এগৰাকী চিকিৎসকৰ মহানুভৱতা। মাত্ৰ ১০ টকা মননী লৈ কৰিছে চিকিৎসা সেৱা

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2021
  • এগৰাকী চিকিৎসকৰ মহানুভৱতা। মাত্ৰ ১০ টকা মননী লৈ কৰিছে চিকিৎসা সেৱা।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 306

  • @user-himanshu2760
    @user-himanshu2760 3 ปีที่แล้ว +23

    সচাকৈ এওঁ এজন ভগৱানৰ অৱতাৰ।।। ভগৱানে তেওঁক মংগল কৰক তাকে কামনা কৰিলোঁ 🙏🙏🙏

  • @ratulgiri686
    @ratulgiri686 3 ปีที่แล้ว +39

    বহুত বহুত অভিনন্দন যাচিলো চিকিৎসাক গৰাকীক।

  • @bhesojbaruah8725
    @bhesojbaruah8725 3 ปีที่แล้ว +4

    ভাল লাগিল গগৈদা । এনেদৰেই আপুনি যিখিনি সেৱা আগবঢ়াই আহিছে তাৰোপৰি বেলেগকৈ দান-বৰঙণি নিদিলে ও হয় । কিন্তু তথাপিও আপুনি যিখিনি কৰি আছে তাৰ বাবে আপোনাক ভগৱানে সদায়েই শক্তি দিয়ক ।আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

  • @ratulahom5757
    @ratulahom5757 3 ปีที่แล้ว +36

    ডাক্তৰ যে ভাগবান তাৰেই নিদর্শন

  • @pankajphukan6468
    @pankajphukan6468 3 ปีที่แล้ว +11

    ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছো। সুস্বাস্থ্য অটুত থাকক।

  • @mrperfect6724
    @mrperfect6724 3 ปีที่แล้ว +50

    মানুহৰ প্ৰতি দয়া, মৰম, চেনেহ আৰু মহানুভৱতা থকা এই জন ডাক্টৰ এজন খাতি অসমীয়া পুত্ৰ আৰু তেওঁক লৈ গৰ্ব অনুভৱ কৰিছো 🙏🙏🙏🙏🙏🙏🙏🙏

    • @pintubaruah5986
      @pintubaruah5986 3 ปีที่แล้ว +1

      🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹

    • @imransk752
      @imransk752 3 ปีที่แล้ว +1

      ll

    • @prodipgogoi7520
      @prodipgogoi7520 ปีที่แล้ว

      আপুনি ডাকটৰেই অকল নহয় আপুনি মানুহো। বৰ্তমান বহুত ডকটৰ হাকিমৰ লগ পাইছোঁ কিন্তু তেওঁ লোক মানুহ নহয়। দেখাত মানুহ হ'লে নহ'ব। যাৰ মানৱতা নাই দয়া ময়আ। প্ৰেম শ্ৰদ্ধা ভক্তি মৰমেৰে ভৰা উন্নত মানসিকতা বিহীন অন্ত সাৰশূন তাক মানুহ নুবুলি ইতৰ প্ৰাণী বুলি কোৱা হয়। জীৱ শ্ৰেষ্ঠ মানৱে পশুৰ দৰে হ'ব নালাগে।

  • @dilipmahanta8479
    @dilipmahanta8479 3 ปีที่แล้ว +6

    আটাইতকৈ সন্মানীয় এই মহান চিকিৎসকজনেই।

  • @helpingdesk835
    @helpingdesk835 3 ปีที่แล้ว +41

    যি সময়ত কিছুমান চিকিৎসক এটা মেডিকেল ৰিপোৰ্ট উলিয়ালে 200,300টকা লয়।সেই সময়ত ডাঃ ৰঞ্জন গগৈ ৰ পদক্ষেপ সলাগিবলগিয়া।

    • @mithusingh626
      @mithusingh626 3 ปีที่แล้ว +1

      Amar yat 200, 300 huwa hle valai aile num to likhalai 500

    • @rinachetia6971
      @rinachetia6971 3 ปีที่แล้ว

      এই জনেই মৰ্ত্য ভগৱান। বেলেগে ভগৱান বিছৰা কোনো আৱশ্যক নাই বুলি য়েই ভাবো

  • @biswajitgogoi5376
    @biswajitgogoi5376 3 ปีที่แล้ว +3

    আপোনাক শত বাৰ প্ৰণাম।।আপোনাৰ মহানুভৱতা চিৰদিন জিয়াই থাকক।। ধন্যবাদ।।

  • @subratadey9156
    @subratadey9156 3 ปีที่แล้ว +9

    এনেকুৱা মানশিকতাৰে কাম কৰিবলৈ সকলো চিকৎশকে আগবাঢ়িলে অসমত ধনী দুখীয়া সকলোৱে চিকিৎশাৰ অভাবত মৰিব নালাগিব।

