The Conclave 2024. আক্ৰমণাত্মক প্ৰমোদ-দিলীপ । অপ্ৰস্তুত অখিল গগৈ । কোনে কাক ধুলে ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ต.ค. 2024
  • The Conclave 2024 ॥ আক্ৰমণাত্মক প্ৰমোদ-দিলীপ । অপ্ৰস্তুত অখিল গগৈ । কোনে কাক ধুলে ? Debate between Akhil Gogoi, Dilip Saikia & Pramod Baro in New Delhi.
    নতুন দিল্লীত সাদিন প্ৰতিদিন গোষ্ঠীৰ অনুষ্ঠান The Conclave 2024 ৰ সামৰণি পৰিল । দেশৰ বিভিন্ন কেটেগৰীৰ ব্যক্তিসকলক নিমন্ত্ৰন কৰি তেখেতসকলৰ অপিনিয়ন লোৱা হয় অনুষ্ঠানত । তাৰ ভিতৰত অসমৰ অখিল গগৈ, দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ মাজত হোৱা বিতৰ্কৰ এটা ভিডিঅ' ইয়াত আগবঢ়োৱা হৈছে । বিতৰ্কত অখিল গগৈ আক্ৰমণৰ সম্মুখীন হোৱা যেন অনুভৱ হৈছে 😎।
    কমেন্ট বক্সত আপোনাৰ অভিমত লিখক ।
    #news18assamne #assampolitics #assamesenews #theconclave24 #pratidintimeassamese
    Hi,
    I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.
    About my channel
    This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
    My social link
    Blog- www.digitaldream24.in
    face book- / ratul.sarania.925
    Page - / digital-dream-64681774...
    Twiter- Ra...
    Instagram- / ratuldassarania
    e-mail- rsarania10@gmail.com

ความคิดเห็น • 613

  • @NirmolRay1996
    @NirmolRay1996 2 วันที่ผ่านมา +46

    😂😂😂 প্ৰমোদ বড়োই বেয়া দিছে।।।মজা লাগিল।।অখিল গগৈয়ে বিচাৰে যে অসমখন ভাগ হৈ যাওক আৰু বিটিআৰত থকা অবড়ো-বড়োৰ মাজত এখন যুদ্ধ হওক।বিটিআৰত অবড়ো 60% আছে।।গতিকে এতিয়া বড়ো অবড়োৰ মাজত মিল আহিছে আৰু সেই ধাৰণা নোহোৱা হৈছে।।।এতিয়া শান্তি কিন্ত অখিলে পৃথক ৰাজ্য দি এখন ভয়ানক যুদ্ধ চাব বিচাৰিছে।।।আমি অসমীয়া বড়োলেণ্ডত আছো।।।এতিয়া কেৱল বড়োসকলৰ ভালৰ কথা কৈছে অখিলে।কিন্ত ইয়াত যে অবড়ো আছে সেইটো অখিলে পাহৰি গৈছে।গতিকে আমি অখিলক কেতিয়াও চাপৰ্ট নকৰো।।।অখিল এটা বেবাই ফুৰা ছাগলীৰ দৰে।

    • @HemenPathak-n1l
      @HemenPathak-n1l 2 วันที่ผ่านมา

      Hcai aboror dukh Akhil buju napay

    • @bbsgaming5156
      @bbsgaming5156 18 ชั่วโมงที่ผ่านมา +2

      পৰিবেশ শান্তি হৈ থাকিলে এওঁলোক ৰ লাভ নহয় যে ৷

  • @ChandicharanChoudhury-i8u
    @ChandicharanChoudhury-i8u 3 วันที่ผ่านมา +85

    ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু দিলীপ কুমাৰ শইকীয়া ডাঙৰীয়া। চেলুট। সত্যৰ সদায় জয়।

    • @RimiBoruah-m1e
      @RimiBoruah-m1e 3 วันที่ผ่านมา

      🥳😻🌹🌹😎🤩🤩🌈👩‍❤️‍💋‍👩👩‍❤️‍💋‍👩🐅👌⭐🌍👍💯💝🤑😚👸💕💕🥰🥰🤴👍👍👍💯🤑😘😘😄😄😁😁😆🤣😭😗😙😄😘☺️😊😊🤩😗😙☺️☺️😊

  • @PratapchBhuyan-j5s
    @PratapchBhuyan-j5s 3 วันที่ผ่านมา +57

    Salute to Mr.Promod Boro.

