City Talks
City Talks
  • 27
  • 45 889
Post Flood ৰ ওপৰত দুলীয়াজানত বৈঠক
Post Flood ৰ ওপৰত দুলীয়াজানত বৈঠক
সোমবাৰে দুলীয়াজানৰ অসম গেছ কোম্পানীৰ অফিৰ্চাচ ক্লাবত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক
ইতিমধ্যে হৈ যোৱা বানপানী সমস্যাৰ ওপৰত এখন বিশেষ সভা অনুষ্ঠিত কৰি দুলিয়াজান বিধান সভা সমষ্টিৰ বানপীড়ীত এলেকা সমূহৰ বানপানীত উৎপত্তি হোৱা সমস্যা সমূহৰ ওপৰত পৰ্যালোচনাত মিলিত হয় দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা
সভাত বহুকেইটা চৰকাৰী বিভাগৰ বিষয়ববীয়া ,গাওঁ প্ৰধান সমূহ আৰু দুলীয়াজান সমষ্টিৰ তিনিওটা মণ্ডলৰ সভাপতি,সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়া আৰু শক্তিকেন্দ্ৰ প্ৰমুখ সকল উপস্থিত থাকে।
#AssamFlood #postflood #citytalks
มุมมอง: 6

วีดีโอ

টেঙাখাতত বৰ্ণাত্যৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
มุมมอง 94214 วันที่ผ่านมา
টেঙাখাতত বৰ্ণাত্যৰ কাষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা #assamflood2024 #CMOASSAM #flood #Duliajan #citytalks #HimantaBiswaSarma
টেঙাখাত মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বান আশ্ৰয় শিবিৰ পৰিদৰ্শন
มุมมอง 3.9K21 วันที่ผ่านมา
টেঙাখাতত ভয়াবহ বান পৰিস্থিতি ৷ টেঙাখাত মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বান আশ্ৰয় শিবিৰ পৰিদৰ্শন ৷ #Duliajan #assamflood2024 #flood #SarbanandaSonowal #teroshgowalla
দুলীয়াজানৰ ২নং ম'হমাৰী গাঁওত বানৰ বিভীষিকা
มุมมอง 17121 วันที่ผ่านมา
দুলীয়াজানৰ ২নং ম'হমাৰী গাঁওত বানৰ বিভীষিকা #assamflood2024 #flood #Duliajan #AssamFlood #citytalks
টেঙাখাত মহাবিদ্যালয়ত বান পীড়িত ৰাইজৰ খবৰলবলৈ গৈ টেঙাখাত ৰাজহ চক্ৰ বিষয়াক ধমক বিধায়ক তেৰছ গোৱালাৰ
มุมมอง 1.5K21 วันที่ผ่านมา
টেঙাখাত মহাবিদ্যালয়ত বান পীড়িত ৰাইজৰ খবৰলবলৈ গৈ টেঙাখাত ৰাজহ চক্ৰ বিষয়াক ধমক দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ। #flood2024 #flood #Duliajan #tengakhat #assamflood2024 #AssamFlood
দুলিয়াজানৰ মৃণালজ্যোতি পূৰ্ণবাস কেন্দ্ৰও এতিয়া বানৰ কৱলত | বিশেষ ভাৱে সক্ষম শিশুসকলৰ নতুন ঠিকনা ?
มุมมอง 11621 วันที่ผ่านมา
দুলিয়াজানৰ মৃণালজ্যোতি পূৰ্ণবাস কেন্দ্ৰও এতিয়া বানৰ কৱলত । কেন্দ্ৰটোৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ আশ্ৰয়ৰ এক নতুন ঠিকনা হৈছে দুলীয়াজান মহাবিদ্যালয়। খবৰ লবলৈ তাৎক্ষণিক ভাৱে উপস্থিত বিধায়ক তেৰছ গোৱালা #mrinaljyoti #flood #Duliajan #assamflood2024
বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে টেঙাখাতত বিভীষিকা নমাই আহিছে / টেঙাখাতত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস
มุมมอง 14021 วันที่ผ่านมา
টেঙাখাতৰ হাতীবন্ধা ঘোমতালত বুঢ়ীদিহিঙে ছিঙিলে মথাউৰি। নিমিষতে বুৰিল কেইবাখনো গাওঁ। তীব্ৰগতিত বৃদ্ধি পাই অহা বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে টেঙাখাতত বিভীষিকা নমাই আহিছে । মংগলবাৰে নিশা টেঙাখাতত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস । বিধায়ক তেৰচ গোৱালাৰ সৈতে টেঙাখাতত উপস্থিত হোৱা মন্ত্ৰী গৰাকী বিভিন্ন বিভাগৰ লগত বাৰ্তালাপ কৰাৰ লগতে উক্ত অঞ্চলত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।
