LIVE | Assam Assembly | অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন | বিধানসভাত উত্তপ্ত পৰিস্থিতি |

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ต.ค. 2024

ความคิดเห็น • 127

  • @bhasmazumdar9801
    @bhasmazumdar9801 2 หลายเดือนก่อน +82

    হিন্দুৰ মাটি মুছলিম সম্প্ৰদায় ৰ। ওচৰত। বন্ধ।কৰিব লাগে আমি এই আইন।বিচাৰি আমাৰ গোৱালপাৰা ৰাভা সম্প্ৰদায়ৰ জমি মুসলিম মানুহে।কিনি জনজাতীয় লোককো ভিকৰী কৰি আছে

  • @sailenbaruah6065
    @sailenbaruah6065 2 หลายเดือนก่อน +20

    সন্মানীয় সদস্য সকলে সন্মান প্ৰদৰ্শন কৰি আলোচনা কৰা উচিত । অন্যথা লজ্জা লাগে ।

  • @debakamalsaikia2395
    @debakamalsaikia2395 2 หลายเดือนก่อน +10

    ফিওজৰ কামনা ই

  • @parthasarathi1142
    @parthasarathi1142 2 หลายเดือนก่อน +16

    পিযুচে চালে বেৰে কোবাই চিঞৰি আছে।

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 2 หลายเดือนก่อน +10

    পিয়ুছ মন্ত্ৰী হৈয়েই আছে নে লাজ চিনি নাপাই নেকি সি।কেতিয়া পদত্যাগ কৰিব। পদত্যাগ কৰিম বুলি কেলেই কৈছিল ডাঙকোপ মাৰি কেলেই কৈছিল সি

    • @ranjitduttaey3967
      @ranjitduttaey3967 2 หลายเดือนก่อน +1

      পাগলে নকয় কি পইয়উছএ নকয় কি, গতিকে ৰাইজে জানে এও সঁচাৰ ওচৰ ও নআচআপএ পদত্যাগ বহুত দূৰৈৰ কথা

  • @khargaprasadsarma9063
    @khargaprasadsarma9063 2 หลายเดือนก่อน +5

    Smart Miter ক লৈ সোনকালে আলোচনা কৰিব লাগে

  • @bilahkonwar5865
    @bilahkonwar5865 2 หลายเดือนก่อน +10

    আমীনূল ইছলাম ডাঙৰীয়াই এইখন দেশৰ নাগৰিকত্ব দিয়া বাবে সদনত বহিব পাৰিছে ইছলামী দেশ সমূহৰ হিন্দু ধৰ্মৰ লোক সকলে কিয় সাঙবিধানিক অধিকাৰ নাপায়

    • @himangshu462
      @himangshu462 2 หลายเดือนก่อน +2

      আমাৰ মানুহ বোৰে এইবোৰ বুজি নাপায়

  • @harmohansaud134
    @harmohansaud134 2 หลายเดือนก่อน +19

    বি জে পিত অসভ্য নীলাজ কেইজন লগ লাগিছে

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 2 หลายเดือนก่อน +1

      Tur jhara akhil val neki quation kore answer xuniba nore je miya geda i opte mat di thake nunu kata miya ty o ata nunu kata miya geda suda a

    • @ranjitduttaey3967
      @ranjitduttaey3967 2 หลายเดือนก่อน

      সদনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা সকলে বিৰোধী ৰাজনৈতিক নেতাসকলক কথা কওঁতে টুলোঙা মন্তব্য আগবঢ়াব নালাগে

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 2 หลายเดือนก่อน +3

    MlA সকল সংযমী হব লাগে, তেওলোক মাত্র
    পাচঁ বছৰীয়া সেৱক, গতিকে future সুৰক্ষিত কৰি ৰাখিব লাগে