  • @timepasschannel7582
    @timepasschannel7582 3 ปีที่แล้ว +17

    এইজন চিকিৎসকক আমি সকলোৱে চেলুত দিব লাগে ।আৰু বেছি ফীজ লোৱাসকলে শিক্ষা লোৱা উচিত ।

  • @salyendraborchetia1822
    @salyendraborchetia1822 3 ปีที่แล้ว +6

    আপোনাক ধন্যবাদ জনাইছো। মানুহৰ টকা ই সকলো নহয়।

  • @Pakhi23456
    @Pakhi23456 3 ปีที่แล้ว +4

    তেখেতৰ মহানুভবতাৰ বাবে ধন্যবাদ থাকিল ।

  • @sonjay1122
    @sonjay1122 3 ปีที่แล้ว +6

    আপোনাৰ দীঘাৰ্য়ু কামনা কৰিছো । মানৱ সেৱা কৰি যাওক। ভগৱানে সহায় কৰিব🙏🙏🙏

  • @amaragarwala7474
    @amaragarwala7474 3 ปีที่แล้ว +8

    ভাল লাগিল মানুহ এনেকুৱা হব লাগে তেখেতক বহুত বহুত ধন্যবাদ

  • @arjunchetry5579
    @arjunchetry5579 3 ปีที่แล้ว +48

    সুন্দৰ কাম কৰিছে । জীৱনত আৰু উন্নতি কৰক

    • @Mompipathori.123
      @Mompipathori.123 3 ปีที่แล้ว

      ধন টকা পইচা সকলো অসাৰ মৰোতে লগত নেযায় অথচ মানুহক লাগে লাগে আৰু লাগে |ৰনজন গগৈলৈ নমষকাৰ May God bless you.

    • @bandanakonwar664
      @bandanakonwar664 3 ปีที่แล้ว +1

      চাৰ আপোনি দেৱতা🤣🙏

  • @bokulda3191
    @bokulda3191 3 ปีที่แล้ว +14

    Sir You are a Great Doctor.I salut To you.

  • @bhumidharrava4652
    @bhumidharrava4652 3 ปีที่แล้ว +19

    I selute him. What a great job. May god bless him.

  • @bhabengogoi5313
    @bhabengogoi5313 3 ปีที่แล้ว +7

    সন্মানীয় Dr, Gogoi ডাঙৰীয়া আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ , আপোনাৰ সহানুভূতি দেখি সঁচাই অভিভূত হৈ চো ।

  • @bobitabhuyan3260
    @bobitabhuyan3260 3 ปีที่แล้ว +7

    Thank you gogoi sir👍👍👍🙏🙏.. kesuman doctor a ey Tim 2t toka looti ase .xokolu doctor a jode apunar nesena hol heten....xosai de apune Mohan gogoi sir

  • @tanujarsarkar5235
    @tanujarsarkar5235 3 ปีที่แล้ว +2

    সছাকৈ ভগৱান ৰূপ ৰ মানৱ সেৱাক আছে এতিয়াও ছাৰ ধন্যবাদ

  • @dharitriphukan2507
    @dharitriphukan2507 3 ปีที่แล้ว +2

    Ajir dinot ane monor manuh pabo loi nai.... Great personality 🙏🙏 God bless you Sir 🙏🙏

  • @dharmeswarbarma
    @dharmeswarbarma 3 ปีที่แล้ว

    পৃথিৱীত মানুহ বহুত আছে কিন্তু, মানৱতা কম। এনেকুৱা দুই এজন মানৱতাৰ বাবেহে পৃথিৱীখন জীয়াই আছে। নহ'লে কেতিয়াবায়ে নি শেষ হৈ গলহেতেন। ধন্যবাদ চাৰ❤️❤️❤️

