Pratipakhya with Jitumoni Bora ft. Hem Bhai | Exploring Scholar Hem Dutta’s inspiring Journey |

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 พ.ค. 2024
  • Pratipakhya with Prag News Digital Editor Jitumoni Bora ft. Hem Bhai |
    An inspiring journey of the great man becoming Hem bhai from Hem Dutta!
    Watch the full clip to know more about this story.
    #pragnews #pratipakhya #jitumonibora #podcast #Hembhai #hemduttajourney
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 145

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +23

    বহুত সুন্দৰ আৰু সময়োপযোগী আলোচনা। তেওঁৰ সৈতে আগন্তুক দিনত এনেধৰনৰ আলোচনা আকৌ শুনিবলৈ পাম বুলি আশাৰে অপেক্ষা কৰিলো।

    • @arunahazarika2474
      @arunahazarika2474 หลายเดือนก่อน +2

      বহুত ভাল লাগিল।আগলৈ শুনাৰ আগ্ৰহ ৰাখিলো

    • @anujbhuyan9350
      @anujbhuyan9350 หลายเดือนก่อน

      😊😊😊😊😊😊😊😊😅😊😅😅😅
      Pp

  • @rupamdas1882
    @rupamdas1882 หลายเดือนก่อน +9

    সাক্ষাৎকাৰটো চাই খুবেই ভাল লাগিল আৰু বহুত অনুপ্ৰাণিত হ'লো। বিশেষকৈ তেওঁ অসমীয়া সমাজ আৰু মহাপুৰুষ গুৰুদুজনাৰ সম্পৰ্কে কোৱা কথাখিনিয়ে মন চুই গ'ল। লগতে জীৱন-বোধ সম্পৰ্কে অবিনশ্বৰ আত্মাৰ ধাৰণাটিয়ে যোগাত্মক চিন্তাধাৰাৰ সূচনা কৰিলে। হেমভাইদেৱৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 2 หลายเดือนก่อน +5

    এঙ্কৰলৈ নমস্কাৰ, বহুত ভাল কাম কৰিছে । আমাৰ সেৱা জনালো ।
    বহু দিনৰ পিছত আকংশিত বস্ত এভাগী পাললো । কৃষ্ণ বাপ জনৰ সু স্বাস্থ্য কামনা কৰিলো ।

  • @rumibarman2115
    @rumibarman2115 หลายเดือนก่อน +1

    ভাল লাগিল দেখি ।বহুবছৰ আগতে লগ পাইছিলো খুৰাশহুৰৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধত ।এসাঁজ নিৰামিষ আহাৰ নিজ হাতে প্ৰস্তুতি কৰি আপায়ন কৰাৰ সোভাগ্য হৈছিল ।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏

  • @mamonibailung8807
    @mamonibailung8807 2 หลายเดือนก่อน +12

    বহুত ভাল লাগিছে হেম ভাই কথা বিলাক শুনি। তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো

  • @induprovagogoi9597
    @induprovagogoi9597 2 หลายเดือนก่อน +2

    Khub hundàr arumost important for every human being

  • @shyammahanta7317
    @shyammahanta7317 2 หลายเดือนก่อน +2

    সুন্দৰ পৰ্যালোচনা |হেমভাই দেৱৰ জীৱন পৰিক্ৰমা জানি ভাল লাগিল |তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো|🙏🙏🙏🙏লগতে বৰা ডাঙৰিয়াকো ধন্যবাদ জনালো |👍👍👌👌

  • @nibeditasaikia3790
    @nibeditasaikia3790 2 หลายเดือนก่อน +2

    সুন্দৰ আলোচনা ভাল লাগিল। এনে বহু কথা তেখেতৰ পৰা জনাৰ আশা কৰিলোঁ ভবিষ্যত। তেখেত সু-স্বাস্থ্যৰ গৰাকী হৈ থাকক।

  • @user-kj9cb8zz5q
    @user-kj9cb8zz5q 2 หลายเดือนก่อน +2

    Naamtu huni thaku, sabole mon goi asil , aji apunar chenelor jugedi dekha palu. Mur logor bondhu ejonor miss tekhetor hewa asromot asil .teor mukhere kothabur huni thaku. Tekhetor nijor swalir dare losil. Aji apunar chenelor jugedi dekha pai bohut xukhi holu.Logote thekheto dighaiu kamona korilu.

