বানপীড়িতক অপমান কৰি বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাক সময়সীমা বান্ধি দিলে ১২ ঘণ্টা।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ค. 2024
  • বানপীড়িতক অপমান কৰি বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাক সময়সীমা বান্ধি দিলে ১২ ঘণ্টা।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 207

  • @junjyotigogoi5074
    @junjyotigogoi5074 2 วันที่ผ่านมา +124

    মথা নাইকিয়া এসোপাই নিৰ্বাচন আহিলে আকৌ এইজনকে ভোট দি জিকাব ।

    • @user-te4mb5de4w
      @user-te4mb5de4w 2 วันที่ผ่านมา +4

      Ehator mathat ekuai nai

    • @sonybigtv6160
      @sonybigtv6160 2 วันที่ผ่านมา

      Eiburok enekoye pukor maribo lage

    • @deeproy3709
      @deeproy3709 2 วันที่ผ่านมา

      ​@@user-te4mb5de4wsuli ase

    • @surenboruah4758
      @surenboruah4758 2 วันที่ผ่านมา +2

      Bhaskar sarmah is not fit for MLA

    • @deeproy3709
      @deeproy3709 2 วันที่ผ่านมา

      @@user-te4mb5de4w suli ase

  • @behappy1903
    @behappy1903 2 วันที่ผ่านมา +47

    ক্ষমা খুজিলে নহব বিধায়ক আৰু তাৰ গুন্দা বাহিনিক বানক্ৰান্ত স্থানত ৭‌দিন মান ঠাকিব দিব লাগে আঠুৱা নোহোৱাকৈ

  • @assam2006
    @assam2006 2 วันที่ผ่านมา +69

    গাওঁৰ ৰাইজে মিলি ভলোকা বাঁহেৰে কোবাব লাগিছিল!

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 วันที่ผ่านมา +38

    হাৰামি, কয়লা চিণ্ডিকেটৰ নায়ক,গো মাফিয়া ভাস্কৰ শৰ্মা ভালদৰে এশিকনী দিব লাগে।

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 2 วันที่ผ่านมา +34

    নেপালী, বিহাৰী হোৱা হলে ভৰি চুই আঠুৱা দিলে হয়। অসমীয়া হলে বহিৰাগত মানুহে এনে ব্যৱহাৰ কৰে

    • @parbatisarmah-zh7bp
      @parbatisarmah-zh7bp 2 วันที่ผ่านมา +2

      Kio nepali bihari koi thaka.aibore Assam,'t aku hubidha powa nai.hoday opoman pay

  • @pabitragogoi8654
    @pabitragogoi8654 2 วันที่ผ่านมา +22

    নিৰ্বাচন আহিলে আয়কেই ভোট দিব । সেয়ে কৈ লাভ নাই। একো নকওঁ মই।

  • @sushildas790
    @sushildas790 2 วันที่ผ่านมา +28

    ৰাইজে ভোট দি বিজেপিক ইয়াৰ প্ৰমান

  • @pabinsarma2989
    @pabinsarma2989 2 วันที่ผ่านมา +20

    সছা কথা,,, জনপ্ৰতিনিধি আৰু লগত যোৱা সকলে বেয়া কাম কৰিছে কাৰণ বিপদৰ সময়ত ৰাইজ ক সহায় কৰিব লাগিছিল

  • @user-iz5et9bw1l
    @user-iz5et9bw1l 2 วันที่ผ่านมา +10

    এনেকুৱা বিধায়ক থাকিলে বিজেপিয়ে সেৰোৱাব লাগিব মাৰ্ঘেৰিটাৰ সমষ্ঠি।।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 วันที่ผ่านมา +19

    আঠুৱা নিদিও বুলি কোৱা বিধায়ককে আকৌ এও লোকে ভোট দিব। অসমীয়া মানহবোৰ বৰ সহজ সৰল বাবে বাৰে বাৰে ঠগ প্রবনচনাৰ বলি হৈ আছে এই নেতাবোৰৰ দ্বাৰা।

  • @bandanagayan1929
    @bandanagayan1929 2 วันที่ผ่านมา +15

    এ মজাৰ দুখতে দুখ দিয়া মানুহক চেচ কৰি দিব লাগে

  • @debajitsaikia4319
    @debajitsaikia4319 2 วันที่ผ่านมา +18

    মুৰ্খ ৰাইজে নিৰ্বাচনৰ সময়ত আকৌ এই গৰু চবকে ভোট দিব গতিকে ৰাইজৰ ভূল

  • @ranjitbora734
    @ranjitbora734 2 วันที่ผ่านมา +15

    এতিয়া ফুকাৰি লাভ নাই। ইহঁতক কিয় ভোট দিছিলে ?

