Maa kossom ree axom ot thaki axomia lora atak ghoror front ot guli korixe..that means yat koi ru laj or ki kotha axe...salla ami axomia lora bilak iman horu and valueless hoi golu na..ja knbai mon gol buli a guli kori dibo...muthote ji guli marise hunkle hasti pabo lge..sidha kotha..joy aye axom.
Human rights commission should get involve. The culprits should bring into justice without any delay. CM should take necessary action against Pradeep Baniya. Joi Aai Axom!
Very soon Assam will be going to be like Bihar. Request all people not to support encounter of anyone anymore. Supporting encounter will increase this kind of incident again. #nomoreencounter
Hoi o... Moio vabiso.. Bapre anond mishra r birthday t cake katar bahaduri... Nijor jonmadin t ak asa vim kol anibo somoy nhbo pre.. Police officers r birth day plibo jai. Inne dekhai dutamne.. Atya go back logaise.. Amr manuh mokhai faltu
প্ৰদীপ বণিয়াৰ ভৰি এখন ভাঙি তাকো খোৰা কৰিব লাগে।
Right 👍
গুলিয়াই মাৰিব লাগে
মাৰিব নালাগে নিজেই মৰিব
Guli kora jonoro akhon vori Kati diok kela axom police r besi gundami solay ase ,,,
Maa kossom ree axom ot thaki axomia lora atak ghoror front ot guli korixe..that means yat koi ru laj or ki kotha axe...salla ami axomia lora bilak iman horu and valueless hoi golu na..ja knbai mon gol buli a guli kori dibo...muthote ji guli marise hunkle hasti pabo lge..sidha kotha..joy aye axom.
আইন সকলোৰে বাবে সমান ,মই এই কথাটো কেতিয়াও নামানো । কেৱল কথাত হে আইন সকলোৰে বাবে সমান কিন্তু সচা অৰ্থত গোটেই ওলোটা ।
পুলিচে মিছাক সঁচা কৰে আৰু সঁচা ক মিছা কৰে । accused. ৰ পৰা টকা পাইছে নিঃস্বয় ।
একেবাৰে সচা কথা কৈছে
আজি কালি পুলিচবোৰে কি পাইছে কিবা এটা হলেই গুলি চালনা কৰি দিয়ে । পুলিচৰ ভৰি নাই নেকি দৌৰি গৈ ধৰিব নোৱাৰে । পুলিচক দৌৰাৰ training বোৰ কিয় দিয়া হয়। আগ পিছ নাচাই পুলিচ বোৰে গুলি কৰি দিয়ে । এইটোৰ উচিত বিচাৰ হব লাগে।🙏🙏
Right
তদন্ত মানে ভাওনা হে
"ৰাইজে নখ্ জোকাৰিলে নৈ বৈ"
সঁচা অৰ্থ থাকিলে ৰাইজে ৰজা, কোনো দল - সংগঠন নালাগে...
ক্ষমা খুজিলেই সমস্যা সমাধান হ'ব নেকি।
গ্ৰেপ্তাৰ কৰক
সকলো পঢ়ি শুনি এ বিষয়া হৈছে । কিন্তু কিয় ইমান ফাল্টু হৈ যায় ইহঁত ?
শুনা পালোঁ আনন্দ মিশ্ৰ ৰ বোলে কৰোনা হৈছি সি কেলা আৰু কেনকে গুঁইলালাক এ
Point...how so fast recovery 😄😁
Kune guliale hai2 huni lok ooo news bur manuhe ane sai nki janu pai
গ্ৰেপ্তাৰ কৰিব লাগিব দুখিক
যি হৈছে ভালৰ কাৰণে হৈছে আৰু যি হব ভালৰ কাৰণেই হব আৰু যি হৈ গল ভালেই হল।
একো তদন্ত নহয়।চব ইহত একেই.......
হে ভগৱান ইয়াৰ পৰিয়ালৰ লগত এনেকুৱা ঘটনা ঘটক
Assam's CM is following the formula of UP cm.
but here the condition is that the innocent should not be harrassed.