  • @dalimdas5137
    @dalimdas5137 3 ปีที่แล้ว +8

    Thanku you Ranjan sir 🙏🙏🙏

  • @PARVESHRAHMAN
    @PARVESHRAHMAN 3 ปีที่แล้ว +5

    ড° ৰঞ্জন গগৈ দেৱক চেলুট জনালোঁ ৷ তেখেতক ভগবান ভালে ৰাখক ৷ তেখেত ভগৱানৰ অন্য ৰুপ যেন পাইছোঁ ৷ কাৰণ ভগৱানে নিজৰ ৰুপেৰে পৃথিৱীলৈে নাহে ৷ বিভিন্ন ৰুপেৰে এই ধৰালৈ আহি মানুহৰ মাজত থাকে ৷পাৰিলে তেখেতৰ আদশ’ আমিও লবলৈ চেষ্টা কৰা দৰকাৰ ৷

  • @mamunbegum851
    @mamunbegum851 3 ปีที่แล้ว +2

    Khosai Issor sworup hoi Doctorjon. Iman kom toka loi khontusto hoise bhogoban swarup manuhor udahoron. Legal income kom holeu je manuhe khei tokare dhunia jeevon japon koribo pare takei bujai dile. Salute Doctorjonoloi. Apuni jeevonot aguwai jabo buli akha rakhilu. Raijor akhirbaad ase. 🙏🙏🙏🙏🙏🙏🙏. iyar pora baki Doctorbure gyan luwar proyujon.

  • @robinmohan9667
    @robinmohan9667 3 ปีที่แล้ว

    এনে মহৎ বৰঙণি আগবঢ়োৱা ডাক্তৰ গ গৈ দেৱৰ মহানুভৱতা সচাকৈ শলাগিব লাগিব। তেখেতে এইদৰে সেৱা আগবঢ়ায় যাওক তাৰে কামনা কৰিলোঁ। ভগৱান সহায়ক হওক। ধন্যবাদ ডাক্তৰ গগৈ।

  • @pankajdeka2740
    @pankajdeka2740 3 ปีที่แล้ว +8

    Sir k ভগৱানে dirghayu কৰক যাতে এই সেয়া মানুহে সদাই লাভ কৰে তাৰ বাবে আমি ভগৱানক pathana জনাইছোঁ

  • @dipankanath5943
    @dipankanath5943 3 ปีที่แล้ว +9

    Salute Dr. Gogoi

  • @sadiqhassan3577
    @sadiqhassan3577 3 ปีที่แล้ว +11

    Good job salute this humanity ❤️

  • @alberuni9126
    @alberuni9126 3 ปีที่แล้ว +10

    🙏🙏 Thank you dr. Gogoi from the bottom of my heart. 💓

  • @bobi1345
    @bobi1345 3 ปีที่แล้ว +7

    A grand salute to you Sir 👏🙏

  • @monisaikia769
    @monisaikia769 3 ปีที่แล้ว +3

    God bless you sir. Apuni bhut mohan.

  • @rajenray9655
    @rajenray9655 3 ปีที่แล้ว +5

    God bless you, Gogoi sir

  • @hifi4204
    @hifi4204 3 ปีที่แล้ว +8

    Salute ane hen doctorok.... Kintu guwahati university hospital or r dr deepak kumar ajon dexor kolonko..... University r maajor ata main post officer employeek teu saabo nukhuje.....aiburor baabe doctor kisumaanok piton die

  • @meghalideka5585
    @meghalideka5585 3 ปีที่แล้ว +5

    You're great sir

  • @TechInformativeAssam
    @TechInformativeAssam 3 ปีที่แล้ว +14

    বহুত ভাল কথা

  • @malakarsahab
    @malakarsahab 3 ปีที่แล้ว +4

    Manuh nhoi bhogoban hoi teo love from Tinsukia 🙏❤️

  • @pranjalkalita1680
    @pranjalkalita1680 3 ปีที่แล้ว +8

    God bless u sir.... aji dinot baki kokuwa dr hokole kiba 1ta hikibo paribo apunar pora. Tokar khok nomora hokole buji pauk.

