Police bilak olp sikha diyak cm sir aijone oc a nohoi pray thanar oc bilak a anekuwa thana loi gole sadha mari thake vori tebilet uthai bohe mane ovodrami
Aku koribo nuare sakorir pora aribo biddho Kune koribo sp?? Na kunu montry mla skolore sokolua vrostasarr ktha aulok jne a kunu kot mti loise beaini poisa ghotise police department besi vag giyato ..atiya kunu kak sakorir pra ulobo...police mne vrostasar .
বহুত ধুনীয়া কথা পুলিচ বিলাকৰ ৰাস্তাই ৰাস্তাই পাইন লোৱা আৰু গুন্দাগিৰি দেখোৱাৰ তাক সম্পূৰ্ণ চাকৰিৰ পৰা উলিয়াই দিব আৰু সম্পূৰ্ণ action ল'ব লাগে।
ক্ষমাৰ কথা নাই । বৰ্খাস্ত কৰিব লাগিব ঢৰকাৰে ।
right..👍👍👍
চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে এনে উদণ্ড চৰকাৰী চাকৰিয়ালক। সন্মানীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক এই বিষয়ত।
অসম চৰকাৰে এতিয়াই এইজন বিষয়াক পুলিচ বিভাগৰ পৰা বিদায় নিদিয়ে তথা পুনৰ পুলিচ বিভাগত যোগদান কৰে তেনেহলে ভৱিষ্যতে পুলিচ বিভাগৰ কলংক সনাৰ ওপৰিও, পুলিচৰে মূৰ কামুৰনি হব । যিজনে মুকলিকৈ প্ৰাণে মৰাৰ ভাৱুকি দিব পাৰে, সেই জনে আৰু যে নকৰিব কোনে নিশ্চয়তা দিব। মামা উচিত বিচাৰ লওক।
ভাল কথা লিখিছে বহুত ধন্যবাদ জনালো ।
একমত
ছাকৰি গলেই হই এনেকোৱা আৰক্ষি নোহোৱাই ভাল
চৰকাৰে নিলম্বন প্ৰক্ৰিয়াটো একেবাৰে উঠাই দিব লাগে একেবাৰে বৰ্খাস্ত কৰিব লাগে। তেতিয়া বেয়া কাম বোৰ নহব। আৰু সম্পত্তি বাজেয়াপ্ত কৰিব লাগে।
বৰখাস্ত নকৰে আৰু কৰিবও নোৱাৰে । মূখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত বক্তব্য ৰাখিব লাগে, ৰাখিছে । বছ, সিমানেই ।
বিনাকাৰণত এচৰ মাৰিবি বগৰাই লম।সিমানে কথা।অসমৰ জনতা অৰুণাচলী বা নাগাৰ দৰে মাৰবান্ধি থিয় হওক। চাকৰি টো খাই দিয়ক ইয়াৰ ,ৰাস্তাত গৰমত হাজিৰা কৰিবলে পাৰে ই গম পাব।
মেডিকেল আচলতে লৰাজনৰ সলনি এই
Power য়ে মূৰত ধৰা ভাৰ্গৱ ডাঙৰীয়াৰ হে কৰাটো প্ৰয়োজন বুলি অনুভৱ কৰো, কিয়নো তেওঁ নূন্যতম শিষ্টাচাৰ কণ ও পাহৰি গৈছে। অসম চৰকাৰ আৰু Police Departmentয়ে ইচ্ছা কৰিলে এতিয়া ও মেডিকেল কৰি তেওঁক চাব পাৰে, কিন্তু প্ৰহিলাতে তেওঁক হেণ্ডকাফ লগাই দুদিনমান চোৰ-ডকাইতৰ জিৰণি ছ'ৰাত ভাগৰ মৰাব লাগিব, তেতিয়া তেওঁৰ মেডিকেল ৰিপোৰ্ট ত নিশ্চয় কৈ আহিব যে তেওঁ সেইদিনা মানসিকভাৱে সুস্থ নাছিল 🙏😆🤣
চাকৰি পৰা খেদিব লাগে