টেঙাখাতৰ হাতীবন্ধা ঘুমতাল অঞ্চলত হাহাকাৰ পৰিস্থিতি । বুঢ়ীদিহিং নৈয়ে মথাউৰি ভঙাৰ পিচতেই কি হয় চাওঁক
มุมมอง 8K21 วันที่ผ่านมา
টেঙাখাতৰ হাতীবন্ধা ঘুমতাল অঞ্চলত হাহাকাৰ পৰিস্থিতি । বুঢ়ীদিহিং নৈয়ে মথাউৰি ভঙাৰ পিচতেই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে । বিধায়ক তেৰচ গোৱালা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ৰাইজৰ সহায়ৰ চেষ্টা অব্যাহত ৰাখিছে। #flood #citytalks #Duliajan #sdrf #flooding #buridihing #assamflood2024
বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি - দৃশ্য দুলীয়াজানৰ বামুনগাঁও
มุมมอง 3.5K21 วันที่ผ่านมา
নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈৰ পানী । বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে । বিশেষকৈ নৈপৰীয়া ৰাইজৰ খেতিপথাৰ,বাট-পথ,দলং আদি প্লাবিত হোৱাত ৰাইজে আতংকিত হৈ পৰিছে । শেহতীয়াকৈ বুঢ়ীদিহিং নৈৰ বানপানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে । এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। দুলীয়াজান বামুনগাঁওৰ এক দৃশ্য
দুলীয়াজান-ডিব্ৰুগড় সংযোগী পথৰ তেলীয়াপট্টীত ভয়ংকৰ ঘটনা | অসম গেছ কোম্পানীৰ পাইপ লাইনত বিস্ফোৰণ
มุมมอง 3.8Kหลายเดือนก่อน
দুলীয়াজান ডিব্ৰুগড় সংযোগী পথৰ তেলীয়াপট্টীত ভয়ংকৰ ঘটনা । অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ লাইনত বিস্ফোৰণ । পছন্দ শব্দেৰে গেছ নিৰ্গমন । যিকোনো মূহুৰ্তত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ আশংকা । স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । জানিব পৰা মতে দুলীয়াজান লাহোৱালৰ মূল সংযোগী পথ নিৰ্মাণৰ বাবে জেচিবিৰে গাত খান্দি থকা অৱস্থাত উক্ত ঘটনাটো সংঘটিত হয় । বৰ্তমান অসম গেছ কোম্পানীৰ বি...
দুলীয়াজানৰ আনন্দপাৰা তিনিআলিৰ গগৈ মাৰ্কেটত গায়েত্ৰী বস্ত্ৰালয় নামৰ কাপোৰৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড
มุมมอง 747หลายเดือนก่อน
🔥দুলীয়াজানত নিশা ভয়াবহ অগ্নিকাণ্ড 🔥 দুলীয়াজানৰ আনন্দপাৰা তিনিআলিত থকা গগৈ মাৰ্কেটত গায়েত্ৰী বস্ত্ৰালয় নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত ঘটে 🔥কেইবা লক্ষাধিক টকাৰ বয় বস্তু জুইত ভস্মীভূত হোৱাৰ আশংকা 🔥ঘটনাস্থলীত দুলীয়াজান আৰক্ষী তথা অইল ইণ্ডিয়াৰ ২ খনকৈ অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নির্বাপন কৰিবলৈ চেষ্টা 🔥অগ্নিকাণ্ডৰ ফলত স্বত্বাধিকাৰী অংশু কুমাৰ গুপ্তা ৰ গায়...
দুলীয়াজানত চাঞ্চল্যকৰ ধন হৰলুকীৰ ঘটনা৷ ৯ লাখ টকা হৰলুকী কৰি ৰঙাঘৰত বিষয়া৷
มุมมอง 8Kหลายเดือนก่อน
দুলীয়াজানত চাঞ্চল্যকৰ ধন হৰলুকীৰ ঘটনা৷ ৯ লা টকা হৰলুকী কৰি ৰঙাঘৰত বিষয়া৷ আৰক্ষীৰ জালত হেমন্ত বৰা নামৰ বিষয়াগৰাকী৷ দুলীয়াজানৰ ১৬ নং তিনিআলিত থকা ফ্লিপকাৰ্ট কোম্পানীৰ ডেলিভাৰী পাৰ্টনাৰ ইকাৰ্ট - ইনষ্ট্ৰাৰ্কাট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড দুলীয়াজানৰ শাখাত এই ঘটনা| আৰক্ষীয়ে বিষয়াগৰাকীক আটক কৰি ডিব্ৰুগড় স্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।
সঁচাকৈ জুবিন গাৰ্গ সুৰা কণ্ঠ নেকি?
มุมมอง 2622 หลายเดือนก่อน
