ভূত, প্ৰেত, আত্মা বুলি কি বা শক্তি আছেনে? যদি নাই, তেন্তে ‘অসম লাইভ ২৪’ৰ কেমেৰাত এয়া কি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 1K

  • @misingartstudio4358
    @misingartstudio4358 2 ปีที่แล้ว +63

    ভূতৰ লগত কথা পাতা জন মহান. আপুনিয়েই মহান ভূত

  • @subratsarma1869
    @subratsarma1869 ปีที่แล้ว +22

    সিহঁতি জীৱনৰ বহু আশা এৰি যাব লগা হৈছিল এতিয়া তাত গৈ গৈ কিয় অশান্তি দিব লাগে।
    বেচেৰা ভূত হৈও শান্তি নোপোৱা হৈছে....

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 ปีที่แล้ว +6

    হে ভগৱান সঁচাকৈ কলি কাল দেই ভূতৰ লগত কথা পাতিব পৰা দিন দেখা পাইছোঁ আমাৰ লৰা ছোৱালী হোৱাৰ দিনলৈ চাগে ভূতক ঘৰ ৰখীয়া কৰিব পাৰিম

  • @bindaassonowaldaa3192
    @bindaassonowaldaa3192 2 ปีที่แล้ว +53

    যেনেকৈ ভগৱান আছে তেনেকৈ ভূত আৰু ছয়তানো আছে ঠিক তেনেকৈ য'ত বিশ্বাস আছে তাত ভূত আছে বুলি অকণমান হলেও সন্দেহ থাকিবই।।

  • @m.cborah7600
    @m.cborah7600 2 ปีที่แล้ว +150

    পৃথিৱীত ভাল বেয়া সকলো শক্তিৰ অস্তিত্ব আছে ।

  • @jayantasaikia5747
    @jayantasaikia5747 2 ปีที่แล้ว +43

    মই এই কথা বিলাক বিশ্বাস কৰোঁ এই পৃথিৱীত সকলো আছে ।

    • @ashasaikia1003
      @ashasaikia1003 2 ปีที่แล้ว +2

      Hoi.mio bisas kru.pethibit khakalu ase.

    • @SahilKhan-vz1qc
      @SahilKhan-vz1qc 2 ปีที่แล้ว

      Hoi Moy Bishakh karu..

    • @SubhajitMoran
      @SubhajitMoran 10 หลายเดือนก่อน

      Yes I also bileve that.

  • @kripamaydasdas2140
    @kripamaydasdas2140 2 ปีที่แล้ว +11

    পংকজ পাঠকে গম পালে ।।।মিঠী গুটি খাব দিলে হৈ আত্মা কেইটাক ।।😎😎😎

  • @mathmotivationassam2604
    @mathmotivationassam2604 2 ปีที่แล้ว +15

    মই বিজ্ঞানৰ ছাত্র আছিলোঁ এতিয়া গণিতৰ শিক্ষক মোৰ চেনেল আছে মই তাত গণিত বিষয়ক ভিডিও দিওঁ।
    এতিয়া কথাটো হল ময়ো এইবোৰক বহুত বিশ্বাস কৰোঁ । ভূত প্ৰেত আত্মা এইবোৰ শক্তি হয় । আৰু আমি বিজ্ঞানত পাইছো যে শক্তিক ধংশ কৰিব নোৱাৰি।আৰু শক্তি সদায় MINIMUM ENERGY STATE ত থাকিব খোজে ।।সেইবাবে দিনত ভূত দেখিব পোৱা নাযায় কাৰণ শক্তি সমূহ সিঁচৰতি হৈ থাকে ।কিন্ত ৰাতি উষ্ণতাৰ কম হোৱাৰ লগে লগে অনু পৰমাণুবোৰ লগ লাগে আৰু কেতিয়াবা তাল মান মিলিলে দেখিব পোৱা যায়।

  • @as-04rider74
    @as-04rider74 2 ปีที่แล้ว +91

    পৃথিৱীত সকলো আছে, নাই বুলি নকওঁ।
    কিন্তু আপোনালোকৰ ভূতৰ লগত interview দেখি মই বহুত হাঁহিলো, কিযে হ'ব 😁😁😁😀😀😀😂😂

    • @pranjitray7491
      @pranjitray7491 2 ปีที่แล้ว +1

      Mojaaaa

    • @sultanacademy786
      @sultanacademy786 2 ปีที่แล้ว +1

      Hahaha

    • @sonjoy8428
      @sonjoy8428 2 ปีที่แล้ว +1

      Hoi dai pagal kori dib ehate😄

    • @padipdas9157
      @padipdas9157 ปีที่แล้ว +1

      Tumi ahiba 😂 Nagaon 1din aru rati 10:00-12:00 loike thakiba tumar ki hobo nije gom paba 😂😂 xun

