ হৈছে এই আৰক্ষী বিভাগ টো, সকলো কিন্তু নেতা মন্ত্ৰী দালাল ভৰি চেলেকি থাকে মাত্ৰ সাধাৰণ মানুহৰ ওপৰত লেবেল আৰু সক্ষমতা অপব্যৱহাৰৰ 👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾😡😡😡😡😡😡
সেইজন আমাৰ গৃহ মন্ত্ৰীৰ খুলালিয়েক হয়
** এই বিলাক ব্যক্তিক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হওঁক |
** গৃহবিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত |
পুলিচ মানে কি নাজানে নেকি? শান্তি প্ৰতিষ্ঠা কৰাৰ ঠাইত অশান্তি আনিলে। কেনেকৈ চাকৰি পালে বা
ইয়াৰ বাবে দায়ী মূখ্য মন্ত্ৰী নিজে। কাৰণ পূৰ্বতে অধিক পাউৰ দিছিল
Job dismiss kori dibo lage
Sakori juwatu finish
কিবা এটা হৈছে নহ'লে এনেই পিটিবনে
Baksa distik tpr kori diyok
That's why, it's required to establish " District Police Accountability Commission" in every district for the greater interest of the Public. Presently, illegal activities by law enforcing personnel has been more frequently observed and concerned authoritiies has failed to control this.
✊✊✊✊✊✊✊✊✊
পাব্লিককে দৰি ঠাণ্ডা কৰি দিবো লাগে
সেই পুলিচটোৱে POLICE শব্দৰ অৰ্থ কি, তাকে নাজানে। তাক ৰাইজে ধৰি-বান্ধি তাৰ পোচাক যোৰ খুলি জুইত পুৰি পেলাব লাগে। তাৰ ভৰি এটা ভাঙি পেলাব লাগে আৰু ৮ ঘণ্টা ৰাজপথত কাণত ধৰি আঁঠু কাঢ়ি থাকিবলৈ দিব লাগে ।
good
Bhal manuhor hotot pora nai....
এয়া বিজেপিৰ চৰকাৰ ????????
Aitu dalal 👉police👮
Suspension kori de enei baal police down hoi jabo...
তয় কেই দিন পোছাকৰ গৰম দেখোৱাবি।😡
Assam police go back public k pitib
Tak dhori sorat patere kobaok
Policetu bikhekh homprodayor aadhipotyo
Police hoi baiyake koi bht vl lge no aikaita police nhole thtr aku km nhoi laj nlage