বানপানীৰ কাৰণ বুজি দিল্লীৰ পৰা খালী হাতে উভতিল মুখ্যমন্ত্ৰী

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • #graphiccontent
    কেন্দ্ৰৰ প্ৰতাৰণাৰ পাছত বানক লৈ নিচুকনি হিমন্ত বিশ্ব শৰ্মাৰ। ১০ বছৰ পাছত অসমৰ বানৰ কাৰণ বুজিলে মোদী চৰকাৰে। বানপানীৰ কাৰণ বুজি দিল্লীৰ পৰা খালী হাতে উভতিল মুখ্যমন্ত্ৰী। সান্ত্বনা লৈয়ে অসমবাসীক বুজনি দিয়াৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ।
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 126

  • @kinaramdas5198
    @kinaramdas5198 2 หลายเดือนก่อน +32

    দিল্লীত গৈ অসমৰ বানপানীৰ কথা কবলৈ গৈ তিনি দিন কাৰ কাৰ ভৰিত ধৰিলে আৰু তেওঁলোকে আপোনাক কিমান গালি দিলে সইটো জনালে অসমৰ জনতাই আপোনাক ক্ষমা কৰি আকৌ অহাবছৰ আপোনাক ভোট দি মুখ্যমন্ত্ৰী আসনত অধিস্থিত কৰিব।

  • @GaneshTamuli-qy2no
    @GaneshTamuli-qy2no 2 หลายเดือนก่อน +16

    বাপেৰৰ মুৰাতো ।কথা কব লাগে বুলি কলেই নহব ।ৰাইজ ইমানু বুব্বক নহয় । বাৰে বাৰে টেঙা আম বিক্ৰী কৰিব ৰাইজে কিনিব ।

  • @taradoi7957
    @taradoi7957 2 หลายเดือนก่อน +30

    অসমত বানপানী কিয় হয় কেন্দ্ৰই ভাল বিশ্লেষণ কৰিছে । ধন্যবাদ বিজেপি চৰকাৰ । হাঁহি উঠিছে তেওলোকৰ বিশ্লেষণ দেখি ।

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 2 หลายเดือนก่อน +18

    দহ বছৰৰ মূৰত যেনিবা এইবাৰ প্ৰধান মন্ত্ৰীক অসমৰ বানপানীৰ বিষয়ে বুজাব পাৰিল আঐ ।বৃত্তমন্ত্ৰীৰ প্ৰতিবেন মন্থন কৰি অমৃত বাহিৰ কৰিল।ৰ্নিলয্য।

  • @utpalgoswami1990
    @utpalgoswami1990 2 หลายเดือนก่อน +27

    বুঢ়া আঙুলি চুপি থাকক । আপুনি আমাৰ অসমীয়া মানুহক মূৰ্খ বুলি ভাবি আছে । সঁচা, আমি মূৰ্খ মানুহ নহ'লে এনে এটা মিছলিয়া দলক জিকিবলৈ সহায় নকৰিলেহেতেন নহয় ?

    • @rohitdutta3064
      @rohitdutta3064 2 หลายเดือนก่อน +1

      You are right 100%

  • @violeenalaskar3742
    @violeenalaskar3742 2 หลายเดือนก่อน +15

    কপিলী ৰ বান কোন বাহিৰা দেশৰ পানী।ঠগামিৰ এটা সীমা আছে।

  • @AjitChetia-g7w
    @AjitChetia-g7w 2 หลายเดือนก่อน +25

    ধূনীয়া বুজনি আকৌ এবাৰ ্্্্্্্

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 หลายเดือนก่อน +1

    মোদীৰ বাবে অসমৰ বিজেপি চৰকাৰ খন যে ভালুকৰ খাঙী হে যেন হৈছে সেইটো ভালদৰে বুজি উঠিছে এই বানপানীৰ সময়ত যে এটকাও নিদিলে মোদী চৰকাৰে। অসমৰ জনসাধাৰণে বুজি পাইছে ।

  • @saikiaRajib-vx1sg
    @saikiaRajib-vx1sg 2 หลายเดือนก่อน +9

    বানপানীৰ ৰচনা ভাল হৈছে দেই

  • @AjitChetia-g7w
    @AjitChetia-g7w 2 หลายเดือนก่อน +11

    বা বা আমিও এতিয়া বুজি পাইছো ।

  • @anukulrabha5766
    @anukulrabha5766 2 หลายเดือนก่อน +32

    ধিক্কাৰ হিমন্তক , বুদ্ধু হিমন্ত ।

  • @kishoridas6447
    @kishoridas6447 2 หลายเดือนก่อน +14

    আমি বাজেট বক্তৃতা শুনিছোঁ।আমাৰ মুখ্যমন্ত্ৰীৰ কাম নাই।তেল মৰা কথা। যিয়ে নহওক বাজেটত অসমৰ বানপানীৰ এটা বাক্য আছে।সেয়াই যথেষ্ট। ধিক অসম চৰকাৰ।