  • @srimanhazarika2838
    @srimanhazarika2838 3 วันที่ผ่านมา +89

    অখিল গগৈ অসমৰ শত্ৰু,তেওঁ মিয়াৰ কাৰণে মৰিব পাৰে।

  • @kumudbaruah2001
    @kumudbaruah2001 3 วันที่ผ่านมา +32

    কা আন্দোলন ৰ যজ্ঞৰ আহুতিৰ পৰা( টায়াৰ জ্বলোৱা ধোৱা পৰা) দুটা অসুৰৰ আবিৰ্ভাৱ হৈছিল। সেই সসুৰ দুটা হ'ল অখিল আৰু লুৰিণ। ইহত দুটা ই নৰলোকত সন্তাসৰ সৃষ্টি কৰি আছে। দেৱলোকৰ নৰমনিছৰ ওপৰত সুদৃষ্টি নকৰালৈকে এই সন্তাস চলি থাকিব। কোনেও বাধা দিব নোৱাৰে। ঈশ্বৰে তেও লোকক সুমতি দিয়ক।

    • @Sanjibkumar-lc4oz
      @Sanjibkumar-lc4oz 2 วันที่ผ่านมา +1

      মোৰ মনৰ কথা কলে,,,ধৈনবাদ ❤

  • @pradipkalita6580
    @pradipkalita6580 3 วันที่ผ่านมา +67

    লুৰিণেও মিঞা আঞ্চলিকতা বাদ কৰে।ইহতে দুয়ো কোনো দিন অসমীয়া ৰ কাৰণে কাম নকৰে।

  • @AchyutSarma-zd5fn
    @AchyutSarma-zd5fn 3 วันที่ผ่านมา +22

    দিলীপ দা আৰু প্ৰমোদ দা ক মই ধন্যবাদ জনালো।

  • @SantanuKonwar-c9i
    @SantanuKonwar-c9i 3 วันที่ผ่านมา +49

    প্ৰমোদ বড়ো ভাল কথা কৈছে যিহেতু পৃথক ৰাজ্য নিদিয়ে লগতে বড়ো সংগঠন সকল সন্মত হৈছে তেন্তে পৃথক ৰাজ্য বিছাৰি অসম অস্থিৰ কৰি থকা কি প্ৰয়োজন আছে , লাগিলে চৰকাৰ লগ হৈ অঞ্চল সমূহ আগোৱাই নিব , কিন্ত্ত অখিল গগৈ দেৱে বুজি নাপাই।

  • @abanidas6895
    @abanidas6895 3 วันที่ผ่านมา +41

    প্ৰমোদ বড়ো ডাঙৰীয়া তামুলপুৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনাক।

  • @amiyachetia2017
    @amiyachetia2017 3 วันที่ผ่านมา +40

    প্রকৃত ৰাজনীতিবিদ সকলৰ আলোচনা শুনি ভাল লাগে। অখিল গগৈ দৰে লাগ বান্ধ নোহোৱা কথা আজি কালি কোনেও পাততা নিদিয়ে।এজন MLA হৈ যতে ততে চিঞৰ বাখৰ

  • @anilbora2237
    @anilbora2237 3 วันที่ผ่านมา +19

    Namajii অখিল, নামাজী লুৰিন,namaji গৌৰৱ তিনিও জন মিয়াৰ চৰ্দাৰ । বকৰি 🐐🐐🐐 ঈদত বহুত ভালকৈ খাই আৰু নামাজ পঢ়ে। কাম নোহোৱা মানুহ। খুব ফুলজাৰি মাৰে। প্ৰমোদ দাদাই ভাল কথা কৈছে।

  • @ChandanBarman-wf1xq
    @ChandanBarman-wf1xq 3 วันที่ผ่านมา +30

    চিঞৰ বাখৰ কৰাৰ নামেই হ'ল অখিল গগৈ । সৰ্ব জান অখিল গগৈ ।

  • @nirenkalita1597
    @nirenkalita1597 3 วันที่ผ่านมา +33

    অখিল গগৈ আৰু llurin গগৈ মিয়া আনিব বাবে কাম কৰিবলৈ ভাল পায়

    • @DebajitGogoi-p6c
      @DebajitGogoi-p6c 2 วันที่ผ่านมา

      আৰু ভাৰত চৰকাৰে সীমান্তত সুৰক্ষা বাহিনীক খোৱাই-বোৱাই শুৱাই থৈছে, নহয়জানো ?

