অসমত আকৌ ফ্ৰী চাউল নাপাব কিছু দিনৰ কাৰণে ।। Best Earning App 2024 ।। Aapun News
ฝัง
- เผยแพร่เมื่อ 8 ก.ค. 2024
- 👇contact me for advertisement👇-
newsaapun@gmail.com
tech - / tkmind
news - / aapunnews
vines - / aapunvideos
#dailyassamesetechnews,#technews1288, #09thJulytrending,#assamesetechnews,#assamesetechnicalvideo,#latesttechnews,#assamdaily,#dailynews,#news,#techinformation,#technology,#technologyvideo,#dailytechnews,#morningdaily
newsupdate,#topnews,#dailytopnews,#topimportantnews,#latestnews,#assam,#todayassamesenews,#dailyassamesenews,#todaynews,#dailyimportantinformations,#bignewstoday,#todaysnews, #earnmoneyonline, #earnmoney, #howtoearnmoneyonline, #forex #forextrader, #demataccount - วิทยาศาสตร์และเทคโนโลยี
বহুত বহুত ধন্যবাদ দাদা আমাৰ কষ্টখিনি বুজি পোৱাৰ বাবে।
apunak ases dhonoybad je bohu bhalkhobor jonai kintu ... sarkare kebol asoni ...apona kam mangta bharme jay jonota ok
আপোনি সুলভ মূল্যৰ দোকানীক
ইমান ধুনিয়া কথা কোৱাৰ বাবে ধন্যবাদ থািকিল
ধন্যবাদ ভাইটি আমাৰ দুখ বোৰ ৰাইজৰ মাজলৈ লৈ যোৱা বাবে
সূলভ মূল্যৰ দোকানীয়ে দৰমহা নাপায়।মাত্ৰ সামান্য কমিচন হে পায়। ১০ কুইন্টল চাউল পোৱা এজন দোকানীয়ে এমাহত মাত্ৰ ১৮০০/টকাহে (এহেজাৰ আঠ শ ) কমিচন পায়। সেই কেই টকাও নিয়মিয়া নহয়। আজি ছয় মাহে এটকাও দিয়া নাই চৰকাৰে।বৰ্তমান অসমত ৩৩,১৬৭ জন দোকানী আছে।ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ।।
ধন্যবাদ জনাইছো তোমাক । আমাৰ দুখ খিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰনে । চৰকাৰে সুলভ মুল্যৰ দোকানী বিলাকক সদায় মাহীআই চকুৰে ছাই আহিছে । ধন্যবাদ ।
দাদা দোকানী সকলক কোনো দৰমহা নিদিয়ে আমাক মাএ ১ কুইন্টলত ১৮০ টকা কমিচন দিয়ে কিন্তু চৰকাৰে সময় মতে নিদিয়ে ,দিলেও ৫০,, ৬০ শতাংশ কমিচন দিয়ে বাকী টো থাকি যায়। দুখৰ বিষয় ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে এটকা পইচা ও দিয়া নাই । দোকানী সকলে পেটত গামোচা মাৰিব লগীয়া অৱস্হা হৈছে।
180 nhoi 143 deye amer eat
Yes
ভাইটি বহুত ধন্যবাদ জ্ঞাপন কৰিলো। কিন্তু দূখৰ বিষয় যে আমাক 8000 নহয় দৰমহাৰ নামত 1টকাও নিদিয়ে ।
সুন্দৰ পৰামৰ্শ
এজেন্ট সকলৰ পাবলগীয়া টকা কেইটা সোনকালে দিব লাগে
Aapunar jariote batoribur paou, aapuni khub gurutta purna bikhay to uthapon koril a, khub bhal lagil, Thank you very much
মই জনা মতে অসমৰ কোনো সূলভ মূল্যৰ দোকানিয়ে দৰমহা পোৱা নাই। কমিছন টো ৱে পোৱা নাই 6মাহ হল।৮০০০/ দৰমহা আপুনি কত শুনিলে। ভালকৈ প্ৰথমে বুজি লওঁক।