  • @manojtalukdar6647
    @manojtalukdar6647 2 หลายเดือนก่อน +13

    কথাতে আছে "" বুজাক বুজাব আকাৰে ইঙ্গিতে আৰু নজনাক বুজাব ধাৰা চাপৰেৰে 👋🤚
    @ বাহিৰৰ পৰা অহা পানীক কাঁইটীয়া তাৰেৰে বাধা দিয়াহে কথা নতুবা বাহিৰৰ দেশতে আবন্ধ কৰি ৰাখিব লাগে , পানীক ক'ব লাগে অসমলৈ নাহিবি 😋😋😋
    "গো বেক পানী,
    পানী গো বেক"
    ধ্বনি দি আন্দোলন 💪কৰাৰহে কথা 😋😋😋
    বিহাৰলৈও নেপালৰ পৰা পানী আহে সেয়া কি ৱাটাৰ নেকি 👹 ⁉️⁉️⁉️

  • @binoykalita7597
    @binoykalita7597 2 หลายเดือนก่อน +13

    প্ৰথম বাৰৰৰ বাবে অসমৰ বানপানী বিষয়ে কেন্দ্ৰীয় চৰকাৰে অবঘত হোৱাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ
    টুপীটো বৰ ভাল নহল

  • @harikalita2461
    @harikalita2461 2 หลายเดือนก่อน +10

    যদি নিজৰ পানি নহয় বাহিৰৰ পানি আহিব নোৱাৰা কৰি বৰ্দাৰত ফিচাৰি খান্দি অসমত আহিব নোৱাৰা কৰক

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 2 หลายเดือนก่อน +4

    বাঃ বানপানীক লৈ কি যুক্তি।

  • @NRJ19888
    @NRJ19888 2 หลายเดือนก่อน +9

    Kela ki j kotha koi......nijor pani lukor pani mane ki........?ki faltu kotha koise be ejon CM tenekua kotha kenekoi kobo pare

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 หลายเดือนก่อน +7

    সঁচা কথা।। গুজৰাটেও আৰব দেশৰ সাগৰৰ পৰা অহা ধুমুহাৰ ধ্বংসলীলা সহিব লগা হয় ।। তথাপিও কেন্দ্ৰীয় চৰকাৰে কিয় জনো আৰ্থিক সাহায্য আগবঢ়ায় ।।😢😢😢😢😢

  • @dkdk5486
    @dkdk5486 2 หลายเดือนก่อน +3

    Baad dia he gujrat ot o banpani hoi 😂😂😂😂😂

  • @rajenborah6629
    @rajenborah6629 2 หลายเดือนก่อน

    😂😂😂😂😂😂🎉হব গম পাই ভাল লাগিল 😅

  • @porimolmedimedi5640
    @porimolmedimedi5640 2 หลายเดือนก่อน

    অসমৰ মুখ্যমন্ত্ৰী দিল্লীৰ পৰা বাজেটত একোটা নোপোৱা কাৰণে কথা বোৰ এনেই উলতা ফোলতা গিত গাই ফোৰিছে। আজিকালি সকলোৱে বুজি পাইছে।

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 2 หลายเดือนก่อน +1

    জায় হওঁক বানৰ কাৰন টো বুজি পালে আৰু আমাৰ জনাক বুজায় দিলে

  • @pareshhazarika3617
    @pareshhazarika3617 2 หลายเดือนก่อน

    ধাৰে মাৰিলেও গাতে, গাদিৰে মাৰিলেও গাতে । এই দূৰ্যোগৰ প্ৰতিকাৰ কৰক ।

  • @dipikaphukan7387
    @dipikaphukan7387 2 หลายเดือนก่อน

    হিমন্ত ত ই অসম খন অসমীয়া মানুহৰ মান সন্মান চব খালি‌ ,বৰ অশান্তি পাইছো তুৰ কাৰবাৰ দেখি শুনি

  • @JamalUddin-il2nt
    @JamalUddin-il2nt 2 หลายเดือนก่อน

    অসমৰ মুখ্যমন্ত্ৰীক সীতাৰমনে বুজাই দিলে এইবিলাক বানপানী বাহিৰৰ পৰা অহা অসমবাসিয়ে কিয় নুবুজে আমাৰ অসম খন সোণৰ অসম

