ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
শুৱনিকৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ল'লেহি পাক... শুনিয়েই শাত পৰি যায়!
❤❤❤
বহুত বহুত ভাল লাগিল শুনি। আপোনালোকৰ এনে প্ৰচেষ্টাই সঁচাই আপ্লুত কৰিলে। ভৱিষ্যতে আৰু যেন শুনা পাওঁ...
বৰ ভাল লাগিল গীতটি শুনি শুনি !আচলতে এইবোৰ গীত সদায় ভাললগা গীত-শুনি হেপাহ নপলায় ....... !!
Look what I have found❤
অতি সুন্দৰকৈ গাইছে
সুধাকণ্ঠৰ এই প্ৰাণৱন্ত, দেশাত্মবোধৰে উদ্বুদ্ধ, চিৰসেউজ গীতটি নতুন চামৰ কণ্ঠত উপভোগ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ।
Dhanyabad ☺️
Anekuwa podokhep amar nutun saam 👍👍👍
Majh
Perfect singing!
Bohut dhunia ❤
Well sung. A hopeful song. Best love to all the participants.
Thanks a lot❤
Rock and roll gaan Tu khuni bohut dinor pisot bhal lagil akhomiya buli logote gutei churotale aru mainly violinist or loi love you all....
ধন্যবাদ
আমি কথা বুঝিনা কিন্তু এই গানটি বারবার শুনি। বহুত ভালো লাগে❤❤❤
How wonderful
Love it.. aru lage anekua chorus
Beautiful new concept.
Mojja....
Ki hundar love ❤❤❤ it
বৰ ভাল লাগিল 👌
অতি সুন্দৰ ❤❤
Just wowowoow 😍😍😍 Great job guys ...
বৰ ভাল লাগিল
Thanks a lot😍
Amazing👍
We get motivated by hearing these song
Thanks brother ❤️
Bahut vl lagil
বৰ ধুনীয়াকৈ গাইছে সকলোৱে❤️❤️
SO Beautiful..
Woow
Wonderful
Excellent.
কিমান যে ধুনীয়া কিমান শুনো হিচাপ নাই
Thanks Samadrita😊
সদায় শুনো
অতি সুন্দৰ
👌👌👌👌
Waooo
Shankuraaj there ❤️
Many many thanks to you all.
Well done my brothers and sisters !Listen to the original song again and again.You have missed some notes. With best wishes...
❤❤
Shankuraj da sun!
ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক ? ৰ'দ পুৱাবৰ কাৰণে মতিবানো কাক?ওলাই দেখোন আহিলেই ৰহদৈৰে জাকলগে লগে লৰি আহিল সেউতীহঁতৰ মাকপাহাৰ বগাই নামি আহিল ডালিমীৰে জাকশুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰেমহুৰাতে ল'লেহি পাক। অ' আইতা আইতা অ'এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়াঅসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া। তেজীমলা কোন ?সোৱণশিৰীৰ সোণসোণ চেঁকুৰা মাটিতে সিঁচিদোকমোকালিতে চোতাল মচিআজি হেনো দেখিছে গাঁৱৰে কঠীয়াতলীতপোহৰ শিশুৰ কোমল হাঁহিনতুন দিনৰ ধুনীয়া সপোনচেৰেকীতকৈ চৰিছে যে আইতাৰ হে পাক।আজিৰ মূলা গাভৰুৱে দপদপাই ওলালেহেংদানে মাকো দেখি ক'ৰবাতে লুকালেমূলাই আজি সমাজ শালত চেনেহ চেলেং লগালেসজাবলে' পৰাবলে' কাক? মকৰাৰে পুৰণি জালবোৰৰ এলান্ধুসাৰি-পুচি নিবলৈ আহিলে বতাহ এছাটিতাতে উৰে হেজাৰ কপৌৰ জাকপৃথিৱীৰ আকাশৰে শুকুলাকৈ ডাৱৰেউলাহেৰে সাবটিছে তাক। অসমীৰে চোতালতে ৰ'দ কাঁচলিত বহি বহিব তোলাই ব তোলে বাটি কঢ়াই কাঢ়েআমাৰ দেশৰ চেলেংখনিত নতুন ৰহণ চৰেসজাবলৈ হেজাৰ জনতাকআনন্দতে পুৱাই উৰিলহেজাৰ হেজাৰ কপৌৰে জাকধিয়াই মাথোঁ ৰঙা বেলিৰজীৱন যচা তাপ।
এটা কি অসমীয়া গান?
