পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰীত্ব পোৱাত কিয় বেয়া পাইছে গৌৰৱ গগৈয়ে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰীত্ব পোৱাত কিয় বেয়া পাইছে গৌৰৱ গগৈয়ে? 'গৌৰৱ গগৈয়ো এগৰাকী আহোম মইয়ো এগৰাকী আহোম'। প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনক উপদলপতিৰ পদ এৰি নিদিলে কিয় গৌৰৱ গগৈয়ে? গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
    #nbnews #nbnewsdigital #GauravGogoi #PabitraMargherita #Congress
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 76

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f หลายเดือนก่อน +3

    গৌৰৱ গগৈ অসমৰ সম্পদ হয় ৷

  • @inglishvlogs1015
    @inglishvlogs1015 หลายเดือนก่อน +14

    গৌৰবৰ লগত আপোনাৰ একো তুলনা নহয়,

  • @satyadas1230
    @satyadas1230 หลายเดือนก่อน +11

    কাৰন আপুনি মন্ত্ৰীত্ব যোগ্য নহয়

  • @user-ly5ek8gx8u
    @user-ly5ek8gx8u หลายเดือนก่อน +14

    আপোনী যোগ্য নহয়।আপুনী নিৰ্বাচন খেলি এবাৰ জিকি দেখাওক ডাঙৰিয়া।

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน

      প্রথমে কংগ্রেসৰ জয়ৰাম ৰমেশক যিকোনো প্রত্যক্ষ নিৰ্বাচন ত বিজয়ী কৰি আনক। লোকসভা লৈকে আনক। তাৰ পিছত প্রবিত্র মাৰ্ঘেৰিটাৰ দ্বায়িত্ব বিজেপিয়ে লব। আৰু এটা কথা জয়ৰাম ৰমেশে এতিয়া লৈকে কেইবাৰ ইলেকচন খেলিছে আৰু কেইবাৰ লোকসভা লৈ নিৰ্বাচিত হৈ আহিছে ৰাজহুৱা কৰক।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 หลายเดือนก่อน +9

    এজন কেন্দিয় মন্ত্ৰীৰ মূখত এইবোৰ বাজে কথা শোভা নাপায়।

  • @lakhikrchintey5693
    @lakhikrchintey5693 หลายเดือนก่อน +7

    মাৰ্ঘেৰিটা ডাঙৰীয়া তোমাক বেয়াপাবলয়ো তোমাৰ লগত তোলনাও নহয়

  • @user-br3do2yv9c
    @user-br3do2yv9c หลายเดือนก่อน +2

    গৌৰৱ গগৈৰ আপুনি কেয়া আঙুলিৰ সমানো নহয়

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho หลายเดือนก่อน +4

    বেয়া লাগিবয় আপুনি ৰাইজৰ ভোট লৈ জয়ী নোহোৱা এজন

  • @balighatnazira4250
    @balighatnazira4250 หลายเดือนก่อน +2

    আপোনাৰ কথা কোনেও শুনিব নিবিচাৰে।পিযুজ আৰু জয়ন্তৰ দৰে ভাবে জনসাধাৰণে আপোনাক। এবাৰ নিৰ্বাচনত জিকি দেখাৱক।

  • @jadavgogoi944
    @jadavgogoi944 หลายเดือนก่อน +8

    এওঁ মন্ত্ৰীত্ব পোৱাত গৌৰৱ কৰিব লগা কি ডাল আছে? মাৰ্ঘেৰিটা বুলি উপাধি আহোমৰ আছে বুলি কেতিয়াও শুনাই নাই।

  • @rituparnasaikia1701
    @rituparnasaikia1701 หลายเดือนก่อน +4

    এটা সুস্থ আন্তঃ গাঠনি থকা ৰাজনৈতিক পৰিয়ালৰ পৰা অহা নেতা আৰু "পাৱত গজা" হথাৎ প্ৰেটিয়ৎ হোৱা নেতাৰ মাজত বহুত প্ৰাৰ্থক্য থাকে!

