এগৰাকী মডেলক জোনাবৰ অত্যাচাৰৰ অভিযোগ। TIME8 ৰ কেমেৰাৰ সন্মুখত শিহৰণকাৰী বৰ্ণনা।

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น • 551

  • @AzizulHoque-rg2cn
    @AzizulHoque-rg2cn 2 ปีที่แล้ว +13

    তুমি এনেকুৱা এটা জীৱন সংগী বাজি লৈছা যাৰ নেকি কোনো বাক্ স্বাধীনতা নাই।এনে জোনাবক আল্লাই সুস্হ মানসিকতা দি য়ক।

    • @dasdas449
      @dasdas449 2 ปีที่แล้ว +4

      Nijor sobhab beya Allah a ki dal joribo andho biskhak ara

  • @ajitdutta2963
    @ajitdutta2963 2 ปีที่แล้ว +56

    তোমাৰ অৱস্থাটোৰ বিষয়ে জানি খুবেই দুখ লাগিল। সেই বাবেই মানুহৰ সম্পূৰ্ণ বেকগ্ৰাউণ্ডটো নজনাকৈ বিবাহৰ দৰে এটা পৱিত্ৰ স্থায়ী সম্পৰ্ক স্থাপনৰ বাবে সহজে সন্মতি দিয়াটো উচিৎ নহয়। তেনেকুৱা এটা আনকালচাৰড, অসভ্য বৰ্ব্বৰ পৰিয়াললৈ পুনৰ ঘূৰি যোৱাৰ কথা সপোনটো নাভাৱিবা। বিশেষকৈ লৰাটোৰ কোনো নিজৰ পিন্সিপল নথকা কাৱাৰ্ড হয় । সি তোমাৰ যোগ্য নহয় । সি এটা মেৰুদণ্ডহীণ প্ৰেম ভালপোৱাৰ পৰিত্ৰ সম্পৰ্কক মূল্য দিব নজনা নুপুংসক হয়। নিজৰ পত্নীক নিৰাপত্তা দিব নোৱাৰা এটা অপদাৰ্থ কাপুৰুষ। ভূলটো আৰু তাৰদৰে এটা অপদাৰ্থৰ বাবে নিজৰ জীৱনটো পুনৰবাৰ ধ্বংস নকৰিবা। হয়টো ঈশ্বৰে তোমাক সময় থাকোঁতেই তোমাক বচাই দিছে । জীৱনটোক চেলেঞ্জ হিচাপে লৈ ধৈৰ্য্য আৰু সাহসেৰে যুঁজিবলৈ শিকা, আগবাঢ়ি যোৱ। ঈশ্বৰে দিয়া এটা সুস্থ শৰীৰ আছে, নিজৰ শিক্ষা আছে। ওপৰৱালাই কৰবাট নহয় কৰৱাট কিবা এটা ৰাস্তা তোমাক দিব। তোমাৰ পিতৃ মাতৃয়ে বহন কৰিব পাৰিলে সম্ভৱ হলে উচ্চ শিক্ষা লোৱা এল,এল,বি অথবা পিজি কৰা।
    প্ৰকৃততে সমাজত এইবোৰ দেখিলে বৰ বেয়া লাগে, মনত বৰ ভয় আৰু সংশয় হয়। কিয়নো তোমাৰ দৰে মোৰো দুজনী জীয়াৰী আছে ।

    • @Simplelifestylewithnidhi8747
      @Simplelifestylewithnidhi8747 2 ปีที่แล้ว

      Dada taik luti khly miya2 emn morm loga swli account Khali kori erile mobile besi khaise yar agt ajni Hindu swli hatigaon biya pati rakhi MLA power dekhai erise lora2 usit kasti pabo hunkaly

    • @kapilbhaivlogs9084
      @kapilbhaivlogs9084 2 ปีที่แล้ว

      Yes are you right

  • @ranjumorang8730
    @ranjumorang8730 2 ปีที่แล้ว +93

    মুছলিম ছোৱালী বিয়া কৰাৰ পিছতো ইমান অতয়াচাৰৰ কৰে। হিন্দু ছোৱালীৰ লগত কি হয়, চিন্তা কৰি চোৱা।

    • @jugabratdeka2191
      @jugabratdeka2191 2 ปีที่แล้ว +4

      Umm take.

    • @pinkikurmi3378
      @pinkikurmi3378 2 ปีที่แล้ว +1

      8k

    • @karimali6015
      @karimali6015 2 ปีที่แล้ว

      আমাৰ ঘৰত তিনি গৰাকী অ মুছলমান বোৱাৰী আছে পাৰা যদি এবাৰ ছাবলৈ আহিবা ৷

    • @ranjumorang8730
      @ranjumorang8730 2 ปีที่แล้ว

      @@karimali6015 hokolu ekei nohoi. Aru hokoluke udesyi kua nai.

