Real facts , you have explained . It is very important that if Congress party come into the power in India, Assam will be divided into three parts in future. . Benifeacery schemes never successful. BJP's and AGP's leader should be careful immediately without delay. Thanks Saikia sir .
সত্য কথা কোৱাৰ ধন্যবাদ জনাইছো শইকীয়াৰ ডাঙৰীয়া।
Good Morning M Shika
যোৰহাট সদায় অসমৰ যোৰহাট । যোৰহাটৰ ৰাইজে যেনেকৈ চিন্তা কৰে, ঠিক তেনেদৰে অসমৰ ৰাইজে চিন্তা কৰিব হল । 🙏💐
ধন্যবাদ শইকীয়া, শালীনতা কি বুজাই দিয়াৰ বাবে।
0000000000
❤
Huh❤v
@@fazalakand5802ẁ❤
১০০% সত্য কথা কৈছে।
❤
বহুত বহুত ধন্যবাদ সন্মানীয় শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়া।
আপুনি সচাকৈ এজন স্পষ্টবাদী ৰাজনৈতিক নেতা তথা জনপ্ৰতিনিধি।
😂😂😂😂😂....নিজৰ সন্মান খিনি বজাই ৰাখক ডাঙৰীয়া....
যিজন মোডীয়ে নিতিশ আৰু নাইডু ক জোলোকে জোলোকে পানী খুৱাইছিল সেই মোডী এতিয়া নিতিশ আৰু নাইডু ৰ ভৰিত পৰি সহায় বিচাৰিছে
এই বাৰ অসমৰ ৰাইজে যোৰহাটৰ লেখিয়া কৰিব ধন্যবাদ
ইমান ধুনীয়া কথা কৈছে সঁচা কথা
পাছে তেখেতৰ এই কথা খিনি হেমন্ত , পিযুছ, যন্ত্ৰ মোল্লাৰ কৰ্ণ পটহত আঘাত কৰিছেনে চাগে।
সচাকথা আপোনাৰ মুখৰ নিৰ্গত হোৱাৰ কাৰনে আপোনালৈ ধন্যবাদ । আপোনাৰ কথাৰ পৰা এটা কথা পতিয়মান হলো যে অহংকাৰ পতনৰ মুল হাতিয়াৰ ।
বুজাই বুজিব। ভাল কথা কৈছে।
100% Right sir
বৰ ধুনীয়া কথা ক’লে
সত্য কথা কৈছে।
অতি সুন্দৰ কথা কৈছে দাদা
Truth is always truth . Thanks to M.Saikia.
ধুনীয়া কথা কৈছে দাদা আপোনি
সঁচা কথা
মৃণাল চাৰৰ কথাত গুৰুত্ব আছে।
একেবাৰে সত্য কথা কৈছে।
সছা কথা কৈছে। ধন্যবাদ থাকিল।
মৃনাল শইকীয়া ডাঙৰীয়াই ২০২৬ ৰ নিৰ্বাচনৰ কথা আগতীয়াকৈ কিবা গম পাইছে নেকি ??? বিজেপিৰ জয়ৰ হৰা জিকাৰ খেল।
Apunak manilu sir.manuh enekoye spotsabadi hobo lage.thanks
সঁচা কথা কৈছে
চল চাই কঠিয়া পাৰা মানুহ মৃণাল
Fustu
100% Right always yes sir yes sir bilak wellwisher nahoi👌👌👌
Miral brother no sad God be with you.one day you must be joi.live long.
Plz control Mr.Saikia.You hv crossed the margin
Talking right n left is not good sign.You r enjoying a comfortable life under this Govt.
Thought provoking indeed.
মৃণাল শইকীয়া নতুন বিজেপিৰ কাণ্ড-কাৰখানাত মানসিকভাবে অতীষ্ঠ । দলটোক এইসকল অভদ্ৰ আৰু অহংকাৰী নেতাই স্বৰূপাৰ্থত স্থলিত কৰিব যেন লাগে ।
আজিহে জনা যাব কোনে চৰকাৰ গঠন কৰিবলৈ সুযোগ পায়। আমি ভাবোঁ; প্ৰধানমন্ত্ৰীৰ আসনত নতুন প্ৰজন্মৰ নেতা বহিলে ভাল। সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে ই অতিকৈ প্ৰয়োজনীয় । বিৰোধী ৰাজনৈতিক নেতাসকলে বিষয়টো গভীৰডাবে অনুধাৱন কৰা উচিত ।।
বুজিছো দাদা টকাৰ লগত সচেতন জনতা বিক্ৰী নহয় ।
A moja
আপোনাক গুৰুত্ব দিয়ক নিদিয়ক কি আহে কি যায় কিন্তু আপাৰ আছাম লোৱাৰ আছাম কৈ মাথাটো আপোনাৰ গৰম নকৰিব সেই কাৰণে গুৰুত্ব নিদিয়া হৈছে দূখ লাগিছে ।
Good tropic said by Mrinal Saikia dada.His speech are very interesting
Gaurav gogoi is great and educated leader of the Assam.. congratulations to him..