সঁচাকৈ জুবিন গাৰ্গ সুৰা কণ্ঠ নেকি? দুলীয়াজানত হাজাৰ হাজাৰ ৰাইজৰ আগত কি কলে জুবিন গাৰ্গে? কি কি নতুন চিনেমা আনিব জুবিন গাৰ্গে? Watch Exclusively on City Talks
ধীৰাজ মাঝিৰ নাম লৈ হঠাৎ উচুপি উঠিল বিধায়ক তেৰছ গোৱালা । কিন্তু কিয়?
มุมมอง 263 หลายเดือนก่อน
ধীৰাজ মাঝিৰ নাম লৈ হঠাৎ উচুপি উঠিল বিধায়ক তেৰছ গোৱালা । কিন্তু কিয়?
দুলীয়াজানত আপৰ দিল্লী চৰকাৰৰ শিক্ষা মন্ত্ৰী অতিশী মাৰলেনাৰ গুৰুত্বপূৰ্ণ মন্তব্য
มุมมอง 123 หลายเดือนก่อน
দুলীয়াজানত আপৰ দিল্লী চৰকাৰৰ শিক্ষা মন্ত্ৰী অতিশী মাৰলেনাৰ গুৰুত্বপূৰ্ণ মন্তব্য
ড্ৰাগছৰ ঘাটিত পৰিণত দুলীয়াজানৰ ভাদৈ পাঁচআলি। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
มุมมอง 1783 หลายเดือนก่อน
ড্ৰাগছৰ ঘাটিত পৰিণত দুলীয়াজানৰ ভাদৈ পাঁচআলি। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
দুলীয়াজানত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
มุมมอง 2314 หลายเดือนก่อน
দুলীয়াজানত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিন জ্যোতি গগৈৰ মন্তব্য
มุมมอง 3354 หลายเดือนก่อน
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিন জ্যোতি গগৈৰ মন্তব্য
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাৰ সন্মুখতে আশা কৰ্মীয়ে উজাৰিলে তীব্ৰ ক্ষোভ
มุมมอง 3894 หลายเดือนก่อน
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাৰ সন্মুখতে আশা কৰ্মীয়ে উজাৰিলে তীব্ৰ ক্ষোভ
প্ৰাৰ্থীত্বৰ সন্দৰ্ভত চৰ্চা চলি থকাক লৈ কয় যে এইয়া জনসাধাৰণৰ মৰম - Sarbananda Sonowal
มุมมอง 64 หลายเดือนก่อน
প্ৰাৰ্থীত্বৰ সন্দৰ্ভত চৰ্চা চলি থকাক লৈ কয় যে এইয়া জনসাধাৰণৰ মৰম - Sarbananda Sonowal
আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা টিকট লাভ কৰিব বুলি আশাবাদী ৰামেশ্বৰ তেলী
มุมมอง 394 หลายเดือนก่อน
আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা টিকট লাভ কৰিব বুলি আশাবাদী ৰামেশ্বৰ তেলী
অইল ইণ্ডিয়াৰ লজিষ্টিক বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ বাবে সজাগতা আৰু প্ৰচাৰ অভিযান-২০২৪
4 หลายเดือนก่อน
অইল ইণ্ডিয়াৰ লজিষ্টিক বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ বাবে সজাগতা আৰু প্ৰচাৰ অভিযান-২০২৪
দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত নিশা উত্তপ্ত পৰিস্থিতি। ৰাতুল গগৈৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ
มุมมอง 4914 หลายเดือนก่อน
দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত নিশা উত্তপ্ত পৰিস্থিতি। ৰাতুল গগৈৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ
তিনিচুকীয়াৰ ঐতিসাহিক দেওহালত প্ৰতিবছৰৰ দৰে এইবাৰো আইথান পূজা আয়োজন।
มุมมอง 225 หลายเดือนก่อน
তিনিচুকীয়াৰ ঐতিসাহিক দেওহালত প্ৰতিবছৰৰ দৰে এইবাৰো আইথান পূজা আয়োজন।
দুলীয়াজানত অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
มุมมอง 365 หลายเดือนก่อน
দুলীয়াজানত অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
"অজস্ৰ ভাটৌ বিলাকে চিঞৰি থাকিব কিন্তু আপোনালোকে খেদি পঠিয়াব লাগিব" মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য
มุมมอง 165 หลายเดือนก่อน
"অজস্ৰ ভাটৌ বিলাকে চিঞৰি থাকিব কিন্তু আপোনালোকে খেদি পঠিয়াব লাগিব" মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ความคิดเห็น