ধন্যবাদ🙏
দোকানীসকলৰ সমস্যাবোৰ সুন্দকৈ ব্যৰ্ত কৰাৰ বাবে ধন্যবাদ৷ কিন্ত দৰমহাৰ কথাটো 8000 হাজাৰ বাদ দিয়ক 1 টকাও নিদিয়ে৷
আপুনি এটা ভুল তথা দিছে , দুকানি সকলক চৰকাৰে মাহে কোনো আঠ হাজাৰ কৈ দিয়া নাই , আমাৰ দুখ ,আমাৰ কষ্ট চৰকাৰে অনুভৱ নকৰে , আমিও জীয়াই থাকিব খোজোঁ , এটা কথা চৰকাৰে অনুভৱ কৰক , আমি ৰাইজৰ সেৱক মাত্ৰ । ধন্যবাদ থাকিল আপোনালৈ , সুন্দৰ কথা ব্যক্ত কৰাৰ বাবে ।
Good news আমি একজন কন্ট্রোল দুকানি
ধন্যবাদ ভাইটি আমাৰ আজিৰ লৈকে দমহা নাই দিয়া বহুত বহুত ধন্যবাদ
যদি চৰকাৰৰ সাহস আছে ৰাজ্যৰ সকলো চৰকাৰী আমোলা, কৰ্ম
চাৰীৰ ছয় মাহৰ বেতন নিদিয়াকৈ চাওকচোন ।
সঁচাকৈ অ তেওঁ লোকৰ কিন্তু একো লাভ হোৱা নাই। চৰকাৰে অকল কামত লগাইছে। মই কিন্তু খবৰ ৰাখোঁ তেওঁ লোকে কভিডৰ সময়ত কৰা আমাৰ বাবে যি কষ্ট সেয়া কিন্তু আমাৰ বাবে চিৰনমস্য।
কোনে কৈছে তোমাক আঠ হেজাৰ টকা দৰমহা দিয়ে বুলি ? অসমত এতিয়ালৈ দিয়া নাই ৷ ভালদৰে জানি বুজি ভিডিঅ বনাবা ৷
সুন্দৰ ভাষন আগবঢ়াই দিলে
ধন্যবাদ দাদা আপুনি আমাৰ দূখবোৰ বুজি পাইছে 🙏😔
দাদা মই এজন দোকানী আপোনাৰক ধন্যবাদ আমাৰ সমস্যাৰ বিশেষ যে ভিডিও বনাইছে।
কিন্ত আপুনি কোৱাৰ দৰে অসমৰ দোকানী সকলে কোনো ফিক্স দৰমহা নিদিয়ে কেবল কমিচন দিয়ে 1.80 টকা প্ৰতি কেজি চাউলত ৷সেই কমিচনৰ টকাৰে পৰিয়ালৰ নচলে আৰু সময় মতে কমিচনত নপোৱাতে আৰু সমস্যা হৈছে ।
Very nice video
Amar krne sinta Korar babe thank you
Ase de Amar retion card,agotia koi gom Palu vaity ,news 2 diyar babe thank you so much.
Very,good,news
নাই ৷
🙋🏼♂️very nice information 🙏
Very Very good newws Thank
ধন্যবাদ ভাইটি তুমি এপাক দোকান কেইখনমান চাই লোৱা দুকানিৰ অৱস্থা দয়া কৰি আৰু দিবা বুলি আসা কৰিলো
Val lagile dada aamiu okol khoriya deutai bohut kosto kori aamak solai thake Mur deutau ajon ajent aamaku okon man khohai lage sorkaror pora komkoi holau kiba olap pale val lage ...... Thank you news tu khuni val lagise news tu sorkaroloi jai je 🙏🙏🙏
Dhoynobad.
Tumar video sai moi bohut val paw. Eman dhuniyake kothabur bujai diya.
এজেণ্ট সকলক মই দৰমহা দিয়া আজিলৈকে শুনি পোৱা নাই আৰু নাপায়ো আঠ হাজাৰ টকা। মিছা কথা।
Moro ration card ase
Like your point
আছে❤
Good..
Good voice bro,
Good news.
Thnk u
Apuni Val kotha koise❤❤❤❤
Dhonobad
Thanks
Good news❤
Ase Dada
আটছা চাউল চাউল । Thankyou .
👍👍👍
Right
Ase 😮
Amar o vaity ache. But akebarey new. Only 6 month hol ration pai achilu.