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 2 ปีที่แล้ว

      Ami Miah manuh hoy amar vai kokair majot chari goraki goria swalir bea hoise kono kajia pesal nai sai jabo para.

  • @7gc970
    @7gc970 2 ปีที่แล้ว +72

    ইছলাম মানুহ সৰহ ভাগেই এজনী লগত থাকিব নিবিছাৰে । তোমাৰ দুখবোৰ দেখি বেয়াৰ লাগিছে ভগবানে তোমাক মঙ্গল কৰক ।

    • @bulbulentertainment3028
      @bulbulentertainment3028 2 ปีที่แล้ว +5

      জাতিগত ভাৱে কমেণ্ট নকৰিব সকলো জাতিতে ভাল বেয়া আছে

    • @gakuldeka4608
      @gakuldeka4608 2 ปีที่แล้ว +4

      Hoi.......90%

    • @1AssameseEntertainment1
      @1AssameseEntertainment1 2 ปีที่แล้ว

      @@bulbulentertainment3028 kio nokoribo lage ha kunu dhormote eman bea nai jiman eta bikhekh homprodai lukt ase. Gutai worldte terrorism kune biopsies. Mohila khetrot 2 noko aa triple talak, burkha aru ki ki thik nai. Kunuba nirdukhi manuh eta maribole eta bikhek dhormote hikai. Beleg kun2 doromt aibur ase nije vabi sa. Jodi enekua bur bea dekhe manuhe anguli othabo aa na. Tat bea pale nijor problems.

    • @karishmasaikia5279
      @karishmasaikia5279 2 ปีที่แล้ว +4

      কোনো হিন্দু মুছলিম বুলি কথা নাই.. বেয়া বোৰ সদায় বেয়াই.......

    • @rupaschannel5856
      @rupaschannel5856 2 ปีที่แล้ว

      Muslim hindu kotha nhoi. Hindu ro anekua bea manuh thake, jeneke muslimr ase

  • @jitumanideka2948
    @jitumanideka2948 2 ปีที่แล้ว +52

    Hinduism is the greatest religion

  • @jagadishdeka4934
    @jagadishdeka4934 2 ปีที่แล้ว +55

    কথাখিনি মেডিয়াত আহি ভালদৰে কোৱাই ভাল হ'ল। ব্যৱস্থা ল'ব চৰকাৰে।

    • @mukulbaruah1833
      @mukulbaruah1833 2 ปีที่แล้ว +2

      Toi ketiarpora musalman premi holi, ney saku korbat.

    • @jagadishdeka4934
      @jagadishdeka4934 2 ปีที่แล้ว +3

      @@mukulbaruah1833 😆😆😆😆 aitue tor problem. Na toi buji pa na toi joi hobo para 😆

    • @rajibdas6464
      @rajibdas6464 2 ปีที่แล้ว +3

      এই খন অসম হয কংগ্ৰেছ বিজেপি এক কৰিব নোৱাৰে আমি অসমীযা হয এই খন লাচিতৰ দেশ

  • @rupaliborthakur2491
    @rupaliborthakur2491 2 ปีที่แล้ว +36

    অতি সোনকালে উচিত বিচাৰ হোৱাত সহায় কৰক

    • @bkp9774
      @bkp9774 ปีที่แล้ว +1

      Kihor bisar ? Biya hoise jetia junabor niti manibo lagibo, mani lobo lagibo. 5ta junabok mota hai goleu manibo lagibo.

  • @mxdigiinfo
    @mxdigiinfo 2 ปีที่แล้ว +7

    সম্পূৰ্ণ video টো চালো। বৰ বেয়া লাগিল, বাইদেউ আপুনি নিশ্চয় আইনৰ সহায় পাব।

  • @ranjumorang8730
    @ranjumorang8730 2 ปีที่แล้ว +1

    গাৰ নোম শিয়ৰি উঠিছে তোমাৰ কথা বোৰ শুনি। ইমান ফালটো খানদানৰ পৰা যে বাচি আহিলা ধন্যবাদ। তোমাৰ অনতৰ খন বহুত চাফা হয়। সেয়ে ভগৱানে তোমাক অন্ধকাৰৰ মাজৰ পৰা বচাই আনিলে।

  • @gyanbikakh8436
    @gyanbikakh8436 2 ปีที่แล้ว +18

    তাইৰ চকু যুৰি দেখিলে অনুভৱ কৰিব পাৰি। তাই কিমান কষ্টত আছে।

  • @rideep269
    @rideep269 2 ปีที่แล้ว +36

    ভন্ত্ৰী তুমি আৰু দ্বিতীয় বাৰ সেই খন ঘৰলৈ যাব মন নেমেলিবা। মই তোমাৰ দাদা হিচাপে কলো।

  • @rajivrabha3187
    @rajivrabha3187 2 ปีที่แล้ว +40

    ভন্তি, , সেই খন ঘৰলৈ দ্বিতীয় বাৰ যাবলৈ হ'লে বহূতবাৰ ভাবি গুণী ছাবাদেই!

