CM is really a good speaker. situation specific Kotha kuwar feelings., style xikibo logiya. people easily gets motivated. He is really fit for politics.
Many many congratulations 👏🎉 hrarthruub legend singer Zubben Garg da 🙏❤️❤️😍 love you zubeen da Jai zubben da 💪👌😊❤️❤️ all time' favorite and always best for ever everyone 👋🌞❤️💖💙
জুবিন দা সদাই আনতকৈ পৃথক,আৰু আগুৱাই যাওক❤
সেই বাবে জুবিন দা সদায় একক আৰু অনন্য ❤❤❤❤❤ জুবিন দা জিন্দাবাদ
মুখ্য মন্ত্ৰী হিমন্তবিশ্ব sir আৰু news live এ আগবঢ়োৱা জুবিন গাৰ্গৰ এই উল্লেখনীয় পদক্ষেপৰ বাবে বহু ত বহুত ধন্যবাদ থাকিল। লগতে মুখ্য মন্ত্ৰী sir. ৰ বক্তব্য ই যথেষ্ট আবেগিক কৰি তুলিছে 🙏🙏🙏🙏🙏
জুবিন গাৰ্গ জীয়াই থাকোতেই ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' প্ৰদান কৰিব বুলি সমগ্ৰ অসমবাসীৰ অধীৰ আগ্ৰহৰে অপেক্ষাত । বহোত কৰিলে জুবিন গাৰ্গে অসমীয়া জাতিটোৰ কাৰনে ..শিকাই গল কেনেকৈই একত্ৰিত থাকিব লাগে গানৰ মাধ্যমেৰে । অধীৰ অপেক্ষাত ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' । Love you জুবিন দা । From Dhemaji....❤❤❤❤❤
জুবিন দাৰ গানেৰে মন জীপাল কৰি তোলে।❤❤❤
@@NabajitSaikia-le3nz হয়
জুবিন ককাইদেউ লৈ মৰম যাচিলো❤NEWS LIVE Loi অভিনন্দন জনালোঁ❤
আপুনি ভালদৰে জীয়াই থাকোঁতে সন্মান দিব বা দিয়া কাৰনে সৰ্বশ্ৰেষ্ঠ
মুখ্য মন্ত্ৰী ❤❤❤,, শেষত jay জুবিন দা ❤❤❤❤
❤❤
স্কুল বিলাকত যেনেকৈ ভূপেন্দ্ৰ সংগীত , জ্যোতি সংগীত, ৰাভা সংগীতৰ অনুষ্ঠান পাতে তেনেদৰে এতিয়াৰ পৰা যেন "জুবিন গাৰ্গ সংগীতো" যেন পাতে ❤
এই কলি যুগত আজি প্ৰথম বাৰ দেখিছো যে কোনোবাই কাৰোবাক হিয়া ভোৰা সন্মান দিছে ?!❤❤❤❤
সেই বাবেই আমাৰ জুবিন দা সকলোতে কৈ অ পীঠ কীয় জায় জুবিন দা 👍
সঁচাই এনে চৰিত্ৰ কোনো দিনে এই দুজনৰ মনৰ কথা মুখ্যমন্ত্ৰী আৰু জুবিনৰ অসমৰ জন গনে শুনা নাই !"❤❤🙏🙏,"
😊😊
বৰ ভাল লগে , যেতিয়া এজন প্ৰকৃত শিল্পী,সাহিত্যিক, সংগীতজ্ঞ , কবি আদি মহান পুৰুষ-মহিলা সকলে প্ৰকৃত সময়ত পুৰস্কৃত হয় , তেখেতসকলৰ সমাজলৈ অৱদানৰ বাবে। কিন্ত অতি দুখ লাগে যেতিয়া এনে মহান ব্যক্তিসকলক জীৱনৰ অন্তিম মূহুৰ্তত স্বীকৃতি প্ৰদান কৰা হয় অথবা মৰণোত্তৰ ভাবে, যেতিয়া সেই স্বীকৃতিৰ কোনো মূল্য নাথাকে ।
Jay jubeen.