Thank you sir
Good advice thanks,
আপুনি নামনি অসমক নিন্দা নকৰিব । ক্ষমতা চিকাৰেতৰ তুকৰাৰ নিচিনাৰ দৰে ব্যবহাৰ নকৰিব চাৰ
এইবাৰতো মোদীৰ faver ত BJP য়ে কিছু ভোট পালে, 2026 ত চাব BJP ৰ কি দশা হ'ব । হিমন্তৰ চেচ্ছাচাৰী শাসন আমি নিবিচাৰো
Thank. You.
Salute Mrinal Sir dhanyabad
100% Right dada
Apuni hosai bohut val Kotha koise...
Solid talk.
Real facts , you have explained . It is very important that if Congress party come into the power in India, Assam will be divided into three parts in future. . Benifeacery schemes never successful. BJP's and AGP's leader should be careful immediately without delay. Thanks Saikia sir .
mrinal da Apuni right.kotha koisehy
কংগ্ৰেছ জিন্দাবাদ হব লাগিব টকা দিলেও কংগ্ৰেছ জিন্দাবাদ বিজেপিয়ে ৰাইজক ভিক্ষাৰী বনাই দিলে নেটা সকল ধনি হৈ গৈছে দুখিয়া সদায়েই দুখিয়া হৈ গৈ আছে
Surely Mrinal Saikia will join Congress Soon.
Why not
Good assessment
Kotha khini khubai Val lagil.kintu election or aagot hole aru Val lagil hoi
Apunar kotha aru rajneeti avigyota bahoot dhuniya ,thank you ♥️
Thanks for your straightforwardness
Mrinal Saikia will Home minister in 2026 from Congress Govt.defenitly
Your remarks/ opinion on Jayanta malla Boruah is 100 percent true.
সুন্দৰ কথা,সচা কথা, ধুনীয়া কৈ বুজাই দিছে, ভাল লাগিল।
সঁচা কথা কোৱাৰ বাবে ধন্যবাদ শইকীয়া ডাঙৰীয়া ! আহক নহলে আমিসকলোৱে লগলাগি উজনি অসম ৰাজ্য দাবি কৰো
Respected Mreenal Shaikia is a leading personality in Assam,he can able to ,,,,,,,,,,
সত্য কথা কথা লুকাই নাথাকে এইটো ৱেই প্ৰমাণ ।
Jorhatot leader lage jorhate asomor kotha chinta nakare
সচা কথা কোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ।
U r in 21 St century, We should think about innovation, progressive, positive vibes among the young generation. Be matured.
Actually it was communalized and want a CM from a particular community
very good fillings.
Right kotha koise
সত্য কথা কয় বেয়াপায় কথাকোৱা মানবতা আছে ভাল লাগে
Xosa kotha koise. 🎉
Sir apunaloi bohut bohut dhainyabab jonalu
Yes sir
Right spech
Right sir
Thank you. Minal Saikia dangaria
শইকীয়া ডাঙৰীয়া মনৰ কথা খিনি ইমান মুকলি মনেৰে প্ৰকাশ কৰাৰ বাবে অশেষ ধন্যবাদ ।
100%right
100/ right
Nice Mr. Marina saikia
Very good mrinal da
এই বাৰ বহু ৱাদত Bjp হাৰিচে কাৰন লিদাৰৰ অত পালি
১০০/ সত্ত কথা কৈছে।
উজ্জনী অসমৰ মানুহে মুছলীমৰ জ্বালা-যন্ত্ৰনা পোৱা নাইতু।এজন ভৱিষ্যত দ্ৰষ্টাই ভৱিষ্যত বাণী কৰি গৈছিল যে এসময়ত অসমীয়া মানুহ মাত্ৰ কেতেমান শিৱসাগৰ জিলাতহে পোৱা যাব।সেয়াই হবলৈ গৈ আছে নেকি!চিন্তাকৰিবৰ হৈগৈছেদেই।
Thanks
Mrinal sir dhanyabad
Theek koshea mrinal hajorika sir apni congress ot join koruak. Congress jindabad.
Very good comon
Correct100%
Right
100শতাঙ্শ সত্য কথা।
Right ..
শইকীয়া ডাঙৰীয়া আপোনাৰ বিশ্লেষণ সঠিক হোৱা যেন নালা গিল। দলত থাকি ৰাজহুৱাকৈ দলক সমালোচনা কৰাতকৈ দলৰ মজিয়াত কৰা ভাল। অসমখনক উজনি নামনি কৰি আৰু ভাগ ভাগ নকৰিব।
মই চিনাকি বিভিন্ন জনৰ পৰা জনা মতে সঠিক পাৰ্থী নিদিয়াৰ কাৰণে পৰাজয় বৰণ কৰিলে।
Very well said & very true dada.
Akdom right jayanta mollo kunu kam ny , bhabesh kalita haidal bjp hobhapoti Di kam ny mukh tei gom puwa ny akudal korib nuware
অ' এওঁলোকে চিপৰাং মাৰিলে।❤
100%সত্য
বি জে পিৰ লেতেৰা ৰাজনীতি নিজে খুলিলে ।চি চি
Mrinal Saikia is a true and brave man.
❤❤❤❤❤❤❤
M ji Right
Right dada
You have come to the right track..
Ujoni namoni arok dada Ami raije beya pau
সচাঁ কথা বিলাক কৈছে। আপুনি সাহসী।
ধন্যবাদ বাদ শইকীয়া ডাঙৰিয়া
ম ই মানি ম ভাল কথা কৈছে শইকীয়াই