  • @brajendrakantasarmah9088
    @brajendrakantasarmah9088 2 หลายเดือนก่อน +2

    হেম ভাইৰ কথাবোৰ শুনি বৰ ভাল লাগিল। তেখেতৰ কথাৰ পৰা বহুত উৎসাহিত হৈছো।

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 หลายเดือนก่อน +2

    বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শুনিব বিচাৰো্ । কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @ritupornadutta9514
    @ritupornadutta9514 2 หลายเดือนก่อน +4

    পঞ্চাম শ্ৰেণীত পঢ়ি থাকোতেই আমাৰ গাঁৱলৈ আহিছিল, লখিমপুৰ । ভাল লাগিছিল গান্ধীৰ পুটলা ।

  • @darsha_na-_-
    @darsha_na-_- 2 หลายเดือนก่อน +2

    Bahudin Hembhai devok search korilo. Log pai bahut bhal lagil.
    Tekhetor dhamor oport Diya bhashn ati xunar icca aacil....🎉🎉🎉🎉

  • @PurnimaDas-ci6yt
    @PurnimaDas-ci6yt 2 หลายเดือนก่อน +1

    Hembhai likhani parhisu aajir tekhetk dekhi Kotha xuni bhut vaal lagil🙏

  • @nabanitahandique1332
    @nabanitahandique1332 2 หลายเดือนก่อน +3

    হেম ভাই ককাক সেৱা জনালোঁ।বহুত দিনৰ পাছত দেখিলোঁ, ভাল লাগিলে, তেওঁক সৰুতেই লগ পাইছিলো তেওঁক লগ পাওঁতে ভগৱানক লগ পোৱা যেন লাগিছিলে । আকৌ এবাৰ লগ পাই আকৌ এবাৰ আশীৰ্বাদ লব মন যায়।

    • @user-ek5po6mu7g
      @user-ek5po6mu7g หลายเดือนก่อน

      Bhal palu baap jon..🙏🙏🙏🙏🙏🙏

  • @ashimkumardas2363
    @ashimkumardas2363 2 หลายเดือนก่อน +2

    অসমীয়া সমাজ জীৱনৰ অন্যতম মানৱতাবাদৰ মহান যুগ শ্ৰোষ্টা ।
    দা দাৰ সু-স্বাস্থ্য কামনা কৰি সেৱা জনালোঁ।🙏🙏🙏🙏

  • @khanindrajitkonwar5103
    @khanindrajitkonwar5103 2 หลายเดือนก่อน +1

    সাক্ষাৎকাৰটোৱে মানুহৰ মন চুই গৈছে। দুয়োজনকে শ্ৰদ্ধা জনাইছোঁ।

  • @rohiniborgohain7654
    @rohiniborgohain7654 2 หลายเดือนก่อน +1

    হেমভাই ডাঙৰীয়া দেৱৰ অনুস্থানটো বৰ ভাল লাগিল । অসমৰ ৰাইজৰ বাবে বহু ৰ্বাতা তেখেতৰ বক্তব্যৰ পৰা প্ৰেৰন হ'ল বিশেষকৈ মোৰ দৰে বহুতক অনুপ্ৰানিত কৰিলে । শ্ৰদ্ধাৰ ব্যক্তি জনৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +15

    মহান মনিষী হেম ভাইলৈ আমাৰ তৰফৰ পৰা অলেখ অযুত শুভ কামনা জনালোঁ। তেখেতৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @pramilakalita5966
    @pramilakalita5966 2 หลายเดือนก่อน +1

