চৰকাৰী শিক্ষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কিয়? || আজিৰ প্ৰশ্নত অধ্যাপক অপূৰ্ব বৰুৱা

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ย. 2024
  • চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত হোৱাটো কিয় নিবিচাৰে চৰকাৰে?
    হিমন্ত বিশ্ব শৰ্মাক কিয় নালাগে মাতৃভাষা মাধ্যমৰ বিদ্যালয়?
    চৰকাৰী শিক্ষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ আঁৰত কি?
    ‘আজিৰ প্ৰশ্ন’ত অধ্যাপক অপূৰ্ব বৰুৱাৰ সৈতে অনিৰ্বাণ পাঠক
    #himantabiswasarma #assameducation #govtschool
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

ความคิดเห็น • 250

  • @drkknath
    @drkknath 2 ปีที่แล้ว +18

    প্ৰচলিত তথাকথিত জনপ্ৰিয় নিউজ পৰ্টেল সমূহৰ দৰে সস্তীয়া মনোৰঞ্জক বিষয় সমুহৰ দ্বাৰা দৰ্শকক ব্যস্ত নাৰাখি ইমান গধুৰ বিষয় এটা অপূৰ্ব বৰুৱা চাৰৰ দ্বাৰা দাঙি ধৰা বাবে আপোনালোকৰ চেনেলক ধন্যবাদ যাচিলো।

  • @dipkumardas2126
    @dipkumardas2126 2 ปีที่แล้ว +44

    তেওঁ দক্ষ মন্তী নহয় দক্ষ ধংসকাৰী ।

  • @monishaboruah941
    @monishaboruah941 2 ปีที่แล้ว +82

    আপোনাক কেনেকৈ ধন্যবাদ জনাম মোৰ ভাষা নাই চাৰ আপোনাৰ নিচিনা‌ৰ মানুহক এইটো সময়ত অসমত বহুত দৰকাৰ ।🙏🙏🙏🙏🙏

  • @ranjitmahanta1565
    @ranjitmahanta1565 2 ปีที่แล้ว +28

    বহুত সাৰুৱা কথা ক’লে ৷ শুনি ভাল লাগিল ৷

  • @Pranabbar
    @Pranabbar 2 ปีที่แล้ว +26

    সুন্দৰ বিশ্লেষণ।

  • @khalilurrahman847
    @khalilurrahman847 2 ปีที่แล้ว +96

    অপ্ৰিয় হ'লেও একেবাৰে সত্য কথা কৈছে। বৰুৱা চাৰ আপোনাক ধন্যবাদ।

  • @jadukoch7576
    @jadukoch7576 2 ปีที่แล้ว +28

    ছাৰৰ দীর্ঘয়ু কামনা কৰিলো। ভবিষ্যতে এনেধৰণৰ মনোগ্রাহী কথা আগলৈ যাতে শুনিব পাও।

  • @n.musiccompany9670
    @n.musiccompany9670 2 ปีที่แล้ว +31

    যাৰ হাতত ধৰি অসমৰ শিক্ষা ব্যৱস্থা উন্নত হ'ব বুলি আমি নিৰিহ মানুহবোৰে ভাবিছিল সপোন ৰচিছিলো। আজি কালি সেই জন মানুহৰ মন্তব্য শুনিলে। এনে হেন লাগে আমি সঁচা কৈ বুৰ্বক আছিলোঁ

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +16

    চাৰ আপুনি সুন্দৰ কথা কলে। অসম বাচিবলৈ আপোনাৰ দৰে দৃঢ় মতৰ প্ৰয়োজন।🙏🙏🙏

  • @hemkantaborah7434
    @hemkantaborah7434 2 ปีที่แล้ว +18

    চাৰে সঁচা কথা কৈছে- অসমৰ চৰকাৰী স্কুল বোৰ জহন্নামে যোৱাৰ মূলতে হিমন্ত বিশ্ব শৰ্মা।