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน

      পেৰাচুট লেণ্ডিঙ কৰাজনৰ লগত দিন ৰাতি একাকাৰ কৰি খাতি থকা বিলাকৰ লগত প্রাথকয় ও কওক।

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp หลายเดือนก่อน +5

    Apuni gaurav Gogoi r logot tulna nohoi baba

  • @dipakgogoi5084
    @dipakgogoi5084 หลายเดือนก่อน +9

    আপুনিহে গৌৰৱ গগৈক বাৰে বাৰে কতাক্ষ কৰি আহিছে গৌৰৱ গগৈযে আপোনাৰ বিপক্ষে কিয় নকব। আপোনাক জনসাধাৰণে আহোম বুলি নাভাৱে কাৰণ আপনি আহোমৰ পৰিচয় দিবলৈ লাজ কৰি মাৰ্ঘেৰিটা লিখিছে।

    • @manujdutta3243
      @manujdutta3243 หลายเดือนก่อน +2

      গৌৰৱ গগৈয়ে ১০ বছৰত কৰা দুটা কামৰ নমুনা দিয়কচোন ?

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 หลายเดือนก่อน +2

      তুমি মন্ত্ৰী হোৱা বাবে গৌৰৱ গগৈয়ে কিয় গৌৰৱ কৰিব লাগে।কি ফালিবা তুমি?

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​@@manujdutta3243এনে প্ৰশ্ন হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই অৱতাৰণা কৰে। চৰকাৰে নকৰিলে কোনে কৰিব । কংগ্ৰেছে ইমান দিনে দি অহা বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য মোদীয়ে কৰ্তন কৰে। তেনে ধৰণৰ বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য পাবলৈ নীতিশ, চন্দ্ৰ বাবুযে পাবলৈ পাগল হৈছে। হিমন্ত বিশ্ব যদি ইমান শক্তিশালী কিয় মোদীৰ বিপক্ষে প্ৰতিবাদ কৰিব নোৱাৰিলে। আগতে অসম চৰকাৰে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে প্ৰতি বছৰে ১৩/১৪ হাজাৰ কোটি টকা প্ৰতি বছৰে পৰিকল্পনাৰ নামত পায় আহিছিল । সেই টকাৰেই অসমৰ সামগ্ৰীক উন্নয়ন হৈছিল। মোদীয়ে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য কৰ্তন কৰাৰ ফলত কেন্দ্ৰৰ পৰা উন্নয়নৰ নামত এটকাও নোপোৱা হল। এই পুঁজি নোপোৱাৰ ফলত বিজেপি চৰকাৰ অসমলৈ আহি প্ৰথম চাৰি বছৰ অসমৰ অৱস্থা এনেকুৱা তথৈবচ
      হল যে ৰাস্তা এটা মেৰামতি কৰিবলৈও অসম চৰকাৰ পুঁজি নাছিল। তাৰ পাছত তেতিয়াৰ বিত্ত মন্ত্ৰী হিমন্ত 39‌হাজাৰ কোটি ঋণ লৈ সেই টকাৰে গাওঁযে গাঁওযে ব্লক দিয়া ৰাস্তা আৰু হিতাধিকাৰি সৃষ্টি কৰিবলৈ একাউণ্টে একাউণ্টে টকা ভৰেলে বিজেপি চৰকাৰে। তেতিয়াৰ পৰা কেন্দ্ৰ চৰকাৰে পুঁজিৰ অবিহনে কেয়ল ঋণ লৈয়ে অসম চৰকাৰ চলায় আছে। এতিয়া অসমৰ ঋণ হলগৈ ১ লাখ ৫০ হাজাৰ কোটি। এতিয়া সৃদ টকা দিওতেই ৰাজহৰ সমূদাই টকা শেষ হয়।অসমৰ অৱস্থা এনেকুৱা তথৈবচ হৈছে যে ঋণৰ সূদ দিবলৈ ঋণ লব লগীয়া হৈছে আৰু সকলো দৰমহা ঋণৰ টকাৰে দিব লগীয়া হৈছে । অসমত কেবালাখো চৰকাৰী চাকৰি খালি থকাৰ পাছতো টকাৰ অভাৱত হিমন্ত বিশ্বই মাত্ৰ এক লাখ চাকৰিহে দিয়াৰ কথা কৈছে। কাৰণ নতুনকৈ নিযুক্তি দিলে দৰমহা ঋণ লৈয়ে দিব লাগিব। বিজেপি চৰকাৰে কি কৰি পেলালে অসমৰ অৱস্থা। এইবোৰ কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই বুজি নাপায়।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      এটা সাধাৰণ মনুহেও জানে যে চৰকাৰেহে সকলো উন্নয়ন মূলক কাম কৰে। বিজেপি চৰকাৰে অসমক শেষ কৰি পেলালে।