  • @ujjaldas2749
    @ujjaldas2749 2 ปีที่แล้ว +2

    বাইদেউ আপুনি আইনৰ সহায় লগ ..

  • @indianpanorama303
    @indianpanorama303 2 ปีที่แล้ว +30

    হয়,,ভনী তুমি সচা কথা ই কৈছা,, সকলো সমাজতে বেয়া মানুহ আছে,,, কিন্তু তোমাৰ ওপৰত এক অত্যাচাৰ,,চলাইছে,,যাতে তুমি ঘৰৰ পৰা বাহিৰ হৈ ওলায় যোৱা

  • @pirendranrbaruah3470
    @pirendranrbaruah3470 2 ปีที่แล้ว +11

    ভন্টি তোমাৰ কাহিনীবোৰ শুনি মই বৰ দুখ পালোঁ । সেইবোৰ বাংলা দেশী মুছলিম মানুহ তেওঁ লোকৰ লগত কেতিয়াও বিয়া হব নালাগে । অসমীয়া মানুহৰ অন্তৰ সৰল । গতিকে তুমি অসমীয়া মুছলিম লৰা এটাৰ লগত বিয়া হ'লে তোমাৰ অন্ত বুজি পালেহেতেন । তোমাৰ দুখত মইও দুখি ভন্টি । আগলৈ যাতে এনেকুৱা ভুল নহয় ।

  • @nababordoloi2793
    @nababordoloi2793 2 ปีที่แล้ว +4

    তোমাৰ জীৱনত সুখৰ পদুম পুনৰ ফুলৰ, তাৰেই কামনাৰে

  • @chaitanyahatimuria6881
    @chaitanyahatimuria6881 2 ปีที่แล้ว +23

    এজনী সত্য ছোৱালী জীৱন ধংখ কৰিলে। বোখা পিন্ধা জোনাব এই বিলাক চব ফকতিয়া।

  • @arpondas7642
    @arpondas7642 2 ปีที่แล้ว +38

    কংগ্ৰেছ আৰুতো নাহেই , কিন্তু জুনাব আৰু তোমাৰ স্বামী গৃহৰ সকলোৰে ওপৰত আইনি ব্যবস্থা গ্রহণ কৰক । পুলিচৰ পৰিবৰ্তে উকিলৰ সহায় লোৱা ।

  • @dhrubajyotidaimari1950
    @dhrubajyotidaimari1950 2 ปีที่แล้ว +42

    তাইৰ গীৰিয়েকৰ পৰিয়ালটোক পুলিচে জেৰা কৰিব লাগে আৰু লগতে তাইৰ গীৰিয়েক জনকো। শাৰীৰিক আৰু মানসিক অত্যাচাৰ নো কি বস্তু তেওঁলোকো জনা দৰকাৰ। Her husband's family as well as the husband of her need to be taught a lesson by police. That's much what I know.

  • @jaharulislam7521
    @jaharulislam7521 2 ปีที่แล้ว +10

    Baa 2mi aru Najaba please🙏🙏.. God bless you...

  • @raitunbegum7657
    @raitunbegum7657 2 ปีที่แล้ว +1

    Sowali jnir kthakhini dhuya hoise mjaa mjaaa

  • @ramdhenu3271
    @ramdhenu3271 2 ปีที่แล้ว +8

    লোভে পাপ পাপে মৃত্যু |

  • @prabindeka5498
    @prabindeka5498 2 ปีที่แล้ว +101

    অসমীয়া হিচাপে তোমাৰ সকলো উন্নতি কামনা কৰিলো।

    • @prasantadeuri2359
      @prasantadeuri2359 2 ปีที่แล้ว

      আমাৰ হিন্দু ছোৱালীবোৰ কিয় বেলেগ জাতিৰ লগত বিয়া হয়৷কাবলৈ নাথাকিলেও৺ নিজৰজাতিৰলগত বিয়াহবৰ লাগে৷এও৺ মডেলৰ ছোৱালীৰ নহয়৷মডেলৰ ছোৱালীৰ হোৱাৰ হলে এনে অবস্থাত নহয় হেতেন?