  • @dhemajisilkhouse2196
    @dhemajisilkhouse2196 2 หลายเดือนก่อน +1

    Manania debarbot mohudaya sir apuni bohut val kotha koice

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 หลายเดือนก่อน +1

    ।।অধ্যক্ষ মহোদয় আপুনি সংবিধানৰ নিয়ম নাই বুলি সকলোৱে বুজি পাইছে সন্মানীয় অধ্যক্ষ হৈ মলুৱা বান্দৰ হৈ নানা দিব।। সন্মানীয় অসমৰ অধক্ষৰ আসন খন কুলশিত নকৰিব অসম বুৰঞ্জীত তোমাৰ কেলা মাৰপোহা নাম লিখা থকিব।।

  • @durlovgogoi5965
    @durlovgogoi5965 2 หลายเดือนก่อน +7

    126 জন বিধায়কৰ ঘৰত Smart meter লগাই বিল পৰীক্ষা কিয় কৰিব লাগে ? শাসনে মুৰত ধৰিছে নে মূৰ্খৰ জ্ঞান দেখুৱাব বিচাৰিছে নেকি ? পিওজ হাজৰিকা , অসমৰ চৌদিশে হাজাৰ হাজাৰ জনসাধাৰণে Smart meter ৰ ডকাইতৰ বিল লৈ আজি ৰাজপথত । ইয়াতকৈ আৰু কি প্ৰমান লাগে । smart meter ৰ নামত কমিচন লৈ সাধাৰণ জনতাৰ টেটু চেপা কাৰ্য্য বন্ধ কৰক।

  • @nishantakashyap4942
    @nishantakashyap4942 2 หลายเดือนก่อน +2

    Smart meter বিল বেচি দেখুওৱাৰ লোৱাৰ সনদৰভদ তুলুঙা উত্তৰ দিছে।

  • @ParthaprotimGogoi-fc6mu
    @ParthaprotimGogoi-fc6mu 2 หลายเดือนก่อน +2

    মুচলমানৰ মাটি সিন্দুৱে আৰু সিন্দু মানুহৰ মাটি মুচলমানে কিনিব নোৱাৰিব । কাৰণ গাহৰি খোৱা মাটি আৰু গৰু খোৱা মাটি😊

  • @joychandra6254
    @joychandra6254 2 หลายเดือนก่อน +1

    চামচাৰ টোক নিয়ন্ত্রণ কৰক। অধ্যক্ষ মহোদয়।

  • @kamaleswarbasumatary4573
    @kamaleswarbasumatary4573 2 หลายเดือนก่อน +1

    Smart meters should be removed. I paid mostly max 2500 per month but now it becomes 7000/_ per month.So smart mtrs should removed .

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 หลายเดือนก่อน +17

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

    • @harineogneog1732
      @harineogneog1732 2 หลายเดือนก่อน +1

      অখিল গগৈৰ ৰাজনৈতিক জীৱনত সদন পৰিচালনাত যি ভূমিকা, সেইটো দেখিলে তেখেত যেন এজন অ দক্ষ বিধায়ক তাৰ ছবিখন ফুটি উঠে ।

  • @tamannamuskan3552
    @tamannamuskan3552 2 หลายเดือนก่อน +1

    ৰাইজে মিছা কথা কৈছে । পিযাজৰ মতে ।ৰাইজৰ কথা মানি লব লাগে । ন হলে ৰাইজে চৰকাৰক ৰঙা লাইট জলাই দিব ।