  • @yeaminurrahman3764
    @yeaminurrahman3764 2 ปีที่แล้ว +21

    Great speech Sir

  • @anjoyrajkhowa5808
    @anjoyrajkhowa5808 2 ปีที่แล้ว +18

    Good Coman sir

  • @kushalbora4823
    @kushalbora4823 2 ปีที่แล้ว +27

    ছাৰ অশেষ ধন্যবাদ আপোনাৰ দৰে স্বনামধন্য লোকসকলৰ দিহা পৰামৰ্শ সকলোৱে লোৱা উচিত-

  • @amar0053
    @amar0053 2 ปีที่แล้ว +15

    সুন্দৰ বিশ্লেষণ
    ধন্যবাদ

  • @taradoi7957
    @taradoi7957 2 ปีที่แล้ว +34

    অপ্ৰিয় সচা কথা কৈছে ডাঙৰীয়া ।

  • @alikborah8126
    @alikborah8126 2 ปีที่แล้ว +17

    Good news selot aponak

  • @prabalamchi8456
    @prabalamchi8456 2 ปีที่แล้ว +20

    বহুতো গুৰুত্বপূৰ্ণ কথা ক'লে
    অপ্ৰিয় হ'লেও সচা 👍

  • @manojtalukdar6647
    @manojtalukdar6647 2 ปีที่แล้ว +11

    🙏🙏🙏 ধন্যবাদ চাৰ, আপুনি দীৰ্ঘজীৱি হওঁক।। আৰু সচাকৈ অতি নিৰ্মম সত্য কথা কৈছে।। দক্ষ এটাতে নিজৰ আৰু নিজৰ সাংগো-পাংগোৰ বাবে কোৰোঙেৰে ধন -সম্পদ গোটেৱা 👍👍👍

  • @borannyagogoi4893
    @borannyagogoi4893 2 ปีที่แล้ว +13

    Thank you sir. Right sir

  • @prabinsarma7499
    @prabinsarma7499 2 ปีที่แล้ว +4

    অসমৰ শিক্ষাক্ষেত্ৰৰ প্ৰধান সমস্যাটো হল অসমৰ মুখ্যমন্ত্ৰীজন। এও শিক্ষা ব্যৱস্থাটো ৰাজ্যত ধ্বংস কৰিব।

  • @amarjyotiroy9127
    @amarjyotiroy9127 2 ปีที่แล้ว +9

    Totally agree sir

  • @thagiborush5133
    @thagiborush5133 2 ปีที่แล้ว +15

    Good camen sir

  • @ramdhenu1663
    @ramdhenu1663 2 ปีที่แล้ว +33

    ভাবগধুৰ বিশ্লেষণ,,সঁচা কথাবোৰ নিৰ্ভীকতাৰে কৈছে🙏🏻🙏🏻। সাংবাদিকজনৰ প্ৰশ্ন উত্থাপনৰ কৌশল 👍👍

  • @bishnuramrabha4714
    @bishnuramrabha4714 2 ปีที่แล้ว +27

    Apurba Barua Sir long live

  • @mukeshdeka6702
    @mukeshdeka6702 2 ปีที่แล้ว +7

    প্ৰাথমিক বিদ্যালয় সমূহত শ্রেণী অনুপাতত শিক্ষক নিযুক্তি দিব লাগে। দেখিব ভবিষ্যতে কেতিয়াও প্ৰাথমিক বিদ্যালয় বন্ধ কৰিব নালাগিব।

  • @hiranyabaruah8515
    @hiranyabaruah8515 2 ปีที่แล้ว +6

    সচাকৈ আজিৰ শিক্ষা চৰকাৰে কি কৰিম বুলি ভাবিছে নাজানো আৰু। আপোনাৰ কথা খিনি মনৰ কথা আৰু সচা কথা

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 5 หลายเดือนก่อน +1

    বহুত ভাল লাগিল নিউজ টো চাই ❤❤🙏

  • @prasantabora5563
    @prasantabora5563 2 ปีที่แล้ว +6

    এই চৰকাৰ নিপাত যাওঁক

  • @ismatbarbhuiya7073
    @ismatbarbhuiya7073 2 ปีที่แล้ว +7

    Great sir

  • @aruncharoh8340
    @aruncharoh8340 2 ปีที่แล้ว +17

    100% right sir

  • @subratadey9156
    @subratadey9156 2 ปีที่แล้ว +5

    বৰুৱা ছাৰে স্পষ্ট ভাষাৰে নিৰ্মিত ভাবে কথাবোৰ বুজাই দিছে।

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว +5

    Thanks to Apurba Boruah Sir.

