Internet speed at our house and how it works - কেনেকৈ কাম কৰে net এ - Dimpu Baruah

แชร์
ฝัง

ความคิดเห็น • 1.9K

  • @neujguy8657
    @neujguy8657 3 ปีที่แล้ว +965

    *কমেন্ট পঢ়া সকলোৰে মা-দেওতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা*

    • @Bip_Das
      @Bip_Das 3 ปีที่แล้ว +3

      😭

    • @wiperprince2666
      @wiperprince2666 3 ปีที่แล้ว +2

      Val lagil tmr comment tu dakhi🥰

    • @AtifAslamVlogs
      @AtifAslamVlogs 3 ปีที่แล้ว +4

      Tkank you

    • @shippo3601
      @shippo3601 3 ปีที่แล้ว +5

      Mathematically possible nhi.

    • @nayanjyotinath2786
      @nayanjyotinath2786 3 ปีที่แล้ว +3

      @@AtifAslamVlogs Why do you open this TH-cam channel using Dimpu's name ? Dimpu already given clarification about this topic and he requested to report this type of channels.

  • @prachurjyakonwar4491
    @prachurjyakonwar4491 3 ปีที่แล้ว +6

    Thank you bro ..anekei ru bhal bhal information di jua

  • @purbajyotiborah
    @purbajyotiborah 3 ปีที่แล้ว +26

    অসমীয়াত বুজাই দিয়া টো ইমান সহজ নহয় ভাল লাগিল দিম্পু দা অসমত এনে TH-cam বাৰ নাই এনেকৈ বুজাই দিয়া টো ভাল লাগে আপোনাক ❤️

  • @misbaullaskar2679
    @misbaullaskar2679 3 ปีที่แล้ว +1

    Love from Hailakandi dimpu da. Your subscriber since 2018

  • @KARINA-li7gr
    @KARINA-li7gr 3 ปีที่แล้ว +63

    T - Shirt ধুনীয়া লাগিছে দাদা..❤️

  • @statusworld65
    @statusworld65 3 ปีที่แล้ว

    Bohut bohut tq dimpu da apunar video bur sai ane bohut nojona kotha janibo paru tq so much❤

  • @crazyaxomiya3736
    @crazyaxomiya3736 3 ปีที่แล้ว +56

    অনুভৱি হিয়াত তোমাৰেই শিহৰণ
    জোনাকী সন্ধিয়াৰ সেমেকা এই মন.,
    উজাগৰি নিশাত তোমাৰেই আগমন
    জোনাকী আকাশত উমলে এই মন..।

  • @riotech8032
    @riotech8032 3 ปีที่แล้ว +1

    Mohjaa lagil video tu part 2 anibo lage broadbandor uporot

  • @Plabitasarmah
    @Plabitasarmah 3 ปีที่แล้ว +63

    তোমাৰ প্ৰতিটো ভিডিঅ'‌ লৈ ৰৈ‌ থাকো, তোমাৰ ভিডিঅ' চাবলৈ নাপালে মনতো ভালে নালাগে। কেতিয়া দিবা কেতিয়া দিবা লাগি থাকে ❤️ Love from Jorhat ❤️

  • @phantom3834
    @phantom3834 3 ปีที่แล้ว

    Thank you dimpu daa notun notun kotha kisuman janilu video tu sai

  • @madhapurassam2300
    @madhapurassam2300 3 ปีที่แล้ว +64

    দিম্পুৰ video Jun a o ata o miss নকৰ a like korok ,ata moi andaz লগাব পাৰিম ।টো আৰম্ভ কৰক আপোনালোকৰ like bor , dok dok sabalaga nai are like korok ।
    Blg ata video t log pam thank you

  • @dipsworldofcollectandshari8227
    @dipsworldofcollectandshari8227 3 ปีที่แล้ว +1

    I am working at shree north east connect as a service engineer.. At Mirza aria.. Its so good to see you are using our connection.. Well done bro..

