কাঁহৰ বাচন চিকচিকিয়া কৰি কেনেকৈ ৰাখিব পাৰি//Kahor bason cleaning video//assamese video
ฝัง
- เผยแพร่เมื่อ 13 ต.ค. 2024
- কাঁহৰ কাঁহী বাতি আদি জিলিকাই কেনেকৈ ৰাখিব পাৰি।সদায় ব্যৱহাৰ কৰা /থৈ দিয়া বাচন কলা /ৰঙচোৱা পৰি যায়,সেইখিনি চাফা কৰা এটি সুন্দৰ উপায় আপোনালোকলৈ লৈ আহিছো ।#assamesevolgs #cleaning video #newvideo #villagelife
চাফা হৈছে দেই। ভাল লাগিল
@@bijoyabordoloi5224 ধন্যবাদ
কথা কমকৈ কই কাম কৰি দেখুৱালে চাবলৈ ইচ্ছা যায়। আপোনাৰ কথা শুনিবলৈ ইমান সময় নাই।
ধন্যবাদ, ভাল লাগিল
Apunar video Sai upokrito holu.thank you
@@BirajBoruah-w1x ধন্যবাদ জনালো
Music ৰ sound অলপ কম হ'লে ভাল হলহেতেন।
টিপছ্ ভাল লাগিল ❤❤❤
নতুন বিলাক কেনেকৈ ৰাখিম বাইদেউ
ভাল লাগিছে
@@LabanyaPangingVillageVlo-mc9zg ধন্যবাদ
@@LabanyaPangingVillageVlo-mc9zg friend holu tumar support koriba
Eman dhuniakoi dekhala Val lagil dei
ধন্যবাদ 🎉🎉
😂😅❤❤❤❤❤ সে@@nayanmonikakoty2969
Bhal lagil video tu sai 😊
@@kalpanamahanta1812 thank you so much 💕friend back korilu dei
বহুত ভাল লাগিল বাইদেউ চাই🥰🥰🥰
খুউব সুন্দৰ ❤❤❤❤❤ভাল লাগিল জানিব পাৰি ❤
@@chinudevi1697 ধন্যবাদ
Val tips thank. You
ধন্যবাদ
ভাল লাগিল
ধুনীয়া ❤
ধন্যবাদ জনালো
Val lagil vedio to ❤new freind hlu dei mru freind hbo buli akha krilu
Thank you so much 💕friend back korilu dei 🎉support koriba
Tamul khai katha kole buji nepau. Music darkar nai,
Val lagil video2 ❤❤❤
ধন্যবাদ জনালো
বহুত ভাল লাগিল
@@jyotsnaborah-tp4hc thank you so much
Nice
Khub dhuniya tips 1 ta xikilu bhaal laagise, thank you ❤
@@bharatibharuah7495 thank you so much
ভাল লাগিল।
Val lagil thank you
Thank you
ভাল লাগিল জানিব পাৰি।
Bhal lagil
বৰ ভাল লাগিল
Bhal lagil baidew tips tu jani
@@RudifaChoudhury thank you
Xundor
❤
আটা বোৰ কিয় নয়ট কৰিছে নেমু লগত বালি অকণমান হালধী দিলে আৰু বেচি চফা হয়
খুব ভাল লাগিল VIDEOটো চাই । লোভ লাগিল কিন্তু এটা কাম দেখি , তামোল খোৱা দেখি কাৰণ মইও বহুত তামোল খাওঁ
ধন্যবাদ জনালো আপোনাক 🙏
@@nayanmonikakoty2969 স্বাগতম 🙏
ধুনিয়া |❤❤❤
ধন্যবাদ জনালো
বৰ ভাল লাগিল দেই 👌👌👌
@@purobiboithoque3899 ধন্যবাদ জনালো
ইমান ধুনীয়া চাফা হৈছে মোৰ দুটা চৰিয়া আছে দুই দিনৰ আগত চাফা খৰিলো ভাল দৰে চাফা নহল এতিয়া কৰি চাম ভাল লাগিল দেই বাইদে
@@sarbanandaborah7452ধন্যবাদ জনালো আপোনাক ।চাফা কৰিব ধুনীয়া কৈ চাফা হ'ব ।
Dhuniya..❤❤❤
ধন্যবাদ জনালো
কথাবোৰ আপুনি ইমান খৰকৈ আৰু শব্দবোৰ স্পষ্ট নহ য়।শব্দবোৰ স্পষ্টকৈ কেমেৰালৈ চাই কব।তামোল পিছত খালেও হলহঁতেন। অবশ্য
Val lagil❤❤❤
তোমাৰ music টোহে তোমাৰ কথা শুনাত দিগদাৰ কৰিছে ।
বহুত ভাল লাগিল। subscribe কৰিলোঁ। সহযোগিতা কৰিব। ধন্যবাদ
আপোনাৰ কাঁহৰ বাচন পৰিস্কাৰ কৰা ভি ডিওটো চাই বহুত ভাল লাগিল ।আপোনাক বহুত বহুত ধন্যবাদ জনালো
ধন্যবাদ জনালো
মই এতিয়াহে দেখিলো❤❤❤ সুন্দৰ ভিদিঅ মই কালি কৰিম আৰু তোমাৰ নামতো লম হা
ধন্যবাদ জনালো বা কৰি চাবা।
Bor val lagil dei .