  • @Anignar___
    @Anignar___ 2 ปีที่แล้ว +12

    Thank you sir long live your life.

  • @norenborah5872
    @norenborah5872 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ ছাৰ। আপোনাৰ বহুমূলীয়া বক্তব্যৰ যোগেদি নিশ্চয় অসমৰ উন্নতি হ'ব বুলি আশা ৰাখিলোঁ।

  • @beautyhazarika7039
    @beautyhazarika7039 2 ปีที่แล้ว

    Sir Very good News . Apuni Hotiy kotha koise Dhoniybad Sir .

  • @joligoswami3870
    @joligoswami3870 2 ปีที่แล้ว +4

    Great speech sir ....

  • @rmvlogs0779
    @rmvlogs0779 2 ปีที่แล้ว +2

    অৱসৰপ্ৰাপ্ত অধ্যাপক শিক্ষাবিদ অপূৰ্ব বৰুৱা চাৰৰ কথা এশ শতাংশই শুদ্ধ আৰু চিৰন্তন সত্য। কিয়নো যি সময়ত জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰিলে এই একেখন চৰকাৰে আকৌ জাতি মাটি ভেটিখনেই বন্ধকত দিবলৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে গতিকে মানুহে নিচা খালে যেনেকৈ সকলো মিছা বুলি কয় ঠিক একেদৰে মানুহৰ ক্ষেমতাই যেতিয়া মূৰত ধৰে তেতিয়াই সকলো শেষ হ'বলৈ আৰম্ভ কৰে। সময়হে সময়ত সকলো কথা ক'ব আৰু উচিত শিক্ষা সময়হে দিব তাৰ বাবে আমি সকলোৱে ধৈৰ্য সাহস আৰু আগ্ৰহেৰে বাট চাব লাগিব

  • @basantihazarika8031
    @basantihazarika8031 2 ปีที่แล้ว

    চাৰ আপোনাক বহুত বহুত ধন্যবাদ।

  • @ReenaRoykhataniar
    @ReenaRoykhataniar 27 วันที่ผ่านมา

    ৰাজনৈতিক, সামাজিক ভাবে শ্বাসৰুদ্ধ, প্ৰদূষিত অসমৰ আজিৰ পৰিবেশত আপোনাৰ সাহসী, বিশ্লেষণাত্মক ব্যক্তব্যই
    সঞ্জীবনীৰ কাম কৰিব! আগলৈ এনেধৰণৰ কাৰ্যসূচী আগবঢ়াব বুলি আশা ৰাখিলে।

  • @jayantadas8684
    @jayantadas8684 2 ปีที่แล้ว +4

    কব লৈগীয়া কথা কৈছে , ভাল লাগিল

  • @mosudurrahman907
    @mosudurrahman907 2 ปีที่แล้ว +5

    Good analysis

  • @bhogendrapagag245
    @bhogendrapagag245 ปีที่แล้ว

    Baruah siror tattagadhur alochanati suni (honi)
    aplluta holo. Dhanyabad sir.

  • @hemkantaborah7434
    @hemkantaborah7434 2 ปีที่แล้ว +3

    অসমৰ দালালহঁতে অসমীয়া ভাষা ধংশ কৰাৰ পিছত, অসমত কেৱল হিন্দী চলিব। অসমত বাহিৰৰ হিন্দীভাষী মানুহে হে চাকৰি পাব। উঠি অহা অসমৰ অসমীয়া- বড়ো-জনজাতীয় ল'ৰা ছোৱালী বোৰ মহা সংকটত পৰিবগৈ। অসমীয়াৰ মুখৰ ভাত লোকে কাঢ়ি খাবগৈ।

  • @bobisaikia5722
    @bobisaikia5722 2 ปีที่แล้ว

    Bohut sundor. Kotha....