    • @ajpachani7320
      @ajpachani7320 3 ปีที่แล้ว

      Moiu logam vabisu

    • @vdas1335
      @vdas1335 2 ปีที่แล้ว

      Shree North East
      Worst ISP

  • @shantanukumarkalita4155
    @shantanukumarkalita4155 3 ปีที่แล้ว +9

    1st views❤️ ...❤️ From Nalbari

  • @asraful__4981
    @asraful__4981 3 ปีที่แล้ว +5

    নতুন জ্ঞান পালোঁ। ধন্যবাদ ডিম্পু।

  • @ladenchutia3798
    @ladenchutia3798 3 ปีที่แล้ว +18

    দিম্পুক দিয়া কমেণ্ট বোৰ পঢ়িবলৈ বৰ ৰসাল🥰🥰🥰

  • @villagerboyakram2730
    @villagerboyakram2730 3 ปีที่แล้ว +1

    Dimpu da aponar video sai bohut2 nojona kotha janibo pari. Thank you dimpu da love from darrang ❤️❤️

  • @gyandeep___
    @gyandeep___ 3 ปีที่แล้ว +27

    𝚃 𝚜𝚑𝚒𝚛𝚝 টো মজা লাগছি ডিম্পু দা অসম 💚

    • @gaminghub5395
      @gaminghub5395 3 ปีที่แล้ว

      Mur Nam u gyandeep

    • @gyandeep___
      @gyandeep___ 3 ปีที่แล้ว

      @@gaminghub5395 😌💖

    • @gyandeep___
      @gyandeep___ 3 ปีที่แล้ว

      @@gaminghub5395 😌💖

    • @rajdeepjr4748
      @rajdeepjr4748 3 ปีที่แล้ว +1

      😅

    • @gyandeep___
      @gyandeep___ 3 ปีที่แล้ว

      @@rajdeepjr4748 🙂🙂😌

  • @rintumanikalita4661
    @rintumanikalita4661 3 ปีที่แล้ว +4

    Bohut val lagil...thanks Dimpu❤

  • @tanishahamed3307
    @tanishahamed3307 3 ปีที่แล้ว +22

    Love this product is most important thing is that it was able and willing to work.... really dimpu daaa tumi...🔥🔥😱😱😱

  • @nilotpalsarma792
    @nilotpalsarma792 3 ปีที่แล้ว +2

    ভাল লাগিল জানিব পাই। Thank you Dimpu Da

  • @crazytfe2498
    @crazytfe2498 3 ปีที่แล้ว +137

    Dimpu দা যিবিলাক মোবাইলৰ ২টা ৩টা ৪টা কেমেৰা থাকে সেই কেমেৰা গোটেই কেইটা কাম কৰেনে এইটো বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাব

    • @b2y84
      @b2y84 3 ปีที่แล้ว +4

      3 ta camera
      1 ta wide angle
      1 ta ultra wide angle
      1 ta macro
      Aro 1 ta sensor

    • @abinashpathori2456
      @abinashpathori2456 3 ปีที่แล้ว +3

      Right dimpu da bonabo sun

    • @sanjibadhikary001
      @sanjibadhikary001 3 ปีที่แล้ว +4

      Hbo dilok bonam

    • @dipankarbora8435
      @dipankarbora8435 3 ปีที่แล้ว +1

      Kore oo😂😂

    • @phulenpadun678
      @phulenpadun678 3 ปีที่แล้ว

      Gutei khini Kam nkre

  • @manishneog9595
    @manishneog9595 3 ปีที่แล้ว +2

    I was looking for this information from a long time ... finally today I got your video
    Thanks Dimpu Da ❤️