  • @simantalahkar8227
    @simantalahkar8227 2 หลายเดือนก่อน

    YES

  • @SatyaNathSaikia
    @SatyaNathSaikia 2 หลายเดือนก่อน +3

    বিধান সভাত ইমান চিঞৰি কথা কলে জনসাধাৰনে কি ভাবে

  • @himangshu462
    @himangshu462 2 หลายเดือนก่อน +2

    তহঁত কংগ্ৰেছৰ দিন বোৰ পাহৰা নাই দে! কি যে দিন আছিল সেইবোৰ। এতিয়া ৰ অসম আৰু ১০ বছৰ আগৰ অসম ৰ বহুত পাৰ্থক্য আছে। চৰকাৰী কৰ্মচাৰী ৰ দৰমহা নাই, ৰাস্তা ঘাটটো বাদেই দে। কেৱল মাথো নামনিত অবৈধ মিয়া বোৰক ভোটাৰ কাৰ্ড বোৰ দিয়াৰ বাহিৰে কি দাল কৰিছে। যিমান চাকৰী বিজেপি ১ বছৰত দিলে তহঁতৰ ৪০-৫০ বছ টো চাগে দিয়া নাই। আৰু বেছিভাগ টকা দিয়া চাকৰী। পঢ়ি শুনি যে চাকৰী পায় এয়া বিজেপি ৰ দিনত হে মানুহে বুজিব পৰিছে। আবেগিক অসমীয়া বোৰ অকণমান সংযম হোৱা ভাল । আজি আহোমৰ ঐতিহ্য চৰাইদেউ মৈদাম ক বিজেপি ৰ চৰকাৰৰ দিনত হে UNESCO World Heritage site ত নাম পঞ্জীয়ন কৰালে। প্ৰয়াত তৰুণ গগৈ ইমান বছৰ শাসন ত থাকি কিও কৰিব পৰা নাছিল? সত্ৰৰ মাটি বেদখল কাৰিক আজি কোনে উচ্ছেদ কৰিব সক্ষম হৈছে? কেৱল খিলঞ্জীয়া খিলঞ্জীয়া কৰি ৰজা হৈছে অখিল কাম একো ডাল কৰিব নোৱাৰে।

  • @nandachutia4364
    @nandachutia4364 หลายเดือนก่อน

    Dhanyabad

  • @hazratali4698
    @hazratali4698 2 หลายเดือนก่อน +1

    আজিৰ বিধানসভাৰ অধিবেশন খন এটা সংগঠনৰ অধিবেশনত কৈ নিম্ন মানৰ হৈছে। ভবিষ্যতে কি হয় তাৰ বাবে অপেক্ষা।

  • @ruliyakhanam1105
    @ruliyakhanam1105 หลายเดือนก่อน

    স্মা্ৰ্ট ফোনত মন্ত্ৰীৰ কিবা personal মোনাফা আছে নেকি? দালালি পাব নাকি ? নহলে ইমান আগ্ৰহী কিয় ?

  • @BindiBiswas
    @BindiBiswas หลายเดือนก่อน

    ❤❤

  • @SofikulIsalam-wt4jc
    @SofikulIsalam-wt4jc 2 หลายเดือนก่อน

    Good news 👍

  • @NityanandaKalita-dd3qt
    @NityanandaKalita-dd3qt 2 หลายเดือนก่อน

    Should be kept proper discussion in cabinate.

  • @jogamayabaruah6977
    @jogamayabaruah6977 2 หลายเดือนก่อน +1

    Smart miter kothatu thik koise

  • @PriyankaDas-cu3em
    @PriyankaDas-cu3em 2 หลายเดือนก่อน

    মাহটোত ২০০০টকা দিলো।য'ত নেকি আগতে ৫০০/৬০০ মাহত বিল হৈছিল।। পইচাৰ গছজোপাত পইচা সকলো সময়ে লাগি নাথাকে আমাৰ সাধাৰণ লোক সকলৰ ঘৰত🙏🙏ইমান গৰমত ফেন খন লগাই ল'ব নোৱাৰো। গাওঁৰ ঠাইত বনৰীয়া হাতীৰ তাণ্ডৱ তথাপিও extra কৈ বাহিৰত লাইট এটাও লগাব নোৱাৰো বিলৰ ভয়ত। তেন্তে ভাৱক কিমান ভাল অসুৱিধাৰ সন্মুখীন হ'ব লগা হৈছে।। আৰু আপোনালোকৰ ঘৰত দুটা কি তিনিটা মিটাৰ লগাই ললেও ক'ত কিমান বিল ক'ম বেছি হয় বুলিলে কোনে বিশ্বাস কৰিব তাতকৈ জনসাধাৰণক দিয়ক আমি নিজেই পৰীক্ষা কৰি ল'ম ক'ত কিমান বিল আহে। কিছুমান নিয়ম জনসাধাৰণৰ বিনা অনুমতিত জাপি দিয়ে আপোনালোকে।। যদি দুখীয়া ঘৰৰ পঢ়া শুনা কৰা ল'ৰা ছোৱাৰী ঘৰত পৰীক্ষা সময়ত লাইনটো কাটি দিয়ে তেন্তে ক'ত পাব তৎক্ষনাতে পইচা তেওঁলোকে।।

  • @kudratali7466
    @kudratali7466 2 หลายเดือนก่อน +1

    Aminul islam jindabat AIUDF jindabat

  • @sahabuddinahmad8726
    @sahabuddinahmad8726 2 หลายเดือนก่อน

    Good, Dangoria.