Apunar kotha khini xuni bhut val lgel kran apuni xulov mulyr dukani khinir kotha vabar babe
👌
Yes
ধেত তেৰি চৰকাৰে পইচা খিনি অলপ অলপ কৈ হলেও টকা খিনি দি দিব লাগে,নহলে চলিব কেনেকৈ বাৰু ।
Good
ভাল লাগিলে সূনদৰ সৈছ
Reson card ase
Sorkari kormasarir mainota dibolage logote 35000 rs selari mahot dibolage.
আছে
❤❤
Super
2015 sonor Porai Kunudin commission poyanai sir,
Asa
অসমৰ কোন খন জিলাত ৮০০০ হাজাৰ টকা দিয়ে, ভালকৈ খবৰটো লৈ জনাব।
আন্দোলন কৰি লাভ নাই, দোকানীবোৰে কেজিত ৫ টকাকৈ ল'ব লাগে।
Good newsthyankypu
Ase.
Atia ৰাইজে ki koi je Agent hokole চাউল sur kore moi Lakhimpur bihpuria pora koisu mur দেউতা এজন এজেন্ট হয় l commission kiman din nidia ke thoi kebol ami he janu. 3jon amar ঘৰত lora suwali asu abar vabi sau akhon ghrt kiman lage bohut nalage kebol মাত্ৰ জোখৰ poisa কেইটা lage.
Dormoha tu nideye atya commission tu imn din hl dea nai
Asha
এটা কথা জানিব যি জন আপোনাৰ বাতৰি পৰিবেশন ভাল পায় সেই জন চাব শুনিব লগতে লাইক ছাচক্ৰাইব কৰিব ই বিচাৰিলে নিজৰকে সৰু যেন লাগে।
Amar card nai,nutun koi apply krilu kintu puwa nai,plz help me.bhut juri card tu .
Acha
Ham log Ko sab control dukaan ko resign Dena chahie
Ase
সুন্দৰ কিন্তু প্ৰতি খন জিলাতে যদি তোমাৰ দৰে ইউটিউবাৰ থাকিলেহেতেন।
সকলো ভালে আছে ৪০ মাহৰ বেতন দিয়া নাই আকৌ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ বেতন দিয়া নাই। কিন্তু চৰকাৰে মাহেলী ৮০০০ কৈ কোনো দৰমহা নিদিয়ে । প্ৰতি কুইন্টলত ১৭৫ কৈ এটা কমিছন দিয়ে তাকো এতিয়া ৪৬ মাহ দিয়া নাই ।
I have a ration card
Dormoha diye bli nkbo dada dormaha 1 tokau dia nai ajiloike ajent burok . Comission disil but atia haitu u nai mur lgt ajnor ase moi gm paw
ভাল পাইছে লাইক আৰু ছাচক্ৰাইবটো আগে বিচাৰিবলৈ নাপাহৰাৰ বাবে।
Amak Saul lagibo .sarkare darmaha diyak Ami anurud karisu
40 month comission pending 😢
Thanks.aji.protham..hunisu.
Controlr dokani keinekai baru chalib
Wow Very good news.Views lage n. kn2 dukhiya mahnu burak tension diso.Tur dorkar nai ne Tur ghrt contol dukan ase ko fal2 nakoribi set?belg video bana set ?
reson dukanik 08 hajar toka diyatu gukat michakotha
I view kakopathar Tangona pora.upuni kr hoi?
Apun niws mur resnkad ase Amar priyal pach Jan ase tate ajan hepay adharcad duijn nar hease kikri bo Lage gatike iyar bikhy janabo
Kebol guwahatite nohoy september t delhi to hobo.
Amak kono dormaha nidiye Misa kotha .only camition
Ami ki khaibo
Mur nai ration card 😢😢
Hoy ache vaity.
Amar ase
অকল ৰেচনৰ 5কেজি চাউলে ঘৰ নচলে দেই ভাইটি। অলপ সকাহ পোৱা যায় আৰু।
Moi Sarkarok Snurath Korisu JateTeulokokr Samasa Kini Dur Kore.Om Shanti
একেবাৰে দুখীয়াসকলক দোয়ক
Komicon katiyaw tikmota nidiya
Mor ration card asai
dormoha kot diya dekhilahe , tako aru 8000 toka koi
Bhut kastat din kataba laga hoise dada
Hoy
আকৌ এবাৰ বি জে পি চৰকাৰ