Yes
শুৱনিকৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ল'লেহি পাক... শুনিয়েই শাত পৰি যায়!
❤❤❤
বহুত বহুত ভাল লাগিল শুনি। আপোনালোকৰ এনে প্ৰচেষ্টাই সঁচাই আপ্লুত কৰিলে। ভৱিষ্যতে আৰু যেন শুনা পাওঁ...
বৰ ভাল লাগিল গীতটি শুনি শুনি !
আচলতে এইবোৰ গীত সদায় ভাললগা গীত-শুনি হেপাহ নপলায় ....... !!
Look what I have found❤
অতি সুন্দৰকৈ গাইছে
সুধাকণ্ঠৰ এই প্ৰাণৱন্ত, দেশাত্মবোধৰে উদ্বুদ্ধ, চিৰসেউজ গীতটি নতুন চামৰ কণ্ঠত উপভোগ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ।
Dhanyabad ☺️
Anekuwa podokhep amar nutun saam 👍👍👍
Majh
Perfect singing!
Bohut dhunia ❤
Well sung. A hopeful song. Best love to all the participants.
Thanks a lot❤
Rock and roll gaan Tu khuni bohut dinor pisot bhal lagil akhomiya buli logote gutei churotale aru mainly violinist or loi love you all....
ধন্যবাদ
আমি কথা বুঝিনা কিন্তু এই গানটি বারবার শুনি। বহুত ভালো লাগে❤❤❤
How wonderful
Love it.. aru lage anekua chorus
Beautiful new concept.
Mojja....
Ki hundar love ❤❤❤ it
বৰ ভাল লাগিল 👌
অতি সুন্দৰ ❤❤
Just wowowoow 😍😍😍 Great job guys ...
বৰ ভাল লাগিল
Thanks a lot😍
Amazing👍
We get motivated by hearing these song
Thanks brother ❤️
Bahut vl lagil
বৰ ধুনীয়াকৈ গাইছে সকলোৱে❤️❤️
SO Beautiful..
Woow
Wonderful
Excellent.
কিমান যে ধুনীয়া কিমান শুনো হিচাপ নাই
Thanks Samadrita😊
সদায় শুনো
অতি সুন্দৰ
👌👌👌👌
Waooo
Shankuraaj there ❤️
Many many thanks to you all.
Well done my brothers and sisters !
Listen to the original song again and again.
You have missed some notes.
With best wishes...
❤❤
Shankuraj da sun!
ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক ?
ৰ'দ পুৱাবৰ কাৰণে মতিবানো কাক?
ওলাই দেখোন আহিলেই ৰহদৈৰে জাক
লগে লগে লৰি আহিল সেউতীহঁতৰ মাক
পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক
শুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰে
মহুৰাতে ল'লেহি পাক।
অ' আইতা আইতা অ'
এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়া
অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া।
তেজীমলা কোন ?
সোৱণশিৰীৰ সোণ
সোণ চেঁকুৰা মাটিতে সিঁচি
দোকমোকালিতে চোতাল মচি
আজি হেনো দেখিছে গাঁৱৰে কঠীয়াতলীত
পোহৰ শিশুৰ কোমল হাঁহি
নতুন দিনৰ ধুনীয়া সপোন
চেৰেকীতকৈ চৰিছে যে আইতাৰ হে পাক।
আজিৰ মূলা গাভৰুৱে দপদপাই ওলালে
হেংদানে মাকো দেখি ক'ৰবাতে লুকালে
মূলাই আজি সমাজ শালত চেনেহ চেলেং লগালে
সজাবলে' পৰাবলে' কাক?
মকৰাৰে পুৰণি জালবোৰৰ এলান্ধু
সাৰি-পুচি নিবলৈ আহিলে বতাহ এছাটি
তাতে উৰে হেজাৰ কপৌৰ জাক
পৃথিৱীৰ আকাশৰে শুকুলাকৈ ডাৱৰে
উলাহেৰে সাবটিছে তাক।
অসমীৰে চোতালতে ৰ'দ কাঁচলিত বহি বহি
ব তোলাই ব তোলে বাটি কঢ়াই কাঢ়ে
আমাৰ দেশৰ চেলেংখনিত নতুন ৰহণ চৰে
সজাবলৈ হেজাৰ জনতাক
আনন্দতে পুৱাই উৰিল
হেজাৰ হেজাৰ কপৌৰে জাক
ধিয়াই মাথোঁ ৰঙা বেলিৰ
জীৱন যচা তাপ।
ধন্যবাদ
এটা কি অসমীয়া গান?
Yes