তাক ও গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিব লাগে ৷ অসমৰ তদন্ত হা হা হা
সহজে এৰি নিদিব ৰাইজ সকল
বিচাৰ হব লাগিব, গ্ৰেপ্তাৰ হব লাগিব
মিজোৰামত অসম পুলিচ ৰ গুলি কত গৈছিল,,, তাত কিয় গুলি মাৰিব নোৱাৰিলে ,,, অ নিজৰ ভাই ভাই মাজত পেতকুলি কৰিব জানে 😏
মুক্ত হত্যাৰ নায়ক
অসমত এতিয়া পুলিছ ৰাজ চলিছে কেৱল শেষ আৰু অসম
টকা মেইন guys...😌🔥🔥😌😌🔥
তদন্ত তদন্ত
হাহি উঠা কথা
Take the matter to national media, Human Rights Commission and Supreme Court.
Baah.. Dhuniya kotha koise lora jone
অসম আৰক্ষী হাই হাই
আইন সকলোৰে কাৰণে সমান নহয়।
He must be arrested emediatlly
Human rights commission should get involve. The culprits should bring into justice without any delay. CM should take necessary action against Pradeep Baniya. Joi Aai Axom!
Mama want to follow UP CM Yogi...who is going to lost his upcoming election.
সকলো একেই চিন্তা ধাৰা,একেই মানসিকতা .........., নিৰ্ভীক আৰু স্পষ্টবাদী নিৰপেক্ষ দৃষ্টিভংগী চিন্তাৰে আগবাঢ়িযক চিঞৰক ,সকলোৰে হকে।
Jai aai axom.......
Go back Assam police..
Video Sai gom palu.Officer jonor public dealing capacity nai..
Very good this police personnel should be kicked out from the Assam immediately
তদন্ত মানে ভাওনা।
Nagaon Encounter Capital হ'ল।
হ‘ম’ছেপিয়েঞ্চ vs হ’ম’ছেপিয়েঞ্চ। এনেকৈয়েই এদিন মানব সভ্যতা নাইকিয়া হৈ যাব। আজিৰ পৰা বহু কোটি বছৰৰ পিছত আমাৰ পিছৰ জীৱ বিলাকে আমাৰ জীবাষ্মবোৰ খনন কৰি উলিয়াব আৰু তেওঁলোকে ৰিচাৰ্ছ কৰি ক’ব যে - এই প্ৰজাতিটোৱে নিজৰ মাজতে খোৱা কামোৰা লাগি লাগি এদিন কালৰ বুকুত বিলিন হৈ গৈছিল। তাৰে কিছুমান বচা বচা জীবাষ্ম তেওঁলোকে মিউজিয়ামত সংৰক্ষিত কৰিব। যদি আত্মা অমৰ বুলি ধৰি লওঁ তেতিয়া আমি নিজৰে জীবাষ্মবোৰ ওপৰৰ পৰা চাই বৰ আমোদ পাম, নহয় যানো।
পুলিচ বিষয়া অফিচাৰ জনে ভবিষ্যত কি হব চিন্তা কৰা উচিত আছিল জধে মধে গুলি চালনা কৰাতো আইন মতে ব্যবস্থা লোৱা উচিত
Waah salute disu Q kora lotakeijojk....bohute nurare tumaluke valke dila...dari thoka lorajonehe valke pariba
Good news
Do the police actually care for the public and particularly those who are innocent?
No
Ei govt uphorai pelab lage
Arrest Pradip Baniya....at first
Anand Mishra goo back
গেপ্তাৰ লাগে
Very good 👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏 Amin 🤲🤲🤲 Amin
Atia gom paise manuhe..akhil gogoiye jetia ancounter beya buli koisil tetia sobei khong korisil...atia cm siror policeor logot beya din soli ase babe cm sire policeok bodnam koriboloi aibur kori ase.ancounter teur nirdekhothe hoi😂😂
Unity is power
Right
আইনৰ ওপৰত ভৰষা নোহোৱা হৈছে ৰাইজৰ
Let the court decide ...
Faltu police ...
ঐ গ্ৰেপ্তাৰ কৰিৱ কেলেই নোৱাৰ ।তহতে এইদৰে আমাৰকলিজা খাই চেচ কৰিলিঐ ? সৱ মিচা ! নহৱলগীয়া এই ঘটনা যদিতহতৰ লগত হলহেেন এইখিনি সময় কান্দি হৃদয়ফটালেহেন
Judicial todonta diyok,nohole sokolo Pondo hobo.
