Nai Moi Inei. Status Video Bonau . Mur Professional Channel Nai Dey. Aru Aitu Mur Friend r Account Hoi Suwali Bondhu. Mur Account Beleg Hoi. (iKbal MiX 50 50) Buli Asey Channel 🙏🏻🙏🏻
ধন্যবাদ জানাইছি। ভাল মানেৰ চাৰা আমাদেৰ কাচেও আছে । My address is Village: Kadamtala P.O. Nichalamari Dist. Baksa (Assam) Pin 781349. If your District is Barpeta, you can go to Barpeta Nursery.
👍
❤️❤️
Good...
❤
Nice information bro
Nice video sir
Very nice
Nice video
Tamam
Mza
Val lagil
Thanks dada
Vl lagil sai👍
Thanks
ভাল লাগিল। সুন্দৰকৈ উপস্থাপন কৰিলে
নমস্কাৰ ,আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Nice one sir
Mojjjaaaaaa
বৰ ভাল লাগিল ।
নমস্কাৰ ,আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Borhiya
❤❤❤
Thank you
Bohut. Bhal. Lagil
আপোনালৈ অশেষ ধন্যবাদ।
Bahut Val lagil sir
Thanks a lot.
สุุดยอด
Thanks a lot
Dada bujilu etia he dhonyobad
Moja 😊
Thanks
Sundor bro
ধন্যবাদ
সুন্দৰ ভাল লাগিল দেই
ধন্যবাদ বাইদেউ
খুব সুন্দর আম গাছ গুলো দাদা ভাই
ধন্যবাদ জানাইচি।
🌱
Maja
ধন্যবাদ
ধন্যবাদ
ভালো হয়েছে ভিডিও টা ভাই জান আমি তুমার বদ্ধ হয়েছ তুমি আমার বদ্ধ হয়েছ
🌹🌹🌹🌹🌹💐💐💐💐🌺🌺🌺🌺🌺🌺🌺🌺💐💐💐🌹🌹🌸🌸
কৃষি ও মানুষ চেনেলের পখ থেকে ধন্যবাদ
ধন্যবাদ জানাইছি । I need your friendship and support. Thanks
Nice 🥭 grafting technique 👌👏
Nice dada
A mojjjjj
Awesome
Thanks a lot. Please keep watching G Advice.
আপোনাৰ কিবা channelআছে যদি মোক লিঙ্কটো দিব ।
Nai Moi Inei. Status Video Bonau . Mur Professional Channel Nai Dey. Aru Aitu Mur Friend r Account Hoi Suwali Bondhu. Mur Account Beleg Hoi. (iKbal MiX 50 50) Buli Asey Channel 🙏🏻🙏🏻
Apnar nursery tu kun jaate hoi sir
My Nursery is at Kadamtala, Kritiman Green Nursery. Village: Kadamtala, P.O. Nichalamari, Dist: Baksa Pin : 781349
Thnk u sir
ভাল লাগিল
@@gadvice1982 উম
Nice
Vary 'nice 'video
Thanks
@@gadvice1982 aaaaaA
দাদা বীজাণু নাশক হিচাপে চেনিতাইজৰ ব্যৱহাৰ কৰিব পাৰি নেকি জনাব ।
হয়, পাৰিব।Ethanol I.P. 70 % বেছিভাগ চেনিতাইজাৰতে থাকে। ধন্যবাদ।
ভাই এই জাগার কোথাই জানতেপারি ভাল মানের চারা কোথাই পাওয়া যাই আমাকে জানাইবেন ভাই
ধন্যবাদ জানাইছি। ভাল মানেৰ চাৰা আমাদেৰ কাচেও আছে । My address is Village: Kadamtala P.O. Nichalamari Dist. Baksa (Assam) Pin 781349.
If your District is Barpeta, you can go to Barpeta Nursery.
very nice sir
Thanks
Aamar Narikal adal aase 20 r pora 25 foot oukha hobo. Thok pore nathake ! Ki koribo lagibo upai dibone?
