কিয় আন সকলোতকৈ পৃথক কানৈ মহাবিদ্যালয় ❓
ฝัง
- เผยแพร่เมื่อ 23 พ.ค. 2023
- কিয় আন সকলোতকৈ পৃথক কানৈ মহাবিদ্যালয় ❓
কানৈ মহাবিদ্যালয়ত কি নাই ❗
আপুনি হয়তু আগতে নেদেখা এখন আচৰিত কিতাপ আছে কানৈ কলেজত❗
#baartalaap #chakrapaniparashar #assam #kanoicollege #collegelife #digitalbook
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
কি ক’ম!! অভিভূত হ’লো৷ কি কলেজ কি হৈ গ’ল৷ কানৈয়ান হিচাপে খুবেই গৌৰৱবোধ কৰিছোঁ৷ চক্ৰপাণি পৰাশৰদেৱলৈ অসীম ধন্যবাদ জনাইছোঁ ❤
মহাবিদ্যালয় খনত পঢ়িবলৈ যোৱাৰ আগতে বহুখিনি কথাই জানিব পাৰিলো 😊 আপোনাক বহুত বহুত ধন্যবাদ চক্ৰপাণি দা ইমান সুন্দৰ তথ্য সম্বলিত ভিডিও এটি আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে 🙏❤
যত প্ৰকৃত সুন্দৰ নিদৰ্শন মন থাকিব তাতেই সুন্দৰ কৰ্মৰ পৰিৱেশন সৃষ্টি হৈ গঢ়ি উঠিব। ড° শশীকান্ত শইকীয়া চাৰ এজন অন্যতম শ্ৰেষ্ঠ ব্যক্তি বহুতৰ মাজত এজন পাবলৈ দুৰ্লভ ব্যক্তিৰ ব্যক্তিত্বৰে গঢ়া হয়। গতিকে আমি চাৰক লৈ গৌৰৱান্বিত আৰু গৌৰৱ অনুভৱ কৰোঁ মানুহে মানুহৰ হৈ হোৱাৰ বাবে 💞🙏
কানৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী হোৱাৰ সময় এতিয়া সমাগত...🥰
Loggg paamm deiii
পোনপ্ৰথমেতো বাৰ্তালাপৰ পৰিয়াললৈ অফুৰন্ত মৰম আৰু শুভকামনা জ্ঞাপন কৰিলো । চক্ৰপাণি দাদা আপোনাৰ কাম কিন্তু শলাগিব লগিয়া । দাদা যদি সম্ভৱ UPSC পৰীক্ষাত ৫ম স্থানপ্ৰাপ্ত ময়ূৰ হাজৰিকা দেৱৰ এটা বাৰ্তালাপ অনুস্থান লৈ আহিবচোন আমাৰ বাবে । নথৈ আনন্দিত হ'ম । শেষত কুশলে থাকক বাৰ্তালাপৰ পৰিয়াল 😊😊🌻
ড০শশীকান্ত শইকীয়া ছাৰ অসম তথা ভাৰতৰ গৌৰৱ।যি জনাৰ মন-মগযুত কেৱল মাত্ৰ যোগাত্মক চিন্তাই ক্ৰিয়া কৰি সৃষ্টি শীল মনটোৱে সেন্দুৰী আলি-বাট বান্ধে।য"ত আনন্দ মনে দহজনে বিচৰণ কৰে।ছাৰ,🙏🙏🙏🙏🙏🙏
Ai khon college ot pohi bole mur bohut hopun ase❤😊👍
Life t kiba koribo ase jodi etu Bhul nokoriba🤣🤣
😂😂
@@RahulDas-jr1rsBhai bhl k bujai de🙂
👍
এক নান্দনিক পৰিৱেশ ।অধ্যক্ষ মহোদয়ৰ ব্যক্তিত্বৰ গভীৰতাই অনুষ্ঠানটিক আগুৱাই নিয়ক তাৰে প্ৰত্যাশাৰে...
I m so proud of my college❤ wherever i go, i will forever remain grateful❤ thank you Sashikanta Sir... Thank you for everything you have done for us... 🙏
আমাৰ কানৈ❤। কানৈয়ান হিচাপে গৌৰৱ অনুভৱ কৰোঁ 🌻💯
এতিয়া উন্নতি হৈছে কানৈ মহাবিদ্যালয় --
সুন্দৰ; কানৈয়ান হিচাপে গৌৰৱ অনুভৱ
ডঃ শশীকান্ত শইকীয়া ছাৰক মাজুলী মহাবিদ্যালয়ত পাইছোঁ, ছাৰ বহুত ভাল, ছাৰৰ দিনতেই মাজুলী মহাবিদ্যালয়ে এক নতুন ৰূপ পাইছিল। ভালে থাকক ছাৰ, আৰু ভাল কাম কৰি যাওক ❤
মোৰ দেউতা এসময়ত এই খন কলেজৰ পৰাই পঢ়ি ওলাইছিল ।। কলেজ খন এবাৰ নিজে চোৱাৰ হেপাহ আছিল ।। চক্ৰপাণি দাদাৰ vedio টোৰ জৰিয়তে কলেজ খন দেখাৰ সৌভাগ্য হ'ল। ধন্যবাদ দাদা
কানৈয়ান হিচাপে গৌৰৱ অনুভৱ কৰোঁ ❤️🩹
Kanoi college principal is one of the best principal I have ever met. Believe it or not he is very friendly. Students can freely talk to him and also sir knows the names of each and every student..