    • @bikasdas371
      @bikasdas371 ปีที่แล้ว

      Assam mai kya chal raha hai? assam mai bhooto se baate chal raha hai

  • @bhupendas3078
    @bhupendas3078 2 ปีที่แล้ว +44

    Great constrictive work, 🙏, ভূত, পেত,অশৰীৰ আত্মা এই পৃথিৱীতে, কমফল বা দুঘতনাৰ হেতু আছে । সেই হে প্ৰকৃতিৰ পবিত্ৰতা নিয়ম মানি চলিব লাগে/ জীবন ধাৰন কৰিব লাগে । আপোনালোকলৈ অশেষ ধন্যবাদ ও শুভেচ্ছা, নমস্কাৰ জনালোঁ ।

    • @sonjoy8428
      @sonjoy8428 2 ปีที่แล้ว +3

      😂😂

    • @dhunudhunu5307
      @dhunudhunu5307 2 ปีที่แล้ว

      Hoi dada hosa kotha moi bissakh kora nasilu jetiya mur lgt ei xangho tito gol bissakh korilu sob aase jar hoise xihe jane

    • @angshudas7601
      @angshudas7601 2 ปีที่แล้ว +1

      @@dhunudhunu5307 ase ase soxa moiu seka paisu

    • @vsm5550
      @vsm5550 2 ปีที่แล้ว

      😝😝😝😝😝😝😝😱😱😱👍

    • @Sensiffx77
      @Sensiffx77 2 ปีที่แล้ว

      🤣🤣🤣🤣🤣🤣

  • @sdstatuscreationpg613
    @sdstatuscreationpg613 2 ปีที่แล้ว +45

    অসম উন্নতিৰ পথতত গৈ আছে ___🤣🤣

  • @diiiikuu
    @diiiikuu ปีที่แล้ว

    Interview tu sai val lgil😊😊

  • @LACHIT07
    @LACHIT07 2 ปีที่แล้ว +32

    Comment t sobe Nijor Giyan bilai ase 😂😂😂🤣🤣 Rati 12.00 - 03.00 tat ji keita r dom ase jabi okole

    • @Amrit_YT999
      @Amrit_YT999 2 ปีที่แล้ว

      নিশা ১:৩০ বজাৰ ২:৩০ বজালৈকে অকলে এনে ঘটনা হোৱা কিমান ঠাই পাৰ কৰি আহিলো । যি সকলে ভয় কৰে মোৰ লগত আহিব নিশা ফোৰাম

  • @Mrinalsarma1995
    @Mrinalsarma1995 2 ปีที่แล้ว

    Apunar aikhiniye dekhibo baki asil.... Thanks....

  • @JyotismanHazarika-dm6qt
    @JyotismanHazarika-dm6qt 2 ปีที่แล้ว +8

    Apunalukor team tuk salute 🤗🤗🤗

  • @letsready222
    @letsready222 2 ปีที่แล้ว +34

    শ্ৰীহৰিক একান্ত বিশ্বাস কৰিলে, আমি সকলো ভয় ভূক্তৰ পৰা মুক্তি পাও,,

  • @dimpicreation4856
    @dimpicreation4856 2 ปีที่แล้ว +8

    ভূতৰ লগত interview 🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

  • @maulikdasgupta3126
    @maulikdasgupta3126 ปีที่แล้ว +11

    Very good... Waiting for Assam 's hunted area queries adventure team.. 👍🏻
    Keep it up.. 👍🏻

  • @bhargabkalita9331
    @bhargabkalita9331 2 ปีที่แล้ว +9

    ভূত প্ৰেট কিছু পৰিমাণে বিশ্বাস কৰো।কিন্তু এনেকুৱা মুখামুখি অলপ মানিব নোৱাৰোঁ

  • @rajkumarpegu1942
    @rajkumarpegu1942 2 ปีที่แล้ว +5

    মানুহে মত-মন্দিৰ, মছজিদ আদি সকলোতে ভগৱান আছে বুলি বিশ্বাস কৰে যদি ভূত আত্মা নাই ভগৱানক মানুহে কিয় বিশ্বাস কৰে ,ভূত আত্মা থকাৰ বাবে ইটো মানুহে ছাগে ভগৱানক ভগৱান আছে বুলি বিশ্বাস কৰে ।

  • @bishnusaikia2023
    @bishnusaikia2023 2 ปีที่แล้ว +17

    Missa 100% Dada kejne enei bnaise video 2

  • @hrishikeshdeka3546
    @hrishikeshdeka3546 2 ปีที่แล้ว +15

    মক্কেলামিৰো এটা সীমা থকা উচিত। ব্লক কৰিলোঁ...