100 গৰু মাৰিলে বাঘৰু মৰন, এই বাৰহে পুলিচৰ কূ ৰ্কৃতী পোহৰলৈ আহিছে এনেকুৱা ঘটনা আগতে কিমান বা ঘতিলে ঠিক নাই,আগতেতো এনেকুৱা ঘটনা পোহৰলৈ অহাই নাই গতিকে এই জন পুলিচক ৰেহাই দিব নালাগে ইয়াক চাকৰি পৰা বৰ্খাস্ত কৰি জেলত ভৰাই দিব লাগে তেতিয়াহে আন কেইজন অহংকাৰী পুলিচ বিষয়াই শিক্ষা লব, গতিকে মাননীয় মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব ছাৰ আপোনি থাকোঁতে ইহঁতক চিধা কৰি থৈ যাওঁক।
সাধাৰন নাগৰিকৰ ওপৰত আৰক্ষীৰ অপব্যৱহাৰ, হিংসা কেতিয়াও মানি লোৱা নহয়।
বহিষ্কাৰ কৰিব লাগে ইয়াক😮😮
এই ধৰণৰ গুণ্ডা আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ভৱিষ্যতে অসম আৰক্ষীৰ মান সন্মান অটুট থাকিব।
পুলিছৰ কথা কি কম | মই তেতিয়া শুৱালকুছি বিবাহ ভবন এটাত কাম কৰি আছো | মোৰ মামাৰ লৰা দুজনৰ লগত আমি কথাপাতি ৰাষ্টাৰ কাষেৰে আহি আছিলো | তেতিয়া কোনো VIP আহিছিল | আৰক্ষীৰ গাড়ীৰ চাইৰেন বাজি আছিল | আমি কথাত ইমান মছগুল হৈ আছিলো গাড়ীৰ চাইৰেন কাণত পৰা নাছিল | তেতিয়াই এজন পুলিছ অফিছাৰ নামি আহি মোক এনেকুৱা এটা কাণতলীয়া ছৰ মাৰিলে আৰু অভব্য গালি গালাজ কৰিলে, কলে ছুৱৰৰ বাচ্ছা দেশৰ কাম কৰিবলৈ আহিছ , আৰু অফিছাৰ জনে লগৰ পুলিছবোৰক কলে ইয়াক গাড়ীত উঠা , মই তেতিয়া অফিছাৰ জনৰ ভৰিত ধৰি কান্দি কান্দি কলো ছাৰ মাফ কৰক , আগলৈ এনেকুৱা কাম আৰু মই নকৰো , তেতিয়া তেও মোক গাড়ীত নুঠালে | ছৰটো ইমান যোৰে মোৰ কাণত পৰিছিল পাছলৈ মোৰ কাণৰ অসুখ হৈছিল | তেতিয়াৰ পৰা পুলিছ দেখিলে মই পুলিছৰ পৰা বহু দুৰে দুৰে যাঁও, কাৰণ কোনে জানে একো ভুল নকৰিলেও ইহতে বৰ বেয়াকৈ মাৰে |
Bohut beya lagil kotha tu huni.. kintu ami eibar eneke protest koru jate bhobishyote aru ketiau eneke kaku koribo bhabibo nuware..
Belgok bisas korile o police k nkro
Police r jat tu vl nloga hol
Do Suspended For Life Time........
Police সকলোৱে ৰাইজৰ টকাত তহতে চলি আছা 👆👆👆👆👆👆👆👆👆👆👆
এই জনই নহয় এনেকুৱা বহু এতিয়াও আছে।
অসমীয়া মানুহে কিমান অত্যাচাৰ সহ্য কৰিব আৰু? মাৰোৱাৰীয়ে মাৰিব অসমীয়া বাই ভনীক, বিহাৰীয়ে চৰিয়াব ঘৰত পঢ়াবলৈ জোৱা শিক্ষয়িত্ৰীক, আৰু হেই পোছাক ধাৰিখিনিয়ে,বনিয়াৰ হাতলে চাব এবাৰ আৰু নিজৰ অসমীয়াৰ বাই, ভগ্নীলৈ চাব এবাৰ জেতিয়া বনিয়াৰ হাতত টকাৰ মোনা দিখিব,বা নিজৰ হাতত পাব তেতিয়া মা, ভগ্নী কোনো চাবলৈ নাই, লাগিলে উলঙ্গ কৰি কৰি পিটি থাকক তেতিয়া এই লোভিয়া প্ৰাণী বিধে তল মূৰ কৰি টকা খিনি ধৰি থাকিব।তাত দুখিয়া নিছলাৰ মান নাই। ধন্যবাদ।
দাদাগিৰি কৰা পুলিচক কত্ৱ পৰা বখাস্ত কৰিব লাগে । এইয়া আমাৰ দাবী ।
Hajira koribo lagibo tetiya he Buji pabo kosto ke . Bohut bhal paisu kotha tu huni.