  • @sonyut0
    @sonyut0 2 หลายเดือนก่อน

    কেন্দ্রীৰ টকা নালাগে অসমীয়া দুখিয়া নহয় লগা হলে আমি দান বৰঙিনী দিম তেওঁ লোকৰ টকা নালাগে

  • @JayPegu321
    @JayPegu321 2 หลายเดือนก่อน

    চি চি...😮😮😮

  • @jurirajbongshi8842
    @jurirajbongshi8842 2 หลายเดือนก่อน

    এই কথাটো পৃথিৱীয়ে জানে যে অসমত ভূটানে পানী এৰি দিয়ে বুলি । দিল্লীয়ে আজি জানিলে নেকি 😂😂

  • @nilutpaldas8659
    @nilutpaldas8659 2 หลายเดือนก่อน

    বানপানী বিষয়ে লিখা ৰচনা খন বেছ ভাল হৈছে। মামা মানুহক কিমান বুৰ্বক বনাব আৰু......

  • @AimKla
    @AimKla 2 หลายเดือนก่อน +1

    এনেকুৱা নেতা থাকিলে ভাৰত খন পাকিস্তান হবলে বেছি দিন নালাগে

  • @Pallavkalita7
    @Pallavkalita7 2 หลายเดือนก่อน

    চৰকাৰ থাকিও ইয়াৰ পইছা আনিব পৰা capacity নাই, চলে বেৰে কোবাই কথা কবলে দিবা।

  • @bisheswarborah4141
    @bisheswarborah4141 2 หลายเดือนก่อน +1

    Laz loga nai ...resign de immediately ...manuhok kiman burbok bonabi ...

  • @prabitachutia448
    @prabitachutia448 2 หลายเดือนก่อน

    বুজায় সকলো ঠিকেই বুজিছে , সজাই পৰাই ৰাইজক বুজাই নকলেও হব বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 2 หลายเดือนก่อน +1

    Somebody thinking all the inhabitants are stupid.

  • @babulislam3260
    @babulislam3260 2 หลายเดือนก่อน

    হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহক মূৰ্খ বুলি ভাবে

  • @budheswarsaikia3103
    @budheswarsaikia3103 2 หลายเดือนก่อน +3

    Nirmolak doctorate degree dibo lage!

  • @basudevborah3313
    @basudevborah3313 2 หลายเดือนก่อน

    এজন মন্ত্ৰীৰ মুখত এনেকথা সুভা নেপায়

  • @fakaruddinahmed3785
    @fakaruddinahmed3785 2 หลายเดือนก่อน

    কলৰ বাকলিটো আসমে পালে ।

  • @DEVIL_KINGG
    @DEVIL_KINGG 2 หลายเดือนก่อน

    মামা হিমন্ত তুমি অসমত টাইগাৰ কিন্তু দিল্লীৰ

  • @parthajitdanceplus2077
    @parthajitdanceplus2077 2 หลายเดือนก่อน +4

    😂😂😂😂😂😂Our CM Sir

  • @bulbulbora-cw1el
    @bulbulbora-cw1el 2 หลายเดือนก่อน

    ডাঙৰীয়া বিহাৰত বিহাৰৰ পানীৰ পৰা বানপানী হয় নেকি? আৰু কিমান মিছা মাতিব ।

  • @KhagenChGogoi
    @KhagenChGogoi 2 หลายเดือนก่อน +3

    জৰ পৰা বান হৱ তাৰ পৰা সহাৱ পাব নিকি

  • @AbubkkrAli-hd9eb
    @AbubkkrAli-hd9eb 2 หลายเดือนก่อน

    বাহিরোর,চাবোলৈ,হৈছিল

  • @LalitkumarDoley-j2y
    @LalitkumarDoley-j2y 2 หลายเดือนก่อน +8

    Fotua cm

  • @AshimkumarBhuyan-xe8ol
    @AshimkumarBhuyan-xe8ol 2 หลายเดือนก่อน +2

    Congratulations Delhi to your good and long live survey

  • @mofijali4108
    @mofijali4108 2 หลายเดือนก่อน

    শেষ শেষ শেষ

  • @simantadekasaru404
    @simantadekasaru404 2 หลายเดือนก่อน

    ধিক্কাৰ হিমু

  • @krishnagogoi1657
    @krishnagogoi1657 2 หลายเดือนก่อน

    দিহিং আৰু দিচাংৰ কোন দেশৰ পানী??

  • @baburamlahary3822
    @baburamlahary3822 2 หลายเดือนก่อน

    Good explanation,Sir

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 2 หลายเดือนก่อน +1

    😢 Dukh lage

  • @hemantasaikia6298
    @hemantasaikia6298 2 หลายเดือนก่อน

    😅 ha ha ha ha ha

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le 2 หลายเดือนก่อน +1

    Raijhokol Assam r hokolu election t BJP k vote diyok.