    • @stugg85
      @stugg85 2 วันที่ผ่านมา +2

      akou dibo next time toka 500 pale...

  • @junmonichetia3031
    @junmonichetia3031 2 วันที่ผ่านมา +6

    ৰাইজ এক হব লাগে

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 2 วันที่ผ่านมา +2

    বৰ ভাল নিয়ম , ভাগ্যৰ বলত একলব্য প্ৰতিনিধি পাইছে, ব্ৰহ্মাৰ লগত সংযোগ আছে,মা দেউতাই জন্ম দিয়া নাই

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p 2 วันที่ผ่านมา +4

    আন্দোলন কৰি লাভ নাই আকৌ জিকিব 2/4টকা পালেই পাহৰিব ।

  • @lalithazarika0110
    @lalithazarika0110 2 วันที่ผ่านมา +7

    Vote diar upohar

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj 2 วันที่ผ่านมา +4

    বানপিৰিত ৰাইজৰ খবৰ লবলৈ গৈ বিপদত পৰা মানুহক সহায় কৰিবলৈ এৰি ৰাজনৈতিক কৰিব হে যোৱা যেন লাগিছে এনেকৈয়ে হ'লে ৰাইজে কাৰণ ওচৰত ভৰষা কৰিব এনেকুৱা বিধায়ক go back.......

  • @Nabasonowal8304
    @Nabasonowal8304 2 วันที่ผ่านมา +11

    এয়াও বিষেশ সম্প্ৰদায়

  • @pranjal1393
    @pranjal1393 2 วันที่ผ่านมา +5

    একো নাই, আকৌ জিকিব এইছৱ। ৰাইজে ২৬ লৈকে পাহৰিব। পাৰিলে ২৬ ৰ আগত ৰাইজৰ ভৰিটো পৰি সেৱা কৰা দেখিব, ৰাইজে পাহৰিব আৰু ভুল যাব।

  • @binoykalita7597
    @binoykalita7597 2 วันที่ผ่านมา +4

    এইটোক জনতাই পিঠিত ওকীল দিব লাগিছিল।

  • @akhilpathak6181
    @akhilpathak6181 2 วันที่ผ่านมา +5

    অখিলঞ্জীয়া জনপ্ৰতিনিধীয়ে খিলঞ্জীয়াৰ মোল নুবুজে।

    • @sitaramdoley3222
      @sitaramdoley3222 วันที่ผ่านมา

      অসম অখিলঞ্জীয়া আৰু বিদেশীৰ চৰণীয়া পথাৰ । খিলঞ্জীয়া বা থলুৱাসকল এই চৰণীয়া পথাৰৰ গৰখীয়া । এটা কবিতাত "নৰৰ অধম নাই থলুৱাৰ মান" বুলি থকা পংক্তিটো ভাৰতৰ ভিতৰত অসমৰ ক্ষেত্ৰতহে খুব সুন্দৰকৈ মিলে । অৱশ্যে পূৰ্বৰ ত্ৰিপুৰা ৰাজ্যৰ ক্ষেত্ৰতো মিলিছিল । ফলত কি হ'ল আৰু কি হ'বলৈ গৈ আছে ই স্পষ্ট ।

  • @DebajitMahanta-if3zu
    @DebajitMahanta-if3zu 2 วันที่ผ่านมา +6

    পিটিব লাগিছিল

  • @kamalkalita338
    @kamalkalita338 2 วันที่ผ่านมา +6

    লাইজ পায় নহয় এওঁলোকে এদিন কংগ্ৰেছক অপমান কৰিছিল আঠুৱা কম্বল বিলুৱা বুলি এতিয়াও কেনেকৈ ‌বিলাৱ আঠুৱা আঠুৱা বিলালে তো নিজেই লাইজ পাব নহয় জানো