    🙏 ভাইদেবৰ মুখৰ বচনত আমি শতমুগ্ধ । আগলৈ পুণৰ এনেধৰণৰ বাৰ্তালাপৰ বাবে আশাৰে বাট চাই ৰলোঁ ।🙏

  • @nishamaniborah9776
    @nishamaniborah9776 2 หลายเดือนก่อน +3

    খুৱ ভাল লাগিল। তেখেত ভালে থাকক ।

  • @tultulgogoi383
    @tultulgogoi383 2 หลายเดือนก่อน +2

    ভগবানে আৰু বহুত আপোনাক কৃপা কৰক

  • @1mikon
    @1mikon 2 หลายเดือนก่อน +4

    এইগৰাকী মানুহ বৰ সন্মানীয় ব্যাক্তি । মই লগ পাইছিলো। শান্তি সাধনা আশ্ৰমলৈ কৈছিলো। আধ্যাত্মিক মনৰ মানুহ।

  • @trailukyachangmai7789
    @trailukyachangmai7789 2 หลายเดือนก่อน +1

    Bahut bhal lagil hembhai kaka apuni mahan dighagibi hook

  • @prafullabora5386
    @prafullabora5386 2 หลายเดือนก่อน +7

    তেখেতৰ গ্ৰন্থ অভাজনৰ গুৰু গৃহত বিদ্যমান । পুৱা সন্ধা এভাগকৈ অধ্যয়ন কৰা হয় । আপোনাৰ অনুস্থাৰ যোগে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। আশ্ৰমৰ।পৰা পৰা গীতা আৰু নাম ঘোষাৰ সমুহ খন্দ সংগ্ৰহ কৰি আনিছো

  • @promodborah3497
    @promodborah3497 2 หลายเดือนก่อน +1

    বহুত ভাল interview হৈছে। আপোনাৰ এই যাত্ৰা অবিৰত হৈ থাকক, তাৰ বাবে শুভেচ্ছা থাকিল।

  • @nayankalita8694
    @nayankalita8694 2 หลายเดือนก่อน +2

    ❤❤❤ সুন্দৰ নিদৰ্শন মোৰ আদৰ্শ তেওঁ

  • @amulyanath127
    @amulyanath127 หลายเดือนก่อน

    প্ৰভুজনাৰ শ্ৰীচৰণত এই অধমে কোটি কোটি প্ৰণিপাত জনাইছো । এই অভাজনৰ জীৱনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰিছিল তেখেতৰ অমূল্যৰাজি গ্ৰন্থসমূহে । ❤❤

  • @rajuborah9227
    @rajuborah9227 หลายเดือนก่อน

    Bohut bhal lagil pranam

  • @mridulasaikia7431
    @mridulasaikia7431 2 หลายเดือนก่อน +1

    🙏মহান ব্যক্তিজনক আপোনাৰ চেনেল ৰ জৰিয়তেই দেখা পালো , লগতে তেওঁৰ মুল্যবান চিন্তাধাৰা শুনি অন্তৰ চুই গল । ঈশ্বৰে তেওঁক দীৰ্ঘায়ু কৰে যেন ।

  • @tulasibora6170
    @tulasibora6170 2 หลายเดือนก่อน +1

    Borta amer gaor loi ahisil.bohut Val manuh. Bohut horu thakutai log paisilu(.golaghat .sialekhati, mur mama suwali ejoni asil borta hanti Hadhana asshomot)apuner program ot ako dekhi bohut Val lagil.bortar hu saisthor kamona korilu,logote apunaloiu bohut huvakamonna thakil.