ধন্যবাদ
বহুত সুন্দৰ কাহৰ বাছন চাফ কৰা ভিডিঅটো চাই। আপুনি বাৰু কৰ পৰা ভিডিঅ'টো দিছে জনাব।
ধন্যবাদ জনালো ।মোৰ ঘৰ গোলাঘাটত হয়।
আপোনাৰ ভিডিও টো চালো মোৰ শৰাই আৰু ঘটি কেইটামান ৰং ধৰিছে কৰি চাব লাগিব ।
ধন্যবাদ জনালো
Lembur ros ru olop sai mixed kori 2 minutot chichi hoi jabo baidew
Very nice video
ধন্যবাদ
কি তামোল চবাই চবাই কথা কয়?
Val lagil vdo tu ❤
ধন্যবাদ জনালো
2like ❤ nice 👍👍👍
ধন্যবাদ
kot hikhise baidew????????.reply.
Khub xundar 👍
ধন্যবাদ জনালো
Hundor video 🎉🎉🎉
ধন্যবাদ
Val lagel video2
ধন্যবাদ
বহুত ধুনীয়া হৈছে বাইদেউ ❤❤❤❤
ধন্যবাদ জনালো
বৰ ভাল লাগিল
Atta ki loise refind ne sakki...?
আটা যিকোনো লব পাৰে।
Dhunia safa hoise❤
ধন্যবাদ
Mozza dei❤
ধন্যবাদ
thank you for tips
Vall lagil video tu sai .new friend ❤️❤️🙏
ধন্যবাদ জনালো বান্ধৱী হ'লো তোমাৰ সঁহাৰি জনাবা
Very nice
ধন্যবাদ
এনেকৈ ধূলে অলপসময়হে চাফা হৈ থাকিব পিছত দাগ লাগিব । কাহ তামৰ বাচন দোকানত গৈ কাহৰ বাচন চাফা কৰা পাউদাৰ আছে কিনি বাচন সদায়েই চাফা হৈ থাকিব ।সেইবোৰ পাউদাৰে ধুবৰ কাৰণে আপোনাৰ দৰে ইমান সময়ও নালাগে বাচনও চাফা হৈ থাকিব
Val lagil dei new friend holu back koriba dei ❤
ভাল লাগিল ভি দি অ টো চাই।মইও কৰী চাব লাগিব।
ধন্যবাদ জনালো 🎉🎉নিশ্চয় কৰি চাব
Bare.2.kariba.lagiba.neki
Aji porthom bar sali bohut xundor vdo dila
ধন্যবাদ জনালো
Nice ❤
ধন্যবাদ
Thank you sister
Video to chai bhal lagil 😢😮😅😊
ধন্যবাদ জনালো
Wow bhut dhuniya safa hoise dee
@@runimaskitchenandvlog9140 হয়,ধন্যবাদ
! বৰ ভাল আইডিয়া
ধন্যবাদ
ভাল পাইছো কিন্তু মুখত খাদ্য লৈ বাদ্য বজোৱা বাবে হে-_----
ধন্যবাদ
Bohut Val lagil vedio to sai ❤❤
@@RupaliDeka-ug3rj ধন্যবাদ জনালো
Val lagile video Sai
ধন্যবাদ জনালো
Nice sharing ba 🎉❤ bhut hundar video agbohala, hundar podhotire Hundar upai, hundar information ℹ️ Big like Full support ba
@@nbassam-hg9rq ধন্যবাদ জনালো তোমাক ।
Bhal lagile
Vl lagil sai steelr buru pari neki enekoi
ব্যৱহাৰ কৰি চাব মই চোৱা নাই, হব বুলি ভাবিছো।
Main kothatu kua digholia nokoriba bo lagy
ধন্যবাদ জনালো
Val lagil de jani
ধন্যবাদ জনালো
Very nice ❤ try korim
ধন্যবাদ
বঢ়িয়া
ধন্যবাদ
যিকোনো কাঁহ পিতলৰ পাত্ৰ তেঙা ৰে ঘঁহিলে ছফা হয় ।তাকে ইমান দিঘলীয়া নকৰিলেও হয়।
ধন্যবাদ জনালো
Val lagil dhanyawad
ধন্যবাদ
Dhunia rijalt baideu
ধন্যবাদ জনালো
Nice sharing ❤ baa
ধন্যবাদ জনালো
Val lagil new friend holu aakha koru muru friend hobo❤❤❤❤❤❤
তামোল-পাণ খাই video কৰা প্ৰথম দেখিলোঁ।
Thanks for your video
ধন্যবাদ
টেঙা আতা খৰছ কৰি থকাতকৈ ৰাষ্টাৰ পৰা বালি অকনমান আনিব ঘহি দিলেই চাফা হয় দেখোন😂😂😂😂😂
Mojja
ধন্যবাদ
Ata nidi okol tenga rosere, tenga bakoliture bhalkoi ghohi dileiu ekdom sofahoi Jai.Sabosun atta khini basi jabo.
হয়,ধন্যবাদ জনালো
Thank you.
কথা তকৈ কামটো সোনকালে কৰিলে ভাল. ।
Dhunia
ধন্যবাদ
Hundor 👍
ধন্যবাদ
বঢ়িয়া
ধন্যবাদ
Nice sharing Friend,, bor dhuniya sofa hoise, muru saba dai friend ❤❤❤❤
ধন্যবাদ জনালো আপোনাক ।নিশ্চয় চাম
নিশ্চয় কৰি চাব লাগিব ❤️
ধন্যবাদ জনালো
Nice sharing ❤❤❤
ধন্যবাদ জনালো
ধন্যবাদ
Khula porei dakbelak jabny nynajai kobosun day ba
নিশ্চয় যাব ব্যৱহাৰ কৰি চাব
👍♥️♥️
ধন্যবাদ
DARA USE কৰক।