    • @user-rw3pv9dw1j
      @user-rw3pv9dw1j 2 วันที่ผ่านมา

      কংগ্ৰেছে দুৰদৰ্শীৰ কাম কৰিছিল আঠুৱা কম্বল বিতৰণ কৰি কাৰণ আঠুৱাই মহ নিবাৰণ কৰিছিল আৰু কম্বলে মানুহক শীতৰ পৰা ৰক্ষা কৰিছিল ৷ বিজেপিৰ দৰে মদ বিলোৱা নাছিল যিয়ে একোখন ঘৰ মৰিশালিত পৰিনত কৰিব পাৰে ৷

  • @manyatagogoi2427
    @manyatagogoi2427 2 วันที่ผ่านมา +2

    নিৰ্বাচনৰ সময়ত আকৌ ভোট দিব।

  • @user-hg3di5bz7w
    @user-hg3di5bz7w 2 วันที่ผ่านมา +4

    আকৌ এবাৰ বিজেপী চৰকাৰ 😂

  • @Rana-hg8hg
    @Rana-hg8hg 2 วันที่ผ่านมา +6

    পহু খেদা ভেকচিন ব্যবহাৰ কৰিবৰ সময় আহি পৰিছে

  • @duluduttadulu2138
    @duluduttadulu2138 2 วันที่ผ่านมา +2

    অহাবছৰ ভোট বিচাৰি গ'লে তাৰ কাপোৰ ফালি নাঙঠ কৰি পঠাবি

  • @chinmoychetia8477
    @chinmoychetia8477 2 วันที่ผ่านมา +2

    তেওঁ যদি একো এ দিব নোৱাৰে তন্তে কি চাবলৈ গৈছিল।

  • @BudhGogoi
    @BudhGogoi 2 วันที่ผ่านมา +1

    কাপো ফলা লৰা জনৰ লগত থকা মানোহ বুৰ মাইকী মানুহ আছিল নেকি

  • @commenti5459
    @commenti5459 2 วันที่ผ่านมา +2

    ভোটটো বেলেগে নাইদিয় ৰাইজে দিয়াৰ কাৰণেহে এনেকুৱা কৰিব পাৰিছে

  • @user-oq2pf5ds5p
    @user-oq2pf5ds5p 2 วันที่ผ่านมา +1

    ভোট এইবিলকেহে দিছিল, এতিয়া কিহৰ চিয়ৰ বাখৰ? ঠিকেই আছে।

  • @JkTree-xl9dw
    @JkTree-xl9dw 2 วันที่ผ่านมา +1

    বান পিৰিতৰ ওপৰত বিধায়কৰ এনে কাষ্য কৰিবলৈ সামান্য তম বেয়া নেলাগিলে নে এনে কাষ্য গৰিহণা যোগ্য।।

  • @pranabjyotidas220
    @pranabjyotidas220 2 วันที่ผ่านมา +1

    ক্ষমতাই মূৰত ধৰা নেতা আৰু নেতাৰ পালিনেতাৰ অহংকাৰ বাঢ়িছে।

  • @dihingia5
    @dihingia5 2 วันที่ผ่านมา +1

    এতিয়া হে গম পাইছে নেকি ৰাইজে। আগতে গম পাব লাগিছিল......!!!!

  • @nirmalhazarika
    @nirmalhazarika 2 วันที่ผ่านมา +2

    মাৰ্ঘেৰিটাৰ কয়লা মফিয়া কোন ? সকলোৱে জানে ! ?

