PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 พ.ค. 2024
  • PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das
    Watch the full clip to know more about this story.
    #pragnews #podcast #pratipakhya #suryadas #specialshows #singer #assam
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 54

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 14 วันที่ผ่านมา +21

    সূৰ্য দাদাৰ গাণ শুনিলে মনটো অতীতলৈ মনত পৰে আৰু আমি নষ্টালজিক হৈ পৰো। তেওঁক ভগৱানে শত বছৰলৈকে সু-স্বাস্থ্যৰে জীয়াই ৰাখক। ৮৪ বছৰ বয়সতো ইমান সুন্দৰ কণ্ঠ। এই সকলেই প্ৰকৃত গণ শিল্পী। এক প্ৰতিবাদী সত্বাৰ অধিকাৰী।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 14 วันที่ผ่านมา +10

    বহুত দিনৰ পিছত গণ শিল্পী সগ্ৰামী সত্বা ককাইদেউ সূয্য দাস দেখা পালো।তেওলৈ আমাৰ তৰফৰ পৰা শত শত সহস্ৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ ভগৱানে তেওঁক সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @mrinalmedhi8346
    @mrinalmedhi8346 13 วันที่ผ่านมา +3

    গণ শিল্পী, মহান অসমীয়া, জাতীয়তাবাদী শিল্পী সুৰ্য দাস দেৱক শত শত প্ৰণাম 🙏

  • @mithunpegu5935
    @mithunpegu5935 14 วันที่ผ่านมา +5

    গণ শিল্পী সূৰ্য দাৰ দীৰ্ঘজীৱি কামনা কৰিছোঁ ।

  • @prabitachutia448
    @prabitachutia448 13 วันที่ผ่านมา +3

    বহুত দিনৰ পিছত আজি সূৰ্যদাক দেখি খুউব ভাল লাগিল , একো সলনি হোৱা নাই মানুহ জনৰ , এনেকৈয়ে সুস্থ হৈ থাকক তাকে কামনা কৰিলোঁ

  • @HemantaHazarika-ks3tn
    @HemantaHazarika-ks3tn 14 วันที่ผ่านมา +11

    আপুনি অসমৰ সাংস্কৃতিক জগতৰ এক ভোটাতৰা। আপোনাৰ ব্ৰজসম কন্ঠই আমাক সদায়েই জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰাব , আপোনাক শতকোটি নমস্কাৰ।

    • @lpdas639
      @lpdas639 14 วันที่ผ่านมา

      Manuh dekhidu aji bohut manuh Kintu apunar nisina selfish manuh dekha nai .apunar ganor Katha apuni nije bhabok .bohut beiman .Don't make us foolish we don't have faith on you 13:32 13:32

  • @GunaSaikia-if6xm
    @GunaSaikia-if6xm 5 วันที่ผ่านมา +1

    হে স্বনামধন্য সূৰ্য্য দাস মহাশয়, আপোনাক সহস্ৰ প্ৰণাম। ঈশ্বৰে কুশলে ৰাখক। কৃষ্ণ।

  • @bipulborah8134
    @bipulborah8134 วันที่ผ่านมา

    নমস্কাৰ,খুউব ভাল লাগিল।বহুত প্ৰয়োজনীয় কথা অসমীয়া ৰাইজলৈ আগবঢ়াই গল।

  • @jagamohanbora3301
    @jagamohanbora3301 8 วันที่ผ่านมา +1

    অসম আন্দোলনৰ সময়ছোৱাত আপোনাক দেখিলেই সেৱা কৰিম সেৱা কৰিম হেন ভাব আহিছিল কিন্ত্ত সুবিধা নাপালো। সেই ধাৰা কা আন্দোলনৰ সময়লৈকে আপোনাৰ স্হিতি সলাগ লগীয়া। প্ৰতিজন অসমীয়াই মনে প্ৰাণে আপোনাক বিছাৰিছিল। কিন্ত্ত কা আন্দোলনৰ পিছৰ পৰাই আপোনাৰ স্হিতি সলনি কৰিলে।অসমীয়া সন্তান হিচাপে আমি আপোনাক সুধিব পাৰো কিয় আপুনি আপোনাৰ স্হিতি সলনি কৰি ব্যক্তিগত মোনাফা লাভৰ সপক্ষে গতি কৰিলে।

  • @user-ew3nb1lk8w
    @user-ew3nb1lk8w 14 วันที่ผ่านมา +4

    সেৱা আগবঢ়ালো 🙏

  • @kandarpasarma7929
    @kandarpasarma7929 8 วันที่ผ่านมา +1

    আপোনাৰ সত্বাক মোৰ আন্তৰিক অভিনন্দন || আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ||

  • @pradipkhoud4665
    @pradipkhoud4665 14 วันที่ผ่านมา +2

    আনৰ বহুতৰে লগতে মোৰ ও অতি বুকুৰ আপোন, অতি মহান শিল্পী সূৰ্য্য দাস ! এই সাখ্যাত গ্ৰহণৰ সময়ত এখন হাৰমণিআম শিল্পী গৰাকীৰ ওচৰত বোৰ প্ৰয়োজন আছিল, লগতে অন্তন্ত এজন তবলা বাদক !! প্ৰদীপ খাউণ্ড , পাভৈ