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 3 วันที่ผ่านมา +18

    Promud dar pora hiki louk Akhil da aru Lurin hotea iman dhunia kotha koisea promud dadai bohut bhal lagil Gogoi r mukh bondho kore pealalea Baru dada bahut bahut dhoinabad

  • @arabindabarman6623
    @arabindabarman6623 3 วันที่ผ่านมา +22

    ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া

  • @nelegend5044
    @nelegend5044 3 วันที่ผ่านมา +15

    ঠিক কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই। অখিল গগৈয়ে সদায়েই মৈমনসিঙীয়াৰ স্বাৰ্থত কথা কৈ আহিছে । অখিল লুৰি লুৰিণৰ চৰকাৰ হ'লে পিছদিনাৰ পৰাই মিঞাই আমাৰ .মূৰত উঠিব। সকলো ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়াই অখিল লুৰিণ, ভূপেন , গৌৰৱক পৰাভূত কৰাৰ বাবে প্ৰচেষ্টা লওঁক। সিহঁতৰ বিৰুদ্ধে প্ৰচাৰ কৰক। নহ'লে অসমতে অসমীয়াই মান হেৰুৱাব লাগিব অতি সোনকালেই।

  • @SrabanBasumatary-ie1hm
    @SrabanBasumatary-ie1hm 3 วันที่ผ่านมา +17

    Promod boro sir good speak 👍

  • @RantuRajkhowa-o3d
    @RantuRajkhowa-o3d 3 วันที่ผ่านมา +25

    অখিলক ভাল ধুলে

  • @ManamohanBarman
    @ManamohanBarman 3 วันที่ผ่านมา +28

    অখিল গগৈয়ে একো নাজানে পাগোলৰ নিচিনা কৈ কথা কৈছে, অকল নিজেই জানে লোকে একো নাজানে,

  • @anupkrdas6798
    @anupkrdas6798 3 วันที่ผ่านมา +12

    অখিল গগৈ মীঞা গেদাক ৰক্ষনাবেক্ষণ দি তেও কেতিয়াও নেতা হব নোৱাৰে । অহাবাৰ ইলেকচনত শিবসাগৰৰ ৰাইজে তেখেতক ভোটেৰে জনাব ।

  • @nandeswargogoi59
    @nandeswargogoi59 3 วันที่ผ่านมา +23

    প্ৰমোদ বড়ো ৰ কথা টো হয় ।

  • @abanidas6895
    @abanidas6895 3 วันที่ผ่านมา +18

    অখিল গগৈ ডাঙৰীয়া আপুনি আপোনাৰ সমস্তিত কি কাম কৰিলে সেই কথাটো উল্লেখ কৰিব লাগিছিল।

  • @pradipkalita6580
    @pradipkalita6580 3 วันที่ผ่านมา +26

    অখিল গগৈয়ে মিঞা আঞ্চলিক তা বাদ কৰে ।

  • @prasannakumardas2517
    @prasannakumardas2517 3 วันที่ผ่านมา +13

    অখিলক বেয়াকৈ লাজ দিলে । বেচেৰাই আজি উত্তৰ দিব নোৱাৰিলে ।

  • @maheshkalita497
    @maheshkalita497 3 วันที่ผ่านมา +24

    অখিল গগৈয়ে আৰূ নতুনকৈ 855 জনালো ডেকা ছহিদ হলেহে শান্তি পাব।কাৰণ তেওঁৰ শিয়াল বূধ্বী বহুত আছে।

    • @Ashu-ic6lv
      @Ashu-ic6lv 3 วันที่ผ่านมา +2

      এবাৰ অখিলুদ্দিনে নিজৰ দলৰে এজনক আত্মজাহ দিয়াই ৰাজনীতি কৰি MLA হ'ল।

  • @nabajyotisarmah9027
    @nabajyotisarmah9027 3 วันที่ผ่านมา +15

    Promod Boro is absolutely Right 👍👍👍
    Fakatiatok Val disa...

  • @Hudipta
    @Hudipta 3 วันที่ผ่านมา +20

    অখিল লুৰিণৰ কাম নাই

  • @gautamgoswami9723
    @gautamgoswami9723 2 วันที่ผ่านมา +5

    প্ৰমোদ বড়ো ডাঙৰীয়াই আজি ভালকৈ বুজাই দিলে অখিল গগৈৰ মাঠাতো আঠুৰ তলতে সিমাবদ্ধ

  • @atultalukdar2424
    @atultalukdar2424 3 วันที่ผ่านมา +16

    অখিলে মুখ খনেদিয়েই চলি আছে

  • @Eve-d2e
    @Eve-d2e 3 วันที่ผ่านมา +15

    বহুবল্কী অখিল আৰু লুৰিনৰ অৱস্থা প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়াৰ ওচৰত এনে হ'ব পাৰে কেতিয়াও ভবাই নাছিলোঁ।

    • @bishnuboruahguti7070
      @bishnuboruahguti7070 3 วันที่ผ่านมา

      দিলিপ শইকীয়াৰ উপাধি টোৱে নকল তেওঁ অখিল গগৈক কিয় কবলৈ দিয়া নহ'ল,দিলিপ শইকীয়াৰ প্ৰথমে নিজৰ উপাধিটো সংজ্ঞা দিয়ক,

  • @dulalch.baruah8350
    @dulalch.baruah8350 3 วันที่ผ่านมา +12

    Pramod Boro.Saport.