  • @rajusarma9691
    @rajusarma9691 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল। হেমভাই ডাঙৰীয়া মহান।

  • @pranitakalita3703
    @pranitakalita3703 2 หลายเดือนก่อน +1

    হেমভাইলৈ মোৰ সেৱা জনালোঁ।তেখেত এবাৰ শুৱালকুছি লৈ গৈছিল। আমি সেইকেইদিন সদায় তেখেতৰ ওচৰলৈ গৈ অনুষ্ঠান বিলাক চাব গৈছিলো। একেলগে প্ৰাৰ্থনা গাইছিলো।পিছত এদিন মোৰ খুৰা (যতীন কলিতা)ই আমাক 'শান্তি সাধনা আশ্ৰম' লৈ গৈছিল।বহুত ভাল লাগিছিল।আমি তেতিয়া বহুত সৰু। প্ৰাৰ্থনা দুটা এতিয়াও গাওঁ, কিন্তু এতিয়া অলপ পাহৰিছো।১/কৃষ্ণ নাহি কৃষ্ণ নাহি।২/নমো নমো গীতা আই।

  • @dilipsaikia2179
    @dilipsaikia2179 2 หลายเดือนก่อน +1

    বহুত ভাল হৈছে। আমাৰ কাৰণে উপকাৰ হৈছে

  • @nicholasbarman5787
    @nicholasbarman5787 2 หลายเดือนก่อน +1

    Bohut upokrito holo sir

  • @karabitamuli5250
    @karabitamuli5250 2 หลายเดือนก่อน +1

    বহু বছৰৰ মূৰত দেখা পাই ভাল লাগিছে। তেখেতৰ গিতা পাঠ কৰা শুনি ছিলো।

  • @mahanpuja7915
    @mahanpuja7915 2 หลายเดือนก่อน +1

    Krishna Krishna Krishna bap🙏💕apunar soronkomolot ai odhomor kouti kouti pronam🙏.....

  • @padmeshwardeka7740
    @padmeshwardeka7740 หลายเดือนก่อน

    হেম ভাই দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।
    শান্তি সাধনা আশ্ৰমত থকা সময়ত তেখেতৰ ভালেকেইখন গ্ৰন্থৰ শ্ৰুত লেখক হোৱাৰ সৌভাগ্য হৈছিল।।
    তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @shriatiramrabha9388
    @shriatiramrabha9388 2 หลายเดือนก่อน +2

    মই ৪০ বছৰ আগতে হেম ভাইৰ ভাষণ শুনিছোঁ। মোৰ আন্তৰিক প্ৰণাম জনালোঁ

  • @utpaldas1065
    @utpaldas1065 2 หลายเดือนก่อน +1

    HEMBHAI PRABHIJANAR COMMENTSBLAK XUNIPELAI BAHUT2 VAL LAGIL.PRABHUJANAR DIRGHAYOU KAMANA KARILO.(JAY SHREE KRISHNA)💅💅🙏🙏🙏🙏💅💅

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 2 หลายเดือนก่อน +1

    Knowingly or unknowingly hembhaidev, I follow your ideas and visions

  • @NoniSonti
    @NoniSonti หลายเดือนก่อน +1

    Good news😊😊😊❤

  • @r.saikia3334
    @r.saikia3334 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ তেখেতৰ লিখনি মোৰ বৰ প্ৰিয়। তেখেতৰ লিখনিৰ সঙগ্ৰহৰে মোৰ আলমাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰি আছে। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো কৃষ্ণ।

  • @laharitamuli694
    @laharitamuli694 หลายเดือนก่อน

    বহুত ভাল লাগিল💕🙏

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture หลายเดือนก่อน

    সাক্ষাৎকাৰটোৰ বাবে ধন্যবাদ জিতুমনি দা

  • @Danirojasfc6
    @Danirojasfc6 2 หลายเดือนก่อน +2

    মই বহুত বাৰ গৈছো।😊
    ভাল লাগে চৌহদৰ পৰিবেশ।

  • @nakulbanikya6653
    @nakulbanikya6653 หลายเดือนก่อน

    Very nice.hope,godmight bless him.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 หลายเดือนก่อน +2

