ব্ৰহ্মপুত্ৰৰ সিপাৰে তোমাৰনো ঘৰ | কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া | সোণালী ১৯৯৬| বিহুগীত|সোণ প্ৰডাকচন
ฝัง
- เผยแพร่เมื่อ 13 พ.ค. 2021
- CAUTION:- © Copyright of this video and song is strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
🙏🏻🙏🏻🙏🏻এটি সুমধুৰ বিহুগীত🙏🏻🙏🏻🙏🏻
গীত - ব্ৰহ্মপুত্ৰৰ সিপাৰে তোমাৰনো ঘৰ উজনি
এলবাম- সোণালী ১৯৯৬ (সোণ প্ৰডাকচন)
প্ৰযোজক/পৰিচালক- সোমনাথ বড়া ওজা
কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া
গীত সংগ্ৰাহক- সোমনাথ বড়া (ওজা), প্ৰদীপ বৰা, অজিত বৰা, ৰাজেন মহন্ত, ৰঞ্জিত বৰা, ডিম্বেশ্বৰ মহন্ত, ললিত নাথ, নিলিমা বৰঠাকুৰ
সংগীত- সোমনাথ বড়া ওজা, অজিত কুমাৰ বৰা
সহ কন্ঠ - জিতেন শইকীয়া, অনুপম শইকীয়া, দিলীপ গগৈ, খগেন গগৈ, অজিত বৰা, ভিতালী দাস, বিজয়া হাজৰিকা তামুলী
ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, বিপুল বৰা, স্বপ্নীল অঞ্জন বড়া
গগণা,পেঁপা - সোমনাথ বড়া ওজা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী
তাল/তকা-নলিন বৰা, প্ৰদীপ বৰা
কি-বৰ্ড (বেছ)- পলাশ গগৈ
Percussions- মানস শৰ্মা
সংগীত বাণীবন্ধন - Studio Film Craft
Recorded, Mixed & Mastered- Kiran Borah & Dipak Dutta
Special thanks to Swapan Nath & Munna.
Song Re-processed by-
Indra Nath,
Studio Ramdhenu,
Guwahati Club, Guwahati
#AnupamSaikia #NitumoniBorah #Sonali1996 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan - เพลง
সেই মধুৰ দিন বিলাকলৈ আকৌ এবাৰ
ল'ৰালি কাললৈ মনত পৰি গ'ল।
Hridoy vedi gol.I felt in Nostalgic.
Bohut. Vl dhuniy lagisa ❤❤❤❤❤
👌👌👌🙏🙏🙏
Lovey song 🎉🎉🎉🎉
অনুপম দা তুমি কত আছানো কিয় গান নোগোৱা হলা কিমান যে ভাল পাও তোমাক এনেকুৱা গান উপহাৰ নিদিয়া নেকি আকৌ , তুমি উভতি আহা প্লিজ 🙏🙏
💖💐✨🥳
Thank you dai gaan tu dia babe . Bohut bisarisilu .
Mur val loga git2...
My favourite Song
বহু দিনৰ পিছত বিহু টো শুনিলো | আগতে টেপ ৰেকৰ্ড ত কেছেট লগাই বহুত বাৰ শুনিছিলো | বহুত ভাল লাগিল |
Bahut bahut val loga geet
Hajar bar sunicilu ay gan to
বহুত ভাল লগা গান আজি পাই গলো। বহুত দিন বিচাৰি আছিলোঁ।আজি পালোঁ।বহুত বহুত ধন্যবাদ
Lovely songs
Val lagil dai hundor
Khub val loga gantu. Bisari palu
Moja❤❤❤❤❤
কি বুলি ধন্যবাদ দিম আপোনাক এই গানটোৰ কাৰণে মই ইউটিউবট বহুত try কৰিও পোৱা নাছিলো। আজি পাইগলো বহুত ভাল লাগিল ,
bohut dinor pasot kali bisari palu bohut val lagise gaan to
My favourite bihu git , so nice. :::::🌺🌺🌺
Tq upload kora babe
Nice 👍 song 🇮🇳❤️💪❤️♥️💯🎉🎊
Bahut bahut Dhanyabad ai gaan tu upload Diya karone
👍👍🌹
বহু দিনৰ মুৰত আজি পাণ ভৰা মোৰ প্ৰিয় গীতটো পাইছো। বুজাব নোৱাৰা ভাষা মোৰ।বহুত।বহুত ধন্যবাদ ।
Best.song.dada
Old is Gold 🏆🏆
Heroa saponar bihu pai bahut val lagil.
bhut rolu ai gaan2 krne dhonyabad
Not comparable!Lot of thanks
old is gold evergreen bihu song.