  • @BaniGoswami-c1e
    @BaniGoswami-c1e 3 วันที่ผ่านมา +16

    Akhil Lurinor Voice tu sunele maathtu gorom hoi jaai

  • @sunilbaishya5512
    @sunilbaishya5512 3 วันที่ผ่านมา +11

    অতি সুন্দৰ অনুস্থান । আচল মূখ খুলিছে দুই দালালৰ।

  • @khaninmedhi5954
    @khaninmedhi5954 2 วันที่ผ่านมา +4

    প্ৰমোদ বড়োৱে বড়ো জাতি উন্নতিৰ বাবে ৰাজনৈতিক ভাৱে নিজৰ যি স্থিতিৰ কথা উল্লেখ কৰিছে সেয়া প্ৰশংসণীয় ৷ দ্বিতীয়তে দীলিপ শইকীয়াই যি খিনি কৈছে তাক নুই কৰিব নোৱাৰি ৷ মই দাৱী কাজিৰঙাৰ চৰকাৰী ভুমি বেদখ কৰা সকলৰ পৰা অখিল গগৈ দেৱে মুক্ত কৰিব পাৰিব নে ? চিঞৰ বাখৰ বহুত শুনিলো কাম কৰি দেখুৱালে ভাল ৷ আপোনাৰ নিজৰ সমষ্টিৰ বাট পথবোৰৰ কি উন্নয়ণ হৈছে সেইবোৰ দেখিছেনে ?

  • @ramenchetia943
    @ramenchetia943 2 วันที่ผ่านมา +5

    অখিল গগৈক ভাল কে দিছে right pramud daa

  • @pradiphandique1801
    @pradiphandique1801 3 วันที่ผ่านมา +25

    অখিল লোৰিন অসম ধংসৰ বদন

    • @jayantadutta1024
      @jayantadutta1024 3 วันที่ผ่านมา

      Eee mojja dise deii

    • @iuniun9530
      @iuniun9530 3 วันที่ผ่านมา

      আহোমৰ নামত তই কলংক এটা কথা বুজি পালিনে বডো সকলে নিজৰ জাতিৰ সুবিধাৰ কাৰনে সকলো কৰিব পাৰে তেওলোকৰ পৰা আন জাতিয়ে একো আশা কৰিব নালাগে অসমৰ কাৰনে একো নকৰে এওলোকে সুবিধা বাদি কিন্তু আন দুজনে সমগ্ৰহ অসমৰ কথা কব বিচাৰে সেইটুকে নকৰি বডোৰ দৰে আকল আহোমৰ কথা চিন্তা কৰাটু বিচাৰে নে কি আহোমৰ তেজত ৰাজ শাসন কৰা তেজ আছে সেইকাৰনে সকলো জাতিক লৈ অসম গঢাৰ চিন্তা কৰে ! তাতে তোৰ দৰে বদনৰ বংশৰ বুৰে মিয়া আৰু মোচলমানৰ নাম দেখ

    • @dibyajyotibaruahdibyajyoti6312
      @dibyajyotibaruahdibyajyoti6312 3 วันที่ผ่านมา

      👍👍👍

  • @pavanbordoloi461
    @pavanbordoloi461 3 วันที่ผ่านมา +10

    Promud da and Dilip da সমথন কৰো

  • @PrantonuTamuli
    @PrantonuTamuli 3 วันที่ผ่านมา +22

    অখিল লুৰিণ নিজক সংস্থাপন কৰিবৰ কাৰণে টেটু ফালি আছে আন একো নহয়।

  • @prakashkalita9195
    @prakashkalita9195 3 วันที่ผ่านมา +10

    অখিলৰ TV ত ওলোৱাটো একমাত্ৰ উদ্দেশ্য

  • @hirokmahanta5132
    @hirokmahanta5132 2 วันที่ผ่านมา +5

    অখিল গগৈয়ে মনে মনে মিয়া আহি থাকিলে ভাল পায়

  • @UtshabTalukdar
    @UtshabTalukdar 3 วันที่ผ่านมา +9

    নিলাজ অখিল টাক কৈ লাভ নাই

  • @joyseppegu8403
    @joyseppegu8403 13 ชั่วโมงที่ผ่านมา +1

    প্ৰমোদ বড়োৰ পৰা শিকিব লগীয়া আছে। অখিল লোৰিনৰ...আজি গম পালোঁ বাৰু প্ৰমুদে ভালকৈ ধুলে।

  • @BhumidharSarkar-fz6qq
    @BhumidharSarkar-fz6qq 3 วันที่ผ่านมา +7

    Promod Boro is right. Akhil Gogoi is nothing but only cries .He always goes against ruling party for expand his popularity to be the CM of Assam.