  • @ajitsarma8237
    @ajitsarma8237 8 วันที่ผ่านมา +2

    জয় আই অসম অসমীয়াৰ

  • @ajitsarma8237
    @ajitsarma8237 8 วันที่ผ่านมา +1

    আপোনাক শত শত নমস্কাৰ 🙏

  • @hemantadutta7443
    @hemantadutta7443 6 วันที่ผ่านมา

    সুন্দৰ মনতো ভাল লাগি গল ৷

  • @animeshdeb2926
    @animeshdeb2926 14 วันที่ผ่านมา +3

    🙏🙏🙏

  • @kandarpasarma8205
    @kandarpasarma8205 14 วันที่ผ่านมา +2

    Bohut bohut ❤❤❤❤..

  • @soneswarbordoloi8874
    @soneswarbordoloi8874 11 วันที่ผ่านมา

    সচাঁ কথা,বৰ ভাল লাগিল।তেখেতৰ লৈ
    প্ৰণাম জনালো ।

  • @ajitsarma8237
    @ajitsarma8237 8 วันที่ผ่านมา +1

    বিদেশীক মাটি বিক্ৰী নকৰিব হে অসমীয়া সকল 🙏😥

  • @rajusarma9691
    @rajusarma9691 11 วันที่ผ่านมา +1

    মই সূয্য দাস দেৱক খুবই ভাল পাওঁ।

  • @ambikakrishna5793
    @ambikakrishna5793 14 วันที่ผ่านมา +2

    বাজপেয়ী ডাঙৰীয়াই কোৱা কথা -জনতাক পানী যোগান, বিজুলী যোগান আৰু স্বাস্থ্য সেৱাৰ বাদে অন্য একোৱেই বিনামূলীয়া কৈ দিব নালাগে। ইয়াত কৈ বেছি দিলে জনতা এলেহুৱা হ'ব। কিন্তু বৰ্তমান সেইটোৱেই হৈছে। ইয়াৰ বাবে জগৰীয়া ভোটৰ আশাত সৃষ্টি কৰা চৰকাৰ।অতিকৈ জগৰীয়া বৰ্তমান চৰকাৰ।

  • @diptidutta8569
    @diptidutta8569 4 วันที่ผ่านมา

    বৰ ভাল লাগিল

  • @bhadrakantadas6101
    @bhadrakantadas6101 4 วันที่ผ่านมา

    Dirga jibi kamona korilu. May God bless Surya Das da.

  • @sankaraxom6765
    @sankaraxom6765 14 วันที่ผ่านมา +1

    অসমীয়া বাবে কৰক নহলে আমাৰ কি হব 😢, আকৌ এবাৰ জয় আই অসম ✊ অসমী আই মোৰ সুৰক্ষিত নহয়।

  • @maheswarborah5387
    @maheswarborah5387 8 วันที่ผ่านมา +1

    বয়স যিয়ে নহ ওক একে লগে আন্দোলন কৰি গান গাইছিলো কিন্তু পিছত লুতি মাৰি কাৰ দাস হৈছিল। এতিয়া বিশ্বাস নকৰোঁ। ইহঁত শিল্পী নহয়।

  • @rupanjolikakoty3103
    @rupanjolikakoty3103 วันที่ผ่านมา

    Sir mur Manuh dakhisu gantu bohut priya.Bortamanor somay upajugi

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 10 วันที่ผ่านมา +1

    সূৰ্য দাস দা , অসমীয়া জাতিৰ আপুনি সুযোগ্য সন্তান ।

  • @user-zb4nm9qk1r
    @user-zb4nm9qk1r 6 วันที่ผ่านมา

    অসম গণ পৰিষদৰ জন্ম লগনত দাস ডাঙৰীয়াই,মানুহ দেখিছোঁ আজি বহত মানুহ এই গানেৰে ধুমুহাৰ সৃষ্টি কৰিছিল।

  • @user-wv5eh9mw2g
    @user-wv5eh9mw2g 12 วันที่ผ่านมา

    Thank u prag news dgtel.

  • @probinkumarkakati6151
    @probinkumarkakati6151 14 วันที่ผ่านมา +2

    বহুত ভাল পাও এই শিল্পী গৰাকীক ।আশীবাদ থাকিল ।

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 8 วันที่ผ่านมา

    জনগন থিকেই আছিলে গাদি লোৱা কেই জনে অভদ্ৰ! মই মোৰ ইয়াৰ পৰা ই সূৰ্য মামাক সেৱা যাছিলো আপোনী নিজে থিকেই কৈছে । মোৰ আপোনাৰ লৈ এটা অনো ৰোধ আপোনী আজিৰ তাৰিখৰপৰআই এটা ভাল তিরা গীত এটা লিখক আৰু অসমত পছাৰকৰক গান আৰু আপোনীয়ে অমৰ হৈ থাকক।

