১০ মাহৰ মূৰত অৱসৰ বিনোদন জুবিন গাৰ্গৰ, শিৱসাগৰৰ ন-পুখুৰীত বৰশী বালে জুবিনে

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • #NewsLive #ZubeenGarg #AssamNews
    ১০ মাহৰ মূৰত অৱসৰ বিনোদন জুবিন গাৰ্গৰ। শিৱসাগৰৰ ন-পুখুৰীত বৰশী বালে জুবিনে। কাইলৈ বগীবিলত জুবিন গাৰ্গে মুকলি কৰিব কাঞ্চনজংঘা নামৰ জাহাজ। কৰ’না কালত ১২ টাকৈ গান সম্পূৰ্ণ কৰিছে জুবিনে। আহি আছে জুবিন গাৰ্গৰ নতুন ছবি ‘ডাষ্টবিন’। সংস্কৃতিৰ পৰা ৰাজনীতিলৈ বিভিন্ন বিষয়ত মন্তব্য জুবিন গাৰ্গৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 51