  • @NKNiranjanDas
    @NKNiranjanDas 2 หลายเดือนก่อน

    Mama Kam nai khentu hoi goi fesa tu hoi ahil Delhi pora ...

  • @mohinidoley7978
    @mohinidoley7978 2 หลายเดือนก่อน

    Nijor gadikhon bosai thoker bahire kam nai apunar

  • @kakoligayan2065
    @kakoligayan2065 2 หลายเดือนก่อน

    মাননীয় হিমন্ত ছাৰে স্বাধীন অসম 'ঘোষনা কৰক
    . আপোন জনে ঠর্গিলে মায়া মোহ না থেকে সংসাৰত

  • @abdulhai6
    @abdulhai6 2 หลายเดือนก่อน

    Bhutan simantat crpf briddi karib lage,pani dhekhilei guli karib lage.

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 2 หลายเดือนก่อน

    Atiya mamai ban protirudhor babe keitaman. Dangor dangor pukhuri khandibo.

  • @shahficulislam8097
    @shahficulislam8097 2 หลายเดือนก่อน

    BJP r Rajneeti
    OBC SC ST Manuh bor buji napay..
    Bahmun jatir babey BJP party..
    Oxomor OBC SC ST Manuh bor ketiya Buji Uthibo..
    Uttar Pradesh,Rajasthan, Biharor Manuh bory Balkey buji paise hitu karonoth BJP Vote diya nai. jowa 2024 Electionoth.

  • @hirakrocks567
    @hirakrocks567 2 หลายเดือนก่อน +3

    🙏 Apuner kothat xukan maseo koni pare.

  • @amritborah4276
    @amritborah4276 2 หลายเดือนก่อน

    Amar neta r pora sodai raize lolipop paise. Mama r logote bhiru MP bure amar assamiya k lolipop di di sodai razniti kori ahise. Assam r raiz eman burbok nohoy. Gujarat lobby r usarot athu loi, oxigen loi kiman din par kora Amar neta burok sini lowk assamiya.mama r razniti ketiya buji pabi assamiya

  • @shahficulislam8097
    @shahficulislam8097 2 หลายเดือนก่อน

    Hindu or Muslim korar bahiry ako najane Himant Biswa Sarmah..Delhir pora anily Aluguti..Anokuwa CM Oxomor Andhabokto Matha Mota Janotai Vote di jikale..Bor Durbaggo Oxomor Janota..Ketiya kak Vote dibo Lage Oxomor Janotai najane Ako Buji Napay.

  • @nareswarpator9247
    @nareswarpator9247 2 หลายเดือนก่อน

    😂😂😂😂😂 ki hobo …. Cm Eku vul nai .. public buror h vul .. chance dile to dance maribo …

  • @chandankumarcreation4061
    @chandankumarcreation4061 2 หลายเดือนก่อน

    Dhunia katha cm

  • @SubhajitChutia-y2j
    @SubhajitChutia-y2j 2 หลายเดือนก่อน

    2026 monot rakhibi hokolua

  • @SumiDevi-sd1fv
    @SumiDevi-sd1fv 2 หลายเดือนก่อน

    Cm sir😂😂😂

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl 2 หลายเดือนก่อน

    2026 at kndiba lgiba bjp sarkare.eikeidin enjoy kri laok aru

  • @lilaborah7222
    @lilaborah7222 2 หลายเดือนก่อน

    Bhasa nai eyak koboloi, lajnai!

  • @PabitraPegu-es1xm
    @PabitraPegu-es1xm 2 หลายเดือนก่อน

    Oi nilaj sokuni m... Laj nalage apunar? Nk, sbn pora hikok olp.

  • @monuranjanphukon8553
    @monuranjanphukon8553 2 หลายเดือนก่อน

    Heibabe toka nidileo hobo burbak C M

  • @Birkhangbrahma-g5m
    @Birkhangbrahma-g5m 2 หลายเดือนก่อน

    Pagol hol Himonto sir a Raijok burbok buli vabisay nki

  • @kushalbaruah8438
    @kushalbaruah8438 2 หลายเดือนก่อน

    Aku anib NUWARE...mathu faki... BJP HATAW ASOM BASAW

  • @AbhijitKalita-mq1kt
    @AbhijitKalita-mq1kt 2 หลายเดือนก่อน

    😅😅😅😅

  • @EmmanualBasumatary
    @EmmanualBasumatary 2 หลายเดือนก่อน

    Eman bosor2 dhori Axomot banpani hoi ahise,atiao Delhiye Axomor banpani bujipowa nasil ne?