  • @Ruhulstatus
    @Ruhulstatus 3 ปีที่แล้ว +14

    DIMPU BARUAH 2 MILLION COMING SOON STAY TURNED LOVE 💜💯💯👍❤❤❤

  • @user-hi5zc3go5q
    @user-hi5zc3go5q 3 ปีที่แล้ว +2

    বহুত কিছু জানিলো Dimphu Da.. ভাল লাগিল 😃🤗

  • @himrajyt7079
    @himrajyt7079 3 ปีที่แล้ว +6

    Pubg main। Kun kun pubg lovers ase iyat✌🏼

    • @gamelover3072
      @gamelover3072 3 ปีที่แล้ว +1

      Apuni borhiya khele pubg। Moi sodai live sau sir♥️♥️

    • @shortsgaming7165
      @shortsgaming7165 3 ปีที่แล้ว +1

      Bhai big fan♥️ pubg main। Live sai val lage apunar

    • @himrajyt7079
      @himrajyt7079 3 ปีที่แล้ว

      @@gamelover3072 tq u bhai ♥️

    • @himrajyt7079
      @himrajyt7079 3 ปีที่แล้ว

      @@shortsgaming7165 tq u bhai♥️

  • @suvambasumatary4989
    @suvambasumatary4989 3 ปีที่แล้ว

    Apuni bohut dhuniya koi explain kore daa Good Job

  • @assamvillager1
    @assamvillager1 3 ปีที่แล้ว +163

    অহা বছৰ বিয়াখন পাতিবই লাগিব!
    মায়ে ওচৰৰ খুৰিৰ লগত অকলে অকলে আৰু কাজিয়া কৰিব নোৱাৰা হৈছে। 😂

  • @sandweepdas7459
    @sandweepdas7459 3 ปีที่แล้ว

    Sid talk t bohut din agote a koisil . Kotha khini . Apunar bohut kotha mile Sid talk r logot .👍👍

  • @allassamzdrofficial1906
    @allassamzdrofficial1906 3 ปีที่แล้ว +7

    Dada
    তুমি সচাকৈ মহান তুমি ভগৱান তুমি বছৰ বছৰ জীয়াই থকা 🙏🙏🙏🙏🙏❤ 👍❤❤

  • @moinkhanofficial9571
    @moinkhanofficial9571 3 ปีที่แล้ว +2

    Dada bohuuuut nojona kotha janibo parilu dhoinnobad dimpu da nd love you ❤️

  • @motiburali2915
    @motiburali2915 3 ปีที่แล้ว +4

    Mojja vedio and interesting fact 😇❣️✨🙂

  • @deepakbarman4195
    @deepakbarman4195 3 ปีที่แล้ว

    ধন্যবাদ dimpu দা,কথা খিনি ভালদৰে বুজাই দিয়াৰ বাবে 🥰

  • @nknassir6680
    @nknassir6680 3 ปีที่แล้ว +106

    লাইক কৰা ভিডিঅ ছোৱা কমেন্ট কৰা সকলোৰে মা-দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা কৰিলো।

  • @tukuborovlog7911
    @tukuborovlog7911 3 ปีที่แล้ว

    Dimpu da video sai bohut dhuniya lagy tumar moy aru anykuwai aguwai jai thank k

  • @mriduray9332
    @mriduray9332 3 ปีที่แล้ว +3

    Next level dimpu da

  • @tscreation.3306
    @tscreation.3306 3 ปีที่แล้ว +1

    aji first gom palu fiber ******* cable r kotha . thanks dimpu daa ...

  • @bhaskarray9954
    @bhaskarray9954 3 ปีที่แล้ว +7

    Moi prothom like duli

  • @bhaskarboro2722
    @bhaskarboro2722 3 ปีที่แล้ว +1

    Informative... janibo laga

  • @ritomdutta4110
    @ritomdutta4110 3 ปีที่แล้ว +4

    Mojja dimpu daa🤘🤘🤘

  • @rittikgogoi1537
    @rittikgogoi1537 3 ปีที่แล้ว +1

    Interesting dimpu da vl lagil aru enekuwa video bonabo plz

  • @RubenMahanta0101
    @RubenMahanta0101 3 ปีที่แล้ว +6

    Moja Tamm ❤️❤️👍👍

  • @nvayt7668
    @nvayt7668 3 ปีที่แล้ว

    dada ata video bonuk ami kanaka dubai pora gari akhon india la anibo paru . bonala kabo subscriber ata a suggest korisil buli . love you dimpu da ❤️

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial 3 ปีที่แล้ว +29

    Internetৰ মাজত শুমাই থকা শব্দটো হ'ল Dimpu দা
    Dimpu দাৰ্শনিক বাবে এয়া টিপচহী

  • @saraswatiborahvideos4853
    @saraswatiborahvideos4853 3 ปีที่แล้ว

    ভি,ডি ,অ টো চাই নজনা কথা সিকিলো ।।ভাল লাগিল ধন্যবাদ Dimpu .