  • @jyotirmay733
    @jyotirmay733 2 ปีที่แล้ว +19

    শক্তি সংৰক্ষণৰ নিয়মত কোৱা হৈছে যে
    শক্তিৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি - কেৱল শক্তিৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰা হ’ব।

  • @amitbarman3527
    @amitbarman3527 2 ปีที่แล้ว

    Thank you buli kole bhoot a janu buji pai

  • @nainamedhi360
    @nainamedhi360 2 ปีที่แล้ว +3

    Hahaha কি যে নহয় এইবোৰ.. আত্মাৰ লগত কথা। যদি সঁচা হলহৈ এনেকৈ কথা সুধি নাথাকি আপোনালোক ফৰিং চিটিকা দিলেহৈ তাৰ পৰা। মৰি যোৱা পিছত এনেকৈ মেচিনৰ জৰিয়তে কথা পাতি আছে আপোনালোকক মানিছোঁ দেই। এনেকুৱা হ'লে মৰি যোৱা পিছত সকলোৰে লগত কথা পাতিব পৰা যাব চোন। অশৰীৰি আত্মা বুলিনো কি আছে? কোনে জানে স্বৰ্গ বুলি যে কিবা আছে? যে ভালকৈ মৃত্যু হলে স্বৰ্গত যাব আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হলে অশৰীৰী আত্মা লৈ ঘূৰি ফুৰিব। আৰু মানুহৰ জীৱতো হ'ল এটা pump type মেচিন। যেতিয়ালৈ উশাহ নিশাহ চলি থাকে তেতিয়ালৈ আমাৰ দেহৰ অংগ বোৰে কাম কৰি থাকে, শিৰত তেজ চলাচল কৰে। হাওঁফাওঁৰ কাম চলি থাকে। আৰু যেতিয়াই হাওঁফাওঁ স্তব্ধ হৈ পৰে তেতিয়াই মৃত্যু ঘটে। আৰু এই মেচিনতো কম্পিউটাৰৰ জৰিয়তে কনট্ৰল কৰি থকা হৈছে, কথাখিনি কোনোবাই কৈ ৰেকৰ্ড কৰি থোৱা হৈ যিখিনি তাত শুনাই দিয়া হৈছে। lighting খিনিও মানুহে কৰি আছে। সম্পূৰ্ণ প্লেনিং মতে newsতো বনোৱা হৈছে। আৰু ভয়েই ভূত.. তাৰ বাহিৰে আন একো নাই।

  • @indiansoldier2.082
    @indiansoldier2.082 2 ปีที่แล้ว +12

    ল্ফিম খন চাই বহুত ভাল লাগিল 😂😂😂আখা থাকিল আৰু এনেকুৱা ল্ফিম পাম বুলি 😂😂

  • @jibanathdoley1644
    @jibanathdoley1644 2 ปีที่แล้ว +42

    ভূত আছে নে নাই নাজানো কিন্তু তামাম হাঁহি লো😂😂😂😂

  • @latumoniilatumonii8734
    @latumoniilatumonii8734 2 ปีที่แล้ว +15

    হাঁহি হাঁহি মোৰ পেত বিষাই গৈছে
    ধূৎ অপবাদৰো এটা সীমা আছে কেলা
    বিশ্বাস নকৰো

  • @pallabihazarika2471
    @pallabihazarika2471 2 ปีที่แล้ว +10

    পৃথিৱীত ভূত আছে সঁচা কিন্তু এওঁলোকে যে ভূতৰ লগত কথা পাতি আছে সেইটো মিছা।।।।।ভূতে কথা পাতিব নোৱাৰে

    • @ranjibborah3274
      @ranjibborah3274 2 ปีที่แล้ว

      Video bhalkoi sawok, matra light signal diche, kotha pota nai

    • @premsondaimari2885
      @premsondaimari2885 ปีที่แล้ว

      Ji jon prectikel tew he buji pai, aku nopwa aku buji napai, 33kouti devotai bhut, ehote misoliya bhut, ehotor horir nai, oinor horirot humai bah kore, ehotok voy korile ehote sol pai, dom dile pitri aru putror namot ehote polai jai,

  • @ajoyrabha4792
    @ajoyrabha4792 2 ปีที่แล้ว

    Bhoot ase manisu kinto enekoi bhootk interview je Lowa jai takehe dekhi mor hahi hahi pet bukhai goise comedi video dekhuwar babe thanks

  • @ranineog2827
    @ranineog2827 2 ปีที่แล้ว +41

    Jodi bhogoban Ase bhutu Ase

    • @rittikkashyap8612
      @rittikkashyap8612 2 ปีที่แล้ว +4

      Jodi Bhut ase , Bhagwan o ase .
      Jodi Mama ase , Bhagin o ase .
      Jodi Sakori ase , Dalali o ase .
      Jodi Police ase , Bheti o ase .
      Jodi Prem ase , Ghrina o ase .
      Jodi Axa ase , Niraxa o ase .
      Jodi tumi asa , moiu asu ..! 😝

    • @chinmoyeebaruahsumu2333
      @chinmoyeebaruahsumu2333 ปีที่แล้ว

      iss ram

    • @rishavpachani9514
      @rishavpachani9514 ปีที่แล้ว

      9o9oki

    • @koustavborah2855
      @koustavborah2855 11 หลายเดือนก่อน

      Tomei boot.

    • @BisheswarBhumij-oi5tz
      @BisheswarBhumij-oi5tz 10 หลายเดือนก่อน

      ​..