  • @hemchandraholal7321
    @hemchandraholal7321 2 ปีที่แล้ว +24

    ইছলাম এৰি হিন্দুৰ সৈতে বিয়া হোৱা ।

  • @tulbahadur979
    @tulbahadur979 2 ปีที่แล้ว +1

    Thanks nitumani long live

  • @DipaliDowarah-s4k
    @DipaliDowarah-s4k 17 วันที่ผ่านมา

    তুমি।। ভগৱান।। ধন্যবাদ।।দিয়া।।বাচি।।আহিলা।।সেই।।ঘৰখন।। পাহৰি।।যোৱা

  • @saqleinmostak5589
    @saqleinmostak5589 2 ปีที่แล้ว +12

    ময়ো জোনাবৰ এইবিলাক কথা support নকৰো......go girl ..you have a bright future ..

  • @monuramkhaklary5613
    @monuramkhaklary5613 2 ปีที่แล้ว +21

    চকু থাকিও অন্ধ ইয়াকে কয়। ধন সম্পত্তি দেখি ভুল যোৱা বোৰৰ এনেকুৱা ই হয় ।

    • @joyshreedas5371
      @joyshreedas5371 2 ปีที่แล้ว

      Xsa kotha koisa tumi moio nije bhuktow bhugi😞

    • @AssamorRabha
      @AssamorRabha 2 ปีที่แล้ว

      Thike koisa

    • @rijuali9257
      @rijuali9257 2 ปีที่แล้ว

      Tak jail diyak pathar bhanga kam koribe diyak

    • @bkp9774
      @bkp9774 ปีที่แล้ว

      Miyar logout fosi gola neki, ki je bhul ... No answer... Jodi para hindu ba asomiya musalman logout biya huwa.

  • @jagadishdeka4934
    @jagadishdeka4934 2 ปีที่แล้ว +39

    কংগ্ৰেছ জীৱনত নাহে। চিন্তা নকৰিব

  • @axomgagan8323
    @axomgagan8323 ปีที่แล้ว +1

    উচিত ন্যায় পাব লাগে _😭😭😭😭😭😭😭

  • @jayantagogoi271
    @jayantagogoi271 2 ปีที่แล้ว +1

    ধুনীয়া দেখী ধনী দেখি ভাল পাই পলাই নাযাবা অসমীয়া ছোৱালীৰ বুৰক কৈছো

  • @nirupoma5935
    @nirupoma5935 2 ปีที่แล้ว +8

    তুমি ভয় নকৰিবা। ভগৱানকৰ ওপৰত বিশ্বাস ৰাখা। যদি সত্যত আছা তোমাৰ জয় অনিবাৰ্য।এনে অন্ধ বিশ্বাস দূৰ কৰা অতি প্ৰয়োজন।

    • @bkp9774
      @bkp9774 2 ปีที่แล้ว

      Eatia vogobanor uporot biswakh rakbi ki dal hobo . Sob korieai pelale sun.

  • @budheswarnath6516
    @budheswarnath6516 2 ปีที่แล้ว +4

    সেইবাবেই ভাবো... ছোৱালী সকলে জীৱন সংগী জনক চিলেকচন কৰাৰ আগতে বহুত দিশ চালি-জাৰি চাব লাগে... নিজৰ ঘৰখনক সকলো কথা খুলা- খুলীকৈ চেয়াৰ কৰিব লাগে , প্ৰেমত অন্ধ হব নালাগে !!!

    • @bkp9774
      @bkp9774 ปีที่แล้ว

      Miyar logot kihor lenden. Miyar Dr, engineering, ukil , Munshi, holeu asomiya swalie val pabo nelage. Bangladeshi Miya zohora hai.

  • @dhirenbezbaruah3346
    @dhirenbezbaruah3346 2 ปีที่แล้ว +1

    তোমাৰ কথা খিনিত গম পাই তুমি বহুত গ্যানি ছোৱালী ,,ইহঁতৰ ওপৰত আইনী ব্যৱস্থা লোৱা,,

  • @Krishna-tk1gk
    @Krishna-tk1gk 2 ปีที่แล้ว +3

    God bless you 🙏🙏😘

  • @indiajuceindustry4633
    @indiajuceindustry4633 2 ปีที่แล้ว +5

    উচিত সাচতি প্রধান কৰক গেনতা M A L power এই বিলাক আামি ভয় নকৰো তেওঁ আমাৰ অসমীয়া জীয়ৰী

  • @Mylifestylemylife
    @Mylifestylemylife 2 ปีที่แล้ว +1

    আইনৰ সহায় লোৱা

  • @manojswargiary1403
    @manojswargiary1403 2 ปีที่แล้ว +5

    সেইবোৰ মূৰ্খ মানুহৰ বাহিৰে একো নহয়। ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব বিচৰা পুৰুষ কা পুৰুষৰ পৰিচয়

  • @arnabgogoi4098
    @arnabgogoi4098 2 ปีที่แล้ว +10

    সাহসী ছোৱালী, তোমাৰ ভবিষ্যত ভাল হবই। অন্যায় কৰা আৰু সহ্য কৰা সমানে অপৰাধ।

  • @jagadishdeka4934
    @jagadishdeka4934 2 ปีที่แล้ว +23

    বুজিলা নে মাইনা???? এইয়াই হ'ল মোল্লা।

    • @jugabratdeka2191
      @jugabratdeka2191 2 ปีที่แล้ว +5

      Molla nohoi , Allah , 😂🤣.