  • @AJIJUL.FF.
    @AJIJUL.FF. หลายเดือนก่อน

    🎉🎉🎉

  • @jayadass2681
    @jayadass2681 2 หลายเดือนก่อน

    সদনত এনে কাজিয়াহলে গাঁৱৰ অশিক্ষিত মহিলাই কাজিয়া কৰাৰ লগত তুলনা কৰিব পাৰি।

  • @anitanayak5784
    @anitanayak5784 2 หลายเดือนก่อน +1

    We need not smart miter.

  • @bot.R55
    @bot.R55 2 หลายเดือนก่อน +6

    আৰে আমিনুল , কংগ্ৰেছৰ দিনত অসমৰ , মৰা নদী, মৰা নদীৰ চৰ, মৰা নদীৰ পাৰ , জীৱিত নদীৰ পাৰ , জীৱিত নদীৰ চৰ , মঠাউৰি, অসমৰ সকলো বিল , সৰবোৰ , জলাশয়ৰ পাৰ , বননীৰ ভুমি , সাধাৰন চৰকাৰী ভুমি, গো ৰিজাৰ্ভ , ৰাষ্টা ৰ ফুট পাত , পুৰণি ৰেলপথ, পুৰণি ৰাষ্টীয় ঘাইপথ বেদখল কৰি শেষ কৰিলি । আমাৰ হোজাসৰল মানুহ খিনিক তেল তুল মাৰি কিছুমান ভুমি কিনিও ললি । বৰ্তমান আমাৰ থলুৱাৰ হাতত যিখিনি ভুমি আছে তাকো চকু পৰিয়েই আছে নেকি ?

  • @arup8702
    @arup8702 2 หลายเดือนก่อน +3

    Mama jindabad

  • @saratkalita7685
    @saratkalita7685 2 หลายเดือนก่อน

    সদনত ভৰত নৰহ নিমাত কিয় অসম আন্দোলনৰ সময়ত উদন্ত ভাষন দি অসমৰ মানুহক উৎসাহিত কৰিছিল

  • @assamofficial00
    @assamofficial00 หลายเดือนก่อน

    Smart meter বন্ধ কৰিব লাগে 🫵

  • @KiranDeka-j8m
    @KiranDeka-j8m 2 หลายเดือนก่อน +1

    অসমত অসমীয়া ৰ /হিন্দু ৰ অধীকাৰ উপৰত কৰা অতাছ কৰা বিষয় টো আলোচনা হ'ব লাগে।

  • @narensarma6561
    @narensarma6561 2 หลายเดือนก่อน +5

    অসমীয়াৰ জ্ঞান নথকা অধ্যক্ষ মহোদয়।

  • @UjjalBhatta-x8f
    @UjjalBhatta-x8f 2 หลายเดือนก่อน

    আপোনালোকৰ ঘৰত কিয়? বাকী মানুহ বোৰে এনেই ক্ৰিয়াৰ বাখৰ কৰি আছে নেকি? আপোনালোকে মিটাৰ টো কম চলা কৰি লব নোৱাৰিব জানো।মানুহক ইমান বোৰবক নসজাব।

  • @PrashantaGogoi-p6m
    @PrashantaGogoi-p6m 2 หลายเดือนก่อน +1

    Kajia nalagibo

  • @BarunBaruah-zf7vd
    @BarunBaruah-zf7vd 2 หลายเดือนก่อน

    A gogoi joy hok

  • @mukutbaruah2354
    @mukutbaruah2354 2 หลายเดือนก่อน +1

    Bidhan savar Sadanat tupi sobha ndia. Mati khilongia he kinib parib. Inner line permit hb lage. UCC l💯 lagu korak.