  • @pranjal1393
    @pranjal1393 2 วันที่ผ่านมา +3

    কয়লা মাফিয়া, চিণ্ডিকেটৰ ৰজা, ৰাইজ হয় সেয়া, কয়লাৰ গাড়ীৰ ড্ৰাইভাৰ নহয়।

  • @nripenboruah32
    @nripenboruah32 2 วันที่ผ่านมา +1

    😮এনে নেতাবোৰে দুৰ্দশা গ্ৰস্ত সকলৰ ওপৰত জপিয়াই পৰিবলৈ ১২ মিনিট নালাগে কিন্তু সন্হাই মাফ খুজিবলৈ ১২ ঘন্টা সময় দিয়ে। আইনে কি কয়??

  • @user-ey1cd3gv4s
    @user-ey1cd3gv4s 2 วันที่ผ่านมา +1

    দলসংগঠন কোনো কাম নাই

  • @nabindas7409
    @nabindas7409 2 วันที่ผ่านมา +2

    Khyamotai murot dhorise.

  • @HarenChutia-gc1tp
    @HarenChutia-gc1tp 2 วันที่ผ่านมา

    বিজেপি ধন্যবাদ

  • @mridulduwarah7897
    @mridulduwarah7897 2 วันที่ผ่านมา +1

    বি জে পি দলে কিয় এওঁৰ ওপৰত ব্যবস্হা লোৱা নাই.

  • @dulengogoi3309
    @dulengogoi3309 2 วันที่ผ่านมา +2

    ভঙা চিংগা কেইটামান লৈ দাদাগীৰী কৰিব বিচৰা কেনে M L A

  • @PankajPegu-dw8ij
    @PankajPegu-dw8ij 2 วันที่ผ่านมา +2

    BJP r asol rup dikilene guys 😢

  • @JitumaniTalukdar-dr4bl
    @JitumaniTalukdar-dr4bl 2 วันที่ผ่านมา +2

    যোৱা কালিৰ ঘটনা বৰ দুখলগা আচলতে বিধায়ক সকলৰ উপাই নাই, তেখেত নিজাববীয়াকৈ একো দিম বুলি কথা দিয়া পাৱাৰ নাই

    • @hemantaborgohain4493
      @hemantaborgohain4493 2 วันที่ผ่านมา

      হিমু মামাৰ অনুমতি নাই ।

  • @bijuchetia3935
    @bijuchetia3935 22 ชั่วโมงที่ผ่านมา

    আঠুৱা কিমান উপকাৰত আহে এই কথাষাৰ ভাস্কৰ তথা তেওঁৰ গুন্দা বাহিনীয়ে নাজানে নেকি?বানপানীৰ সময়তো কংগ্ৰেছৰ কথা ৷২০২৬ চনলৈ কথাষাৰ মনত ৰাখিব ৷ডা°

  • @hanseali1924
    @hanseali1924 2 วันที่ผ่านมา +2

    ভোট দিয়তে চাব লাগিছিলে এতিয়া কিহৰ।জি হৈছে হৈছেআৰু বাদদিয়া সেইতো বতৰ ভাল হৈ আহিছে এক দুই দিনৰ ভিতৰত পানি কমিবএ।

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 2 วันที่ผ่านมา +2

    Garu pita dibo lagibo

  • @rajbonshilorarathin3287
    @rajbonshilorarathin3287 2 วันที่ผ่านมา +2

    2026 ot khela dekhi dile hl aru

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p 2 วันที่ผ่านมา +1

    Mozaaaaaa

  • @manabbaishya9877
    @manabbaishya9877 2 วันที่ผ่านมา

    ইহঁতক দুখিয়াৰ ভোট লাগে।দুখিয়াৰ দুখ বুজি নাপাই।

  • @user-ye3hj2ud8v
    @user-ye3hj2ud8v 2 วันที่ผ่านมา +3

    MLA public t koi uprat nahay ,, MLA you are not Bhagwan nahay ,, after only 5 year's,, you will know well,, don't proud .

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d 2 วันที่ผ่านมา

    এইজন জনপ্ৰতিনিধি নে জুৱাৰী,

  • @arpitadutta9888
    @arpitadutta9888 2 วันที่ผ่านมา +3

    Ahankari

  • @4u206
    @4u206 2 วันที่ผ่านมา +1

    দুখত থকা মানুহেহে দুখ বুজে । AC ৰোমত বহি থকা সকলেহে কি বুজিব । ভুকাতোৰ সিংহ অতি ভয়ানক ।

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g 2 วันที่ผ่านมา +3

    Take pitibo lga

  • @nathgallery2501
    @nathgallery2501 2 วันที่ผ่านมา

    Good

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 2 วันที่ผ่านมา +2

    Aru diba vote mazapaisa.

