'এটা মেচিন চলাই বান মুক্ত কৰিব পাৰিব নেকি?'

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2024
  • ▶️ 'এটা মেচিন চলাই বান মুক্ত কৰিব পাৰিব নেকি?'
    ▶️ 'ভেকুলীয়ে মুতিলেও বানপানী হয় বুলি কয় একাংশই'
    ▶️ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে গৰ্জন মহানগৰীৰ
    ▶️ হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ উত্তাল গুৱাহাটীৰ ৰুক্মিণীগাঁও
    ▶️ শীঘ্ৰে ৰুক্মিণীগাঁৱত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবী

ความคิดเห็น • 38

  • @basisthaacharya6590
    @basisthaacharya6590 16 วันที่ผ่านมา +6

    নলা বন্ধ কৰি ঘৰ সজাৰ পৰিনাম। গধূলি মনে মনে ঘৰৰ জাবৰ ভৰোৱা পলিথিনৰ বেগ নলাত দলিয়াই কোনে ?

  • @achyutbaruah9111
    @achyutbaruah9111 16 วันที่ผ่านมา +5

    Vote তো কাক দিব লাগে এতিয়া গম পাইছে ৰাইজে ।

  • @Rinku-gp3kt
    @Rinku-gp3kt 16 วันที่ผ่านมา +11

    সুপৰিকল্পিত আচনি হৈছে উচ্ছেদ অভিযান । উচ্ছেদ কৰিব দিবনে বাইদেউ ।

    • @KD-dj1iq
      @KD-dj1iq 16 วันที่ผ่านมา

      Used nokorakea asea nki mokkel.

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 16 วันที่ผ่านมา

      Rukmini Nagar t kio ussed kora r proyujon ase. Kuneu tu tat illegally dokhol nai kora

    • @palashsuministha
      @palashsuministha 16 วันที่ผ่านมา

      Ekdom thik kotha koise.

  • @hirakjyoti2490
    @hirakjyoti2490 16 วันที่ผ่านมา +8

    Aro vote diba BJP k😂

  • @brothersglobe5706
    @brothersglobe5706 16 วันที่ผ่านมา +2

    উদক ভেটা ৰখীয়া দিয়াৰ ফল এনেকুৱাই। গতিকে ২৬ অলৈ নিজৰ নিজৰ পৰিকল্পনা কৰি লওক।

  • @bhaskarnath1524
    @bhaskarnath1524 16 วันที่ผ่านมา +12

    বিল্ল্ডিং কেইটা বনাওঁতে এটা ড্ৰেইন জে ৰাখিব লাগে পানি খিনি ওলাই জাবৰ কাৰণে এই কথা খিনি ভাবিব লাগিছিলে l জিমান পাৰি ৰাস্তাৰ ফালে 1ফিত wall খন কেনেকৈ নিব পাৰি এই কথা টো হে ভাবি থাকা আৰু এতিয়া প্ৰতিবাদ কৰি ঘেন্তাও লাভ নাই তাতে পানি হবয় আৰু হৈ থাকিব। ৰুক্মিণী গাওঁ গলে লগত নাও লৈ গলে হল।

    • @nitugogoi8445
      @nitugogoi8445 16 วันที่ผ่านมา +1

      You r right 👌👌👌

    • @Rinku-gp3kt
      @Rinku-gp3kt 16 วันที่ผ่านมา +3

      Yes you are correct

    • @wazid7280
      @wazid7280 16 วันที่ผ่านมา

      Kio permission diye GMC e teneke ghar bonabo.. Ene ase nki teuluk

    • @bhaskarnath1524
      @bhaskarnath1524 16 วันที่ผ่านมา

      @@wazid7280 ঠিকে কৈছে বাৰু কিন্তু নিজৰ অলপ কমণ চেঞ্চ লাগে।

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 16 วันที่ผ่านมา

      Vote for BJP. BJP Zindabad. Axom t baan hua nai, baan r poristhiti he hoise. Words from a great mouth😂😂🤣🤣

  • @batman77axom
    @batman77axom 16 วันที่ผ่านมา

    সঠিক পৰিকল্পনা অবিহনে তেওঁলোকে এই পথ, নলাটো বনাইছে, ২০১০ চনৰ পৰা মই এই পথটো দৈনিক ব্যৱহাৰ কৰি আহিছিলো কিন্তু ইমান ভয়ংকৰ পুখুৰীৰ দৰে পৰিস্থিতি কেতিয়াও দেখা নাপালোঁ।
    চৰকাৰে অভিযন্তা আৰু অঞ্চলটোৰ স্থানীয় লোকৰ পৰামৰ্শ শুনিব লাগে যাতে কোনো ভুল নহয়