  • @blackbox2903
    @blackbox2903 3 ปีที่แล้ว +21

    সুন্দৰ ককাইদেউ ❤️👍🏻

    • @mkakati758
      @mkakati758 3 ปีที่แล้ว +1

      হয় খুৰা

  • @arindramgogoi1917
    @arindramgogoi1917 3 ปีที่แล้ว +2

    নজনা কথা জানিবলৈ পালোঁ। ভাল লাগিল

  • @manas_17__
    @manas_17__ 3 ปีที่แล้ว +6

    6:30 min 🐮🐮🐮 Love you Dimpu da❤❤❤

  • @user-de7ls4so5g
    @user-de7ls4so5g 3 ปีที่แล้ว +1

    ২০ টা লাখটকীয়া স্বাস্থ্য টিপছ:-
    ১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।
    ২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব।
    ৩) পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।
    ৪) দৈনিক পাছ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।
    ৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।
    ৬) হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।
    ৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।
    ৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।
    ৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।
    ১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।
    ১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।
    ১২) বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা / কণিষ্ঠ আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।
    ১৩) পেটৰ চৰ্বী কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।
    ১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।
    ১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।
    ১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।
    ১৭) দৈনিক এগিলাচ ডালিমৰ জুইছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।
    ১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।
    ১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।
    ২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।
    এই শুভ বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ বিলাই দি জীৱন অমূল্য কৰাৰ সহায়ক হওঁক।
    ভাল ভাল পোষ্টৰ পাবৰ বাবে পেজটো লাইক কৰিব আৰু শেয়াৰ কৰিব।
    ধন্যবাদ
    Health Tips in Assamese

  • @pbnuralomvigo2209
    @pbnuralomvigo2209 3 ปีที่แล้ว +6

    A mojja 🔥🔥

  • @asfilms8142
    @asfilms8142 3 ปีที่แล้ว +1

    Dhunia kota ata gol palu... Dimpu da ❤❤ you are great😊

  • @daudebrahim9586
    @daudebrahim9586 3 ปีที่แล้ว +12

    Your T shirt is osm our Assam is in the shirt 🤣🤣
    😂😂👍👍👍👍

  • @babulbharali5248
    @babulbharali5248 3 ปีที่แล้ว +1

    Bhal lagil video tu sai ☺️

  • @rajprotim8254
    @rajprotim8254 3 ปีที่แล้ว +6

    হে দোস্তো! 💕

  • @benudhardas3036
    @benudhardas3036 3 ปีที่แล้ว

    Dimpuk bahut bahut dhanyabad internet connection bujai diyat babe

  • @bhanitamalakar7544
    @bhanitamalakar7544 3 ปีที่แล้ว +7

    এইখিনি কথা ছাৰেও প্ৰায় এনেকৈয়ে বুজাইছিল ❤️

  • @pankajnath5577
    @pankajnath5577 3 ปีที่แล้ว

    Dimpu da moio ejon optical fiber warker so optical fiber bikhoye eman kower babe thnx love you dimpu da

  • @kaushikboro460
    @kaushikboro460 3 ปีที่แล้ว +5

    Mojja

  • @davidbora6415
    @davidbora6415 3 ปีที่แล้ว +1

    What a amazing video Dimpu Daa very very thank you 💞💞💞

  • @debasishbharati1265
    @debasishbharati1265 3 ปีที่แล้ว

    You are great youtuber Dimpu da,ajiloi buji pwa nslu how can we get internet,but apuni vlkoi bujai dle,aibar teacher's day t apunako 'Happy Teachers Day' dim

  • @bmvlgs2075
    @bmvlgs2075 3 ปีที่แล้ว +6

    Next level ♥️

  • @kartikroydas6895
    @kartikroydas6895 3 ปีที่แล้ว

    I,am, Mumbai,bangali,boy,big, fan god, bless you bro, congratulation you are upcoming video you are so humble person not shoes always sleeper use and your video mind blowing