    • @jagadishdeka4934
      @jagadishdeka4934 2 ปีที่แล้ว +2

      @@jugabratdeka2191 😆😆😆👍

    • @sushildeka8711
      @sushildeka8711 2 ปีที่แล้ว

      Na molla...na Allah.....ye sob katuwa

  • @birennath8618
    @birennath8618 2 ปีที่แล้ว +9

    অচিন কাঠৰ থোৰাও লগাব নালাগে। বহু সংসাৰত এনেকুৱা হোৱা দেখিছোঁ।

    • @bkp9774
      @bkp9774 ปีที่แล้ว

      Thura2 ghurar thura dal 😊😊😊😊

  • @bishnugogoi3145
    @bishnugogoi3145 2 ปีที่แล้ว +1

    Mojaa🙋🙋🙋🙋🙋🙋

  • @darshanandhereverythingbhu7996
    @darshanandhereverythingbhu7996 2 ปีที่แล้ว +3

    Dhanybad bhanti tumi jivantu challenge hisabe luwa, CM, sire kathatu lakhya kare jen

  • @sumanofficial978
    @sumanofficial978 2 ปีที่แล้ว +11

    😒🥺 কি জীৱন ,সঁচাকৈ এই পৃথিৱীখনৰ মানুহ নামৰ জন্তুবোৰ বহুত বেয়া

  • @subratadey9156
    @subratadey9156 2 ปีที่แล้ว +2

    ভাল পোৱা যন্ত্ৰনা পাইছা।মাক দেউতাকে বিয়া দিয়ালৈ ৰ'ব নোৱাৰিলা।এইবোৰ নিয়ম তুমি আগতেই জানা এতিয়া মুৰ্তি ধৰি লাভ নাই।

    • @bkp9774
      @bkp9774 2 ปีที่แล้ว

      Thik koisa. Bohut kotha jane . Kin2 miya logot biya hole je moulobir logot earati hui hudha hobo lage hei2 nejanile.

  • @ManojSingh-rp5ld
    @ManojSingh-rp5ld 2 ปีที่แล้ว +1

    এয়াই অসমীয়া মুছলমান আৰু বঙালী মুছলমানৰ (মিয়া) পৰিছয় তথা সমাজিক পৰিবেশ ৷
    অসমীয়াই ভালদৰে বুজা উচিত ৷

  • @prahladboro541
    @prahladboro541 2 ปีที่แล้ว

    খুুব ,বেয় লাগিল

  • @7gc970
    @7gc970 2 ปีที่แล้ว +6

    ইছলাম মানুহ সৰহ ভাগেই এজনী লগত থাকিব নিবিছাৰে । তোমাৰ দুখবোৰ দেখি বেয়াৰ লাগিছে ভগবানে তোমাক মঙ্গল কৰক । এনেকোৱা মানুহৰ কাৰণে ছোৱালীৰ জন্ম দিয়াটো ভুল ছোৱালীৰ বোৰ সাহসী হব লাগে ।

    • @nabajitdas8781
      @nabajitdas8781 2 ปีที่แล้ว

      Baa 2mi 2mr usrt bahut khahok ase val Kam krise apuni aibilk manuhr soritra bujiai dibo prisa thnk u 🙏🙏🙏

  • @Sanuda90
    @Sanuda90 2 ปีที่แล้ว +3

    Pyar ka nasha,fati na 😂😂😂ending was mast bhai,, anchor abhijit bhaiti tu o kandi dise,wah bhai wah 😂😂

  • @annalaskar8625
    @annalaskar8625 2 ปีที่แล้ว +4

    দুখীয়েই শাস্তি পাব লাগে আৰু এই ছোৱালীজনীয়ে সছা কথা কৈছে তাই ন্যায় পাব লাগে আজি তাই জীয়াই আছে কাৰনেহে আইৰ ওচৰত ন্যায় বিচাৰি গৈছে যদিহে মাৰি পেলোৱা হ লে কি হল হেতেন