Zubeen da তেজে তেজে বৈ আছে।❤❤❤ জুবিন দা আমাৰ অসমৰ দুৰ্লভ সম্পদ আৰু গৌৰৱ।❤❤❤।
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বহুমুলীয়া শব্দ বাক্য ভাষনে মোক মোৰ ক্ষুদ্ৰ শিল্পীৰ অন্তৰ চুই গল,আগলৈও এনে মূল্যবান ভাষন শুনিবলৈ পাম বুলি আশা কৰিলো ধন্যবাদ।
জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ ব্যক্তি যিজন সৰ্বকালৰ অসমীয়া।
অসমৰ চুকে কোনে সকলোতে সকলোৰে অন্তৰত জুবিন দা আছে। জয় জুবিন দা।❤❤❤❤❤
অসমৰ হৃদয় স্বৰূপ হৈছে জুবিন গাৰ্গ. . .নৱপ্ৰজন্মৰ বাবে এক বিশেষ আদৰ্শ তেওঁ... তেওঁৰ গান শুনিয়েই ডাঙৰ দীঘল হৈছো আমি
তেওঁক কিছুমানে মদাহী বুলি কয়..সমালোচনা কৰে..তেনে কুকুৰবোৰক কৈছো নিজৰ স্হান চাই লবি কেলা... জুবিনে সমাজৰ বাবে যি কৰিছে .... তহঁতৰ 14 গোষ্ঠীয়ে সেইবোৰ কৰিব নোৱাৰে..
জুবিন গাৰ্গ আমাৰ জীৱন স্বৰূপ
জয় জুবিন দা ❤
জয় জুবিন দা জুবিন দাদাই দেউতাকৰ বাহিৰে আন কাকো ভয় নকৰে
যাৰ লগত যুঁজিবলৈ ক্ষমতা নাথাকে তাৰ আগত সৰু হৈ থকাই ভাল 🎉🎉🎉🎉🎉
CM is really a good speaker. situation specific Kotha kuwar feelings., style xikibo logiya. people easily gets motivated. He is really fit for politics.
জয় জুবিন ! জয় হিমন্ত বিশ্ব শৰ্মা ৷
সঁচাকৈ , জুবিন দাৰ প্ৰতিভা আমাৰ অতিকৈ প্ৰিয় ❤❤❤
ভগৱানে সদায় কুশলে ৰাখক 🙏
Apuni vale thakok Zubeen da apuni bht abeg hoi amar....love you so much ❤
মুখ্য মন্ত্ৰীলৈ আৰু জুবিন দা জই আই অসম
মামাই জুবিন দাক সন্মুখত বহুৱাই বহুত গুণ সলাগিছে,ভাল লাগিল । এটা কথা থিক , জুবিন দাৰ গান অসমত আৰু ১০০-১৫০ বছৰ চলিব । আশা কৰো মামাৰ ৰাজনৈতিক কালৰ সময়তো যাতে জিলিকক। কথা খিনি এইকাৰণে কলো , মামাক নিজৰ মানুহে ভিতৰে ভিতৰে তেখেতে গম নোপোৱাকৈ থগি থকা যেন অনুভৱ কৰিছো ।
Òk8⁸,oòòoooooòoooooòooòoo
সদায় হৰিনাম শুনক জুবিন দাৰ বহত ভাল লাগে । জয় জুবিন দা 😊❤❤🎉
খুউব ভাল পালোঁ,,,,
মামাক, মামীকঅশেষ ধন্যবাদ জনালো লগতে নিউজ লাইভ ক
জুবিন গাৰ্গক কিয় পদ্মশ্রী দিয়া নহল?
ভূপেন হাজৰিকাৰ পিছতে অসমীয়া সংগীত জগতত তেখেতৰ অৱদান বহুখিনি আছে , লগতে অসমীয়া বোলছবি জগততো তেখেতৰ অৱদান অতুলনীয় । প্ৰায় 35 হাজাৰ অসমীয়া গীত গোৱাৰ উপৰিও তেখেতে বড়ো,মিছি , কাৰ্বি উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবিলাক ভাষাতে গীত গাইছে ।
বিখ্যাত হিন্দগান Ya ali ত তেখেতে দুটাকৈ ডাঙৰ বটা আনিৱলৈ সক্ষম হৈছিল । বলিউডৰ বহুকৈইখন ছবি ত তেখেতে কন্ঠ নিগৰাইছিল । ২০০৭ চনত তেখেতে ৰজত কমল বটা পাইছিল ।
গতিকে ইমানখিনি সফলতা লাভ কৰাৰ পিছতো জুবিন গাৰ্গক পদ্মশ্রী নিদিয়াটো কিন্তু সচাকৈ দুৰ্ভাগ্যজনক ।
Padmashree mon golei di dia bostu nhoi baba..