  • @akhilgoswami1140
    @akhilgoswami1140 2 หลายเดือนก่อน

    Cm of only blab to assams people,

  • @abulhussain3591
    @abulhussain3591 2 หลายเดือนก่อน

    Bangladesh r pora ahe

  • @dijenchutia747
    @dijenchutia747 2 หลายเดือนก่อน

    Ha ha😂

  • @KartickBorgohain
    @KartickBorgohain 2 หลายเดือนก่อน

    Aru 5 bosor gadi dokhol r tupi

  • @Freestyletrader77
    @Freestyletrader77 2 หลายเดือนก่อน +1

    Thikei koise... Ami axom r raije vul jegat complaint kri asu.. China r budget r uprte etia bhoroxa... Teuluke axom loi aha pani khini divert kri diye jen...

  • @chitraranjandehingia
    @chitraranjandehingia 2 หลายเดือนก่อน

    Ki j

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s 2 หลายเดือนก่อน

    Eman dine banpanir karontu buji puwa নাছিলোঁ,,,জাহওক bjp ey pukhuri khandim buli koi etia banpanir asol bleck ship bisari uliaise,,jahok কেন্দ্ৰই যে আমাৰ বানপানীৰ ইমান গুৰুত্ব দিছে,তাৰ বাবে ধন্যবাদ

  • @hemantasaikia6298
    @hemantasaikia6298 2 หลายเดือนก่อน

    Hobo aru ami thik bugisu

  • @dhanjitnath8871
    @dhanjitnath8871 2 หลายเดือนก่อน

    চতুৰ মন্ত্ৰী 😅😅😅

  • @mirroroo7
    @mirroroo7 2 หลายเดือนก่อน

    Khal khanibo atia....

  • @bitoponsonowal9341
    @bitoponsonowal9341 2 หลายเดือนก่อน

    Ki je news !!!! We are nonsense ?

  • @indibarchetia2736
    @indibarchetia2736 2 หลายเดือนก่อน

    Dangariya Bihar t Banpani Nepal r pora oha panir karone hoi...Apunar Finance Minister e Haitu budget t likhibole pahorile neki? Aijon ejon okomanya CM.

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Indibor Chetia, apuni bhool koise. Alien karu nahoy. Monubadi,Brahmonbadi,Jatibadi jehadi sayabbu eswar a Dekhr lagate Axom u rokhatole nile. Ihat na Bharatia na Axomia,na Bangali na Hindivkhi na Marathi na Tamil. na Gujrati. Ihatr Dharma aru jat arai Sayambhu eswar (Alien.

  • @JagatSaikia-jo3nu
    @JagatSaikia-jo3nu 2 หลายเดือนก่อน

    B, j,p Kam nai baykar

  • @IntazAliAhmed
    @IntazAliAhmed 2 หลายเดือนก่อน

    Angur tega

  • @rahmatali-m4s3m
    @rahmatali-m4s3m 2 หลายเดือนก่อน

    Alu guti bujise

  • @HimashreeKalita-zt7bv
    @HimashreeKalita-zt7bv 2 หลายเดือนก่อน

    Go back and

  • @padmagogoi1923
    @padmagogoi1923 2 หลายเดือนก่อน

    Chif minister no .work.

  • @dilderhussain508
    @dilderhussain508 2 หลายเดือนก่อน

    Bjp go back

  • @NapaTRoy
    @NapaTRoy 2 หลายเดือนก่อน

    😂😂😂😂😂😂

  • @BaharulIslam-yj2rc
    @BaharulIslam-yj2rc 2 หลายเดือนก่อน

    Loli pop di ase

  • @PalashBorah-yq9no
    @PalashBorah-yq9no 2 หลายเดือนก่อน

    Pagol hol 😂😂😂

  • @mohanboruah9962
    @mohanboruah9962 2 หลายเดือนก่อน

    Ba ba ba .....ha ha....aijon Assam CM ? What a logic !!!??

  • @օռօօǟ
    @օռօօǟ 2 หลายเดือนก่อน

    😂😂😂

  • @razdeu8468
    @razdeu8468 2 หลายเดือนก่อน

    Mama BJP😂😂😂😂

  • @AtulBoruah-v9p
    @AtulBoruah-v9p 2 หลายเดือนก่อน

    😂😂😂 he vogoban ki CM palu .....??

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 2 หลายเดือนก่อน

    Modi modi .

  • @krishnakantachungkrang
    @krishnakantachungkrang 2 หลายเดือนก่อน

    Haha😂😂😂😂😂😂😂