    • @junaliseducationchannel3463
      @junaliseducationchannel3463 หลายเดือนก่อน

      7​@@manujdutta3243 g gogoi❤

  • @baikunthabarman2623
    @baikunthabarman2623 หลายเดือนก่อน +2

    যোৰহাটত গৌৰৱ গগৈ জিকাত আপুনি ভাল পাইছে নে বেয়া পাইছে সেইটো স্পষ্ট কৰা ভাল ।

  • @paramakathar8333
    @paramakathar8333 หลายเดือนก่อน +5

    You are not eligible minister.

  • @Manash.player.official
    @Manash.player.official หลายเดือนก่อน +1

    Pabitra Margherita zinda bad jay shree ram

  • @assamvlogs90
    @assamvlogs90 หลายเดือนก่อน +1

    Apuni ward member kheli 1st jiki ahok

  • @everythingisgood9472
    @everythingisgood9472 หลายเดือนก่อน +1

    Gaurav gogoi jindabaad

  • @AbdulKadir-q8i
    @AbdulKadir-q8i หลายเดือนก่อน +4

    নিজৰ নামত গগৈ নাম বাদ জনে কি কৰিব

  • @nirugohain3692
    @nirugohain3692 หลายเดือนก่อน

    গৌৰৱে তোমাৰ নিচিনা সৰু সৰু কথাৰ লাগি নাথাকে।

  • @mohandaimari.mohandaimari.4867
    @mohandaimari.mohandaimari.4867 หลายเดือนก่อน +3

    Gourob gogoi ajon Indiate oppsite partyr bikhyat Famouse MP . Jukty hohokare kotha kobo pare .

  • @NikhilMandal-yn2hu
    @NikhilMandal-yn2hu หลายเดือนก่อน +1

    Apuni elecation kheli neta houa nai

  • @assamvlogs90
    @assamvlogs90 หลายเดือนก่อน +1

    Apunak kune ahom buli koi.ahum manuhor title Margherita thake nki

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j หลายเดือนก่อน +1

    গৌৰৱৰ লগত মাৰ্ঘেৰিটাৰ কোনটো এংগোলৰ পৰা তুলন হয় ?গৌৰৱক ৰাইজে সাংসদ বনাইছে আৰু নিজৰ যোগ্যতাৰ বলত সদনত উপ-দলপতি পাইছে তাৰ বিপৰীতে পবিত্ৰই ব্যক্তিগত ভাবে কাৰোবাৰ ভৰি মালিচ কৰি মন্ত্ৰীত্ব লৈছে এনেকুৱা পদবীৰ কি মূল্য আছে !?

  • @dipakgogoi5084
    @dipakgogoi5084 หลายเดือนก่อน +16

    আপুনি গৌৰৱ গগৈৰ নোম এডালৰ সনোনো নহয়।

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq หลายเดือนก่อน +1

      Hoi gourav bapek cm asil
      Pabitra bapek saru mnh na

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​​@@RUPJYOTIKALITA-ez8fqতাৰ পিছত কি হল । তেওঁ তৰুণ গগৈৰ কাৰণে গৌৰৱ কৰিব পাৰে । তেওঁ নিকা ভাৱ মূৰ্তিৰ বাবে। তৰুণ গগৈয়ে পুত্ৰ বাবে এটুকুৰা মাটিও কিনি যোৱা নাই। ১৯৭২ চনতে সজোৱা ঘৰটোৰ বাদে এটুকুৰা মাটিও নাই পুত্ৰ , পত্নীৰ বাবে। হিমন্ত দৰে পুঁজিপতি লৈ ৰূপান্তৰিত কৰা নাই পৰিয়ালক। এই বিলাক কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই কয়।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​​@@RUPJYOTIKALITA-ez8fqআপোনালোকৰ দৰে মই কোনো দলৰ মানুহ নহয়। কিন্তু বিজেপি দলৰ আইটি চেলে । যদি বিজেপি ইমানেই ভাল কাম কৰিছে মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কিয় বাৰে বাৰে মোৰ মেচেজ ডিলিট কৰে।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน +2