Bhot val loga bihu gan
Keman denor pasot besare paisu gaan tu.. ❤️ thank you
😍😍😍😍😍
উস। বৰ লৰালিৰ সেই দিনবোৰত বুৰ গ’লোঁ। গাঁৱৰ বিয়াবোৰত এই ড্ৰেকচেট লগাই দিনে নিশাই এই গীতবোৰ বাজি আছিল।
টেপত শুনা,,, ১৯৯৯ত শুনিছিলোঁ
Ei sonali dinor bihu geet bor youtub t dia aponak kouti pranam jasilo.
এই গীতটো শুনি থাকোতে কত থাকো গমেই নাপাও । আৰু এটা গীত নৈশ বাছ দুৰ্ঘটনাক লৈ গোৱা "ৰজাবাৰী গাওঁতে-- " এই গীতটি শুনাৰ অদ্ম্য হেপাহ থাকিল ।
Bahut bahut vàl song hol
কিমান বাৰ যে শুনিছিলোঁ আৰু চোতাল বিহুত চিঞৰি চিঞৰি গাইছিলো ।
Bohut gaisilu dei agote bihut
সোনালী বিহূ .1995 এই এলবাম টো দিবো
এইবোৰ হে আচল বিহু আজি কালি কোনেও নুশুনে
বহুত দিনৰ পৰা এই গানটো বিচাৰি আছিলো। অশেষ ধন্যবাদ।
Sonali 1995
Anekua ata bohag par hoi jua nai ... Moi ai geet tu nuhuwake ❤❤❤❤❤
সৰুতে টেপ ৰেকৰ্ডছ ত শুনি শুনি ঢোল বজাইছিলো , মনত পৰে ।
বহুত বহুত ধন্যবাদ, স্বপ্নীল।
বাকী গীতকেইটাও সোনকালে আশা কৰিলোঁ।
Nissoi
Huni thakile amoni nologe o
O juri mai tumar prem hagorot dila dubai...gaan2 upload koribo please
SoNaLi(95
সচাকৈ সুন্দৰ এটি বিহুগান ।শুনি ভাল লাগিল।।
'নীল আকাশত উৰা মাৰে গঙ্গা চিলনী' গানটো দিব চোন।।
গানটো দিবছন দাদা।।
এই বিহুনামটি কাৰণে বহু দিন আপেক্ষা কৰিলো দেই....
সোণালী কেছেটৰ আগতে শুনা গীতবোৰ অকল এই চেনেলতে পাব। আৰু বহুতো গীত আছে। পাহাৰৰ জুৰিতি, কল্পনাৰ গীত সমূহ আপলোড কৰিবলৈ আছেই।
এতিয়া অনুপম দা কত আছে ইমান মিঠা মাতটো লৈ, আমাক আৰু বিহু গীত লাগে ..আধুনিক বিহু নহয়
সোণালী ৯২ মোক লগে । ভাষা নাই ! গীত কেইটা মনত পৰিলে বলিয়াৰ দৰেই হৈ যায় মন । মোৰ eaig. ৫৬ yers !
Bihu keitar naam kouk sun ... Gaanbilak huna napaleu gaan r naam huniyei bhal lage .. Ami hei bihubur huni nplu 2000 t jonmo .
বহুত দিনৰ পৰাই বিচাৰি আছিলো গীতটি আজি পালো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো🙏☝✝
প্ৰকাশ কৰিবলৈ ভাষা নাই ,,,অশেষ ধন্যবাদ,,,আগলৈ আৰু আশাৰে
অপেক্ষা কৰি আছিলোঁ ধন্যবাদ......