  • @asif8589
    @asif8589 3 ปีที่แล้ว +10

    Dimpu da 🔥🔥🔥

  • @BiswajitDas-xf3pb
    @BiswajitDas-xf3pb 3 ปีที่แล้ว +2

    Wow.. Very informative 😍
    Great work Dimpu da

  • @devajitdeka8519
    @devajitdeka8519 3 ปีที่แล้ว +4

    Dimpu daa.. Mane moi ata chenel khulim buli vabisu to apunar pora olp xhai lage

  • @youthiconofficial9399
    @youthiconofficial9399 3 ปีที่แล้ว +2

    Nice video dimpu da

  • @Umacharan_H
    @Umacharan_H 3 ปีที่แล้ว +3

    Wow ping2 hle manisu o Dimpu daa high quality 🤟🤟🤟

  • @gohaindawo7723
    @gohaindawo7723 3 ปีที่แล้ว

    ধুনীয়া হৈছে ডিমপু দা

  • @srgamer1247
    @srgamer1247 3 ปีที่แล้ว +3

    Dada amar ghort krbi anglongt paharia oncholt kintu eiat net npai,eiat wi fi connection kribo parim ne,dada plz jonabo sun 🔥🔥apunar uttor loii bat sai asuu🙏🙏🙏plz jnaboo🔥🔥❤️❤️❤️

  • @RRVlogs-143
    @RRVlogs-143 3 ปีที่แล้ว +1

    I requested you @Dimpu da internet tu kitiya ba kiyo distrub hoi tar uporot eta video bonabo

  • @viveksgallery
    @viveksgallery 3 ปีที่แล้ว +6

    shreenortheast connect moio use kori asu ghy t but maje maje problem diye

  • @balindas4916
    @balindas4916 3 ปีที่แล้ว +1

    Smart gel jindabad..........my fvrt pen

  • @ankursaikia_
    @ankursaikia_ 3 ปีที่แล้ว +5

    পৰীক্ষা বাতিল কাৰণে video বনাওক dimpu da🙏✊

  • @sjyotigogoiofficial6976
    @sjyotigogoiofficial6976 3 ปีที่แล้ว

    Tumar veido bur bohut bhal lage.🙏🎊🎊🎊💐

  • @bikashbora2143
    @bikashbora2143 3 ปีที่แล้ว +4

    Love from Marigaon ❤️❤️❤️

    • @jutishbora1285
      @jutishbora1285 3 ปีที่แล้ว +1

      Same to you❤

    • @ytstts
      @ytstts 3 ปีที่แล้ว

      Sme bro

    • @jutishbora1285
      @jutishbora1285 3 ปีที่แล้ว

      Bro mur Chanel Tu suchcribe kora 🙏

    • @ytstts
      @ytstts 3 ปีที่แล้ว

      @@jutishbora1285 nokoro...😅

    • @jutishbora1285
      @jutishbora1285 3 ปีที่แล้ว

      @@ytstts kunu kotha nai

  • @palkistudio7651
    @palkistudio7651 3 ปีที่แล้ว

    Dimpu da ... Eitu krile kimn mn khoros hoi bru jonabosun??... Bki apunar vdo sai bht vl lage ... Ru aguwai jauk apuni ❤

  • @KRISHNATRADINGACADEMY
    @KRISHNATRADINGACADEMY 3 ปีที่แล้ว +3

    🔥🔥🔥

  • @debasishcreation6249
    @debasishcreation6249 3 ปีที่แล้ว +1

    T shirt Tu bhal lagese
    Kor pora anisa love from nagaon❤❤❤

  • @ajayrai2544
    @ajayrai2544 3 ปีที่แล้ว +5

    মজা👏👏👏👏👏👏👏

  • @pulakkumarrouth9127
    @pulakkumarrouth9127 3 ปีที่แล้ว

    Dimphu Bhai Tmr doorrrr ott eta football plyrr stckrrr asa.niki na paint tar mane tmi football bahaut bhal na bhai..❤ love u frm Moon😋

  • @Ruhulstatus
    @Ruhulstatus 3 ปีที่แล้ว +5

    Those people who read this comment I wish there father and mother will alive 💯more then year....