  • @multimax1854
    @multimax1854 2 ปีที่แล้ว +18

    অদৃশ্য শক্তিৰ অস্তিত্ব আছে ।সেইটো মই প্ৰমাণ পাইছো ।বলকেইটা মকৰা সদৃশ কিবা এটাই লৈ গৈছিল যেন লাগিল ।।।

  • @gozo_00
    @gozo_00 2 ปีที่แล้ว +3

    Vute axomiya kotha buji pai mane😍

  • @hirumonibora9615
    @hirumonibora9615 2 ปีที่แล้ว +1

    Atmaa ase babei ami xopun dekhu

  • @bhaitisingha6063
    @bhaitisingha6063 2 ปีที่แล้ว +43

    উলো বনোৱাৰ সীমা থাকে দেই
    সীমা পাৰ হৈ গৈছে

  • @dishantaadhikari8003
    @dishantaadhikari8003 2 ปีที่แล้ว +1

    উফ্ সাংবাদিকতা !!!

  • @ratanpatar5445
    @ratanpatar5445 2 ปีที่แล้ว +8

    ভগৱান থাকিলে ভূত থাকিবই এইবোৰৰ উল্লেখ আছে ভাগৱত খাস্ততো

    • @diplinashorts
      @diplinashorts 2 ปีที่แล้ว

      দাদা অসমীয়া শব্দ শুদ্ধকৈ কব আৰু লিখিব 🙏 খাস্ত নহয় শাস্ত্ৰ হে🙏

    • @ratanpatar5445
      @ratanpatar5445 2 ปีที่แล้ว

      @@diplinashorts hb aru heibur hoi jai...buji lole hol

  • @gameshborah4782
    @gameshborah4782 2 ปีที่แล้ว +6

    ভূতৰ লগত কথা পতাও জে মচিন থাকে আজি গম পালো দেই🤣🤣🤣

    • @bituaxam7723
      @bituaxam7723 ปีที่แล้ว

      Mesintu kinibo parimaan nki🤣

  • @dibasvlog1546
    @dibasvlog1546 2 ปีที่แล้ว +36

    ভেকোভাওনা ফটোৱা নিউজ। লাইটৰ পোহৰৰ জৰিয়তে আত্মাৰ সতে কথা। কি যে অদ্ভুত নিউজ। ভূত প্ৰেত আত্মা আছে বুলি বিশ্বাস কৰো কিন্তু এনেবোৰ লাইট জলাই কথা পতা এইটো হাঁহিৰ খোৰাক দিয়া বাতৰিহে।

  • @nainamedhi360
    @nainamedhi360 2 ปีที่แล้ว +1

    বিজ্ঞানৰ যুগত ভূত-প্ৰেত, আত্মা,ডাইনী, অন্ধবিশ্বাস এইবোৰ এৰিবলৈ আপোনালোকেই টেঁটু ফালি ফালি news বনাব, ক'ৰবাত কিবা এটা ঘটনা ঘটিলে কব যে এইবোৰ অন্ধবিশ্বাস হেন তেন বহুত। আৰু এতিয়া প্ৰমাণ দিছে এইবোৰ। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু?

  • @খাটিঅসমীয়াকছাৰীছোৱালী

    সুন্দৰ পদক্ষেপ ♥️

  • @r.tantabai7340
    @r.tantabai7340 2 ปีที่แล้ว +1

    🙏 prithibit val ase jd beyau nissoi thakibo ,,,, positive and nigetive

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว +15

    কাম নাই আৰু হা,,, মৰি যোৱাৰ মানুহে তুমাৰ লোকৰ লগত কথা পাতিলে ন, মানুহ বোৰে ভয় কৰি সেই ঠাই ডখৰ পৰা সোনকালে পাৰ হৈ যাবলৈ বোলি গাড়ী অতি বেগেৰে চলাই এতিয়া বেছি হে মৃত্যু মুখত পৰিব,

    • @pranjalsaharia8449
      @pranjalsaharia8449 2 ปีที่แล้ว

      Right

    • @mrinmoyphukon5823
      @mrinmoyphukon5823 2 ปีที่แล้ว

      Ai pgl kaitak tat rati bandhi thoi debo lage 🤣😂 mut ulai jabo kela

    • @Miduldutta
      @Miduldutta 2 ปีที่แล้ว

      @@mrinmoyphukon5823 অলপ আধা পাগল মানুহৰ আছে যেন,, ইহতি এইবোৰ নিউজ সিহঁতৰ বাবে বনাই

    • @rimapatarpatar7943
      @rimapatarpatar7943 2 ปีที่แล้ว

      Right

  • @HirakHkentertaining
    @HirakHkentertaining 2 ปีที่แล้ว +2

    অদৃশ্য শক্তি আছে সেইটো মই বিশ্বাস কৰো , কিন্তু তহতে ভুতৰ সন্ধানত যোৱাটো হে হাস্যকৰ

  • @johnbaba8440
    @johnbaba8440 2 ปีที่แล้ว +16

    এইবাৰ বাৰিষা আমাৰ ইয়াত কাৰেন্ত নাছিল। ওচৰৰ জাৰণিৰ পৰা ৩৮তা ভূত আনি লাইট জ্বলাইছিলো।
    বৰ্তমান ৪০তা ভূত অসম অলিম্পিকৰ ভিন্ন খেলৰ বাবে ট্ৰেইনিং কৰাই আছোঁ।