আপোনাক আদৰণি জনাইছোঁ।
নাৰিকল গছৰ তেনেধৰনৰ সমস্যা প্ৰায়ে দেখা যায়। তলত দিয়া কামখিনি কৰিবচোন---
১) গোটেই নাৰিকলজোপা পৰিস্কাৰ কৰি নিমখ চতিয়াই দিব।
২) প্ৰায় ৩ ফুট দুৰেৰে গছজোপাৰ চাৰিওফালে ১ফুট গভীৰকৈ গাঁত খান্দি ১০০ গ্ৰাম Borax(সুৱগা) +১০ কেজি কেঁচুসাৰ অথবা শুকান গোবৰ + নিম খলিহৈ (Neemcake powder) ১০০গ্ৰাম +২০০ গ্ৰাম চূণ +
ইউৰিয়া, চুপাৰ, পতাচ, তিনিওটা মিলাই ৫০০গ্ৰাম দিব।
এই গোটেইখিনি মিহলি কৰি গাঁতটোত ভৰাই ওপৰত মাটি দিব।
ইয়াৰে গোটেইবোৰ যদি গোটোৱাত অসুবিধা হয় তেতিয়াহ'লে গোবৰ+ সুৱগা+ চূণ+DAP 500gm দিব।
ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আগলৈ যোগাযোগ ৰাখিব।
কি মাহত কৰিলে বেছি ভাল ?
আপোনাক আদৰণি জনাইছোঁ। আমৰ যোৰাকলম জুন, জুলাই, আগষ্ট আৰু চেপ্তম্বৰ মাহত কৰিব পাৰি। মই সময় পালে যিকোনো মাহতে কৰো কিন্তু শীতকালত সফলতা কম।
@@gadvice1982 নিশ্চয় চেষ্টা কৰি চাম,তথ্যখিনি জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো !
Finally mul gas dalei rubo lagibo ne Akal agg Dal rubo lagibo
ধন্যবাদ, এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন । আগডাল যোৰা দিয়াৰ পিছত গোটেই গছজোপাই ৰুব লাগিব।
dada amar barit jibur jote tote gutir pora goja puli thake tene bur pulir logot ene dhoronor grafting korile success hom ne baru?
হয়, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। যিকোনো পুলিতে কৰিব পাৰি। ওপৰত যোৰা দিব লগা আগটোহে ভাল জাতৰ হব লাগে। ধন্যবাদ জনালোঁ।
Very nice
Thanks
Uporor dal tu kenekua hbo lgibo
Please mail me my I'd gakulhaloi83@gmail.com and add your what's app no please
Aponar nursery ase neki? Kat ase jonabosun
হয়, সৰু এখন নাৰ্চাৰী কৰিছো। কৃতিমান গ্ৰীণ নাৰ্চাৰী & অৰ্কিড গাৰ্ডেন, কদমত'লা, বাক্সা, অসম ৭৮১৩৪৯
My what's app number 9864400318
আপোনাৰ কটাৰীখন ভাল দৰে নাকাটে।কলমৰ কাম কৰিলে ভাল কটাৰী লাগে।যিটো কাটিব যাতে এবাৰতে কাট খায়।।
ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Moi Jitu Pulit Gos r Aag Dal Jura Dim Heitu Okol Aamor Puliye Hobo Lagibo Ney Tolot Thoka Side Tu. Ney Beleg Kisuman Horu Pulitu Logaley Huwar Hombhabona Asey Ney.
Please Uttar Dibo🙏🏻🙏🏻
আপোনাৰ প্ৰশ্নটো সচাকৈয়ে গুৰুত্তপূৰ্ণ।ধন্যবাদ জনালোঁ।
আমি একেজাতীয় গছত একে আগ যোৰা দিব লাগিব। ধৰি লওক এটা আমগছৰ পুলিত আমি বেলেগ জাতৰ আমৰ আগ( থাই ভেৰাইতি/ all time Mango/ ৰহৰহীয়া আম আদি) যোৰা লগাব পাৰো। কিন্তু আমৰ গছত কঠাল বা আন্য গছৰ যোৰাকলম কৰা কঠিন।(অৱশ্যে চাইনা সকলে একে গছতে বেলেগ বেলেগ গছ যোৰা দিয়া video চাইছো।)মই এতিয়ালৈ তেনে পৰীক্ষা কৰি চোৱা নাই। চাব লাগিব।
আগলৈ আৰু প্ৰশ্ন , পৰামৰ্শ আশা কৰিলো।
Dhanyabaad Thakil Apunaloi. Iman Dhuniya Uttar Diyar Babey. Apunar Proti Comments r Uttar Moi Saisu Bohut Dhuniyakoi Bujai Disey Apuni.😁😁😁🙏🏻🙏🏻🙏🏻
মোৰো বহুত ভাল লাগিল। ধন্যবাদ।
মোৰ যোৰা কলমৰ ৫জোপা আছে এতিয়া এজোপা তে কেইবাবিধো থকা লাগিছিল পামনে বাৰু
হয়, পাব কিন্তু ৩ মাহ পলম হব, মই বেলেগ বেলেগ ১০ জোপা কৰিছো । পোখা মেলিব ধৰিছে। (বৰ্তমানৰ বাবে ক্ষমা কৰিব)
Video টো চাই ভাল লাগিল ।কৰি চাব লাগিব । পুলিটো ৰ'ড নে ছাঁ পৰা ঠাইত থব লাগিব ? কিমান দিনৰ পিছত ফল ধৰিব ? উত্তৰ লৈ অপেক্ষা কৰিলোঁ ।
ধন্যবাদ জনালোঁ।
আমি সাধাৰনতে পুলিবোৰ Green house ত ৰাখো। ৰ'দ পৰা বৰষুণ নপৰা ঠাইত ৰাখিব পাৰিলে ভাল । নহলে এটা পলিথিনেৰে ঢাকি থব।(কলম কৰা পুলিটোত পানী দি থাকিব)। আপুনিও কৰি চাওক; সফলতা নিশ্চিত।
Good
. G kuno folor gosotei enekuwa jora kolom dibo pari ne??