  • @apurbabhuyan8121
    @apurbabhuyan8121 2 วันที่ผ่านมา +2

    ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া ❤🎉❤
    পাগল অখিলৰ কথাত সময় নষ্ট নকৰিব। আমাক উন্নয়ন লাগে, আপুনি আগুৱাই যাওক।❤❤❤❤❤❤❤❤❤❤❤❤

  • @rameshpayang7871
    @rameshpayang7871 3 วันที่ผ่านมา +6

    Good promod sir

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 3 วันที่ผ่านมา +11

    অখিলক কিয় মাতে,,কন্দল গগৈ এইটো,কাম নাই , যুক্তি কৰাৰ বাদে একো নাজানে, কিমান বোৰ সমস্যা আছে সমাধানৰ চিন্তা নাজানে

    • @Ashu-ic6lv
      @Ashu-ic6lv 3 วันที่ผ่านมา

      সমাধান হ'লে সি কিহক লৈ ৰাজনীতি কৰিব ? আচলতে অসমখন কিছুমান অসমীয়াই ধ্বংস কৰিহে এৰিব । জাতিটো যেতিয়া নাথাকিব তেতিয়া সি কাক লৈ ৰাজনীতি কৰিব এবাৰো ভাবি নাচায়।

    • @user75677
      @user75677 17 ชั่วโมงที่ผ่านมา

      কন্দল গগৈ 😜️😜️😜️ হঁহুৱাই মাৰিব দেই আপুনি ৷ মিছা নহয় অৱশ্যে 👍

  • @rajkumarmondal1177
    @rajkumarmondal1177 3 วันที่ผ่านมา +3

    হিন্দু মানুহ যিমান আহিব সিমান ভাৰত আৰু অসমৰ কল্যাণ হব । মুছলিম বাৰিলে আৰু দ্বিতীয় পাকিস্তান বাংলাদেশ হবলৈ বাকী নৰব।

  • @MantuPanging
    @MantuPanging 3 วันที่ผ่านมา +10

    অখিল দাক ভাল ধুলে‌। চুঙা চাই সুপা। বৰ্তমান চৰকাৰে বহুত ভাল কাম কৰি আছে।

    • @amarbaruah1960
      @amarbaruah1960 2 วันที่ผ่านมา

      Safa dile kintu akhil govoik

  • @Bobbi235
    @Bobbi235 3 วันที่ผ่านมา +5

    Pramad Boro Aponak Hajar Hajar Abhinandan Jonalo

  • @pradipmalakar5608
    @pradipmalakar5608 3 วันที่ผ่านมา +4

    প্ৰমোদ বড়োৰ উন্নয়ন টক শ্বো বোৰত হে জাগাত নাই ।এবাৰ বি টেডি চাই আহিলে গম পাব। যিখিনি কৰিলে হাগ্ৰামা কৰিছিল।

  • @dikhumahanta7369
    @dikhumahanta7369 3 วันที่ผ่านมา +8

    অখিল গগৈ negative mind ৰ মানুহ।

  • @jaanborua4040
    @jaanborua4040 2 วันที่ผ่านมา +3

    অখিল গগৈয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক হাঁহিছে 😀😁 পাহৰি গৈছে তেখেতে কংগ্ৰেছৰ বোকোচাত উঠি আছে কিন্তু একো কৰিব পৰা নাই । মেদিয়াৰ কেমেৰা সন্মুখত চিঞৰ বাখৰ কৰি ৰাজনীতি কৰি আছে ।

  • @UTsjblhiFubjbidlh
    @UTsjblhiFubjbidlh 3 วันที่ผ่านมา +7

    অখিলে সকলে ৰাইজৰ কৰিব পিছত তেখেত পাগল হব ৷

  • @jayantadutta165
    @jayantadutta165 3 วันที่ผ่านมา +6

    লুৰিন আৰু অখিলে কাৰ পক্ষত আছে?মিঞাঁৰ নে খিলঞ্জীয়াৰ লগত মামাইতো এতিয়ালৈ অসমীয়াৰ কাৰনে কিবা কিবি কৰিয়েই আছে ।অবশ্যে তেওঁলোকেও কৰিছে-অৰ্থহিন চিঞঁৰ বাসৰ অসমত মিঞাঁৰ মেলা মিউজিয়াম ইত্যাদি ইত্যাদি নহয় জানো-ধন্যবাদ।

  • @bhabenbora4296
    @bhabenbora4296 3 วันที่ผ่านมา +4

    Promod boro zindabad

  • @mridulkonwar3349
    @mridulkonwar3349 3 วันที่ผ่านมา +5

    ভাল ধুলে সঁচাকৈয়ে

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 3 วันที่ผ่านมา +4

    অখিল গগৈ একো নেজানে

  • @DaimaNarzary-c3b
    @DaimaNarzary-c3b วันที่ผ่านมา +2

    Akil gogoi ni swngtiao gwhw gwlwndang promod boroaa mabungkw tarwinw buji mwnbai promod a harini takwi songram kalamakwi gaoni begti gadini takwisw songram kalamdwng.