সেইটো কথা আমি হাড়ে হিমজুৱে অনুভৱ কৰো যে জুবিন গাৰ্গ অসমীয়া ৰ জাতিয় জীৱনৰ সম্পদ।
জুবিন পৃথীৱীৰ পৰা পৃথক
মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবোৰ হৃদয়ত খুণ্ডা মাৰি ধৰিলে৷ সঁচাকৈ জুবিন আমাৰ বাবে এক শক্তি
Zuben সদায় মোৰ তোমাৰ প্ৰতি সত্য শুদ্ধ বুলি পাহৰি নাযাব। কাৰণ আমি সকলোৱে মিলি Zuben darkar গীতৰ সুৰ সৈতে জড়িত ব্যক্তি
Bhal lagil mama zubin k diar babe.... 👌
পদ্মশ্ৰী দিব লাগে ❤
জীয়াই থাকোতে শিল্পীক সন্মান দিব লাগে ।
অভিনন্দন শ্ৰদ্ধাৰ প্রিয় শিল্পীজনালৈ ভগৱানে ভালে ৰাখক🙏♥️💐♥️🙏
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ আপোনাৰ ন্যায় মানৱ দৰদি দিন দুখীয়াৰ প্ৰতি মৰম ।দুৰৰ পৰাই আপোনাক ভৰি চুই প্ৰণাম ।সদাই জিকি থাকক জন সাধাৰণ তথা ৰাইজৰ কল্যাণ কৰক।ধন্যবাদ।
জুবিন দা আমাৰ সম্পদ ❤❤❤❤
Long live Zubeen Da❤️Stay Blessed.Proud of you Dada
সেই কাৰণে জুবিন দা অসমৰ ৰজা
জুবিন গাৰ্গ এজন ভাল মানুহ এয়া সচা কথা। কিন্তু "কা" ৰ বিৰুদ্ধে জুবিনৰ শক্তি কমোৱাৰহে বটা যেন অনুমান হৈছে। জয় আই অসম 🙏🙏🙏
100%hosa ....amar life ❤ zubeen da❤
মামাই সিংহ কোন ভালদৰে চিনি পায়।।।❤
আজীৱন লইকি ভাল পাই থাকিম জুবিন দা 🙏😘🥰💚🪔🇳🇪
Mr ki khbr
Mr ki khbr
ঠিকেই, আমাৰো ভাল লাগিল।সৰ্ব্বশ্ৰেষ্ঠ আৰু বহু বিষয়ত পাব লগা আছে।
অভিনন্দন জ্ঞাপন কৰিছোঁ, দুয়েজনালৈ ।
❤❤❤ জুবিন ❤❤❤cm himont sir
Always Zubeen daa❤❤....imane bhal paun, jitu hobdore prokas koribo nuaru 💕💕💕
মোৰ প্ৰিয় মানুহ কেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , জুবিন গাৰ্গ, আৰু দিম্পু কিয় জানো এওঁলোকৰ কথা বিলাক শুনিলে মনত বৰ আনন্দ লাগে আৰু বহুত হাঁহি উঠে মনতো ভাল লাগি যায়
জুবিন দা। ❤❤❤❤❤😊
Thank you news live ......zubin amar hosake hompod......jai aai axom
জুবিন দাক সন্মান দিব বিচাৰে যদি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিব লাগিছিল জুবিন দা পদ্মশ্ৰী বঁটাৰ অধিকাৰি তেওঁ যেতিয়ালৈকে তেওঁক পদ্মশ্ৰী পদ্মভূষণ নিদিয়ে তেতিয়ালৈকে মোৰ মনে শান্তি নাপাব
ভোট বছাৰিলে জুবিন দাৰ পৰা
হাজাৰ বিতৰ্ক য়েও খহাব নোৱাৰা জনপ্ৰিয়তা ❤
জুবিন গাৰ্গক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা উচিত।
জুবিন দা জিন্দাবাদ✊💯
Wonderful program for our legend zg ❤🙏
জয় জুবিন দা।
Zubin dada ❤❤❤❤❤❤
Wahh🙏🙏🙏🙏🙏zubeen da
Zubeen dak vaal powa xokole like korok👍👍❤️
সোমালোচনাৰ উৰ্ধত কোনো নহয়! জুবিন দুৰৰ কথা মহা মনৱ মহাত্মা গান্ধীও সোমালোচনাৰ উৰ্ধত নাছিল।লগাতকৈ বেছি তোশামোদ বেছি প্ৰস;সাই মানুহ এজনক ভৰ সহিব নোৱাৰা অবস্থালৈ লৈ যায়।ই সচাকৈ ক্ষতিকাৰক।
জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা গীতিকাৰ সুৰকাৰ গায়কেই নাছিল -- তেওঁলোক আছিল প্ৰকৃতাৰ্থত একোজন শিল্পী।----- ---- ৰাইজেই হ'ল শিল্পীৰ ঠিকনা।
Axomor dujon mulyavaan xampad.❤ Himanta & Zubeen.🔥
Bharat ratna award dibo lage❤❤❤❤
Mama thank you,,Jay zubeen da
Zubeen da Zindabad...I love you........u r My love... Kunu kotayi karu Najanu apunak janu...joy Aai Axom.........