Proud to be a Kanoian❤
Yeh kb hua🤣🤣.....this is utterly nonsense
@@RahulDas-jr1rs I don't know what are you saying to be nonsense but I don't see anything there
@@jyotishmoyeebezboruah3989 yaa .. different experiences 🤣🤣..
@@RahulDas-jr1rs that's all. Everyone has their own experience bcoz every individual is different
Love from lakhimpur sakrapani daaa...but i am in Dibrugarh ...near kanoi but i never knew about that tqqq
Proud to be kanoian ❤ And all the very best wishes to our respected Sushikanta sir❤
I am proud that I am also an ex student of this college.
শশীকান্ত sir bhut val manuh
Proud to be a kanoian
Proud to be a kanoian❤
Baa... English department tu kenekua baru?
Proud to be a kanoian💌
কলেজ এখনৰ গুৰি ধৰোঁতা মূলতে অধ্যক্ষ,এনেকুৱা অধ্যক্ষ থাকিলে ছাত্ৰ-ছাত্ৰীৰ উন্নতি হ'বই।
প্ৰতিখন কলেজৰ অধ্যক্ষ গৰাকী কানৈ মহাবিদ্যালয়ৰ দৰেUnique হ'ব লাগে।
আমাৰ কলেজ❤❤ আমাৰ গৌৰৱ❤❤❤❤
Bohut din pisot sir ok dekha palu val lagil..
ভাল লাগিল ❤❤
Just wow💥🔥
Proud to be a part of kanoian ❤❤
এইয়াই আচল মানুহ ।। শশী চাৰ 🙏
Proud to be Kanoian ❤️❤️❣️
I am kanoian and really proud myself
Love for kanoi clg 🎈❣️😎
So proud of my collage
অধক্ষ্য মহোদয়ৰ কৰ্মস্পৃহা শলাগিব লগিয়া । এই আপাহতে আমি উল্লেখ কৰিব বিচাৰো যে তেখেতৰ কায্যকালৰ সময়তে যেন এটি আটকধুনীয়া যাদুঘৰ গঢ় লৈ উঠে । য'ত অসম তথা ভাৰতৰ কৃষ্টি-সংস্কৃতি লোক সংস্কৃতি ইতিহাস বুজিব পাৰি
DHSK t mur detai pohisil. he completed his graduation in the year of 1991.
বহুত ভাল লাগিল
Amar kanoi😢❤🎉
I love kanoi college....I m kanoian
❤
🙏🙏🙏♥️♥️♥️
Kanoi❤
Kanoi❤️❤️
Clge khon r ajon student hisape moi gourambito...I love Kanoi ❤️
Nipu aru betal dar interview laga
আমাৰ আৱেগ…কানৈ ❤
কানৈ আমাৰ আবেগ কানৈ আমৰ গৌৰৱ কানৈয়ান হিচাপে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ
Kanoian ❤
Kanoian❤
Voice to bhal hole bhal
Majulit thakute majuli college bhut development krisil
College khn dekhila college dinbur kotha monot pori jai o
কানৈয়ান
Ex student..kanoi college...r
Love my college♥️♥️♥️
M also Ex Kanoian
Sir ai clg khnt performing art's ase neki
Ifbb pro Protik talukder daar ata interview lage
Tiger daa jaii❤
Akow abar kanoit pohibo Mon goise
Dimoria college t iman bostu ni kintu. Bohu agar porai A grad pua. Dimoria college khetri.
Shreemadbhagawat khon lagibo nki Sakra da apunk
Invite nikk medhi...
সকলো ঠিকেই আছে বাৰু।কিন্তু বাৰ্তাবাহী ফলক বোৰৰ সংখ্যাধিক্যই চৌহদটোক কিবা প্ৰদৰ্শনী স্থলীলৈ ৰূপান্তৰ কৰিব খোজা যেন লাগিছে ।
Bhaal ekhon field nai khelibole
Proud to be a kanoian
Bupai
Proud to be a kanoian❤