  • @abdulmohimlaskar6850
    @abdulmohimlaskar6850 ปีที่แล้ว +1

    Thanks

  • @prasantamili2254
    @prasantamili2254 2 ปีที่แล้ว +12

    Himanta Biswa Sarmah kam nai, nijor sartor karne kre sartopor manuh

  • @hindubhusanghosh2225
    @hindubhusanghosh2225 2 ปีที่แล้ว +9

    Bohut dinor pachat ajon gyani
    Biyoktir justi purna hosa kotha
    Hunilu

  • @ramendas001
    @ramendas001 ปีที่แล้ว

    Akdom xosa ktha koise sir...

  • @BiTuVloG-z6p
    @BiTuVloG-z6p 2 ปีที่แล้ว +5

    Akdom right

  • @mosudurrahman907
    @mosudurrahman907 2 ปีที่แล้ว +5

    Assam t drighyo samayor babe education minister HIMANTA BISHWA SARMA je asil ai kotha tu Assam r raije pahorile.

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 2 ปีที่แล้ว +3

    You tell true Sir. Thanks sir👌

  • @dulumonidoley9323
    @dulumonidoley9323 2 ปีที่แล้ว +1

    BORUAH , sir spastobadi kathabur huni bhal lagil

  • @parthoboruah4574
    @parthoboruah4574 2 ปีที่แล้ว

    খুব সুন্দৰ কথা কলে

  • @dilipchandradas2292
    @dilipchandradas2292 2 ปีที่แล้ว +1

    সন্মানীয় ছাৰক সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

  • @budheswarnath6516
    @budheswarnath6516 ปีที่แล้ว

    চাৰে একদম সাহসেৰে শুদ্ধ কথা কৈছে 🙏🙏

  • @reallegendgamingyt1619
    @reallegendgamingyt1619 ปีที่แล้ว

    Hundor kotha koise

  • @karnamushahary7730
    @karnamushahary7730 2 ปีที่แล้ว +3

    Thanks so much .May GOD bless you sir and long life ! On behalf of BODOs .

  • @sureshmohan8165
    @sureshmohan8165 2 ปีที่แล้ว

    সুন্দৰ

  • @sexyboy8281
    @sexyboy8281 2 ปีที่แล้ว +2

    Bohut bhal kotha kole dei.

  • @sumankalita3399
    @sumankalita3399 2 ปีที่แล้ว +4

    Akdm xasa koise

  • @alikborah8126
    @alikborah8126 2 ปีที่แล้ว +3

    Good sir

  • @papumonihazarika9715
    @papumonihazarika9715 2 ปีที่แล้ว

    সত্য কথা।

  • @abduljaliljalil9622
    @abduljaliljalil9622 2 ปีที่แล้ว

    Your great sir

  • @himadrikalita6913
    @himadrikalita6913 2 ปีที่แล้ว +4

    সাহসী পুৰুষ,,,

  • @pranabjyotisaikia.8263
    @pranabjyotisaikia.8263 2 ปีที่แล้ว +3

    এতিয়া কলেজৰ ছাএক লগোৱা হৈছে অৰুণোদয় আঁচনি survey ত।

  • @monikumardoley603
    @monikumardoley603 2 ปีที่แล้ว +2

    Very meaningful and valuable speech sir.

  • @mukeshdeka6702
    @mukeshdeka6702 2 ปีที่แล้ว +1

    Yes sir, you are absolutely right...

  • @rajgoswami9980
    @rajgoswami9980 2 ปีที่แล้ว +3

    Prokit kotha

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 2 ปีที่แล้ว

    সত্য সত্য সত্য, এই বোৰৰ বাবে দায়ি কোন , যোৱা 25 বছৰত এই বিভাগ মন্ত্ৰী কোন আছিল, এই বিষয়ত দূৰদৰ্শি নীতিৰ কিয় নললে কিয়.