  • @bhairabsharma6092
    @bhairabsharma6092 3 ปีที่แล้ว +3

    Really a good and kindhearted May God bless you sir

  • @norottamdas8895
    @norottamdas8895 3 ปีที่แล้ว +3

    Sir You are a Great Doctar.I salut to You

  • @mukulbora1870
    @mukulbora1870 3 ปีที่แล้ว +10

    প্ৰণাম জনাইছোঁ🙏🙏🙏

  • @ilasharma5488
    @ilasharma5488 3 ปีที่แล้ว +6

    অসমত আৰু এনেকুৱা চাৰি পাঁচ জন চিকিৎসক ওলালে আমাৰ দৰে দুখীয়া খকলে খকাহ পাম

  • @sahabuddinahmed2369
    @sahabuddinahmed2369 3 ปีที่แล้ว +2

    Salute sir...May God bless you forever 🙏

  • @hemalatachetia3765
    @hemalatachetia3765 3 ปีที่แล้ว

    সচাকৈয়ে এইজন ডাক্তৰ ৰোগীৰ সকলৰ বাবে ভগৱান ।।
    আজিৰ দিনত এনে মহানুভৱতা থকা মাত্ৰ ১০/২০ টকা মাননী লোৱা চিকিৎসক জনক অভিনন্দন জ্ঞাপন কৰিছো।।

  • @NiranjanKumar-vb2dj
    @NiranjanKumar-vb2dj 3 ปีที่แล้ว +7

    সকলো ডাক্তৰ এনে কুৱাহলে দুখীয়া মানুহে সকাহ পালে হয়

  • @rinuborthakur9308
    @rinuborthakur9308 3 ปีที่แล้ว +4

    God bless you sir 🙏🙏🙏

  • @manashjyotidutta9503
    @manashjyotidutta9503 3 ปีที่แล้ว +4

    Sir u'r the great 🙏🙏

  • @rabindraassam9969
    @rabindraassam9969 3 ปีที่แล้ว +7

    Sir hokolu doctor jodi apunar dore hole hoi tetiya bohut dukhiya poriyalor hohai hol heten apuni anedore hohai Kori thakok mur falor pora Jai Hind 🇮🇳

  • @pallabikagogoi3379
    @pallabikagogoi3379 3 ปีที่แล้ว +3

    Apunar nisina doctor ai oxomot bohut bohut proyujon hoise..

  • @darshanadutta.5086
    @darshanadutta.5086 3 ปีที่แล้ว +6

    কিছুমানে টকাৰ বাদে আন একু চিনি নাপায় ৷ মানুহ এনেকুৱা হব লাগে ৷

  • @anjumonikakati9216
    @anjumonikakati9216 3 ปีที่แล้ว +3

    May God bless you sir

  • @robinchangmai9312
    @robinchangmai9312 3 ปีที่แล้ว

    Dr Ranjan Gogoi , very good heart person তেখেতক ভাৰত চৰকাৰৰ ফালৰ পৰা এটা উপযুক্ত সন্মান পাবৰ বাবে অসম চৰকাৰ ফালৰ পৰা নামটো মনোনীত কৰিব লাগে । কাৰণ বহুতো পিছপৰা ঠাইত জাতি জনজাতি সকলো দুখীয়া দৰিদ্ৰ ৰ প্ৰতি কৰা মানৱ ধৰ্ম কৰা এজন নিষ্ঠাবান ব্যক্তি । যদি সন্মান পায় তেন্তে বেলেগ সকলোৰে বাবে পিচপৰা ঠাই ত কাম কৰাৰ প্ৰেৰণা হৈ ৰব ।

  • @shimantaborah793
    @shimantaborah793 3 ปีที่แล้ว +4

    Great man 🙏🙏

  • @kamalchetry7243
    @kamalchetry7243 3 ปีที่แล้ว +5

    Great job sir re kora hewak selut korisu pratek pispora anchalat yenekuwa doctor janmma hoyuk.

  • @migompegu1729
    @migompegu1729 3 ปีที่แล้ว +6

    Very good sir ❤️

  • @jeshminakhatoon173
    @jeshminakhatoon173 3 ปีที่แล้ว +13

    We need this type of doctors,many doctor take rs. 500 to rs.800 fees.

    • @rupeshgorh9304
      @rupeshgorh9304 3 ปีที่แล้ว

      Sir bhut val kam korisa..bhut bhut thx

  • @moonbulhussain8233
    @moonbulhussain8233 3 ปีที่แล้ว +3

    Be a good doctor love u always ❤ nd be happy 😊 always 👍

  • @hindipoetrybyom8817
    @hindipoetrybyom8817 3 ปีที่แล้ว +2

    Wow pure soul god bless you sir

  • @nashiruddinsk7304
    @nashiruddinsk7304 3 ปีที่แล้ว +3

    Good job sir😘 proud of you👌 Allah bless u🤲

  • @junmonikhound8264
    @junmonikhound8264 3 ปีที่แล้ว +2

    God bless you sir....!

