এটা অডিঅ’ আৰু এজন বিধায়কৰ সম্পৰ্ক কি? অশ্লীল শব্দৰে কোন বিধায়কে অপমান কৰিছে শিক্ষকক?
ฝัง
- เผยแพร่เมื่อ 29 ก.ย. 2024
- এজন জনপ্রতিনিধিয়ে কিমান অশ্রাব্য শব্দপ্রয়োগ কৰিব পাৰে? কিমান নিকৃষ্ট শব্দৰে এগৰাকী অধ্যক্ষক দুৰ্ব্যৱহাৰ কৰিব পাৰে বিধায়কে? এটা ভাইৰেল অডিঅ’ ক্লিপে হতচকিত কৰিছে সকলোকে। জনপ্রতিনিধিৰ অভদ্র আচৰণৰ বিৰুদ্ধে প্রতিবাদত নামিছে ছাত্র সংগঠন। এই অডিঅ’ ক্লিপ সততে বিতৰ্কত থকা বিধায়ক শ্বেৰমান আলীৰ বুলি চলিছে চৰ্চা। ভাইৰেল অডিঅ’ ক্লিপ সন্দৰ্ভত প্রতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শ্বেৰমান আলীয়ে।
#PratidinTime #AssamNews #assam
কাণ বেয়া কৰবি নেকি শুনাবা ইচ্ছা নহ'লে নেদবি।।
এনে বিধায়কক ৰাইজৰ মাজত এৰি দিব লাগে,,, উচিত মাধ্যম দিব লাগে।
শুনাবলৈ মনেই আছে যদি মাজে মাজে কাটি দিয়া হৈছে কিয়
Sob maal khuwa maat
শিক্ষকক এনে বেয়া ব্যৱহাৰ কৰা ঠিক নহয় |
Bl news
Mea Mea mea Bhai 😆😆miea k aru uport uthaok assam or raija Aru pabo Mojja tu
Serman nohai surman ali
Serman ali..😂😂😂
Mabar sud
Sherman ali dangoria dkhun
শ্বেৰমান কাকা আমাৰ
Sherman geda. Lesson of quran
Eman voi ne news channel ru nam tu kob nuware
শ্বেৰমান আলী
Guli futa😂😂
Siyak vot kuni diy
বহিস্কৃত জন
Ai abdul khamek bangladeshi miya MLA
Sorry Sherman Ali ,Bangladeshi Miya MLA..IAYR MUKH KHON BEKA..HBS CATEGORY