  • @ritupantamuli5977
    @ritupantamuli5977 2 ปีที่แล้ว +1

    khub val kotha koise sire ❤️👍

  • @gapalsaikia9491
    @gapalsaikia9491 2 ปีที่แล้ว +2

    Very good sir

  • @user-ix7ll9vi5i
    @user-ix7ll9vi5i 29 วันที่ผ่านมา

    আমাৰ গাঁওৰ প্ৰাথমিক বিদ্যালয় খনিও ধ্বংস হল সচা কথা । হয় চাৰৰ কথাখিনি মিলিছে ।

  • @chandika486
    @chandika486 2 ปีที่แล้ว +5

    100% right .

  • @tikengogoi273
    @tikengogoi273 2 ปีที่แล้ว

    আপুনি একেবাৰে সচা কথাই কৈছে । এইখন চৰকাৰে ৰাইজৰ হিত চিন্তা নকৰে ।

  • @rupmalboro2271
    @rupmalboro2271 2 ปีที่แล้ว +1

    100% Right

  • @babuhazarika8294
    @babuhazarika8294 2 ปีที่แล้ว +1

    100% শুদ্ধ কথা কৈছে কিন্তু আমিকবলৈ গলে কিবা এটা বদনাম দি জেলত পঠাব

  • @julfikarislam9371
    @julfikarislam9371 2 ปีที่แล้ว +1

    ভাল লাগিল বৰা চাৰ

  • @NurulAmin-xc2ev
    @NurulAmin-xc2ev 2 ปีที่แล้ว +1

    Right sir

  • @jyotshnasaikia7873
    @jyotshnasaikia7873 2 ปีที่แล้ว

    Sir🙏🙏🙏

  • @krishnadas6507
    @krishnadas6507 2 ปีที่แล้ว

    Good

  • @bipulkalita875
    @bipulkalita875 2 ปีที่แล้ว +1

    Really true

  • @lnl6069
    @lnl6069 ปีที่แล้ว

    Sir. Apunar kotha bur khuni bohute val lagile...
    Jenekoi Baktigot school bort Kha khubidha dise, ba bandhise...
    Tenekoi jodi Amar Sarkar bure Sarkari School bort khei kha khubidha dile hoi...tetiya Amar Okhomr Satro satri bur logote Okhom khone bohut aguai jab parile hoi...?

  • @bitugogoi824
    @bitugogoi824 2 ปีที่แล้ว

    Thank you sir akdom hosa kotha koise apuni 👍🏼👍

  • @subhashmajumdar4737
    @subhashmajumdar4737 2 ปีที่แล้ว +1

    Hemanta Biswa sarma Micha kotha koat Indiar Bhitorot Ati Pakyoit

  • @bitupanhazarika8172
    @bitupanhazarika8172 2 ปีที่แล้ว +1

    Exactly

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 ปีที่แล้ว +1

    Tnk u sir

  • @sumonbarua9956
    @sumonbarua9956 2 ปีที่แล้ว +1

    Great sir u r 🔥 🔥

  • @birenkarjee115
    @birenkarjee115 2 ปีที่แล้ว

    Important task to save d own culture.

  • @jatinsonowal5975
    @jatinsonowal5975 2 ปีที่แล้ว

    চাৰে যিবোৰ গঠনমূলক মূল্য বান কথা ক'লে আমি সকলোৱে জাতিটোৰ এজন প্ৰতিনিধি বুলি ভাবি উলাই আহক আমাৰ ভাষাটোক ইতিকিং কৰা ব্যক্তি সকলৰ আগত উজ্বলাই দেখুৱাও ।