    Krishna krishna krishna baap shway nebadulu krishna

  • @user-kj1yz6nz9b
    @user-kj1yz6nz9b หลายเดือนก่อน

    ধন্যবাদ। বহুদিনৰ বিৰতিৰ পাছত মান্যবৰ হেম ভাইৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পালোঁ।
    বিগত দুটা দশকৰো আগতে ( ২০২০-২১বৰ্ষৰ ভিতৰত হয়টো) মই কৰ্মক্ষেত্ৰ ধুবুৰীৰ গৌৰীপুৰত থকা অৱস্থাত এদিনাখন হেম ভাই দেৱক ওচৰত লগ পোৱাৰ সুযোগ ঘটিছিল।
    আমি থকা ভাৰা ঘৰৰ গৰাকী মাননীয় নৃপেন দিহিদাৰৰ কোঠাত একেলগে কিছু সময় বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো।
    বৰ্তমানতো তেখেতৰ কথা বতৰাৰ স্পষ্টটা দেখি অভিভূত হৈছোঁ।

  • @hirakjyotibaishya8876
    @hirakjyotibaishya8876 หลายเดือนก่อน

    ভাল সাক্ষাৎকাৰ৷ বৰা ডাঙৰীয়ালৈ এটাই অনুৰোধ, অতিথিয়ে কথা এটা কৈ থাকোঁতে কথাটো শেষ নৌহওতেই আপুনি অন্য এটা কথা উলিয়াই নিদিব৷ বহুত বেয়া লাগে এনেকুৱা কৰিলে৷ কিজানি বিশেষ অতিথিগৰাকীয়েও বিৰক্ত হয়৷ কথাটো কৈ শেষ হোৱাৰ পিছত আপুনি মাত দিব৷ তেতিয়াহে প’ডকাষ্টটো অধিক ভাল হ’ব৷ ধন্যবাদ৷

  • @brojenkhargharia15
    @brojenkhargharia15 2 หลายเดือนก่อน +1

    Krishna bap bor val lagel joi guru sonkor madhabo

  • @dipumonibora4088
    @dipumonibora4088 หลายเดือนก่อน

    বহুত ভাল লাগিল

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 21 วันที่ผ่านมา

    Shree krishnaya Namah 🙏🏻 🙌🏻 ♥️ ❤️

  • @kamakhyadas3103
    @kamakhyadas3103 หลายเดือนก่อน

    Very much favourable for the human

  • @rinapathak4268
    @rinapathak4268 หลายเดือนก่อน

    সুন্দৰ বাৰ্তা। তেখেতক লগ পোৱাৰ সৌভাগ্য আমাৰ হৈছিল।

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q หลายเดือนก่อน

    বহু বছৰ পিছত দেখা পাই ভাল পালো। এক সুন্দৰ আলোচনা শুনিলোঁ। ❤

  • @kushalbaruah8438
    @kushalbaruah8438 2 หลายเดือนก่อน +2

    Good step

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 หลายเดือนก่อน

    গোটৈই কথাখিনি শুনি লো। অতি সুন্দৰ সুন্দৰ নিদৰ্শন উপস্থাপন কৰিছে

  • @ureshbora8416
    @ureshbora8416 หลายเดือนก่อน

    হেমভাই দেৱলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। সুস্বাস্থ্য কামনা কৰিলো।

  • @jayantanath5955
    @jayantanath5955 หลายเดือนก่อน

    হেমভাই বৰদেউতালৈ প্ৰণাম, আলোচনা খিনি অতি উত্তম,পৰিয়ালৰ আতায়ে শুনি পৰম সন্তোষ পালো। লগতে বৰা ডাঙৰীয়ালৈ ধন্যবাদ থাকিল

  • @thunumaa8732
    @thunumaa8732 หลายเดือนก่อน

    বহুত.ভাল.লাগিল.তেখেতৰ.কথাশুনি.

  • @manjugohain6786
    @manjugohain6786 2 หลายเดือนก่อน +1

    এতিয়া জানিব পাৰিলো এজন মহান হেম ভাই ডাঙৰীয়া এই অসমৰে সন্তান । তেখেতৰ পৰা এতিয়া বহুতো জানিব লগীয়া কথা আছে । কাৰণ তেখেত বহুত ক্ষেত্ৰত জ্ঞানৰ ভাণ্ডাৰ । আশাকৰো ভগৱানে তেখেতক দীৰ্ঘয়ু কৰক ।

  • @___purple___uwu_
    @___purple___uwu_ หลายเดือนก่อน +1

    Verey good

  • @dolihazarika2605
    @dolihazarika2605 หลายเดือนก่อน

    ভাল লাগিল...