  • @dipankargohain5838
    @dipankargohain5838 15 วันที่ผ่านมา

    Ki nu kobo..ACS hoiu gali hunibo lgia hoi o...

  • @techassam3121
    @techassam3121 18 วันที่ผ่านมา

    Mla ki phone kori kam kora manuh neki....salla raijor protinidhi toi....kam koribii lagibo....ihotok 26 t bidai dibo raije

  • @techassam3121
    @techassam3121 18 วันที่ผ่านมา

    Aisob kosto kori ACS huatke matric pass kori leader huai val....

  • @prasantaphukan7598
    @prasantaphukan7598 27 วันที่ผ่านมา

    Election ahile....publik r dukh kosto monot pore!

  • @prasantaphukan7598
    @prasantaphukan7598 27 วันที่ผ่านมา

    Good. Wake up from sleep..

  • @techassam3121
    @techassam3121 29 วันที่ผ่านมา

    Anupom sarma k gali dibo paribo...😂😂😂😂😂

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 หลายเดือนก่อน

    এনেকুৱা ফটূৱা চেনেল ভবিষ্যতে কোনেও নাচায় যেন।

  • @user-xw2sz7hr2w
    @user-xw2sz7hr2w หลายเดือนก่อน

    Boja boja dhum boja aru boja tukari tatang, tatang,. 😅

  • @paragsocial7156
    @paragsocial7156 หลายเดือนก่อน

    কি বাতৰি একো নকলে যে।