  • @pronabsaikia2343
    @pronabsaikia2343 2 หลายเดือนก่อน

    Namoni khottom

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kv 2 หลายเดือนก่อน

    বি জে পিত নিলাজ পদতিয়াক কৰিম বুলি কোৰা কথা পাহৰি লে সদনত চিৰয়ি আছে লাজ নাই নেকি

  • @Bireswarsonowal-p8m
    @Bireswarsonowal-p8m 2 หลายเดือนก่อน

    Assamat Karu milnai

  • @NipunBaglari-d3l
    @NipunBaglari-d3l 21 วันที่ผ่านมา

    Ukhil gogoi _; gawrob gogoi duyaw majod ,ajon conggresor shib hobo lagibo_?

  • @likumanideka2515
    @likumanideka2515 4 วันที่ผ่านมา

    Aibar BJP vot napai. Ami nideo.

  • @NirojonSaikia
    @NirojonSaikia 2 หลายเดือนก่อน +2

    Fius or Kam ni.

  • @PratapChBhuyan
    @PratapChBhuyan 2 หลายเดือนก่อน

    My electricity bill has been decreasedafter using the smart metre

  • @lohitchetia5550
    @lohitchetia5550 2 หลายเดือนก่อน

    Respected Mantry Mahmuda jetiya niki mortuary hakal Akhamot permanent bakhabhakh karise.kintu Mantry Mahudai koise j Akhamar student Delhi Punjab mattra education karane jai. Akhamar studente bakhabakh kariboloi jua noi . Ho hidina hoi jua ghataner uparat nimilaba buli anugrah karilu. Thank you.

  • @atul2025
    @atul2025 2 หลายเดือนก่อน

    Minister dangoria aponalokor ghrt dia smart meter borotkoi sadharan mnuhor ghrt dia mtr ake nohoy.

  • @bhabendoley6151
    @bhabendoley6151 2 หลายเดือนก่อน

    পিউচ্ হাজৰিকা কি যুক্তি,অখিল দাদৰ ওচৰত।সদন আজি কালি কাজিয়া কৰা ঠাই।

  • @nandachutia4364
    @nandachutia4364 หลายเดือนก่อน

    Cpiyus hajarika nakelay hab

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c 2 หลายเดือนก่อน

    Kampur Raha road at Bagalajan kopilli diversion infront of buha namghor sinkin g at any moment.attention by govt and di need full action.

  • @HemenMalakar-s1b
    @HemenMalakar-s1b 2 หลายเดือนก่อน +2

    Jai hind sir this a good and stable very fine goverment jai shree ram

  • @sanjoy.sanjoy71
    @sanjoy.sanjoy71 2 หลายเดือนก่อน

    Pchuj.hajoreka.sar.iamart.mitara.dukhia manur.bhut.kosti.hoi.asa.bill.baai.hoi.

  • @SultanAhmed-x7m
    @SultanAhmed-x7m 2 หลายเดือนก่อน

    এই বিলাক কৰি লাভ নাই এই বিলাক কথা বি জে পিয়ে নোহুনে

  • @SankarSil-he7fm
    @SankarSil-he7fm 2 หลายเดือนก่อน

    2026 ahi ase monot rakhibo

  • @samudranathdeka4879
    @samudranathdeka4879 2 หลายเดือนก่อน +1

    মাটি কিনিব নোৱাৰিব বুলি কলে নে কিনা বেচা হলে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগে বুলি কৈছে হিন্দু মুছলিমৰ মাজত !

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 2 หลายเดือนก่อน +1

      Cm r anumudon lagibo aru eyt axomiya muslim r bbe nhoi miya muslim r bbe ai2 niyam

  • @Anupranmahanta
    @Anupranmahanta 2 หลายเดือนก่อน

    Akhil gogoi ki karise assamr karane.....