কিছুমান পুলিচৰ কাৰনে সাধাৰন ৰাইজৰ পুলিচৰ প্ৰতি সন্মান নাইকিয়া হৈ আছে।
এনেকুৱা আৰক্ষি নালাগে
Amiu dim complain tar uporot roh
Mja raij xajag haok
ভাৰগবে নাজানে চাগে এশ গৰু মাৰিলে বাঘৰো মনৰ। এই বাৰ বাঘৰ গালত হৰিণাই চৰ সোনকালে।
ইয়াৰ আগৰ যিমান কেচ আচে তদন্ত কৰক জৰুৰী ভাবে
Mojaaa
চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে
We want service dismiss
Moja
Police bilak olp sikha diyak cm sir aijone oc a nohoi pray thanar oc bilak a anekuwa thana loi gole sadha mari thake vori tebilet uthai bohe mane ovodrami
Good news
Ehote nijoke high court boli bhabe....
He should must be suspend permanently
Anekoya bikhoya bahut aase....Assam police t.....
Arrest him
Please take good action of this oc.
Good Step Terminate koribo lage
Action lobo lage Goalpara r o bohut oitasar korisil
Dismissed koribo Lage .... suspension korile he akou anekuwa kribo
sakori heruar pasot atiya bhargob dadai koribo lagibo food delivery kam ... teritiya he val lagibo ...
Aku koribo nuare sakorir pora aribo biddho Kune koribo sp?? Na kunu montry mla skolore sokolua vrostasarr ktha aulok jne a kunu kot mti loise beaini poisa ghotise police department besi vag giyato ..atiya kunu kak sakorir pra ulobo...police mne vrostasar .
Mojja
Dui dinor pisotey sob thanda hoi jabo.. Ulta promotion hai pabo..
Jail hobo lage
এইজন আৰক্ষীৰ নামত কলংক ।
Rich people don't knows how poor people live.
Keitaman anekua policeok borkhasto korile olop consius hobo
ইয়াক বৰ্খাস্ত কৰিব লাগে ...
Gunda Bhargob borborah r sakori borkhasto korok .aru taar thait gyaandeep r dore lorak police bibhagot nijukti diyok..tetiahe system change hobo..
CM কথা নুশুনা কাৰণ 😅😅😅
Xunkale sakoritu juatu bisarisu. Enekua police nalage .
Sakori pora olab lage😢😢
Good News.,❤❤❤
Nijoke Roja buli bhabisil
Not barbaruah barbara mam
এনেকুৱা বিয়াক VRS,,,,, দিব লাগে
নিগনি গুন্দা।
Tauk sob distk fir dibo laga
Sakori tu gol buli dhori bo pari atiya ghort Goi Gahori puhi thak Goi
Please mama action
Ai bilak offers sakori korar
juigo nahoy. Nilombonhe korise ako kaidin manar pasot ahi dukhia manuhor uporot atyasar karibo. Aiburok sakorir pora khedi potheabo lage.jate gom paok sakori nakori dukhia manuhor dore kosto kori ghar salabo logia hole kiman kosto hoi. Tar sasti jate hemonto biswa sarma deve deye. Amar aitue dabi.
Darrongr garukhutert khanbadeke j pabliko oprat jopeyar porisil tar ki hol
Anrkuwa OC Dorkar Nai.sakorir pora Bahir Kori Diyok...
Ares korib kg age amak ane polis li anage
Natok
Sakarito jab lage
Iss ramm police r uparot Fir dibo logaa hoise eyat ke lajor kothaa ki ase..
Borkhshto koribo lage
Bahut bal kam korile Video record Kora manujone dahnabat
Bargob borhok gusiyai nak bangi dim moi
1000casehobolage
A2 OC Kunia disa ?C M Sar
Aei renda suda tuk jail t novoraloi ari dibo nalage ,,,,2 mah man news bojai thakok
Cm kolei sun todonto hobo aru axomor dgpk gutei daityo diya hoise todonto kori ase
Bal hbo
@bishaljkalita kio hobo nalage niki
Gunda police nalage 😠
Bhargab borbora r Nunnu kati dibo lage , muslim area t pothai diyok tak , nuunu kati dim bal
Ako goru marile bagoru moron
Jailat bharaba lage
Oc pora tak sipahi dila hol
Good news