    • @sonjoy8428
      @sonjoy8428 2 ปีที่แล้ว +1

      👍😄

    • @Gaurabshorts02
      @Gaurabshorts02 2 ปีที่แล้ว

      😂😂😂😂

    • @kakoli8291
      @kakoli8291 2 ปีที่แล้ว +1

      😊😊😊😊😊😜😜😜🤪🤪😂😂😂😂😂😂😂😂😅😅😅😅🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣

    • @neelkamalrajkhowa85
      @neelkamalrajkhowa85 2 ปีที่แล้ว

      Hahahahahahahahahahahahahahaahahaajahahajahahahahahahahahahahahahahahahaha

  • @abhijit_dewri_official_
    @abhijit_dewri_official_ 11 หลายเดือนก่อน

    যদি ভাল আছে তেন্তে বেয়া অ আছে সুখ থাকিলে দুখ অ আছে ঠিক একেদৰে ভগৱান থাকিলে ভূত অ আছে

  • @ujjalkrray7480
    @ujjalkrray7480 2 ปีที่แล้ว +47

    ধেৎ ইমান দিন হল,আত্মাৰো বয়স বোলা বস্তু এটা আছে টো !!! তাত থকা আত্মা বুঢ়া হল।ভয় কৰাৰ কাৰণ নাই !!

    • @strongbestvlog3622
      @strongbestvlog3622 2 ปีที่แล้ว

      Bro moja ❤️🥰🥰

    • @rituhiloidari4853
      @rituhiloidari4853 2 ปีที่แล้ว +1

      Attama akou more nki

    • @ujjalkrray7480
      @ujjalkrray7480 2 ปีที่แล้ว +1

      @@rituhiloidari4853 পুনৰজনম হয় !!!

    • @Shillongteertargett
      @Shillongteertargett 2 ปีที่แล้ว +1

      Jidina pabi khidina penote muti lobi

    • @ujjalkrray7480
      @ujjalkrray7480 2 ปีที่แล้ว

      Vutor bap moi kela,baba vokto hy moy,negative energy mok dekhile durote polay

  • @joyjitrajkhowa4010
    @joyjitrajkhowa4010 2 ปีที่แล้ว +35

    Light টো মযো ON OFF কৰি দিব পাৰিলো হেতেন । মানুহক বুৰবক বনাই লাভ নাই।

  • @madhurjyavlogs1139
    @madhurjyavlogs1139 2 ปีที่แล้ว +9

    I proud of your news channel because your news channel is Very brave and tallented. I always support Axom live 👍

  • @nivagogoi9859
    @nivagogoi9859 2 ปีที่แล้ว +1

    মই কৈছো আত্মা আছে । মই ড০ ভূপেন হাজৰিকাৰ আত্মাক অহা দেখিছিলো , কি হৈছিল জানিব বিছাৰে যদি জনাব পাৰো, প্ৰমাণ ও দিব পাৰো ।

    • @sapunvlogs2516
      @sapunvlogs2516 2 ปีที่แล้ว

      মোক লাগে প্ৰমাণ

  • @romeokumbang6481
    @romeokumbang6481 2 ปีที่แล้ว +7

    কিন্তু আচৰিত কথা দেই ভূতৰ লগত কথা পাতাটো....... দাদা আপোনাৰলৈ নমস্কাৰ আপোনাৰ এই পদ্ধতি ভাৰত বৰ্ষৰ কাৰণে বহুত কামত আহিব। মহান মহান মানুহবোৰৰ লগত কথা পাতি কিছোমান নজনা কথাবোৰক মৰি যোৱাৰ পাছতো ভূতৰ বা আত্মাৰ পৰা শিক্ষিব পাৰিম

    • @faridaahmed5968
      @faridaahmed5968 ปีที่แล้ว

      Paranormal knowldge apunar nai sage so apuni k2 meter Or kotha na jane.

  • @dipenchetiamusic5477
    @dipenchetiamusic5477 2 ปีที่แล้ว +1

    একো নাই বুলি নকও কিন্ত এই মিটাৰ মাটিত নাইবা নদীত থকা মিনাৰেল বোৰৰ বাবেও ইন্দিকেত কৰে৷ বিজ্ঞানৰ ফালৰ পৰা

  • @rontukonwar7961
    @rontukonwar7961 2 ปีที่แล้ว +11

    আমাৰ এইফালে খুওব কাৰেন্ট যায় , ভূত কেইটামানক মাতি আনি লাইটৰ ব্যৱস্থা কৰিব লাগিব। বাকী এই ভিডিঅ'টো চাই ভূত বুলি বিশ্বাস কৰা মানুহখিনিৰ বাবে ক্ষন্তেক মৌন প্ৰাৰ্থনা 🙏
    নিউজ বাদ দি horror movie বনোৱা আৰম্ভ কৰক।

  • @Tarunkumarapa
    @Tarunkumarapa 2 ปีที่แล้ว +11

    This instrument name K2 or EMF(electro magnetic field) mtr
    Gaurav tiwar the person who's first use in india