  • @hayetaliahmed4649
    @hayetaliahmed4649 2 หลายเดือนก่อน +2

    Mamar niti shangbidan birudi

  • @ChandanDeka-i2d
    @ChandanDeka-i2d หลายเดือนก่อน

    আজিৰ নামনি অসম এসময়ত কোঁচ ৰাজবংশী সকলৰ কমতা পুৰ আছিল , কিন্তু শেষ , চৰকাৰ এ ইচ্ছা কৰিলে দিব পাৰিলে হয় , তেতিয়া কিন্তু মীয়া ই দশল কৰিব নোৱাৰিলে হয় 😭😭🙏🙏🙏

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209 2 หลายเดือนก่อน +1

    অখিল গগৈ ❤❤❤❤

  • @AtulGogoiAtulGogoi-zs4jq
    @AtulGogoiAtulGogoi-zs4jq 2 หลายเดือนก่อน

    Smart meter bondho hobo lage

  • @Jugen-n9u
    @Jugen-n9u 2 หลายเดือนก่อน

    ইহতি নিজকে মুঢলিম বুলি ভাবে অসমীয়া বোলি নাভাবে কিয়নো তাৰ তুপিতোয়েই কই

  • @mahendrachetry6229
    @mahendrachetry6229 2 หลายเดือนก่อน

    Thik koise piyush sire ,akhil ki jane manuhar betha

  • @aksaidulislamkholifa1418
    @aksaidulislamkholifa1418 2 หลายเดือนก่อน

    4:58 Vidhansabha oddokkhyajon nirupekkho hobo lage aito Tu ajon moha soyton manuh Himontor kothamote sole. Birudi MLA bilakok pattai nidiye okol sasok pokkhor kothamote sole. Opposition MLA bilakor kothabilak gap diye.

  • @prasantabhatta3428
    @prasantabhatta3428 2 หลายเดือนก่อน

    General catagorir ki hobo. Qutq quta quta only for ST, SC . What is the wrong of general cast by birth as general catagory ?

  • @pinkubordoloi4156
    @pinkubordoloi4156 2 หลายเดือนก่อน

    Uporormale ki kobooo bisarise

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c 2 หลายเดือนก่อน

    1800 চনৰ ম্যাদি প ট্টা দাৰ বিলাকে হে কিনিব পাৰিব।।বাংলাদেশী বিলাকক সুবিধা দিব লগা একো নাই। বা।বাংলা দেশ ত হোৱা নাৰিকীয় ঘটনা সদনত মাত নুফুতে কিয়?. জু ন মাহৰ বিলৰ লগত সংগতি ৰাখি জুলাই আগষ্ট r বিল পৰী সুধ কৰাৰ প্ৰস্তাৱ পাছ কৰক সদনে।। বান পিৰিত ৰাইজক জু লা ই পৰা ডিচেম্বৰ মাহলৈ মুক্ত বিল ঘোষণা কৰক B. K . Songho Nagaon distrct

  • @krishnadoley730
    @krishnadoley730 2 หลายเดือนก่อน

    Iits only indu. Muslim asembly not devolopment

  • @HussainLaskar-k9z
    @HussainLaskar-k9z 2 หลายเดือนก่อน

    Smat metar bondo hobo laga

  • @jogamayabaruah6977
    @jogamayabaruah6977 2 หลายเดือนก่อน

    Asomor bidhyak hokole kiya opsr kotha kiya nuliyai.

  • @pramodchoudhury6598
    @pramodchoudhury6598 2 หลายเดือนก่อน +1

    Failure Sarkar.

  • @bhupengogoi232
    @bhupengogoi232 2 หลายเดือนก่อน

    আমাৰ
    আমাৰবিল বেছি আহিছে

  • @SimantaBoruah-or1cg
    @SimantaBoruah-or1cg 2 หลายเดือนก่อน

    আমি বনধ কৰিম

  • @budheswarsaikia3103
    @budheswarsaikia3103 2 หลายเดือนก่อน

    Tea labour r 351/ Rs. ?