  • @user-ew3nb1lk8w
    @user-ew3nb1lk8w 14 วันที่ผ่านมา +1

    সেৱা আগবঢ়ালো 🙏।

  • @ajitsarma8237
    @ajitsarma8237 8 วันที่ผ่านมา +1

    এতিয়াও হল হয় । যেতিয়া লৈকে কমিছনৰ অংক বন্ধ নহয় । তেতিয়া লৈকে ********

  • @suranandagogoi8547
    @suranandagogoi8547 13 วันที่ผ่านมา +3

    শিল্পী জনাক সেরাজনালো।

  • @ujjalkonwar2859
    @ujjalkonwar2859 14 วันที่ผ่านมา

    সেই সময়ত অসৰ জনমুৰি আয় ৰেখা ডাল ভাৰতৰ জনমুৰি আয়তকৈ ৬০% ওপৰত আছিল । এইয়াই অসমৰ অৰ্থনীতি .... বৰ্তমানৰ অসমীয়াই সঁচাকৈয়ে বুজি নেপাব ।

  • @romendas4434
    @romendas4434 12 วันที่ผ่านมา

    ❤❤❤

  • @ashinikumargogoi
    @ashinikumargogoi 13 วันที่ผ่านมา

    চেল্যুট

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c 11 วันที่ผ่านมา

    CAA বিৰোধীতা কৰি পুনৰ BJP ৰ মিটিংলৈ যোৱা এইজনেই নহয় জানো ?

  • @DhayyaDas
    @DhayyaDas 12 วันที่ผ่านมา

    আজিৰ পজন্ম পৰলৈ বাট চাই থকাৰ বাবে দায়ী কোন?

  • @suranandagogoi8547
    @suranandagogoi8547 13 วันที่ผ่านมา

    দাদা ফোন নম্বৰতো দিব আশা থাকিল

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h 9 วันที่ผ่านมา

    Surjya AstoMane Janu Surjyar Mritu Bujai

  • @probalkhataniar2919
    @probalkhataniar2919 13 วันที่ผ่านมา

    বহুত্যাগী মানুহ,ৰজাঘৰ প্ৰজাঘৰে এখেতৰ ত্যাগক পাহৰি গৈছে।

  • @vikramborgohain1910
    @vikramborgohain1910 14 วันที่ผ่านมา

    অসমত বিজেপিৰ চৰকাৰক সাৰ পানী দিয়া সংবাদ মাধ্যম এইটোৱেই.,, 2014 চনৰ পৰা চোৱা চেলেকী একো দাল ফালিব নোৱাৰিলে,,,,,,,,

  • @puranjitbarua8820
    @puranjitbarua8820 11 วันที่ผ่านมา +2

    Isn't a good person

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 7 วันที่ผ่านมา

    পদুম ফুলৰ দুখ নাই,,,,,, কাটি ছিঙি দলিয়াই দিয়া হাত কেইখনেহে মৰিগাঁৱৰ ( Motiram Bora Morigaon) তেওঁৰ দিনতে ই অসমলৈ লাখ লাখ বিদেশীক অসমলৈ লৈ আহিলে মনত আছেনে? অসমত জিচৰকাৰই আহক কোনো এখনেই নিৰ্ভৰযোগ্য নহল দেখোন । Paresh Baruah দোখি লাভ নাই ! গাগছ জোপাই একো কৰিব নোৱাৰিলে তাৰ দাল, পাত থাল= ঠেঙুলি যদি সেই গছ জোপাৰ লগত যদি নাথাকে । যেনে -এহাল দম্পত্তিয়ে বিয়াৰপিছত এটাও লৰআছোরালী মানুহৰবিধ্য সময়ত লগত জড়িত নাথাকে তেন্তে এই লোকসকলৰঠিক একেই কথা ।

  • @intajulzaman4393
    @intajulzaman4393 8 วันที่ผ่านมา

    Selut khurjya Da

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 14 วันที่ผ่านมา +1

    হাবিত কাহে ওলাই নাহে।হাবিৰ পৰা হে দপদপাই থাকে।

  • @budheswarsaikia3103
    @budheswarsaikia3103 8 วันที่ผ่านมา

    Ei jon patu ,faltu

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h 14 วันที่ผ่านมา

    পৰেশ baruah polayon badi

    • @user-rd8iw4rp8w
      @user-rd8iw4rp8w 14 วันที่ผ่านมา

      Polua nohoi koukhol aakou

    • @sankaraxom6765
      @sankaraxom6765 14 วันที่ผ่านมา

      Sua eyate comment nkriba karon bandha akhamiya tumalk raijr issa korile xakalu koribo pare, poresh boruah dukh ki lave Ulfa jabo lagibo ulfa k hahay koribo lagibo raij ik hobo lagibo aneke comment kori aru thakile ki hobo apuni sage bjp vote dile hoi ne nhy to bhol bur amar dukh bilak japo blgr gat junglt khabo lagibo bujise toka xaday nahe mati futi xangram kori sua tar pisot comment caa khan birodh koribo nahe aru comment diya

  • @DugdhanathBorthakur-lm7fq
    @DugdhanathBorthakur-lm7fq 9 วันที่ผ่านมา

    🙏🙏🙏