  • @lakhikantasingha8358
    @lakhikantasingha8358 3 ปีที่แล้ว +2

    Jibonot kiman luti khuwa doctor dekhilu aeiya prithibit prothom esoror rupot ata doctor good bless you sir.

  • @mohanrathi7671
    @mohanrathi7671 3 ปีที่แล้ว +2

    God is great & this doctor is also verry great

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika1583 3 ปีที่แล้ว

    গগৈ ছাৰৰ লগতে তেখেতৰ পৰীয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো । আপোনালোক মহান।

  • @pradiphazarika7558
    @pradiphazarika7558 3 ปีที่แล้ว

    সুন্দৰ জীৱন। ভগবান সদায় তেওঁৰ লগত।

  • @rambhuyan7721
    @rambhuyan7721 3 ปีที่แล้ว +2

    Thank you sir. May GOD bless you every moments..

  • @deepanjolidutta6783
    @deepanjolidutta6783 3 ปีที่แล้ว +2

    ভগৱানে আৰু শক্তি দিয়ক

  • @madanrabidas9451
    @madanrabidas9451 3 ปีที่แล้ว +2

    Dr.R gogoi is a actual doctor God bless him

  • @dhrubajittalukdar661
    @dhrubajittalukdar661 3 ปีที่แล้ว +1

    I salute you Sir 🙏

  • @MintuDas-xl4vw
    @MintuDas-xl4vw 3 ปีที่แล้ว +6

    I Give him Thanks Dr Ranjan Gogoi From Ledo

  • @arotigogoi6053
    @arotigogoi6053 3 ปีที่แล้ว

    এইয়াহে প্ৰকৃত মানব সেৱা। ভগৱান তেওঁৰ সহায় হওক ।

  • @bijitsaikia1491
    @bijitsaikia1491 3 ปีที่แล้ว

    শ্ৰদ্ধাৰ গগৈ চাৰক অশেষ ধন্যবাদ জনাইছো।এখেতৰ দৰে মানৱীতা গুণসম্পন্ন ব্যক্তি আঙুলিৰ মূৰত লেখিব পৰা...
    ।আমাৰ যোৰহাটত কেইজনমান ডকাইতৰ নিচিনা!ফিজ ৪০০ৰপৰা ৫০০ লয়। দুখীয়া নিচলা বুলি চাবলৈ নাই মুঠতে বেমাৰ ভাল হওক বা নহওঁক ৰোগী চোৱাৰ নামত অধিক ধন ল'বই।
    আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত এজন ডক্তৰ আহে তেখেতে ১০০টকাহে লয় ফিজ।পইচা কমিলেও দৰৱ দি পঠাই,আমি কেইদিনমানৰ পিছত দিওগৈ।তেখেতৰ নামটো হ'ল শ্ৰদ্ধাৰ শ্ৰীযুত কংকণজ্যোতি শৰ্মা।
    অৱশ্যে গগৈ চাৰে ৫০/১০০ টকা ল'লেও বেয়া নহয় বাৰু!!সদৌ শেষত চাৰৰ সু-স্বাস্থ্য লগতে দীৰ্ঘায়ো কামনা কৰিলো।

  • @rajibpegu9599
    @rajibpegu9599 3 ปีที่แล้ว +2

    God bless you. Salute

  • @abdurrezzak3021
    @abdurrezzak3021 3 ปีที่แล้ว +2

    May Allah Grant Dr Gogoi a long life.Other doctors should follow him and be kind.

  • @jugesworpame7793
    @jugesworpame7793 3 ปีที่แล้ว

    ধন্যবাদ গগৈৰ চাৰ

  • @rukmakoch7643
    @rukmakoch7643 ปีที่แล้ว

    কৃষ্ণ, গগৈ ছাৰ আপোনাৰ এনে মহানুভবৰ বাবে সলাগ নলৈ নোৱাৰিলো।ভগৱন্ত ই আপোনাক কৃপা কৰক ।

  • @iteachyou4977
    @iteachyou4977 3 ปีที่แล้ว +1

    Vogobn buli kobole aku dal nai pithibit kintu ai jon lukr dore manuh ase babeii vogobn ase buli kb pari ❤️❤️❤️

  • @dharjyachoudhury4772
    @dharjyachoudhury4772 3 ปีที่แล้ว +1

    Ranjan gogoi sir apunar manab dorodi mahanubhuti dekhi ami khub khukhi aru gaurab anubhob koriso...Apunak bhogobane bhale kukhole rakhok taare kamona bhogobanor usorot parthana...