  • @jogamayabaruah6977
    @jogamayabaruah6977 2 หลายเดือนก่อน

    Mla sokole bill di puwa naije,

  • @WhatsthehellXyz
    @WhatsthehellXyz 2 หลายเดือนก่อน

    ওপৰৰ মাল পিয়াজ হাজৰিকা😂😂😂

  • @khairuzzaman7941
    @khairuzzaman7941 2 หลายเดือนก่อน

    Minister ako bujia napa

  • @jeetbahadur9378
    @jeetbahadur9378 2 หลายเดือนก่อน

    Sir. Aami. Daridra. Manuh. Aamak. Smar. Mitar. Nalage.. Sir. Mur. Aagate. Lite. Bill. Aasil. 180. Atiya. 480. Tka. Aahi. Thake

  • @Ramendrapegu93
    @Ramendrapegu93 2 หลายเดือนก่อน

    Murko fijusr logout somoy kori lab nai

  • @tulubegum1381
    @tulubegum1381 2 หลายเดือนก่อน

    Piyaj hazarika atiau podtyag kora nai kio

  • @akbarhussain5118
    @akbarhussain5118 2 หลายเดือนก่อน

    Last year tulonat smart mitre prai double bill ahe.

  • @lolitachakravarty1388
    @lolitachakravarty1388 2 หลายเดือนก่อน

    nijar mati nije besib tat sarkara paramash luwa kia darkar ase aia ki aiyan banise mukhy sarkar hihaty raijar unty karib lage

  • @nripendebnath3370
    @nripendebnath3370 2 หลายเดือนก่อน

    Hamare yahan to electricity 11:46

  • @sanjibkonwar7691
    @sanjibkonwar7691 2 หลายเดือนก่อน

    BJP hex

  • @PapubhuyanPapubhuyan
    @PapubhuyanPapubhuyan 2 หลายเดือนก่อน

    Aikhan. Bedhan sava nahai garubajar

  • @BijuliRohman
    @BijuliRohman 2 หลายเดือนก่อน

    MITAR 10 TA mAN LAGA

  • @mubashiraajam9698
    @mubashiraajam9698 2 หลายเดือนก่อน

    😂 17:50

  • @pramodchoudhury6598
    @pramodchoudhury6598 2 หลายเดือนก่อน

    Azsam bahiarat Asamiyak bahiragat kay.Assamar manuhe anya raiyat mati kiniba najay.

  • @bazlurrahmanbarbhuiya2353
    @bazlurrahmanbarbhuiya2353 2 หลายเดือนก่อน

    Smart.mitar এ bill বেশি আসে।

  • @MoonRabha-c2w
    @MoonRabha-c2w หลายเดือนก่อน

    😊😊😊😊😊😊😊😊😊😮😮😮😢😢😢

  • @NurulIslam-sj4bv
    @NurulIslam-sj4bv 2 หลายเดือนก่อน

    Bhadralukar xhadan yaiya. Iyat ucchasare kotha kobo napai nohoy.

  • @kinaramdas5198
    @kinaramdas5198 2 หลายเดือนก่อน

    অসমৰ মাটি কোনে কাক বিক্ৰী কৰিব সেইটো মাটিৰ গৰাকীৰ নিজৰ কথা সেইটো ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ কাৰন কি?অসমখন মুখ্যমন্ত্ৰী নিজৰ সম্পত্তি বুলি ভাবিছেনেকি? যদি ভাবিছে তেন্তে ভুল কৰিছে কাৰন তেও সদায় মুখ্যমন্ত্ৰী হৈ নেথাকে।

  • @katandifoe3759
    @katandifoe3759 2 หลายเดือนก่อน

    Assam power minister murdabad.

  • @NajrulIslam-qn7pv
    @NajrulIslam-qn7pv 2 หลายเดือนก่อน

    হিন্দু ৰ মাটি মুছলমান আৰু মুছলমানৰ মাটি হিন্দুয়ে কিনিবলৈ মূখ্য মন্ত্ৰী ৰ আদেশ ল'ব লগা আইন আমি ৰাইজে নামানো।সমুহ অসমবাসী ৰাইজক অনুৰোধ কৰছো এই মূখ্য মন্ত্ৰী ৰ কথা নুহুনিব ।এই মূখ্য মন্ত্ৰী অসমখনক শেষ কৰি দিব

  • @moinuddinchisty7456
    @moinuddinchisty7456 2 หลายเดือนก่อน +1

    Speakar jone English janene?