মানুহে মানুহৰ বাবে I Asaamese short filml মানুহে যদি মানুহৰবাবে চিন্তা নকৰে কোনে কৰিব?

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • MANUHE MANUHOR BABE is an asaamese short film produced by NTA CINEMA, published on TH-cam.
    The story of this shortfilm or the characters of this story doesnot resemble to any person or society.
    The moral of this short film is only Humanity.
    We should live peacfully and being understandable to each other, by leaving all social adamant is only an inmagination of the storywriter for a healthy and wealthy society.
    #assamesemovies
    #assameseshortfilm
    #assameseshortmovie
    #shortmovie
    #shortmovies
    মানুহে মানুহৰ বাবে ছবিখনৰ কাহিনী বা চৰিত্ৰ লিখকৰ কল্পনা ৷ কোনো ব্যক্তিৰ ব্যক্তিগত জীৱনক লৈ কাহিনীটো লিখা হোৱা নাই ৷ জনজীৱনৰ সমাজ ব্যৱস্থাৰ বান্ধোনে কেতিয়াবা মানুহৰ জীৱনলৈ সংঘাট বা বেদনা কঢ়িয়াই আনিব পাৰে ৷
    আমি জীৱশ্ৰেষ্ঠ হিচাপে সমাজ পাতি বাস কৰিছোঁ ! গতিকে জীয়াই থকা দিন কেইটাত পৰস্পৰৰ সুখত সুখী আৰু দুখত দুখী হব পাৰিলেহে এখন সুষ্ঠ সবল সমাজ গঢ়িব পাৰিম ৷
    “মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"
    সমাজৰ বান্ধোন কটকটীয়া নকৰি কিছু এৰাধৰাকৈ চলিলেহে এখন সুষ্ঠ সমাজ গঢ় লব !
    লিখকৰ এনে মনোভাৱেৰে লিখা কাহিনীৰ চৰিত্ৰ সমূহ কাল্পনিক !
    সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
    এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
    সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
    মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
    সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
    অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
    #shortmovie
    #shortmovies
    #assameseshortfilm
    #prasantakumarborah
    #newstrackassam
    #ntacinema
    story bhupen baruah
    direction and screenplay
    prasantakumarborah
    organizer jatindra nath saikia
  • ภาพยนตร์และแอนิเมชัน

ความคิดเห็น • 37

  • @dipensaikia6959
    @dipensaikia6959 ปีที่แล้ว +4

    সচাকৈ এটা বাস্তব ঘটনা ৰাইজক প্ৰকাশ কৰা হল । বৰ সুন্দৰ হৈছে । আগবাঢ়ি যাওক টিমটো । ভগৱানে আপোনাক মংগল কৰক

  • @anabikadevimaina8581
    @anabikadevimaina8581 ปีที่แล้ว +3

    Bht bhl hoise

  • @AxomiaPakghor
    @AxomiaPakghor ปีที่แล้ว +1

    সুন্দৰ কাহিনী ভাল লাগিল চাই ।🙏🙏🙏

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 ปีที่แล้ว +1

    বহুত সুন্দৰ কাহিনী

  • @jyotishsaikia3355
    @jyotishsaikia3355 ปีที่แล้ว +1

    সুন্দৰ হৈছে ।

  • @rasingingcompany2979
    @rasingingcompany2979 ปีที่แล้ว +1

    Very good....bohut val lagil cinema khon

  • @anjumonikalita7037
    @anjumonikalita7037 ปีที่แล้ว +1

    Bhal laagil.....ek sundor barta prokakh paise.... 💖💖💖

  • @anupaxomiya1258
    @anupaxomiya1258 ปีที่แล้ว +1

    ভাল লাগিল । অতি বাস্তৱ . .