  • @monjulaborah8567
    @monjulaborah8567 3 วันที่ผ่านมา +3

    অখিল গগৈদেবে খিলঞ্জীয়াৰ স্বাৰ্থতে কথা কয় যদিহে আপোনালোকে কোৱাৰ দৰে মিঞা সপক্ষত চৰকাৰ খনটো বিজেপিৰহে মিঞাসকল যদি অবৈধ তেন্তে অসমৰ বাহিৰ নকৰে কিয় ? সাংবাদিক জনক এইটোও কও এজনলোকক ভাৰতীয় বুলি স্বীকৃতি দিছে সেয়া কাখনৰে অৱদান গতিকে অখিল লুৰিণে কাখনকে বিৰোধীতা কৰিছে ডাঙৰীয়া মই যি বুজি পাইছো

  • @ManojDas-nc7ni
    @ManojDas-nc7ni 3 วันที่ผ่านมา +3

    আখীল গগৈ কৃষক আন্দোলন কলৈ গল

  • @jayantadutta1024
    @jayantadutta1024 3 วันที่ผ่านมา +4

    কিহেৰে বা ধুলে? চাৰ্ফ নে washing powder Nirma?😂😂

    • @Sanjibkumar-lc4oz
      @Sanjibkumar-lc4oz 2 วันที่ผ่านมา

      তোৰ পোক্কাৰত হজুৰৰ বাৰিডাল যে সুমুৱাই গৈছিল সেইডালেৰেই ধুলে চুদিৰভাই মিয়াৰ দালাল

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj วันที่ผ่านมา

    কেৱল সমালোচনা কৰি থাকিলে দেশৰ উন্নতি নহয়, সমালোচনা দৰকাৰ আছে কিন্তু সেইবুলি সকলো সময়তে সমালোচনা কৰা অনুচিত।

  • @nabinmahanta5908
    @nabinmahanta5908 3 วันที่ผ่านมา +5

    প্রমোদ বড়োয়ে অখিলুদিনক ভালকৈ ধুলে ৷ পতাত আছাৰি আছাৰি ৷

  • @TamenNarzary
    @TamenNarzary 3 วันที่ผ่านมา +2

    অখিল গগৈ একো কাম কৰা মানুহ নহয়।

  • @mukutdas5385
    @mukutdas5385 วันที่ผ่านมา

    অখিল গগৈ লোৰিন গগৈ ,দুয়োজনৰ বি টি আঁৰ অঞ্চলৰ বিষয়ে একো নাজানে সেয়ে প্ৰমোদ বড়োয়ে ধুব পাৰিছে ।
    প্ৰমোদ বড়োযে কিহৰ শান্তিৰ কথা কৈছে কাৰ শান্তিৰ কথা কৈছে ???" আজি আন আন জনগোষ্ঠীৰ কি অৱস্থা আমি জানো । আমাৰ ইয়াত ভূমিৰ অধিকাৰ নাই প্ৰমোদ বড়ো ডাঙৰীয়াই যি কৰিছে নিজৰ জনগোষ্ঠীৰ কাৰণে কৰিছে ।

  • @RajuBiswas-s8e
    @RajuBiswas-s8e 3 วันที่ผ่านมา +1

    প্ৰমোদ বৰো ডাঙৰীয়াই অখিল গগৈক বৰ বেয়াকৈ ধুলে দেই,good job প্ৰমোদ বৰো ডাঙৰীয়া,

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz 3 วันที่ผ่านมา +2

    অসমৰ সম্পদৰ ওপৰত অসমৰ জনসাধাৰণৰ অধিকাৰ আনিবলৈ চেষ্টা কৰক সকলোৱে এই দৰে চিঞৰ বাখৰ কৰাতকৈ ।

  • @ghanashyamborah1063
    @ghanashyamborah1063 20 ชั่วโมงที่ผ่านมา

    Mr. Promod Boro and Mr. Dilip Saikia I offer my heartiest thanks to both of you. I support your deliberations. Akhil is good for nothing. (I am from Guwahati -22.)