      আপোনাৰ প্ৰশ্নৰ উত্তৰ দিলে দেখোন লাগে লগে ডিলিট হৈ যায়। হেই বাবে সংক্ষেপে লিখিছোঁ। গৌৰৱ গগৈ এতিয়া অসমৰ গৌৰৱ। তেওঁৰ দেউতাক CM আছিল যদিও তেওঁ দুৰ্নীতিৰে পৰিয়ালৰ বাবে সম্পত্তি গুটোৱ নাছিল। ১৯৭২ চনতে সজোৱা ঘৰটোৰ বাদে এটুকুৰা মাটিও কিনিব নোৱাৰিলে। তেওঁৰ দেউতাকে ঋণ লোৱা টকাৰ কমিচলে বাগান কিনা নাছিল, ৰিছট সজোৱা নাই , ইন্টাৰনেচেল স্কুল খোলা নাই, বেচৰকাৰী হস্পিটেল খোলা নাই , tv channel খোলা নাই।

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq หลายเดือนก่อน +1

      @@dipakgogoi5084 2001 pora 2016
      Tarun gogoi cm hoi..
      Delhi 3 jagat mati kini ghor bonaise..
      Seya durniti nokrile ..paribi jano..
      Assam t 15 years 42 Miya bangladeshi vote list xumai dile ....jar bbe ami aji sinit...
      Rakesh pal 4 grade sakoriyal
      Apsc chairman bnai
      Sakoribor di
      300 crore Toka income korise...
      Aru ki lage teok
      Baki khini nokowa...vl..
      2014 year gourav gogoi..
      Kor pora Ani loksabha ticket disil..
      Teo agte party ki tako Jana nasil...
      Teo amr kost kora congress anke ticket nple..
      Aru kom neki kiva

  • @bijoyasensua9003
    @bijoyasensua9003 หลายเดือนก่อน

    মাৰ্ঘেৰিটা মন্ত্ৰী হোৱাৰ যোগ্য নহয়

  • @tapandeka6371
    @tapandeka6371 หลายเดือนก่อน

    Garuv qualified hoy uopdalapatir karne

  • @biswajitsvlogs7898
    @biswajitsvlogs7898 หลายเดือนก่อน

    ইয়াৰ অকল কথা, কামত নাই।

  • @RinaGohain-en1pc
    @RinaGohain-en1pc หลายเดือนก่อน

    Vote loihe montrittwo pabo lage

  • @deepakrabha9788
    @deepakrabha9788 หลายเดือนก่อน

    Gaurav Gogoi vs Margherita r majot agontuk loksabha election t thio korabo Lage Moi bhabu.... Gaurav Gogoi nissit bhabe jikibo...

  • @parashgogoi2076
    @parashgogoi2076 หลายเดือนก่อน +6

    Gaurav gogoi jindabaad😂😂😂😂😂

  • @monuranjanphukon8553
    @monuranjanphukon8553 หลายเดือนก่อน +2

    Pobitra Margherita Akakhilota nirbasan kheli montitra hoi dekhuwa

  • @DhirajkrDeka
    @DhirajkrDeka หลายเดือนก่อน

    Aapuni mantre hoba port guun nai

  • @Deborkhi_4.6
    @Deborkhi_4.6 หลายเดือนก่อน

    U are dismissed gogoi.. Laj nai nijor title likhibo nuware.. Wife gayatri gogoi na maalgida..

  • @user-yz9gq5ms2c
    @user-yz9gq5ms2c หลายเดือนก่อน +2

    Aeitu kotha bur hunibo mn najai..ustaditu

  • @debojani1219
    @debojani1219 หลายเดือนก่อน

    Bjp will win

  • @tapangogoi5426
    @tapangogoi5426 หลายเดือนก่อน

    Tumi GP member uthie nijika
    malis MP he tumi.