  • @zulhashahmed2645
    @zulhashahmed2645 2 ปีที่แล้ว +4

    অন্ধবিশ্বাস আৰু কুসংস্কাৰ এতিয়াও আছে।

  • @bonraj6194
    @bonraj6194 2 ปีที่แล้ว +2

    লাইট জ্বলাই দিব পৰা ভুত ।

  • @tulshiprasadborah9815
    @tulshiprasadborah9815 2 ปีที่แล้ว +10

    ভূতৰ লগত কথা পতাৰ মেচিন উদ্ভাৱনকাৰী প্রথম ৰাজ্য হিচাবে আমি গৰ্ববোধ কৰিব পাৰোঁ দেখোন।

    • @bhaitisingha6063
      @bhaitisingha6063 2 ปีที่แล้ว

      🤣🤣🤣🤣🤣

    • @raghabkachari7
      @raghabkachari7 2 ปีที่แล้ว

      Aree
      Pagol ai2 assam a discover kora nhoi
      Ai2 mechine scientist a bonowa olop parile bahiror kotha saba sob faltuwami kori urai nidiba

    • @bishwaraj3340
      @bishwaraj3340 2 ปีที่แล้ว

      🤣🤣🤣

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 2 ปีที่แล้ว +1

      ডাঙৰীয়া এইটো অসমত বনোৱা যন্ত্ৰ নহয়... মই আগতে TV ... TH-cam ত.... বাহিৰৰ ভিডিঅ বহুত চাইচো... পেৰানৰমেল একটিভিটিছ ৰ লগত জড়িত মানুহ খিনিয়ে এই যন্ত্র কেইটা ব্যৱহাৰ কৰে.... নাজানা কৈ কথা কিছুমান কোৱাটো বেয়া কথা... শক্তি আছে আৰু তেওঁলোকে মানুহৰ লগত কানেন্ট কৰিব বিছাৰে....

    • @tulshiprasadborah9815
      @tulshiprasadborah9815 2 ปีที่แล้ว +1

      @@rakeshchoudhury3768 হয় নেকি? তেতিয়া হ'লে মোৰ গৰ্ববোধ উঠাই লৈছোঁ কৃষ্ণ 🙏🙏

  • @factoman4892
    @factoman4892 2 ปีที่แล้ว +23

    বাবা ভূতৰ লগত ধেমালি নহয় 😊
    এইবাৰ দুৰ্গা পূজাত মেচিন টো ওলাব নেকি
    দোকানত...মোৰো ভূতৰ লগত দুৱাষাৰ আছিল🤗

  • @digitalasompro6727
    @digitalasompro6727 2 ปีที่แล้ว +26

    পৃথিৱীত ভাল বেয়া সকলো শক্তিৰ অস্তিত্ব আছে

  • @minturabha6798
    @minturabha6798 2 ปีที่แล้ว +1

    Enekuwa program kori thakibo

  • @nayakinfo4613
    @nayakinfo4613 2 ปีที่แล้ว +11

    ফাল্টু কাম এইবোৰ ।ঘন্টা মেচিন। তাতকৈ বহুত আচৰিত মেচিনেৰে বহুত আচৰিত ভুতৰ ভিডিঅ বনাব পাৰিম, কিন্তু আমি তেনেকুৱা ফাল্টু কাম নকৰো।

  • @nilimaHot
    @nilimaHot 2 ปีที่แล้ว

    যদি আপুনি বিশ্বাস কৰে এটা লাইট , নকৰে যদি ২টা লাইট

  • @satyamevajayate1274
    @satyamevajayate1274 2 ปีที่แล้ว +12

    ভূতৰ শক্তি প্ৰমাণ কৰি দেখুৱালে।
    এদিন ভগৱানৰ প্ৰমাণ কৰি দেখুৱাই দিবচোন।

    • @raghabkachari7
      @raghabkachari7 2 ปีที่แล้ว

      Heya teuloke prove koribo nalage 2 din man mondirok apoman kori sowa nije gom pai saba bhogoban ase nai

    • @satyamevajayate1274
      @satyamevajayate1274 2 ปีที่แล้ว

      @@raghabkachari7 mi nastik nhy bro.. mi God k manu. 2ta xokti ase buli sbei Jane ata VL ata Bea. Bea2 dekhilu eat ru VL 2u sbo bisarisu. Simple.😊

    • @raghabkachari7
      @raghabkachari7 2 ปีที่แล้ว

      @@satyamevajayate1274 jodi 2mi bhogoban believe kora tante prove r kunu dorkar

    • @satyamevajayate1274
      @satyamevajayate1274 2 ปีที่แล้ว

      @@raghabkachari7 mi Atma ku blv kru. Ei2 prove kraru2 proujon Ni.