  • @satyaprasadsarmah4260
    @satyaprasadsarmah4260 12 ชั่วโมงที่ผ่านมา

    প্ৰমোদ বৰো আচল অসমীয়া আৰু প্ৰকৃতাৰ্থত বৰো। অখিল গগৈয়ে কেনেবাকৈহে নেতা হৈছে। এইয়া আমাৰ দুৰ্ভাগ্য।

  • @mahendrabasumatary723
    @mahendrabasumatary723 วันที่ผ่านมา +1

    Promat is duplicate leader of vtc or btr because power of six schedule is screped by state govt. He know nothing.

  • @apurbaborthakur2305
    @apurbaborthakur2305 3 วันที่ผ่านมา +2

    তেওঁলোকৰ বাকী এজেণ্ডা একো নাই

  • @bhaskarnarzary9123
    @bhaskarnarzary9123 3 วันที่ผ่านมา +3

    Akil Gogoi, যুক্তি কথা কবলৈ নাজানে।

  • @rkbora97
    @rkbora97 3 วันที่ผ่านมา +2

    Val dese promod da. Valei paisu. Ke karese aaje like .only openion

  • @junD-r4u
    @junD-r4u 11 ชั่วโมงที่ผ่านมา

    মই অসমীয়া হিচাপে প্ৰমোদ দাৰ কথাখিনিত একমত। ইহত দুই গগৈ মিঞাৰ হই ওকালতি কৰি থাকক

  • @balenboro8709
    @balenboro8709 3 วันที่ผ่านมา +2

    অখিলে ফেইল কৰিলে.

  • @abhijitcreation.8085
    @abhijitcreation.8085 วันที่ผ่านมา

    ১০০% বড়োৱে আন্দোলনত যোগদান দিয়া নাছিল, গতিকে সমস্ত জাতিটোক বেয়া নাপাব 🙏
    আমি কছাৰী,কোচ,কেউট,আহোম আটায়েই মিলি অসমৰ অসমীয়া❤

  • @PrakashGhatowar
    @PrakashGhatowar วันที่ผ่านมา

    কা অসমৰ বাবে সমস্যা নহয়। কিন্তু, অনুপ্ৰৱেশ কাৰি মুছলমান হে অসমৰ বাবে সমস্যা বঢ়াইছে।
    জয় আই অসম।

  • @BhupenGoswami-qr9dc
    @BhupenGoswami-qr9dc 3 วันที่ผ่านมา +4

    Akhil negative person

  • @RajibDas-py4pm
    @RajibDas-py4pm 16 ชั่วโมงที่ผ่านมา

    It is due to leader like Akhil gogoi,and Shrinkhal Chaliha Assamese people is still living with heads up

  • @jbharaliassam1278
    @jbharaliassam1278 3 วันที่ผ่านมา +1

    কথাকৰি মষনুহে কেতিয়াও কায্যকৰি কৰিব নোৱাৰে ।এইজন তেঙাৰিৰ ভূৱা গ্লেমাৰ ।আৰু এই জনৰ এতা সময়ত প্ৰয়াত তৰুন গগৈৰ দেৱৰ ফতুত প্ৰস্ৰাৱ কৰাইচিল এতিয়া সেইয়া তেও চেনিপানী বুলি নিজে খাইআছে ।

  • @anjankumardutta6850
    @anjankumardutta6850 วันที่ผ่านมา

    আপুনি শাসক দলৰ প্ৰৱক্তা যেন লাগিল। কিবা

  • @ajitrai8590
    @ajitrai8590 3 วันที่ผ่านมา +3

    Akhil yei moza paleh.

  • @ripugogoi7341
    @ripugogoi7341 วันที่ผ่านมา

    অখিলে সমাজৰ কাৰণে নকৰে জি কৰে নিজৰ কাৰণে হে কৰে নহলে কোঁৱৰপুৰ মৌজাৰ পথাৰ পোকে খাই শেষ কৰিছ কিন্তুু অখিলৰ খৱৰ নাই ""

  • @Uzzalhazarika-yv6pc
    @Uzzalhazarika-yv6pc 3 วันที่ผ่านมา +1

    অখিল গগৈ এজন অসমৰ অধোন্নতিৰ নেতা । তেওঁ এজন লাজ নাইকীয়া মানুহ ।

  • @bontisaikia1231
    @bontisaikia1231 3 วันที่ผ่านมา +1

    বিৰোধী যতিয়া তেওঁলোকে চৰকাৰ খনক পতিহঁত কৰাৰ সাথ“ত নানা দুখ অভিযোগ দশা“য় নিজৰ পদবী পুৰণৰ বাবে নিজকে ধুৱা তুলশীপাত সজাই আমাৰ জনাধাৰণক ভুল নিয়াবলৈ চেষ্টা কৰে ৷ কিন্ত জনসাধাৰণো ইমান অকৰা নহয় ৷ তেখেত লোকৰ কথা বাতা“ আমি চালি জাৰি থাকো ৷ইমান খিনী কটা কটি হায় শুলচ থুল কৰাতো ভাল নালাগে আমি এল পিতে পাই আহিছো তক“ কৰা মুখঁ চিন ৷ সেই কথাষাৰ মনত পৰি যায় ৷