সুন্দৰ প্ৰশ্ন,
যিকোনো বুলি কলে হয়তো ভুল হ'ব। তথাপিও বেছিভাগ ফলৰ গছতে যোৰাকলম কৰিব পৰা যায়--বগৰী, কমলা, জাম, মৌচুমী, মালটা, মধুৰীআম ,
কঠাল, চপেটা, কাৰ্জি, নাচপতি, ডালিম, কৰ্দৈ, আঙ্গুৰ আদিত সহজতে হৈ যায়।
আমাৰ ঘৰতে বহুত ধুনীয়া আছে কলি পৰাই মিঠা আৰু ডাঙৰো হয় মই ৰুই চাম এইবাৰ এই ধৰনে
হয়, কৰিব।
ওচৰত হলে মই ও কেইটামান ডাল আনিলোঁহেঁতেন।
Dada adin contact grafting kori dekhabo son😊
জোৰা কলম পদ্ধতি কোন মাহত কৰিলে ভাল হয়
আন্তৰিক ধন্যবাদ, February, Murch, April আৰু September, October.
যোৰা কলম delivery হব নে
আপোনাৰ ঠিকনা জনাবচোন, 4 দিনমান কাৰ্টনৰ ভিতৰত ৰাখিব পৰা যায়। আৰু যদিহে আপোনাৰ ওচৰে-পাজৰে( 10/15 km ভিতৰত) নাৰ্চাৰী আছে তেতিয়ালে তাৰ পৰাই লব, তেতিয় পুলিটোই কষ্ট নাপাব। ধন্যবাদ।
দাদা, প্ৰথম কথাটো হ'ল- গ্ৰাফ্টিং কৰা পুলিটোৰ বয়স কিমান হ'ব লাগিব? দ্বিতীয়তে আপুনি বীজানুমুক্ত ঔষধটোযে ব্যৱহাৰ কৰিছে সেইটোৰ নাম কি? আশাকৰো আপুনি নিশ্চয় মোৰ প্ৰশ্ন দুটাৰ উত্তৰ দিব।ধন্যবাদ
প্ৰথমে আপোনাক আদৰণি জনাইছোঁ লগতে আপোনাৰ প্ৰশ্নদুটাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
১/ পুলিটোৰ বয়স ১ৰ পৰা ৩ হলে ভাল।
২/ মই ব্যৱহাৰ কৰা বীজাণুমূক্ত ঔষধটোৰ নাম NIKS Isopropyl Alcohol. ( Online purchase from amazon) 25% পানী আৰু 75% Alcohol মিহলি কৰি লৈছো।
আগলৈও আপোনাৰ দিহা পৰামৰ্শ আৰু প্ৰশ্ন আশা কৰিলো।
ধন্যবাদ।
Grand salute to you sir, for ur valuable advice.
Thanks a lot
Good Question And Thanks For Answering
@@gadvice1982 দা দা পুলিটোৰ বয়স ১ ৰ পৰা ৩ বুলি কলে।মাহ নে বছৰ হ'ব লাগে ?
Aapka cont no dijiye sir
OK My what's app+ contact No. 9864400318
Very nice.
Please mention your location.
I will attend your nursery.
From
Tezpur.
Kritiman Green Nursery, Kadamtala
098644 00318
g.co/kgs/wVzp4Ky
Thanks a lot sir
কি মাহত কলম দিব লাগে
জুন, জুলাই, আগষ্ট বহুত ভাল সময়।
Kot pam
আপোনাৰ ওচৰত যদি নাৰ্ছাৰী আছে। Can I get your address please.
আপোনাৰ ওচৰত যদি নাৰ্ছাৰী আছে। Can I get your address please.
আপোনাৰ ফোন number diba mor alap katha asa
9864400318
Val lagil
Thanks
Nice video
Thanks bro
❤️
Nice video
Thanks a lot
Val lagil