🚨 দিল্লীত বিজেপিয়ে কিয় প্ৰয়োগ কৰিছে বিহালী মডেল? || Atanu Bhuyan || Satya

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • 🚨 দিল্লীত বিজেপিয়ে কিয় প্ৰয়োগ কৰিছে বিহালী মডেল?
    👉🏻 ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচন
    👉🏻 দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ความคิดเห็น • 24

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 8 วันที่ผ่านมา +11

    বিহালীৰ লগত তুলনা কৰি লাভ নাই । জনসাধাৰন বহুত সজাগ । । আমি বহুত দেখি আছো । ।

  • @dibyadnr7460
    @dibyadnr7460 7 วันที่ผ่านมา +1

    Right wing zindabad

  • @pranabbaruah7687
    @pranabbaruah7687 8 วันที่ผ่านมา +5

    এনেই এইবোৰ কথা।দিল্লীত 39 পাব বিজেপিয়ে।

    • @Jr_dipu_bhai_yt
      @Jr_dipu_bhai_yt 8 วันที่ผ่านมา

      000000বিজেপি😂😂

  • @MsMIXER
    @MsMIXER 8 วันที่ผ่านมา +2

    ডাঙৰীয়া যিমানেই যি নহওঁক কিয়, দিল্লীত আম আদমি পাৰ্টীৰেই চৰকাৰ হব। আসনৰ সংখ্যা কমেও 57+ হব। কংগ্ৰেছ আৰু বিজেপিয়ে পুনৰ মুখ্ঠেকেচা খাব। 😅😂

  • @bipulbarman9831
    @bipulbarman9831 8 วันที่ผ่านมา +2

    এখেত CM ৰ মানুহ

  • @kukububu5087
    @kukububu5087 8 วันที่ผ่านมา +10

    Mr Kejriwal is the best corrupted person

  • @anilsaikia6953
    @anilsaikia6953 7 วันที่ผ่านมา

    অতনু নহয় সকলোৱে কয় কীটানু ।

  • @ribulmazumder569
    @ribulmazumder569 7 วันที่ผ่านมา

    😊

  • @anilbora2237
    @anilbora2237 8 วันที่ผ่านมา

    Delhi ত বিহালীৰ ৰ দৰে সৰু মডেল এটা প্ৰয়োগ কৰা নাই। মিছা কথা । Delhi ত তাত কৈ ও বৃহৎ মডেল এটা গঠন কৰিছে । Haryana, মহাৰাষ্ট্ৰ আদিৰ দৰে মডেল ও নিয়োগ কৰা নাই। Delhi ত kejriwal ৰ যিটো দুৰ্নীতি, দেশদ্ৰূহি, ফাকিবজি মডেল তাক মাননীয় যোগী, নীতিন, অমিত শ্বাস, প্ৰধান মন্ত্ৰী, ৰাজ নাথ সিং, নায়েৱ সাইনি, অনুৰাগ ত্থকুৰ, পৃথ্বী ৰাজ চৌহান, বাসুৰী মেম, ৰমেশ বিধুৰী, চাহেব সিং বাৰ্মাৰ পুত্ৰ প্ৰবেশ বাৰ্মা আৰু বিজেপি ৰ প্ৰবল প্ৰতাপী নেতা গণে উঠি পৰি লাগিছে আৰু সম্পূৰ্ণ সফল হোৱাৰ দিশত আগ বাঢ়িছে। প্ৰচণ্ড শক্তি প্ৰয়োগ কৰা হৈছে। বিহালিৰ মডেলে ইয়াত কাম নাহিব। খুবেই পৰিকল্পনা
    কৰি কৰা হৈছে কাৰণ কেজৰিৱলে 🍭 Lollipop (ৰেৱৰী Sanskriti) দি মিডল ক্লাছ আৰু lower middle class ক কিনি থৈছিল। ইউনিয়ন budget য়ে ও বিজেপি ক সহায় কৰিব কাৰণ Delhi ত 67% ৰ অধিক মানুহ মিডল ক্লাছ। ছিছ মহল, ভ্ৰষ্টাচাৰ, যমুনাৰ পানী, স্বাতি মালিৱলক কৰা অপমান আদিহে মূল বিষ়বস্তু । ইয়াত বিহালীৰ প্ৰশ্ন নাই ।

  • @KhagenBora-y8i
    @KhagenBora-y8i 8 วันที่ผ่านมา +1

    Congess cam nai

  • @NakulGogoi-m7h
    @NakulGogoi-m7h 7 วันที่ผ่านมา

    Bjp haribo

  • @anilsaikia6953
    @anilsaikia6953 7 วันที่ผ่านมา

    সত্য চেনেলত অসত্য বাতৰি।

  • @punyeswar
    @punyeswar 8 วันที่ผ่านมา

    Kejriwal is not wealthy gready man . He is a political gready man.

  • @sidharthaboruah8250
    @sidharthaboruah8250 8 วันที่ผ่านมา +2

    BJP hatao BJP go back Congress jindabad

  • @bababorah-kq8nb
    @bababorah-kq8nb 7 วันที่ผ่านมา

    Aotnu aru kitanu eke .kiman sotyo manuhe bujise.

  • @pronoybordoloi3364
    @pronoybordoloi3364 8 วันที่ผ่านมา

    গৌৰৱ গগৈৰ model বুলি ক'লে বেছি শুদ্ধ হ'ল হেঁতেন যেন।

  • @dhimanAlyaman
    @dhimanAlyaman 8 วันที่ผ่านมา

    Bihali nhoi Samogurir dore gundaraz solai ase Delhi t😢. Bad sign for democracy

  • @anilboruah9025
    @anilboruah9025 7 วันที่ผ่านมา

    Kam nal falibi