ৰত্নাকৰ II RATNAKAR II অসমীয়া চুটি ছবি II ASSAMESE SHORT FILM

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • ৰত্নাকৰ II RATNAKAR II অসমীয়া চুটি ছবি II ASSAMESE SHORT FILM
    সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
    এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
    সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
    মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
    সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
    অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
    #assamesemovies
    #assameseshortfilm
    #assameseshortmovie
    #assamesefilms
    #assamesefilm

ความคิดเห็น • 29

  • @deepanjalimorang7394
    @deepanjalimorang7394 ปีที่แล้ว +4

    ইমান ধুনীয়া উপস্থপন কৰিছে,,,,,,,,,,,,,,,,,,,,,, আৰু বেছি ভাল লাগিছে আমাৰ ma'amk 😍😍

  • @lochanbora9431
    @lochanbora9431 ปีที่แล้ว +1

    অভিনয় সকলোৰে অতি সুন্দৰ হৈছে

  • @anupaxomiya1258
    @anupaxomiya1258 ปีที่แล้ว +2

    সাম্প্ৰতিক . .

  • @santanubaruah2649
    @santanubaruah2649 ปีที่แล้ว +1

    এছাত ভালকৈ পৰিছে য'ত পৰিব লাগে। ভাল লাগিল সেয়েহে।

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 ปีที่แล้ว +1

    বঢ়িয়া

  • @Mayuri2391
    @Mayuri2391 ปีที่แล้ว +1

    Bhal lagil sai

  • @krishnakshinath5359
    @krishnakshinath5359 ปีที่แล้ว +1

    Bhal hoisa atiya r jugor kahini 👍

  • @gauravbhuyanshortvideoandv9472
    @gauravbhuyanshortvideoandv9472 ปีที่แล้ว +2

    ভাল হৈছে অতি কম সময়ৰ ভিতৰত আপোনালোকে Video টো আমাৰ মাজলৈ আগবঢ়ালে। মাহী (মা ) তোমাৰ লগতে তোমালোকৰ Group টোলৈ শুভেচ্ছা থাকিল।

  • @mousumisharma4989
    @mousumisharma4989 ปีที่แล้ว +1

    বৰ ভাল লাগিলে

  • @vedicastrologyassam
    @vedicastrologyassam ปีที่แล้ว +2

    ভাল লাগিল ! 👍👍মাইনাৰ প্ৰথম অভিনয় দেখিলো!

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      First time কৰিছে

  • @HimuPapuOfficial
    @HimuPapuOfficial ปีที่แล้ว +1

    Dhuniya 🥰

  • @bruh-uniebg8940
    @bruh-uniebg8940 ปีที่แล้ว +1

    Vaal lagil sai.....

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    সীমিত সা সুবিধাৰে নিউজ ট্ৰেক অসমে সমাজৰ ব্যাধি নিৰাময় আৰু অদৃশ্য ঘাটকক দৃশ্যমান কৰাৰ বাবে এক অভিযান চলাইছে ।
    নেপথ্যত থকা মূল ব্যক্তিয়ে এটা সফল টিম ওৱৰ্ক কৰিছে।
    ৰত্নাকৰ অনবদ্য হৈছে।
    মডাৰ্ন চিনেমা আৰু ক্লাচিক কনচেপ্টৰ সুন্দৰ নিদৰ্শন,
    শুভেচ্ছা দিলো।

    • @ntacinema
      @ntacinema  ปีที่แล้ว +1

      অশেষ ধন্যবাদ ককাইদেউ৷
      আপুনি নিৰন্তৰে আমাক উদগণি যোগাই আহিছে!
      আপোনাৰ আশীৰ্বাদ আমাৰ অতি প্ৰয়োজন!

  • @mintunarayandas3038
    @mintunarayandas3038 ปีที่แล้ว +1

    বহুত ভাল লাগিল। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে। 👌👌👌

  • @rajibdutta804
    @rajibdutta804 ปีที่แล้ว +2

    Ntr cinema team loi mur suvokamona ,sakluee mrm aru prerana diyok❤❤❤❤❤

  • @hransari7879
    @hransari7879 ปีที่แล้ว +1

    Very nice, keep it up

  • @shyamolidas9657
    @shyamolidas9657 ปีที่แล้ว +1

    Excellent performance. Best wishes to all the Characters in the film.

  • @KillerWolf876
    @KillerWolf876 ปีที่แล้ว +1

    Very nice

  • @ascentschoolnursing5091
    @ascentschoolnursing5091 ปีที่แล้ว +1

    NTR ৰ সকলো কলা কুশলিলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । সকলোৱে অভিনয় সুন্দত হৈছে ।

  • @Parthapratimsharmah
    @Parthapratimsharmah ปีที่แล้ว +1

    Very nice movie.All the best

  • @munnasichoudhari1678
    @munnasichoudhari1678 ปีที่แล้ว +1

    সুন্দৰ উপস্থাপন ❤❤❤❤❤❤Love from jajori

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      অশেষ ধন্যবাদ

  • @sabnamsultana2626
    @sabnamsultana2626 ปีที่แล้ว +1

    ❤️❤️

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +1

    It's amazing 😄😍

  • @prathanabhardwaj4368
    @prathanabhardwaj4368 ปีที่แล้ว +2

    Bht dhunia lagil😍

  • @shravastidas4744
    @shravastidas4744 ปีที่แล้ว +1

    ❤❤❤