    • @raghabkachari7
      @raghabkachari7 2 ปีที่แล้ว

      Sure
      Jodi 2mi karubar usorot kowa jea yat bhut uali tante 2mk believe nkore but jatia 2mi mondir ata r details t kowa jea yat saki jolale vll fall pai tante dekhiba teu o tat saki dise goi

  • @puspadhardowarah1932
    @puspadhardowarah1932 4 หลายเดือนก่อน

    ভূত;আত্মা;প্ৰেতাত্মা;এই বোৰ নিশ্চয় আছে।ধৰ্ম"গ্ৰন্থটো পোৱা যায় আৰু নিজেও দেখিছো।

  • @aswinikalita7530
    @aswinikalita7530 2 ปีที่แล้ว +3

    Yes I believe it.

  • @creative-dd3zt
    @creative-dd3zt ปีที่แล้ว

    ভুত আছে ৷গতিকেভাল বেজ এজন চাবলৈ দিয়ক ৷

  • @pankajkhakhlary6286
    @pankajkhakhlary6286 2 ปีที่แล้ว +3

    Best comedy Bro ...... Mooja ... Next aru kot dekhaba ...

  • @dhunudhunu5307
    @dhunudhunu5307 2 ปีที่แล้ว

    Hoi bissakh hoise aru bhagaban usort tow lkr atmaa mukti babe parthona korilu

  • @nabajitdeka9357
    @nabajitdeka9357 2 ปีที่แล้ว +7

    মানৰ যুগৰ মানুহে light চিনিপাই জানো🙄

  • @basantapatgiriloksangitoff8970
    @basantapatgiriloksangitoff8970 ปีที่แล้ว

    এনেকুৱা বাটি দিল্লীত অজস্ৰ কিনিব পায়।বজালে মূৰ বেয়া লাগি যায়।বাপ্পা ঐ ইহতে মাৰিব দে।ভূতৰ লগত কথা বাৰ্তা।হায়ৰে হায় আজিৰ প্ৰচাৰ মাধ্যম।চোৱা সকল পাগল নে দেখুওৱা সকল পাগল বুজাটো কঠিন হৈছে।

  • @hiramani3712
    @hiramani3712 2 ปีที่แล้ว +10

    মানৰ দিনৰ ভূত এতিয়াও আছে 🙄🤔!! ভূতেও ভয় কৰে 😳😳😨😨

  • @DEEPJYOTI99
    @DEEPJYOTI99 2 ปีที่แล้ว +2

    ভূত আপোনালোকেই 🤧

  • @maheshkurmicreations2855
    @maheshkurmicreations2855 2 ปีที่แล้ว +9

    হয় এনেধৰণৰ শক্তি আছে।।

  • @dhrubajyoti3458
    @dhrubajyoti3458 2 ปีที่แล้ว

    হিহিহি কমেডি চাই ভাল লাগিল

  • @nayankakati4143
    @nayankakati4143 2 ปีที่แล้ว +5

    আপোনালকে ভুত থকা বুলি প্ৰচাৰ কৰি আছে,,,আৰু কিছু দিন পিছত নিউজত বজাব একবিংশ শতিকাত আজি ও অন্ধ বিশ্বাস কৰে, ভুট পেতক ভয় কৰি ৰাতি ঘৰতে মুতে বুলি নিউজ কৰিব

  • @robartborah9452
    @robartborah9452 2 ปีที่แล้ว +1

    Anei aibur

  • @bidyutgogoi1175
    @bidyutgogoi1175 2 ปีที่แล้ว +8

    ata light duta light jolaok klla dewali pisa niki. 😂😂😂

  • @akhilarandhara5180
    @akhilarandhara5180 2 ปีที่แล้ว +2

    ভূতে আপোনালোকৰ লগত লাইট জ্বলাই কথা পতা দৃশ্যৰ ছুটিং গাড়ীৰ ওপৰত লৈছিল নেকি

  • @opvideo7029
    @opvideo7029 2 ปีที่แล้ว +8

    বিজ্ঞানে কি গবেষণা কৰিলে, ভূতৰ খবৰেই নাজানে ।

    • @gamingzone4816
      @gamingzone4816 3 หลายเดือนก่อน

      Tumar jonmo kio hol
      Jonmo r agt ki asila
      Mritu pst ki hobo

  • @Systemmmmbiplobone
    @Systemmmmbiplobone ปีที่แล้ว

    ভূতৰ লগত কথা পতা এইবাৰ হে দেখিছো

  • @SanjoyDas-id5jq
    @SanjoyDas-id5jq 2 ปีที่แล้ว +7

    পাগল কৰবো। chanel to unsubscribe Kori thoi diyai vlll hbu.. Nholi pgol hoba lgbu ahtor news sii 😂😂😂

  • @jintupathak5740
    @jintupathak5740 2 ปีที่แล้ว

    Om

  • @chiring.7
    @chiring.7 2 ปีที่แล้ว +8

    I believe in this matter . Because one day someone pushed me on my body at evening time in my childhood along 7 30 . . But I hadn't seen anyone evven if that time there was lighting .