  • @trinayansonowal7761
    @trinayansonowal7761 2 ปีที่แล้ว +1

    ছোৱালীজনী ন্যায় পাব লাগে অতি সোনকালেই । মুছলিমৰ সমাজত ইমান লেতেৰা নিয়ম আছে বুলি জীৱনত প্ৰথম বাৰ আজিহে গম পাইছো ।

  • @surenboruah3241
    @surenboruah3241 2 ปีที่แล้ว +4

    কথা বিলাক শুনি বেয়া লাগিল,,,God bless you

  • @Sirajvloge763
    @Sirajvloge763 2 ปีที่แล้ว +4

    প্ৰথবাৰ শুনিলো TH-cam ত ভাল পাই বিয়া হোৱা।

  • @rupandeka1068
    @rupandeka1068 2 ปีที่แล้ว +5

    তুমি ফালটো কথা নকবা কাৰণ চৰকাৰৰ তাত কোনোধৰণৰ হাত নাই যুনখন চৰকাৰে ই নাথাকক তুমি নিজেই ঠিক হোৱা সমাজৰ নীতি নিয়ম মানি চলা

  • @majamilalidhulabari4254
    @majamilalidhulabari4254 2 ปีที่แล้ว

    Sister tomar kotha khini khoni bahot beya lagise anekoya habo nalagisil jiheto love merresse tumalokor

  • @ramensoley8366
    @ramensoley8366 2 ปีที่แล้ว +5

    God will help you.

  • @niranjangogoi2303
    @niranjangogoi2303 2 ปีที่แล้ว

    Next level

  • @TithoBoro
    @TithoBoro 2 ปีที่แล้ว +1

    Tumi sinta nakoriba. Tumi emidiat kalpitur pora atori aha aru panishment diya, tumar bahut time ase tumi nijak sambhali feature banuwa, mur Ashirbad ase tumaloi. God bless you.

    • @khadimahmed956
      @khadimahmed956 2 ปีที่แล้ว

      Kha. Ahmed. Bhanti. Tumi. Agote. Bhalkoi. Sinta. Koribo. Lagisile. Karon. Dharmot. Jadiu. Ake. Kintu teoluk ami. Tatha. Akhamiar. Logout. Bohu. Kathat. Mil. Nai. Baru. Thik. Ase. God. Bles. You. Thank. Yoy

  • @promodbora3129
    @promodbora3129 2 ปีที่แล้ว +18

    জোনাবৰ লোকৰ সংসাৰত কি কাম তাৰ কাম সেইবোৰ নেকি।

  • @abinasha1227
    @abinasha1227 2 ปีที่แล้ว +2

    God will help you

  • @Lovacurious2
    @Lovacurious2 2 ปีที่แล้ว +1

    😢😢😔😔Ki hoise Axom r manuhar.. strong hua maa..

  • @ratulchoudhury9085
    @ratulchoudhury9085 2 ปีที่แล้ว +1

    Tumi smart tumar vl hb diya

  • @sag..3979
    @sag..3979 2 ปีที่แล้ว +2

    লাভ জেহাদ বোলা বস্তু নুবুজে আমাৰ অসমীয়া বিলাকে🤬🤬🤬
    দেখি থাকিলেও,,
    মৰ্ পঢ়ি শুনি শিক্ষিত হৈও লাভ জেহাদ আজি লৈকে শিকিব বাকিয়ে থাকি গল 🤬

  • @RR-yo1xc
    @RR-yo1xc 2 ปีที่แล้ว +6

    Nidhi, bohut beya lagise tumr kotha khini xuni..😭😭😭

  • @ramdhenu5399
    @ramdhenu5399 2 ปีที่แล้ว +2

    Hello MLA Baideo.
    Plz listen to what this unfortunate girl is speaking and take action accordingly.
    Beti Bachao,
    Beti Parhao.

  • @jeherulali5432
    @jeherulali5432 2 ปีที่แล้ว +11

    Tumi ata grea lra puwa nasela neki... Miyar lgt j biya holi.
    Ae baar gole tumak xukan gbre di vaat randhibo dibo..
    Ru dhan kherr bisonat xubo dibo... Miya hoy... Be....