  • @prodipkhanikar7242
    @prodipkhanikar7242 3 ปีที่แล้ว

    বহুত ধন্যবাদ জ্ঞাপন কৰিলো

  • @mainamampivlog9034
    @mainamampivlog9034 3 ปีที่แล้ว +2

    Apuni mohan sir apuni ya God 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rajibdas956
    @rajibdas956 3 ปีที่แล้ว +1

    Hat's off my dear doctor......long livey dear sir

  • @amalrahang1613
    @amalrahang1613 3 ปีที่แล้ว +3

    Good job.....

  • @zackmucha1196
    @zackmucha1196 3 ปีที่แล้ว +4

    ছাৰ আপুনি বহুত আৰ্শীবাদ পাব।

  • @junmonichetia3031
    @junmonichetia3031 3 ปีที่แล้ว +1

    সুন্দৰ পদক্ষেপ ছাৰ

  • @moonjyotinath5341
    @moonjyotinath5341 3 ปีที่แล้ว +1

    Great man.

  • @RanjitKumar-ud3kj
    @RanjitKumar-ud3kj 3 ปีที่แล้ว +1

    Sir ror manobota ase ,tokai nohoi manobota oo lage ,sir re phij loi toka ghota nai kintu unhelpful people jatia untoror pora ashibad pai tatu ata baleg amaze nohoi ne sir, God bless you,you are also manab rupi God. Jai hind.

  • @mrx4495
    @mrx4495 3 ปีที่แล้ว +2

    Good job👍

  • @bijoyasaikia2579
    @bijoyasaikia2579 3 ปีที่แล้ว +2

    আমাৰ সমাজত এনে কিছুমান চিকিৎসক আছে তেওঁ লোকে অসুখ আদি দেখুওৱা লৈ গ'লে ভিজীট কিমান লাগিব আগতেই কৈ দিয়ে

  • @shankargiri5885
    @shankargiri5885 3 ปีที่แล้ว +2

    Good job Sir

  • @khaninsarma5522
    @khaninsarma5522 3 ปีที่แล้ว +1

    Manuhor rupot Bhagwan...
    Proud of you...

  • @n.c.s6611
    @n.c.s6611 3 ปีที่แล้ว +7

    Sir loi xotokuti pronam,tene manob sewa kora doctor Amar babe vagaban ,tekhet prokitote manob xewa koribo Parise

  • @bubulbaruah4926
    @bubulbaruah4926 3 ปีที่แล้ว

    বহুত ভাল খবৰ দিলে। সৰ্বেশ্বৰ ভূঞা দেৱে এটকাও ফিজ নোলোৱাকৈ অৱসৰ গ্ৰহন কৰিলে Dibrugarh GMC 🙏🙏

  • @rosiloutha2351
    @rosiloutha2351 3 ปีที่แล้ว +1

    Good job DR meaning hoisy mohanubhab very very good job

  • @samarnath3806
    @samarnath3806 3 ปีที่แล้ว +10

    ❤️❤️❤️🙏

  • @phukanterang7993
    @phukanterang7993 3 ปีที่แล้ว

    Bohut bhal lagil sir, God bless you 🙏🙏

  • @chandraa5971
    @chandraa5971 3 ปีที่แล้ว +1

    You are great Sir 🙏🙏🙏🙏 salut you

  • @nipulsaikia8671
    @nipulsaikia8671 ปีที่แล้ว

    এজন ভগবান এজন ডকাইট। ডাঃ গগৈদেবলৈ সেৱা জনাইছো।

  • @lukudas1209
    @lukudas1209 3 ปีที่แล้ว +4

    আমাৰ পিছে মুখ্যমন্ত্ৰীয়ে বহুত টকাৰ মালিক হৈ দৰমহা লয়,,সমাজ সেৱা ,cM চাৰ এই চেনেলটো অলপ চাব

  • @gautamphukan5079
    @gautamphukan5079 3 ปีที่แล้ว

    Bohut bohut val kam korise gogoi sir, vogobane apunak aru unnoti diyok sir ,

  • @nsmastebharat561
    @nsmastebharat561 3 ปีที่แล้ว +1

    Real hero Dr R Gogoy Sir