উফ্ মনত বুজাব নোৱাৰা ভাৱনা নিগৰে এনে গীত শুনিলে
বহুত বহুত ধন্যবাদ ৰাতিপুৱাই শুণি ভাল লাগিছে কিমাণ বছৰ পিছত যে শুণিলো
বৰ ভাল লগা।। ধন্যবাদ তোমালৈ।। নষ্টালজিক
কেছেত টো কিনিছিলো মনত পৰে
Hosakoiye bohut Val lagil
এইবোৰ গীত শুনিলে অতীতৰ সেই মধুৰ দিনবোৰলৈ মনত পৰি যায়
বাবু, পুৱাতেই সুন্দৰ গীতটো শুনিবলৈ পাই মন ভৰি গ'ল। ধন্যবাদ জনাইছো ভাইটি।
আজি ৰাতিটো টোপনি নাহিলে মোৰ। গানটো শুনি শুনি উজাগৰে থাকিলো🙏🏻🙏🏻🙏🏻
@@SoanProductionsOfficial বাবু, আমাৰ সোনোৱালী শৈশৱ, কৈশোৰৰ অভিন্ন বন্ধু আছিল সোন প্ৰডাকচনৰ অডিঅ কেছেটবোৰ।আজিও বুকুত বাজি থাকিল সেই গীতসমূহ।
বহুত বহুত ভাল লগা গানটো অবশেষত বিচাৰি পাই বহুত ভাল লাগিছে। অশেষ ধন্যবাদ জনাইছোঁ তোমাক । বাকী গান সমুহ অতি সোনকালেই পাম বুলি বাট চাই ৰলো।
SANALi95
কবলৈ ভাষা নাই শত কোটি প্ৰণাম আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏....................
লিখিবলে ভাষা নাই। মুঠতে বহুত দিনৰ পৰা এই গান টু বিছাৰি ফুৰিছিলো। পুৰণি এই গিত বুৰ হুনিলে হেই সোঁনোৱালী দিন বুৰলৈ মনত পৰি যায়। অখেখ ধন্যবাদ
ল'ৰালিৰ দিনবোৰলৈ মনত পৰি গ'ল
বহুত বহুত ধন্যবাদ
বহুত বহুত ধন্যবাদ
আজি 4 বছৰৰ পৰাই এই গান টো বিচাৰি আছিলো।
Aru dibo sun
Ratipwa e bhout dhuniya geet ati dilea Dada Val lagil huni.
Assamese movie Mohahomoror Dong dongi suwali gantu dibosun.
96 r kalpona gaan bur dibo plz
এনেকুৱা পুৰণি শ্ৰেষ্ঠ সংগীত বোৰ দি থাকিব চোন ।
গাণ তো দিছ লাইক কৰা মানুহ কেইজন অসমীয়া মানুহ হবই নোৱাৰে...
আপেক্ষাৰ অন্ত পৰিল,, বহুত সুন্দৰ,, ধন্যবাদ ।. যদি পাৰে '' অ সোনালী সোন বৰণীয়া ৰঙা উঠত কি হাহিঁ ভুলালি,,,,, গীটটো দিবলৈ চেষ্টা কৰিব।
বহুত দিনৰ মূৰত মনে বিছৰা গানটো পালো ।
Dada very nice song
bahut dinar pora bisari asilu
Xundor 👍👍👍
Bahut bahut dhanyabad gaan diar babe
বহুত ভাল লাগিল, বহু পুৰণিগীতটি ৰ স্মৃতি ঘূৰাই পাইছো, ধন্যবাদ ।
Ki km gan bor khuni agar kotha bor mnt pori jai.
ধন্যবাদ গীতটি দিয়া বাবে।my all time favorite.
এই গানটো শুনি বহুত ভাল লাগিল !আৰু এটা গান বিচাৰি আছো পাৰিলে আপলোড দিব চোন গানটো হল বাৰিৰে পকা আম নাচনী ঐ মৰমৰ ফুলবাৰি বহলাই পাতিবা চেনেহৰ খুতিৰে জেৰুৱা ভেতিবা
Mur val loga bihu geet belak.. Eta etake... Hkolu xunibole paisu.. Bhut val lgise.. Ratipuai geet2.. Xunibole pai💪
ভাল লাগিল বহুত।
moiu bisari asilu hosakoie nitumoni baidewr bihugeet hunile huniei thakim jen lage
বহুত ভাল লগা গীত
মোৰ অতিকৈ প্ৰিয় গীত.. 🥰🥰
Dhnyabad swapnil.amk emn dhunia gantu bisari diyar babe.
Brahmaputra etu parot hunuwali gaon hai gaor jiyori torak moi bhal pau... Gan2 ase jdi plz upload kribo
Montu.vaal.lgi.gol.gan.to.hunibole.palu.school.laifor.kotha.monot.pori.gol
কল্পনা 1996 গান কেইটা দিযক
Beautiful song ❤️❤️❤️