*Hai Hai ASSAM..lojjajonok gotona*
Police r kaam nai..... Khali dadagiri koribo jane
Where human right,international court t loi jabo lagibo Assam police bipote low use kori asee
Right..iyar birudhe strong protestr hob Lage..nohole assam police or gundaraj soliyei thakib
Sudirbaik guliya
অসম এৰি মাইনমাৰ যাব লগা হল
100% ryt..❣️
Jiman din BJP government thakibo himan din niroh luk mori thakibo
Public gindabad
গেপ্তাৰ কৰক sp k
অনা-অসমীয়া জহৰা
প্ৰদীপ বনীয়া অনা অসমীয়া নিকি?
@@siddharthadas9852 আ m sp mein
গুলিয়ালে বুলি জানিও তদন্ত কিহৰ.... Imdetly greapter কৰক 🙏
Where is humanrights team now
Ulfat jabo loga somoy ahil🤔🤔🤔
U juwa2 bhai
তদন্ত তদন্ত মানুহ মাৰি পেলাব তদন্ত
গুলিয়াব তদন্ত
হায় ৰে তদন্ত।
🙏🙏🙏
আমাৰ চৰকাৰখনে অসমখন শেষ কৰাৰ বাহিৰে আৰু একো কৰিব পৰা নাই
Val koise.....
Nagaon public jyndabad
Kola Lorak encounter koratu kiman DEMOCRATIC asil.????.....where were these sounds????....UNBELIEVABLE....
অতি সুন্দৰ।।Anond Mishrak ক গামোচা দি আদৰণি জনাবি ...Sir Sir ke কান্দিবি🤣 আপুনি নাযাব আক থো💦
Set
Arrest as soon as possible
Police arrest korok judiciary magistrate investigate korok...... policer bissakh nai
Culprit police personal n administration should be punished
Very soon Assam will be going to be like Bihar. Request all people not to support encounter of anyone anymore. Supporting encounter will increase this kind of incident again.
#nomoreencounter
This all incidents leads to finish Rule of Law
কেইদিনমান কি চাব আনন্দ মিশ্ৰ জিন্দাবাদ এতিয়া বুজি পাইছা নহয় দুই তিনিবাৰ ভাষ্য সলাই আছে কিয়।
Hoi o... Moio vabiso.. Bapre anond mishra r birthday t cake katar bahaduri... Nijor jonmadin t ak asa vim kol anibo somoy nhbo pre.. Police officers r birth day plibo jai. Inne dekhai dutamne.. Atya go back logaise.. Amr manuh mokhai faltu
Defence r nisina koi direct dismiss koribo lage..... Police kebol keidin manor karone suspend kore
Go back ananda misra
আনন্দ মিশ্ৰ নামৰ বিহাৰীটো কত এতিয়া ।বৰ হিৰৌ বনাইছিলি পা মজা এতিয়া ।এটা পুলিচক ইউটিউব চেনেল কিয় ?তাৰ হিৰৌ হোৱাৰ ইমানেই ইচ্ছা তেনেহলে সমাজৰ হৈ ভাল কাম কৰক এনেকৈ নীৰিহক গুলিয়াই মাৰি হিৰৌ হবলৈ বিচাৰিলে কোনোবা দিনা একেবাৰে জিৰো হ'ব ।
ই কিতদন্তৰ কথা বকিছে ।তদন্তমানে টকাখোৱা দন্ত ।
Pradip Boney,..k 💯 Gapter kriba Laga
Aikhon hol BJP sarkar......
20কোটি প্ৰদান কৰক লৰা টোক
মদ খাই মাতাল হৈ যধেমধে নিৰপৰাধী যুৱকক গুলীয়াই সেই ক্ষতস্হানত জোতাৰে গচকিব পৰাজন নিশ্চিত ভাৱে উন্মাদ ব্যক্তি হ'ব ই লাগিব । চৰকাৰী চাকৰিত কোনো উন্মাদ ব্যক্তি থাকিব নোৱাৰে । গতিকে প্ৰদীপ বিয়া নামৰ সেই উন্মাদ আৰক্ষী জনক ততালিকে চাকৰিৰ পৰা খেদিবলৈ দাবী জনালোঁ ।
need to arrest responsible police officer
Assam police go back
গুলিয়াৱলৈ কোনে আদা দিলে ইয়াৰ নেকি দেশ সুৰক্ষা কৰা আইন নেকি
No arrest no return.......clear cut....
Eitu karone axomia dol'k vote dibo lage, moi bjp'k vote d bhul korisu,... Amr axomia dol'k support koribo lage
Good
#WeWantJustice
আছু জয়
Assam going to become a UP
We want justice . Arrest korok ,Suspend korowok .