  • @bipindeka560
    @bipindeka560 3 วันที่ผ่านมา +1

    কা , আন্দোলনৰ গুৰি ধৰি পাচ জন সুঠাম যুৱকৰ মৃত্যু মুখত পেলোৱা নেতাৰ মুখত মাত কিয় নাই ?

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 3 วันที่ผ่านมา +2

    অখিলৰ কথাৰ কোনো সাৰমৰ্মই নাই

  • @ramenboruah1265
    @ramenboruah1265 3 วันที่ผ่านมา +2

    A gogoi..L gogoi.
    ...both are Badan Borphukan of Assam
    Public a already reject karisa Har ek Mal -2Rupiyahh...😆😆😆😆

  • @babulbora8228
    @babulbora8228 2 วันที่ผ่านมา

    দিলীপ শইকীয়া,প্ৰমোদ বৰো দুয়োজনকে অখিল গগৈ লৈ তেওঁলোকৰ বলিষ্ঠ প্ৰশ্নৱালিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

  • @arunpathak2120
    @arunpathak2120 วันที่ผ่านมา

    অখিল গগৈ ডাঙৰীয়া Theory ত বিশ্বাস, Practical nil.1983 ৰ কথা মনলৈ আনক।

  • @bhubanchandra7004
    @bhubanchandra7004 วันที่ผ่านมา

    নিতুমনিৰ অখিলক ৰক্ষা কৰাৰ চেষ্টা।কিন্তু অখিলক যে প্ৰমোদ ,দিলিপে ধুলে তাক আমি ভালদৰে দেখিলো।

  • @rameshdas6141
    @rameshdas6141 วันที่ผ่านมา

    জোকৰ মুখত চূণ পৰিল।

  • @birenkalita3673
    @birenkalita3673 3 วันที่ผ่านมา +5

    অখিল গগৈ ডাঙৰীয়া আপুনি খাটি অসমীয়া হয় নে নহয়, আমাৰ সন্দেহ হৈছে। আপুনি আৰু লুৰিণ গগৈ মীঞা বাংলা দেশী ৰ হকে মাত মাতে, এদিন চাব আপোনাৰ মা,ভনী, আৰু তিৰোতাজনিকো মীঞা ই লৈ যাব।

  • @dumahusoroniya6691
    @dumahusoroniya6691 3 วันที่ผ่านมา +2

    অখিল আলীৰ কাম নাই

  • @birenburagohain8132
    @birenburagohain8132 3 วันที่ผ่านมา +2

    অখিল গগৈ এজন বিভেদ কামী ব্যক্তি হয়।মানুহক দেখুৱাই বিজেপিক গালি দিয়ে, কিন্তু ভিতৰি ভিতৰি বিজেপিৰ লগত মিলি থাকে।

  • @7gc970
    @7gc970 3 วันที่ผ่านมา +7

    অখিল গগৈৰ মুখত চুন ভাল কৈ হেনাই দিলে । বিৰোধীৰে কোনো ইছো নেপাই কাৰ কথা কৈই থাকে । অখিল গগৈৰে অসমত সদাই আন্দোলন কৰি অশান্তিৰ হৈ থকাটো বিছাৰে । ৮৫৫ জন আমাৰ তেজাল ডেকাৰ শ্বহীদ হল এতিয়াও কংগেছ দলে আৰু বিৰোধীৰ দলে সেই বিষয়ত অনুতপ্ত নহয় । অসম আন্দোলন কিয় কৰিব লগা হৈছিল তাৰ উত্তৰ কংগেছ আৰু বিৰোধীৰ দলে নিদিয়ে ।

  • @GopalSarma-h6k
    @GopalSarma-h6k 3 วันที่ผ่านมา +8

    ঘন্যবাদ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু শইকীয়া ডাঙৰীয়া।

  • @HorenPegu-s8w
    @HorenPegu-s8w 3 วันที่ผ่านมา +1

    Akil.good

  • @loknathkashyap4957
    @loknathkashyap4957 2 วันที่ผ่านมา +1

    Pramud Bodo already Sales

  • @jevankalita1451
    @jevankalita1451 12 ชั่วโมงที่ผ่านมา

    Very good, Mr Pramod Boro, really Akhil can do nothing for Assam....