  • @rijulali21
    @rijulali21 2 ปีที่แล้ว

    Good🙋sister

  • @lifeisordinaryonlybelievem5096
    @lifeisordinaryonlybelievem5096 2 ปีที่แล้ว +16

    Proud to be a hindu. 🚩✊🤗🕉🙏🌎

  • @Simplelifestylewithnidhi8747
    @Simplelifestylewithnidhi8747 2 ปีที่แล้ว +1

    Time8 ata request talk show kori gute ghotona 2 ulai diye
    Soku juri dekhi gom pai kimn ksto pai ase tai

  • @bijoyutpal7429
    @bijoyutpal7429 2 ปีที่แล้ว +1

    Right

  • @karishmasaikia5279
    @karishmasaikia5279 2 ปีที่แล้ว +32

    আজি দিনতো অন্ধবিশ্বাসৰ বলি হব লাগে.......কি যে মানসিকতা

  • @sag..3979
    @sag..3979 2 ปีที่แล้ว +1

    বাংলাদেশী মনোভাৱপন্ন 🤬🤬🤬🤬
    অসমত থাকি অসমীয়াক থকা সৰকা কৰি আছে।

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 ปีที่แล้ว +4

    Moi bhabisilu amar Boro/Kacharibilak Ondhobiswakhot put goise buli...khihotor tulonat dekhun ami bohut uporot 🤔🤔🤔

  • @assam2006
    @assam2006 2 ปีที่แล้ว +6

    ধুৰন্ধৰে ধৰ্মৰ আশ্ৰয় লয়।

  • @ahmodali4855
    @ahmodali4855 2 ปีที่แล้ว +5

    Aibelak kisuman johora suda junab r karone aje amar ai obostha !!!!

  • @nikunjaboro1201
    @nikunjaboro1201 2 ปีที่แล้ว +3

    Bhul kar asile abar bhal koi vabi saba ..Hindu is the best I love Hindu Har Har mahadev...

  • @balenkalita7609
    @balenkalita7609 2 ปีที่แล้ว +2

    হেলৌ মেডাম ? আপোনাৰ মনৰ কথা খিনি শুনি বৰ দুখ লাগিল। গতিকে আপুনি কাজি আৰু জুনাৱ বাদ দি নিজৰ কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত কৰক।

  • @RakeshDas-qz9to
    @RakeshDas-qz9to 2 ปีที่แล้ว +5

    Asolotae suwali joni bohut val kotha botorate gom pae,hindu ari beleg phale dhal lolae ki hobo anekuwae hobo..lagile dukhiyae hok nijor manuhor logot biya hobo lage , axomiya logot anekuwa hoissae valu nelage diok montu,atae suggest korim next tale ghuri najabo aru ,apunar guru val Zinda ase🕉️🕉️🕉️

  • @mahibuddin1392
    @mahibuddin1392 2 ปีที่แล้ว

    বহুত ভাল ছেৱালি আচিল

  • @bitumoniborah4401
    @bitumoniborah4401 2 ปีที่แล้ว

    Vogobane val kork dukh bur nikia hok parthona jonaisu...

  • @deepphukan4960
    @deepphukan4960 2 ปีที่แล้ว +5

    Har har mahadav

  • @sunmonikachari6389
    @sunmonikachari6389 2 ปีที่แล้ว +1

    তোমাৰ ঊজজল ভবিষ্যত কামনা কৰোঁ..

  • @jamesgirisa6531
    @jamesgirisa6531 2 ปีที่แล้ว +1

    Be brave sister mistakes make us lesson... Take legal help..

  • @damudardas4502
    @damudardas4502 2 ปีที่แล้ว +2

    Bhnti bor dukh lagil kotha bur huni

  • @ranjumorang8730
    @ranjumorang8730 2 ปีที่แล้ว

    তোমাৰ সাহসক প্রণাম জনালো। আজিৰ দিনত একমাত্র মুছলিম ধৰ্মৰ মানুহৰ মাজতে ইমান মৌলবিৰ কথামতে চলে। সেয়ে হয়টো ইমান অতয়াচাৰৰ সন্মুখিন হয়।

  • @arpangogoi2167
    @arpangogoi2167 2 ปีที่แล้ว +1

    A mojja

  • @bijoy2465
    @bijoy2465 2 ปีที่แล้ว +5

    Peaceful community 😌🥱

  • @saqleinmostak5589
    @saqleinmostak5589 2 ปีที่แล้ว +5

    Sowali joni well educated ....tomar future ase ..valke porha .....

  • @sakuwatali8257
    @sakuwatali8257 2 ปีที่แล้ว

    Sister aponar khota khini suni ontor to vangi poril lora jonok gaon manuhe chindelor mala pindai gurab lagisil. Sister aponi kisu man khota misa kole jen lagi yase. Portekto khota junapor pora permission lob na lage. Hosa khota lukai na thake . sister moi duwa koro jate aponi joli nei pai