  • @hirakjyoti2490
    @hirakjyoti2490 16 วันที่ผ่านมา +2

    Smart City😂

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 16 วันที่ผ่านมา +1

    SO SAD 😢😢😢😢😢😢

  • @dekhoviralshorts
    @dekhoviralshorts 16 วันที่ผ่านมา +2

    gu wahati manuhe futoni ako ki saba

  • @Rana-hg8hg
    @Rana-hg8hg 16 วันที่ผ่านมา

    পহু খেদা ভেকচিন ব্যবহাৰ কৰাৰ সময় আহি পৰিছে, জনতা সজাগ হওক

  • @JpDoley-vk7wd
    @JpDoley-vk7wd 16 วันที่ผ่านมา +1

    Beya buli koi take vote diye

  • @girishchtalukdar2574
    @girishchtalukdar2574 16 วันที่ผ่านมา

    All planned are focused

  • @dilipmahanta8479
    @dilipmahanta8479 16 วันที่ผ่านมา

    অপদাৰথ বিভাগ

  • @biswajyotipayun8218
    @biswajyotipayun8218 16 วันที่ผ่านมา

    Tirpal dhakok

  • @PBFilms-od2kj
    @PBFilms-od2kj 16 วันที่ผ่านมา

    Aru vote di jikai dibo 😅

  • @biswajyotipayun8218
    @biswajyotipayun8218 16 วันที่ผ่านมา

    Town sutuwa porinam

  • @saddikurrahman7617
    @saddikurrahman7617 16 วันที่ผ่านมา

    এতিয়া চিঞৰি লাভ নহয়, এইবোৰ চিন্তা ভোটৰ সময়ত কৰিব লাগিছিল, ২০২৬ৰ এতিয়াৰ পৰাই চিন্তা কৰি ল‌ওক কাক ভোট দিব আপোনালোকে 😊😊😊

  • @jadabdas1778
    @jadabdas1778 16 วันที่ผ่านมา

    আঁচনি লোৱা বন্ধ কৰিলে সকলো ঠিক হব যেন লাগে

  • @Him-l3z
    @Him-l3z 16 วันที่ผ่านมา

    😂😂😂😂 আকৌ এবাৰ কাৰ চৰকাৰ। ।।🥳🥳🥳🥳🥳🥳🥳

  • @dickykashyap2563
    @dickykashyap2563 16 วันที่ผ่านมา

    Dada baido hokol vote2 BJP k disil ne😂

  • @usm87ii
    @usm87ii 16 วันที่ผ่านมา

    Akou abar ki sarkar raij ki sarkar😂

  • @dipakdutta8783
    @dipakdutta8783 16 วันที่ผ่านมา

    Vote tu kintu BJP kei dibo😂😂😂

  • @babul8718
    @babul8718 16 วันที่ผ่านมา

    😅😅😅Ako abar Modi Sarkar....

  • @user-td6cd7vb4l
    @user-td6cd7vb4l 16 วันที่ผ่านมา

    Bjp vote disile nohay atiya tar fhal bhugak

  • @ajitkumarsaikia9574
    @ajitkumarsaikia9574 16 วันที่ผ่านมา

    Hoi hoi vote for bjp.....

  • @KusumGogoi-zy8je
    @KusumGogoi-zy8je 16 วันที่ผ่านมา

    Bhal haisay.Bjp vote day.

  • @RanjitSingh-du4fn
    @RanjitSingh-du4fn 16 วันที่ผ่านมา

    vote For B J P

  • @sivaphukan4977
    @sivaphukan4977 16 วันที่ผ่านมา

    Ashok...Singhal ..🤡🤡🤤🤤🤤🤡😮‍💨🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣....

  • @sivaphukan4977
    @sivaphukan4977 16 วันที่ผ่านมา

    প্ৰশান্ত ফুকনক মাতি লওক তেওঁৰ ওচৰত ১sec t ৭০০লিটাৰ পানী যোৱা machine ase 🤣🤣🤣🤡🤡🤡🤡