জুবিন দা জিন্দাবাদ❤❤❤
Jiyai thakute emn morom diya karone bhut dhonyabad .parile padmashree teuk diok❤
Duiojonei val pua manuh❤❤❤❤
Bohut dhunia speech dise cm sir a 🙏
Jay bijepi Jay jubin da❤❤❤❤❤❤
Mama jinda bat..... Love you zg
God bless🙏
সুন্দৰ আপোনাৰ অনুভৱ CM চাৰ !
Jai zubeen da
nice ,bhout moromor zubeen da
আপোনাৰ পেৰণাক প্ৰণাম জনালোঁ।
হয় মহাশয়।
নিউজ লাইভ জিন্দাবাদ।
তধাপি,
সৃষ্টিশীল সম্পদ।
Aji himanta sir a mon sui gol❤❤❤
Zubeen da love you❤❤🤟
😢তেল মৰাটো অলপ বেছি হ'ল নি জুবিন দা সদায় অসমীয়া সম্পদ
কৃষ্ণ হয় মই কাৰো নহয়।মই প্ৰকৃতিক ভাল পোৱা ।অকলে আহিছো অকলে যাব লাগিব।কৃষ্ণ 🙏
জয় জুবিন দা ❤❤
প্ৰতিদিন চেনেলৰ নিতুমনি চাৰে কোবাৰ দৰে তিনিও জন মানুহ এক হওক চোন অসম সলনি হৈয় যাব অখিল হিমন্ত জুবিন।
অনুস্থানত টো উপভোগ কৰিলোঁ
বহুত ভাল লাগিল
ধুনীয়া কথা কৈছে , তাৰ মাজতে হিমন্ত ছাৰে কাটো মাৰিছে কিন্ত। ধন্যবাদ ছাৰ।
জুবিন ৰ্গাগক সকলোৱে ভাল পায়
Zubeen daa amar "ABEG _(EMOTION)_ "
এনেকৈয়ে একো একোজন শিল্পী বিক্ৰী হৈ যায়। আৰু এনেদৰে কা নাইকীয়া হৈ যাব।
##Joi ##Zubeen ##Da🎉🎉🎉
Many many congratulations 👏🎉 hrarthruub legend singer Zubben Garg da 🙏❤️❤️😍 love you zubeen da Jai zubben da 💪👌😊❤️❤️ all time' favorite and always best for ever everyone 👋🌞❤️💖💙
❤
অতি সুন্দৰ মূখ্য মন্ত্রী মহোদয়ৰ মন্তব্য। 🙏🏻🙏🏻🙏🏻
খুউৱ ভাল লাগিল মুখ্যমন্ত্ৰী ডাঙৰীয়া ।
Zubin da Jinda bad❤❤❤❤
জুবিন দা আপুনি এজন ভগৱান ❤️❤️🙏🙏🙏❤️❤️
মানুহৰ মাজৰ দেখোন। ঘৈনিও নহয় মাও নহয় দেউত ও নহয় কাকো নেলাগে তেতিয়া হলে। মানুহ মাজৰ সষ্টিকতা মানুহৰ মাজত তোমাক আগুৰি লব ঐ তোমাক প্রবিলিকৰ চবৰে ৰাষ্ট্ৰাৰ মানুহ তেতিয়া হলে। ভূপেন হাজৰিকাৰ মামা প্রাবিলিকৰ মানুহ আছিল জানো তোমাৰ পিথীৱিৰ খনে হাতৰ তলোৱা হয় আমি বোৰ তোমাৰ নামত নামাত্র হয় সচাকৈ। তেওঁ যাম বাৰু ভগৱান মিলালে 😘🥰❤🤠
একেবাৰে সত্য।
Good 👍 information news that I like that from tinsukia Assam India,
বহুত ভাল লাগিল।
🎉🎉🎉joi jubin da
Zubeen da is a real Hero ❤