  • @digench.nathnath2052
    @digench.nathnath2052 2 ปีที่แล้ว +10

    মিএাক কোনোদিনেই বিশ্বাস নকৰিবা

  • @MizanurRahman-up8nf
    @MizanurRahman-up8nf 2 ปีที่แล้ว +3

    মই প্ৰথমৰ পৰা শেষ লৈ skip নকৰাকৈ চালো আৰু মই যিখিনি বুজিলোঁ বহুত বুজিলোঁ অসমীয়াত এটা কথা আছে যে তই দিলে মই দিম তই নিদিলে মই কিয় দিম? কাৰণ ছোৱালী জনী আগৰ পৰাই এজনী মডেল আছিলে আৰু লৰা ঘৰৰ পৰিয়াল অলপ ৰ্ধামিক আছিলে গতিকে কেনেকৈ নো মিলিব? মডেল এজনীয়ে আমাৰ ইছলামিক নীতি নিয়ম মানি চলাটো অসম্ভৱ কাৰণ ইছলামিক নীতি নিয়ম উলংঘা নকৰাকৈ এজনী ছোৱালী মডেল হব নোৱাৰে। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে বহুত উপায় আছে কিন্তু ইছলাম ৰ্ধমক এনেকৈ কৱ নাপায় আৰু জনাৱ এজনৰ মিচা বদনাম কৰিব নাপায়। আৰু কৰোৱাত যদি কোনোৱা জনাৱ বেলেগৰ বোৱাৰীৰ লগত এনে আচৰণ কৰে তেন্তে সেইজন প্ৰকৃত জনাৱ হব নোৱাৰে । তুমি আৰু তোমাৰ পৰিয়ালৰ সৈতে তোমাৰ স্বামী ঘৰৰ লগত মিল নিমিলাৰ বুলি গোটেই বিষয় টো ৰ্ধমীয়কৰণ কৰি দিবা নেকি?মই মানিলোঁ তোমাৰ স্বামী ঘৰৰ পৰিয়াল তোমাক অত্যাচাৰ মাৰ পিট কৰে আছে তেনেকুৱা মানুহ বহুত আছে আগতে একো নালাগে বুলি কয় পিছত যৌতুক লাগে বুলি অত্যাচাৰ কৰে তাৰ বাবে তুমি আদালতৰ কাষ চপা তাকে নকৰি তুমি বেলেগ ফালে গতি কৰিছা। মই ভাবোঁ তুমি আকৌ মডেল জগতলৈ যাবলৈ মন মেলিছা ভাল কথা। সদায় নিজৰ মনে ভাল পোৱা কামটোহে কৰিব লাগে আনে ভাল পোৱাটো নহয়। ৰ্বতমান সময়ত viral হবলৈ হলে ইছলাম ৰ্ধমক অলপ বেয়াকৈ কলে হল বাকি viral কৰা দায়িত্ব News portal / reporter. লৰা,ছোৱালী দুই ফালৰ পৰা দোষ আছে,মাজতে ধৰ্ম লৈ খেল ধেমালি। যাৰ যেনেকৈ ইচ্ছা তেনেকে চলক।

  • @mirodoley6958
    @mirodoley6958 2 ปีที่แล้ว +1

    Bohut duk lagis We want justice

  • @sanjibmahanta7081
    @sanjibmahanta7081 2 ปีที่แล้ว

    তুমি এক কুটি টকা দাবী কৰা, আৰু হাছবেনক দিভূজ দিয়া, তুমি ভাল ল'ৰা পাবা বহুত

  • @zubeenismykidney6222
    @zubeenismykidney6222 2 ปีที่แล้ว

    Oh Nandita baidew oh ase. Congress baidew

  • @Sirajvloge763
    @Sirajvloge763 2 ปีที่แล้ว +4

    কিমান বছৰ আগৰ কাহিনী বৰ্ণনা এতিয়া হে কৰিব আহিছা, আপোনাৰ মতে কি অকল দোষটো লৰাটোৰে আৰু।

  • @swapnanalbaria8156
    @swapnanalbaria8156 2 ปีที่แล้ว +1

    Tumi hosa kotha koisa eyar bisar hobo lage.

  • @crazygamer4661
    @crazygamer4661 2 ปีที่แล้ว +5

    বিয়া এখন হওঁ তেই কিয় ইমান কাহিনী গল্প ৰামায়ণ ৰচিৱলগা হৈছে আমাৰ হিন্দু বিৱাহত এইবোৰ গাবলৈ নাই এইবোৰ শুনি লাভ নাই মাঠাটোহে ঘোলা হ ব😊😊😊😊 বাদ দিয়াহে 🚎🚌🚎🚌

  • @rijulali21
    @rijulali21 2 ปีที่แล้ว

    Ok🙋ok.sister

  • @rajankurmi322
    @rajankurmi322 2 ปีที่แล้ว +6

    Hijab , burkha movie itu tu bharoritiy sanskity nohoi aibur tu arabor niti ,

  • @sanatandeka3782
    @sanatandeka3782 2 ปีที่แล้ว +5

    Enough is enough. You have done a mistake beliving him n his family. Now you take legal help. Their family is living in medieval age