Post Flood ৰ ওপৰত দুলীয়াজানত বৈঠক

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • Post Flood ৰ ওপৰত দুলীয়াজানত বৈঠক
    সোমবাৰে দুলীয়াজানৰ অসম গেছ কোম্পানীৰ অফিৰ্চাচ ক্লাবত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক
    ইতিমধ্যে হৈ যোৱা বানপানী সমস্যাৰ ওপৰত এখন বিশেষ সভা অনুষ্ঠিত কৰি দুলিয়াজান বিধান সভা সমষ্টিৰ বানপীড়ীত এলেকা সমূহৰ বানপানীত উৎপত্তি হোৱা সমস্যা সমূহৰ ওপৰত পৰ্যালোচনাত মিলিত হয় দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা
    সভাত বহুকেইটা চৰকাৰী বিভাগৰ বিষয়ববীয়া ,গাওঁ প্ৰধান সমূহ আৰু দুলীয়াজান সমষ্টিৰ তিনিওটা মণ্ডলৰ সভাপতি,সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়া আৰু শক্তিকেন্দ্ৰ প্ৰমুখ সকল উপস্থিত থাকে।
    #AssamFlood #postflood #citytalks

ความคิดเห็น •