  • @dipumonibora682
    @dipumonibora682 3 ปีที่แล้ว

    Nice networking class , dimpu

  • @ruhiltechnical9794
    @ruhiltechnical9794 3 ปีที่แล้ว +3

    Interesting ❤️

  • @nayanmoninath5676
    @nayanmoninath5676 3 ปีที่แล้ว +1

    Moi apunak bohut val paw i love you dimpu da 💗💗💗

  • @akash_xyz6420
    @akash_xyz6420 3 ปีที่แล้ว +11

    😊😊"""Interesting Video"""😊😊

  • @gamestore945
    @gamestore945 3 ปีที่แล้ว +1

    999+ Problem solved...😊😊 tq

  • @bijaytudu534
    @bijaytudu534 3 ปีที่แล้ว +7

    Net j ketiaba ketiaba slow hoi Jai tar karon2 ki baru kny k hoi slow???

    • @vdas1335
      @vdas1335 3 ปีที่แล้ว +1

      Traffic besi hole net slow mare

  • @obgxborogaming1397
    @obgxborogaming1397 3 ปีที่แล้ว +1

    Hoi diyok ping bahut important.👍❤️

  • @syvankeet4228
    @syvankeet4228 3 ปีที่แล้ว +4

    Hii Dimpu Da moi apunar bohut dangor faan!!!!

  • @geetarthakashyap1637
    @geetarthakashyap1637 3 ปีที่แล้ว +1

    Dimpu da olop mam Janta bhabhan bujai diok sun explaination koti diok sun request apunar pora Guwahati janta bhabhan🙏🙏

  • @SantanuDutta55
    @SantanuDutta55 3 ปีที่แล้ว

    Next level 👍 video jurhat or pora Sai su dimpu

  • @petpuha
    @petpuha 3 ปีที่แล้ว +50

    দিমপু দা কি খবৰ..মোৰ কমেন্টটো পঢ়িব আশা কৰিলো

  • @mousam212
    @mousam212 3 ปีที่แล้ว

    Moja explaination Dimpu da!

  • @Entertainment-iw3uz
    @Entertainment-iw3uz 3 ปีที่แล้ว +6

    Installation r vdo ata dibo parile.

  • @ankitadeka1592
    @ankitadeka1592 3 ปีที่แล้ว +1

    dimpu da tumar video sai iman val lage😍😍

  • @axomkaushik7955
    @axomkaushik7955 3 ปีที่แล้ว +6

    Dada তুমি জুই ❤️🙏
    মোকো অলপ support koribo 🙏🙏

  • @ramuthapa3683
    @ramuthapa3683 3 ปีที่แล้ว

    Apunar room Tu dunia lgise🥰

  • @AbhilashBora
    @AbhilashBora 3 ปีที่แล้ว +9

    TR 1 or cable daal sigile digdarei ase sun he 😀
    Btw maahe kimn dbo lge he

    • @rkbora761
      @rkbora761 3 ปีที่แล้ว

      300 Niki 50 MB/s.

  • @kishoradhikary719
    @kishoradhikary719 3 ปีที่แล้ว

    Very good demonstration . Hope viewers are satisfied.

  • @cx5435
    @cx5435 3 ปีที่แล้ว +12

    দাদা বোৱাৰী এজনী কেনেকৈ পুখুৰীত জপিয়াই ভাইৰাল হ'ব পাৰে,, ভিডিঅ এটা বনাবচোন

    • @padumikathar2093
      @padumikathar2093 3 ปีที่แล้ว +2

      Haahaa... এইটো o kiba news হ'ল নে ... Taku news লাইভ ত | হাঁহি উঠা কথা দেই |

  • @rahulkantavlogs9356
    @rahulkantavlogs9356 3 ปีที่แล้ว

    Tq dimpu da. ...aji net or bisoi ...kiba xikilu ...👍 Tq so much ❤️❤️