  • @satyasarma6042
    @satyasarma6042 2 ปีที่แล้ว +1

    কেলেঙ্কাৰীত নিমজ্জিত, "ওপৰৰ মাল", ছাত্ৰ সংগঠনক চোৰ ডকাইত বুলি কোৱা অভদ্ৰ সকলে চলোৱা চৰকাৰৰ পৰা কি আশা কৰিব পাৰি? হিতাধিকাৰী বনাই ভোট কিনি নিৰ্বাচন জিকিয়েই তেওঁলোকে নিজকে সৰ্ব্বজান্তা বুলি ওভেোতগোৰে নাচিব ধৰিছে. হিতাধিকাৰী সকলে যেতিয়া এই শোষক বোৰক বুজি উঠিব, তেতিয়া এই জাতিক শেষ কৰি নিজৰ স্বাৰ্থৰ বাবে চতুৰালি কৰা দালাল বোৰ উফৰি পৰিব. এতিয়া প্ৰয়োজন সকলোৱে সচেতন হোৱাৰ এই নেতাৰ ভাও দিয়া জাতিক বিশ্বাসঘাত কৰা সকলক চিনি পোৱাৰ.

  • @padumihaloidas5450
    @padumihaloidas5450 2 ปีที่แล้ว

    Bohut bohut dhanybad jonalu Sir

  • @pravawatipegu5451
    @pravawatipegu5451 2 ปีที่แล้ว +2

    Sir আপুনি ইমান স্পষ্ট কৈ কথাবোৰ কৈছে কিন্তু হিমন্ত ই কথাবোৰ গুৰুত্ব দিব জানো? কাৰণ তেওঁৱেই বহুত বছৰ শিক্ষা মন্ত্ৰী হৈ আছিল! ইমান গুৰুত্বপূৰ্ণ কথাবোৰ ভেঙুচালি kori উৰুৱাই দিব!

  • @AradhanaGoswami-nu6pi
    @AradhanaGoswami-nu6pi 4 หลายเดือนก่อน

    কথাখিনি স্পষ্টকৈ বুজাই দিয়াৰ বাবে বৰুৱা ছাৰক কৃতজ্ঞতা জনালোঁ।জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিব পৰা স্কুল স্হাপনেই আমাৰ উদ্ধাৰৰ উপায়। ইয়াৰ বাবে আমি সকলো সাজু।

  • @domin2498
    @domin2498 2 ปีที่แล้ว

    #ohabar assamot Kejriwal sorkar

  • @amiyabaruah3534
    @amiyabaruah3534 ปีที่แล้ว

    আপোনৰ দৰে সময় উপযুক্ত কথা শুনি মোৰদৰে বহোত ব্যক্মিয়ে বূজি পাব বুলি ভাবিছো ।

  • @naturediscovery5640
    @naturediscovery5640 2 ปีที่แล้ว +3

    চৰকাৰি প্রাথমিক স্কুলত পঢ়া 80% ছাত্র ছাত্রীয়ে ক খ গ ঘ আৰু A B C D নাজানে
    শিক্ষকৰ শিক্ষাৰ প্রতি গুৰুত্ব কম । তেওলোকৰ 95% লৰা ছোৱালী প্রাইভেট স্কুলত পঢ়াই গতিকে কি আশা কৰিব । চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা লব লাগে ।

  • @dulumonibora1894
    @dulumonibora1894 2 ปีที่แล้ว

    অতি সুন্দৰ

  • @taranibasumatary5635
    @taranibasumatary5635 2 ปีที่แล้ว

    Many Many thanks you sir

  • @alokdutta5907
    @alokdutta5907 2 ปีที่แล้ว

    অতি সুন্দৰ বিশ্লেষণ কৰিছে ।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 ปีที่แล้ว +5

    Sir , চোকা মানুহে ৰাজ্যৰ ৰাজনীতিলৈ অহা-যোৱা নকৰে । মহা চতুৰৰ এই খেল হ'ল তিনি পাতিৰ জুৱাৰ । কলেজত পুৰণা ছেন্দেল পিন্ধি আজিৰ অসমৰ ৰাইজৰ শাসন কৰ্তা হ'ব লৈ যোৱা জনৰ জন্মগত ৰাজকীয় গুণৰ অভাৱ থাকিবই ।