  • @sorupaidas7114
    @sorupaidas7114 หลายเดือนก่อน

    হে বাপ জন আপোনাক ভগৱানে মঙ্গল কৰক ।দিঘাও কৰি ৰাখক তাৰে প্ৰাৰ্থনা জনায় ছো ঈশ্বৰৰ ওচৰত।🎉❤ কৃষ্ণ কৃষ্ণ বাপ সেৱা হে জনাইছো।

  • @tuleswarborgohain7427
    @tuleswarborgohain7427 หลายเดือนก่อน

    অতি মূল্যবান আলোচনা ।ধন্যবাদ।

  • @manashtalukdar8848
    @manashtalukdar8848 หลายเดือนก่อน

    সুন্দৰ আলোচনা

  • @dodorock7481
    @dodorock7481 2 หลายเดือนก่อน

    Too much energetic .thanks

  • @dipaliborah5975
    @dipaliborah5975 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ
    হেম ভাই আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তি। আমাৰ পিতৃ স্বৰ্গীয় কৃষ্ণ ৰাম বৰুৱাই চাকৰি বিৰতিৰ পিছত ৬মাহ বিনোৱা ভাবেৰ আশ্ৰমত আছিল লগত হেম ভাই। শান্তিৰ বাবে পদযাতা কৰি অসম ভ্ৰমণ কৰিছিল । তেখেতক দেখালগতেই বহুতো স্মৃতি মনলৈ আহে।
    জোনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত তেখেতৰ লগত অলপ সময় পাইছিলো কথা পাতিবলৈ। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ

  • @MrinaliHazarika-fs9uw
    @MrinaliHazarika-fs9uw 2 หลายเดือนก่อน

    খুব সৰুতেই এখেতৰ ভাষণে আকৃষ্ট কৰিছিল, মোৰ আদৰ্শ ব্যক্তি এখেত। ভাল লাগিল আজি পুনৰ দেখা পাই।

  • @kalyanithakuriya1942
    @kalyanithakuriya1942 หลายเดือนก่อน

    ধন্যবাদ দাদা |
    মই আপোনাৰ সৈতে একমত |

  • @mineswardutta722
    @mineswardutta722 2 หลายเดือนก่อน +1

    God bless you.

  • @prabinkumarneog704
    @prabinkumarneog704 หลายเดือนก่อน

    সুন্দৰ।

  • @renukadassaloi6596
    @renukadassaloi6596 2 หลายเดือนก่อน +1

    প্ৰণাম প্ৰভু।
    শঙকৰ মাধৱৰ পিছতে2য় জন মহন্ত আপোনাৰ বাহিৰে বিচাৰি নেপাম।
    গীতা বা ভাগৱতৰ আলোচনা এইদৰে শুনিব পাম বুলি আশা কৰিলোঁ।

  • @udaysankartara2827
    @udaysankartara2827 2 หลายเดือนก่อน

    Bohut bohut namoskar.❤❤❤❤❤

  • @abantirajkhowa8667
    @abantirajkhowa8667 หลายเดือนก่อน

    হেমভাই দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ।

  • @kamalagarwal5219
    @kamalagarwal5219 2 หลายเดือนก่อน +1

    Prabhu Pranam

  • @nirmalkoch737
    @nirmalkoch737 2 หลายเดือนก่อน +1

    Hem bhai daungoriar namghusai mumk bohut apun Prem dise

  • @dhirensaikia4740
    @dhirensaikia4740 หลายเดือนก่อน

    ১৯৮৫ চন মানতে বশিষ্ঠ আশ্ৰমত সৰ্ব ভাৰতীয় ভিত্তিত অনুস্থিত হোৱা গীতা সন্মিলনতে মহান পণ্ডিত জনৰ লগত সাক্ষাত হৈছিলো | বহুত আনন্দ পালো |

  • @anjalibaruah7669
    @anjalibaruah7669 หลายเดือนก่อน

    বহুত ভাল লাগিল নমস্কাৰ🙏❤🙏

  • @kamakhyaprasadmozinderboru6450
    @kamakhyaprasadmozinderboru6450 หลายเดือนก่อน

    ❤সেৱা হে!