  • @user-xe7nf7gq3g
    @user-xe7nf7gq3g หลายเดือนก่อน

    Toi je vote nekhelakoi pala

  • @ManabjyotiNath-zl5wn
    @ManabjyotiNath-zl5wn หลายเดือนก่อน +1

    Pagol dutar kothat attention di lave nai

  • @SimilarAhmed
    @SimilarAhmed หลายเดือนก่อน

    তুমি নাটকৰ মন্ত্ৰী। ৰাজনীতি ৰ নহয়

  • @joshuamusharof7397
    @joshuamusharof7397 หลายเดือนก่อน +1

    Pabitra margherita ellection kheli montri howa hole eko koboloi nasil, aponi Gourab Gogai r logot tulona nohoi, your good for nothing

  • @Deborkhi_4.6
    @Deborkhi_4.6 หลายเดือนก่อน

    Hun margherita, toi elective nohoi selective hey, G. P. Pressident khel gom pabi ! Aru respect nidili, aru koiso Ahom community, bakibur ki baal? Mukhote tur ohonkar hoise, sai thak...

  • @rameshpayang7871
    @rameshpayang7871 หลายเดือนก่อน

    Aitu maiki mass , Mota mass he hoi kot. Ahum hoi. Saku jalise sage , Assam r pappu to 😂😂😂😂

  • @sisuboroweareverylose351
    @sisuboroweareverylose351 หลายเดือนก่อน

    এই বিলাকেই অসমৰ মুখ

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน +3

    তৰুণ গগৈ য়ে পুতেক গৌৰৱ গগৈ ক ডাইৰেক্ট পেৰাচুট লেণ্ডিঙ কৰোৱাই কলিয়াবৰ সংসদীয় সমষ্টি ৰ পৰা ২০১৪ আৰু ২০১৯ চনত বংগমুলীয় ভোটাৰেৰে সাংসদ কৰিছিল। কংগ্রেসৰ বহু বাঘা বাঘা নেতাক চেৰাই গৈ পুতেকৰ ৰাজাভিষেক পাতিছিল। সেই গৌৰৱ গগৈ ৰ মুখত বিজেপিৰ কোন মন্ত্রী হয় কোন নহয় এইবোৰ কথা শোভা নাপায়।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      আপুনিটো বিজেপি আইটি চেলৰ মানুহ বেচি লিখিলে মেচেজ প্রায়ে ডিলিট কৰি দিয়ে। গৌৰৱ গগৈৰ বিষয়ে যিয়ে নকওঁক আপুনি বিজেপিত গৌৰৱৰ সমকক্ষ নাই। গৌৰৱ গগৈ অসমৰ গৌৰৱ । পবিত্ৰ মাৰ্ঘেৰিটাক অসমৰ বাদে ভাৰতবৰ্ষত কোনেও চিনি নাপায়। লাজ নালাগে নে। এনে কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই লিখে।

  • @user-om9xh3sr1f
    @user-om9xh3sr1f หลายเดือนก่อน

    Toii ahomor namat kalangka he. Sur Hoi toi

  • @TCF573
    @TCF573 หลายเดือนก่อน

    Tumi akebare ojugya byokti.. Tel malice kori montry tu holei nohobo kiman mosala ase Raije jane nohoi. Heye Sob manuhore appotti. Thaikibo Gourov Gogoi r kotha badei diya Akhomor Raijor appotti ase Ojugya manuh atai montry puwa babe 😅😅

  • @user-yz9gq5ms2c
    @user-yz9gq5ms2c หลายเดือนก่อน

    Tmr lgt Garuv r akhak patal diffrence ase..ru montri hisabe tmr tutuanga kotha buri hubha nepai dei.tmr upadhitua holala ru ki lage tmk ,cm r onughrot kibakoi monti podtu pala ru Tate tmr emn dambk kotha kio??

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le หลายเดือนก่อน

    Telmari telmari montri huwa eijon mohan BJP neta.

  • @minakumarigogoi-ev9wc
    @minakumarigogoi-ev9wc หลายเดือนก่อน

    Toilet Gaurav R NumAdaloru Jugya Nahay

  • @TCF573
    @TCF573 หลายเดือนก่อน

    Sah bepari PM hol aru atya CD bepari montry hoise.. Combination tu bhal milise dei... Pise ki faliba tumi...!!! Foreign Affairs r bivag tur gyan kiman ase....??? 😅😅 Ahomburok duvag koriboloihe montry dise kam nai tumar uporot Cabinet montry ase. He he main. Rajyik montry tu hoi lebel dekhuwai lav nai