২৬ বছৰৰ মূৰত পুনৰ দিল্লী দখল বিজেপিৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.พ. 2025
  • ২৬ বছৰৰ মূৰত পুনৰ দিল্লী দখল বিজেপিৰ
    আপৰ চৰকাৰ উৎখাত, নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপিৰ
    চতুৰ্থবাৰলৈ দিল্লী দখলৰ সপোন পূৰণ নহ’ল কেজৰিৱালৰ
    কেজৰিৱাল, মনীষ ছিছ’দিয়াসহ আপৰ প্ৰায়ভাগ জ্যেষ্ঠ নেতা পৰাস্ত
    কালকাজী সমষ্টিত মুখ্যমন্ত্ৰী আতিশীৰ ৰূপত সান্ত্বনাৰ জয় আপৰ
    দিল্লীৰ স্ক’ৰঃ বিজেপি-৪৮, আপ-২২, কংগ্ৰেছ-০
    দিল্লীৰ নিৰ্বাচনত ৩য় বাৰৰ বাবে সম্পূৰ্ণ ধৰাশায়ী কংগ্ৰেছ
    বিগত দুটা নিৰ্বাচনৰ দৰে এইবাৰো খাটা খুলিব নোৱাৰিলে কংগ্ৰেছে
    বিজেপিয়ে চৰকাৰ গঠন কৰিলেই পূৰ্বৰ আপ চৰকাৰৰ বিৰুদ্ধে হ’ব SIT
    আপ চৰকাৰৰ সকলো দুৰ্নীতি সামৰি লোৱা হ’বঃ পাৰভেছ চাহেব বাৰ্মা
    দিল্লী বিজেপিৰ ঘোষণা, দিল্লীক শ্ৰেষ্ঠ ৰাজধানী কৰিব বিজেপিয়ে!
    দিল্লীত আপৰ পৰাজয়ৰ পিছতেই কঠোৰ প্ৰশাসন
    উপ ৰাজ্যপালৰ নিৰ্দেশত সচিবালয় ছীল কৰিলে প্ৰশাসনে
    কেজৰিৱাল নেতৃত্বাধীন ‘আপ’ক কিয় প্ৰত্যাখ্যান দিল্লীবাসীৰ?
    কি কি কাৰকৰ বাবে দিল্লীত বিজেপিৰ হ’ল উত্থান?
    কিয় দিল্লীবাসীয়ে প্ৰত্যাখ্যান কৰিলে আপক?
    কেজৰিৱালৰ দুৰ্নীতিমুক্ত চেহেৰাত দাগ লগালে নেকি বিজেপিয়ে?
    বিজেপিৰ শেহতীয়া জয়ত কি ভূমিকা আছে RSSৰ?
    ক’ত ক’ত কেনেকৈ সভা পাতি জনমত বিজেপিৰ সপক্ষলৈ আনিলে আপে?
    দিল্লীত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? কাৰ কাৰ নাম চৰ্চাত?
    কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘খবৰৰ আঁৰৰ খবৰ’ত সবিশেষ

ความคิดเห็น •