  • @roadsidegamer4292
    @roadsidegamer4292 หลายเดือนก่อน

    50 বছৰ আগতে হেমভাইৰ ভাষণ শুনিছোঁ।শুনি বৰ আপ্লুত হৈছিলোঁ।

  • @BhaskarDeka-qv4ym
    @BhaskarDeka-qv4ym 2 หลายเดือนก่อน +2

    So nice Discussion 🦚🙏🙏🦚

  • @urmilabordoloi5725
    @urmilabordoloi5725 หลายเดือนก่อน

    সাক্ষাৎকাৰটো ভাল লাগিল । তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj หลายเดือนก่อน

    Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna

  • @mridultalukdar7913
    @mridultalukdar7913 2 หลายเดือนก่อน

    সুন্দৰ আপোনাক সেবা যাচিছো 🙏🌴

  • @user-lm5hb1to9i
    @user-lm5hb1to9i หลายเดือนก่อน +1

    Krishna Krishna bab

  • @bhadrakantadas6101
    @bhadrakantadas6101 หลายเดือนก่อน

    God bless you, Hem bhai dev.

  • @kushramsonowal6879
    @kushramsonowal6879 หลายเดือนก่อน

    এতিয়াৰ পৰা প্ৰায় ২০ বছৰৰ আগতে শ্ৰদ্ধাৰ হেমভাই দেৱৰ পৰা পদযাত্ৰা কাৰ্যসূচীত আহোতে এনে কথাবোৰে জানিব বিছৰিছিলো । মোৰ কথাখিনি এতিয়াও মনত আছে ।

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj หลายเดือนก่อน

    Kouty kouty dandavat pranam aru namaskar

  • @kushalbaruah8438
    @kushalbaruah8438 2 หลายเดือนก่อน +1

    Sir... congratulations..one off the male in the universe..om BHAGABATEI BASUDEVAYEI NAMAH. SRI monta sangkar hori bhakator...........

  • @prabhatbezbaruah1534
    @prabhatbezbaruah1534 หลายเดือนก่อน

    ,আজিৰ পৰ ৩৫ বছৰ মান আগতে নলবাৰী ৰাসত তেখেতৰ ভাষণ শুনিছিলো ।

  • @dhrubajyotiraja
    @dhrubajyotiraja 2 หลายเดือนก่อน

    বহুত ভাল লাগিল সাক্ষাৎকাৰ টি

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj หลายเดือนก่อน

    Comment number :: 140
    " SHREE KRISHNAYA NAMAH : "
    " KRISHNA KRISHNA HARI RAM "
    " KRISHNA HARI RAM HARI RAM RAM RAM "

  • @anjumoniborah6780
    @anjumoniborah6780 หลายเดือนก่อน

    অতি সুন্দৰ।

  • @akhilgoswami1140
    @akhilgoswami1140 2 หลายเดือนก่อน

    God bless you (thanks),

  • @surabhidaisy3488
    @surabhidaisy3488 2 หลายเดือนก่อน +1

    🙏🙏🙏

  • @ajitsarma8237
    @ajitsarma8237 2 หลายเดือนก่อน

    ভাল লাগিল 🙏

  • @AnantaMech
    @AnantaMech หลายเดือนก่อน

    কথা আলোচনা সমূহ শুনি চাই হেপাঁহ নপলালে

  • @rinakakoty5355
    @rinakakoty5355 หลายเดือนก่อน

    Very good Discation