  • @rajibrabha9238
    @rajibrabha9238 2 วันที่ผ่านมา +3

    সাংবাদিক দাদা আপুনি ভালকৈ ভিডিঅ চাইহে বাতৰি কৰিব। আৰু আপোনাৰ কাঠৰ চছমা জোৰ খলি থব 😂😂😂😂

    • @deepjyotiborah4708
      @deepjyotiborah4708 2 วันที่ผ่านมา

      Ki hol kela laz loga nai amar oxomia lora atar shirt fali disa okol koila sur kori nija aru logt dujona poisa komala nohoi tu soboka sabo lagibo

  • @user-mo6uw8sh3q
    @user-mo6uw8sh3q 2 วันที่ผ่านมา +2

    Pitib lage

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq 2 วันที่ผ่านมา +1

    Andolan korile Baan pritta hokolor kiba homadhan hobo nki?

  • @debajanibaruah3105
    @debajanibaruah3105 2 วันที่ผ่านมา

    ভোট দি এইবোৰক জিকোৱাই ভূল হৈছে ।এই বিধায়কক এসপ্তাহ বানপানীৰ মাজত বান্ধি থব লাগে ।কংগ্ৰেছে আঠূৱা দিয়ে বিজেপি বানপানী আৰু মহৰ কামোৰ খূৱাই নেকি ।বিজেপিক বিদায় দিয়ক আমি বাৰু কংগ্ৰেছৰ আঠূৱা লৈয়েই থাকিম ।বিজেপি মহ নুসুমুৱা ঘৰ বনাই দিব নেকি।অসভ্যালি ঘৰ ভঙা বিজেপি আঠূৱা নিদিয়ে তেওলোকে ঘৰ হে ভাঙে ।

  • @najibulali4224
    @najibulali4224 2 วันที่ผ่านมา

    ইহঁতৰ অহংকাৰ অলপ বেছি হৈছে

  • @Assamboy-ou6yh
    @Assamboy-ou6yh 2 วันที่ผ่านมา

    পানীৰ মাজত লেংটা কৰি বান্ধি থৱ লাগিছিল এইটোক।

  • @kishorimohansaikia2339
    @kishorimohansaikia2339 2 วันที่ผ่านมา

    This is a kind of way to save the mla. Avoid bjp.

  • @ujjalkonwar2859
    @ujjalkonwar2859 2 วันที่ผ่านมา

    আঠোৱা বিচাৰি অসভ্য আচৰণ যেন আশ্ৰয় শিবিৰৰ ৰাইজৰ

  • @user-mo6uw8sh3q
    @user-mo6uw8sh3q 2 วันที่ผ่านมา +1

    DGP sir acction lb lage

  • @intajulzaman4393
    @intajulzaman4393 2 วันที่ผ่านมา +1

    Ako nahoi, Andolan Kari lav ni

  • @rubulsharma7253
    @rubulsharma7253 2 วันที่ผ่านมา

    ইহঁতক 26 অত বিদায় দিবৰ হল

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 2 วันที่ผ่านมา

    তেখেতক নেপালত পঠিয়াই দিয়ক

  • @jalaramcochin9009
    @jalaramcochin9009 2 วันที่ผ่านมา +1

    Khub pitib lagisil
    Ayikhini xamoyot mantri bidhayak kaku sab nalage.

  • @Ajsjskkkhsjhtsu
    @Ajsjskkkhsjhtsu 2 วันที่ผ่านมา +2

    500toka palei vut disile nhy paise mja😂

  • @kripalsaikia924
    @kripalsaikia924 2 วันที่ผ่านมา

    MONEY POWER

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 2 วันที่ผ่านมา

    গুন্দা সকলক লেংটা কৰি মাৰক ।

  • @anilchangmai3385
    @anilchangmai3385 2 วันที่ผ่านมา

    Atia halla korileu Asomor besivag jodhamurkho votere ehotokei jikai thake.