    • @karabirnp1676
      @karabirnp1676 2 ปีที่แล้ว

      English pushed you

    • @abhijitkantisarkar7922
      @abhijitkantisarkar7922 2 ปีที่แล้ว

      I was that person... I'm nt a ghost 😂

    • @lyrmusic3465
      @lyrmusic3465 2 ปีที่แล้ว

      Ki ba kole Buji a napalu.....moi gahori mankho di vat khalu de 😁😁😁😁

  • @Nobo123
    @Nobo123 2 ปีที่แล้ว +2

    Kom poriman bisas koru judio positive and nagative power amar dhorat ase aito hole khosai bisas koru..

  • @tulonmohan9583
    @tulonmohan9583 2 ปีที่แล้ว +4

    মোৰ বিশ্বাস হোৱা নাই। সেইটো কেনেকুৱা যন্ত্ৰ ? লাইট আপোনালোকৰে কোনোবাই ৰিমটৰ সহায়ত জ্বলাই থকা নাইতো? ভাল বুৰ্বক সজাইছে দেই আমাক। অৱশ্যে পৃথিৱীৰ ৰহস্য পাৰাপাৰহীন ।সেইবুলি এইদৰে আমাক মূৰ্খ নসজাব please.

  • @mahantahajong6301
    @mahantahajong6301 2 ปีที่แล้ว +1

    অকল দুটা লাইতে কাম কৰে নেকি আপোনালোকৰ বাকি কেইটা কি হল,,,,

  • @basantahira8645
    @basantahira8645 2 ปีที่แล้ว +6

    আপোনা লোকৰ টিমটোৰ লিডাৰ কোন?

  • @plawanjyotihandique6417
    @plawanjyotihandique6417 2 ปีที่แล้ว

    Waw bohut dhunia lagise....Raku dar video sua nisina lagi goise mur 🤣

  • @dharanidutta475
    @dharanidutta475 2 ปีที่แล้ว +3

    ভয়েই ভূত

  • @Danirojasfc6
    @Danirojasfc6 2 ปีที่แล้ว +1

    অন্ধভক্ত।
    কামনাই ।

  • @bantilaskar1354
    @bantilaskar1354 2 ปีที่แล้ว +4

    শুভেচ্ছা থাকিল।

  • @hinatalovestoryassamese4051
    @hinatalovestoryassamese4051 2 ปีที่แล้ว +1

    দিন থাকিলে ৰাতি থাকিবই

  • @pronabjyotidas1467
    @pronabjyotidas1467 2 ปีที่แล้ว +6

    দাদা আজি দিনটো কিচুমান বহু দুখীয়া পরিয়াল আছে তেওলোকে কোনো চরকারী আচনি পোবা নাই সেইবোর বাতরি প্রকাশসকরি চরকারক আঙুলিয়াই দিওক যাতে কিবা সুবিধার সুযোগ পাই এই বালবোর বিচারি থকাতকৈ । কি যে আরু । লাইট জ্বলাব কোবাতকৈ কেলা সম্পূর্ণ চেহেরা দেখাব কওক আল বাল বাতরি দি থাকে ফটোবা সাংবাদিক আপোনি আপোনার বাবে বাকি ভাল সাংবাদিক বোর বদনাম যায়

    • @jiusenmeck7859
      @jiusenmeck7859 2 ปีที่แล้ว

      Kela sakori lage kosto kor.sakori bikh mangile pai nki. Fotua ,mathat mall nothoka sob kla

  • @manjubarman1855
    @manjubarman1855 2 ปีที่แล้ว +2

    কি যে সাংবাদিক! জুবিন গাৰ্গে কলে আকৌ বেয়া পায়।

  • @princeatif2775
    @princeatif2775 2 ปีที่แล้ว +7

    কি হব আমাৰ অসম অন্ধ বিশ্বাস

  • @nayanmonimorang1091
    @nayanmonimorang1091 2 ปีที่แล้ว +1

    Proud of you

  • @dalimidoley6945
    @dalimidoley6945 2 ปีที่แล้ว +3

    Faltu news kam nai nki sup sap gort lodu kalga🤮🤧😷🤣😂

  • @themac3438
    @themac3438 10 หลายเดือนก่อน +1

    কেতোমিটাৰ(emf) মই ও ব্যৱহাৰ কৰি পাইছো ,সেই যন্ত্ৰতোৰ লাইট blink যেতিয়া ইচ্ছা তেতিয়া কৰিব পাৰি । কিন্তু শেষত বলতো কেনেকৈ হিলাই দিলে নাযানো। ভূত আছে মই ১০০% নিশ্চিত কাৰণ মই নিজেই অনুভৱ কৰিছো । যদি কোনোবা বেছি জানিবৰ কাৰণে ইচ্ছুক মোৰ instagramত আহক তাতে মোৰ bioতো চাই হে মোক তাত মেছেজ কৰিব ।

    • @themac3438
      @themac3438 10 หลายเดือนก่อน

      Its__me_deny

  • @bijoygogoi2223
    @bijoygogoi2223 2 ปีที่แล้ว +71

    হে ৰাম ৰাম কোনফালে অসমৰ গতি৷

  • @dhrubadev5236
    @dhrubadev5236 2 ปีที่แล้ว

    Bhal lagile video ti bhoy bhoy kori salu.... 🤔🤔🤔