  • @arunsarmah2742
    @arunsarmah2742 ปีที่แล้ว +1

    সুন্দৰ বাতা’ দিছে সমাজৰ বাবে ৷আগুৱাই যাওক ৷

  • @ujjalbhagowaty5325
    @ujjalbhagowaty5325 ปีที่แล้ว +1

    Mind-blowing drama excellent

  • @debajitborah2323
    @debajitborah2323 ปีที่แล้ว +1

    ভাল হৈছে।

  • @debabratasharma4539
    @debabratasharma4539 ปีที่แล้ว +1

    এটা সুন্দৰ কাহিনীৰে মুগ্ধকৰ এখন উপভোগ্য চুটি চলচিত্ৰ । কাৰিকৰী দিশ , সংগীত , দৃশ্যগ্ৰহন উন্নত ।

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      ধন্যবাদ শৰ্মা দাদা

  • @Lazybee-r9p
    @Lazybee-r9p ปีที่แล้ว +1

    Bohut val lagil 👌

  • @shyamolidas9657
    @shyamolidas9657 ปีที่แล้ว +1

    Nice film. Superb

  • @Wocharlog
    @Wocharlog ปีที่แล้ว +1

    Xundor😍

  • @mrinmoyeesarma5872
    @mrinmoyeesarma5872 ปีที่แล้ว +1

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ।ভাল লাগিছে ।

  • @shravastidas4744
    @shravastidas4744 ปีที่แล้ว +1

    Moza hoise

  • @bhupenborah1026
    @bhupenborah1026 ปีที่แล้ว +1

    ভাল লাগিল।

  • @Keshabacting
    @Keshabacting ปีที่แล้ว +1

    Beautiful 🎉🎉

  • @pradiphazarika3362
    @pradiphazarika3362 ปีที่แล้ว +1

    Bor Val lagil

  • @bikidey1718
    @bikidey1718 ปีที่แล้ว +1

    Tamam lochan da

  • @rajudancer3098
    @rajudancer3098 8 หลายเดือนก่อน +1

    Mja

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +1

    Xokolure acting val.hoise🥰best wishes ❤️

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      ধন্যবাদ বাইদেউ

  • @lochanbora9431
    @lochanbora9431 ปีที่แล้ว +2

    সচাঁকৈ বৰ সুন্দৰ এখন চিনেমা চাব পালো, সচাঁকৈ মানুহে মানুহৰ বাবে

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    Very nice 👌

  • @prasantakumarborah4053
    @prasantakumarborah4053 ปีที่แล้ว

    ভাল লাগিল

  • @kazirang
    @kazirang ปีที่แล้ว +1

    😢😢😢😭😭

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    অসমত নতুন কৈ গজালি মেলা বিহ বৃক্ষৰ পুলি উঘালি পেলোৱাৰ বাৰ্তাৰে এখন বৰ সুন্দৰ সুমধুৰ মাৰ্জিত চুটি ছবি।
    অভিনয়, দৃশ্যগ্ৰহন প্ৰাৰ্থনা
    সংগীত অতি সুন্দৰ।
    আশাকৰো এই বাৰ্তা দুৰৰ পৰা দুৰলৈ যাব।
    সমন্বয়ৰ কথা খিনি হৃদয়স্পৰ্শী হৈছে
    শুভেচ্ছা থাকিল।
    নতুন গায়কলৈ শুভকামনা।

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      শ্ৰদ্ধা গ্ৰহণ কৰিব! আপোনাৰ মন্তব্যই আমাক সদায় উৎসাহিত কৰি আহিছে!আশীৰ্বাদ কৰিব মাথোঁ!

  • @santanubaruah2649
    @santanubaruah2649 ปีที่แล้ว +1

    আপোনালোকৰ গ্ৰাম্য পটভূমিৰ আটাইকেইখন ছবিয়ে ভাল লাগিছে। এটা প্ৰয়োজনীয় আৰু শক্তিশালী বক্তব্য সমাজলৈ প্ৰেৰণ কৰাৰ যি চেষ্টা তাক শ্ৰদ্ধা জনাইছোঁ। আমি যিয়ে যেনেকৈ পাৰো এনে মহৎ কাম বোৰ কৰি যোৱা উচিত। সকলো লৈকে শুভেচ্ছা জনালোঁ।

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      অশেষ ধন্যবাদ আপোনাৰ মন্তব্য সমূহে আমাক সদায় উৎসাহ যোগাই আহিছে!আশীৰ্বাদ কৰিব!

  • @Apsara_World_lifestyle
    @Apsara_World_lifestyle ปีที่แล้ว +1

    সছাকৈ চকুলো নিগৰী গ'ল।

  • @kazirang
    @kazirang ปีที่แล้ว +1

    Apumar ai video to mur hiya kopai dise khura....😢😢

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      অশেষ ধন্যবাদ