  • @anushkadutta2252
    @anushkadutta2252 2 วันที่ผ่านมา

    FIR দিব লাগে

  • @GoggleMan7860
    @GoggleMan7860 2 วันที่ผ่านมา

    He is businessman not politician..hope public e buji pai

  • @Assam-uk5nt
    @Assam-uk5nt 2 วันที่ผ่านมา +1

    Aku ghanta nohoi aibur

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 2 วันที่ผ่านมา

    এইটোক দিব লাগিছিল

  • @atowarhussain3788
    @atowarhussain3788 2 วันที่ผ่านมา

    Tension nai, aaram se muff khujibo Bhaskar bula joneeee

  • @pranabbhuyan3276
    @pranabbhuyan3276 2 วันที่ผ่านมา

    কয়লা সম্ৰাট

  • @promudborgohain7920
    @promudborgohain7920 2 วันที่ผ่านมา +1

    ইয়াৰ উপৰত হত্যাৰ গোচৰ আছিল কি হ'ল জানু??

    • @hemantaborgohain4493
      @hemantaborgohain4493 2 วันที่ผ่านมา

      বিজেপিত যোগদান কৰিলে গোচৰ শেষ হয় । সেইবাবে বিজেপি মানে ৰাজনীতিৰ "ডাষ্টবিন" ।

  • @GoneshPatowary
    @GoneshPatowary วันที่ผ่านมา

    তাক জোতা মাৰ

  • @tikhulimbu8858
    @tikhulimbu8858 วันที่ผ่านมา

    BJP go back 👎

  • @hemenchangmai612
    @hemenchangmai612 2 วันที่ผ่านมา +1

    Tar bapekor ghoror pora dibo neki?

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut 2 วันที่ผ่านมา

    BJP go back ta ta ta by by by

  • @ritu2098
    @ritu2098 2 วันที่ผ่านมา

    Ki je mla hol .. Ane power loi furi thakibolle mla bonil .. Bjp e eyak next time ticket nidie jen.🙏

  • @mridulsaikia7875
    @mridulsaikia7875 2 วันที่ผ่านมา

    BJP r besi hoise.😮

  • @AjmalHussain-sg1nx
    @AjmalHussain-sg1nx 2 วันที่ผ่านมา

    Utpat bsrise

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v 2 วันที่ผ่านมา +1

    Ai samsa burok sini rakhok parile goru piton diyok

  • @khagenborgohain5600
    @khagenborgohain5600 2 วันที่ผ่านมา

    Why not f i r ?

  • @NorthEast-tc3ge
    @NorthEast-tc3ge 2 วันที่ผ่านมา

    Fola bahere dibo lagisil

  • @abhilashgogoi2633
    @abhilashgogoi2633 2 วันที่ผ่านมา

    Ru de vote

  • @Dchetia77
    @Dchetia77 2 วันที่ผ่านมา

    কিলোৱা . কুটুমহে কুটুম

  • @ajitbora5587
    @ajitbora5587 2 วันที่ผ่านมา

    Bat .Bat

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 2 วันที่ผ่านมา

    AKOU VOT DIBO ASOMIAI PAHORI JAI ARU ANOR KARONE NAKANDE BOHUTE

  • @PranabBordoloi-t7q
    @PranabBordoloi-t7q วันที่ผ่านมา

    Bjp aro besi din nai ....date line ses hab aro bjp aro val din nahe aro next time ot 😅😅😅😅

  • @rkrockstar5155
    @rkrockstar5155 2 วันที่ผ่านมา

    Vote kio die aituk

  • @RajuRaj-yw5dq
    @RajuRaj-yw5dq 2 วันที่ผ่านมา

    Atia rajniti kori andolan kori eku luv nai.....Pratibhad koratu uschit ne Baan prittaholok hohai koratu us chit ?kiman Hiram??

  • @bablebable13
    @bablebable13 2 วันที่ผ่านมา

    Very good, aro vote Dyna BJP k,
    Aro vote Dyna BJP k naholy Ajmal CM habo.