- 472
- 484 157
Mainu's Vlog
India
เข้าร่วมเมื่อ 17 ส.ค. 2023
মোৰ মানুহজনৰ সৈত্যে মোৰ সম্পৰ্ক কি আজিৰ ভিডিঅটোত সকলো গম পাব।গতিকে চাই থাকক🙏🙏🙏
মোৰ মানুহজনৰ সৈত্যে মোৰ সম্পৰ্ক কি আজিৰ ভিডিঅটোত সকলো গম পাব।গতিকে চাই থাকক🙏🙏🙏
มุมมอง: 564
วีดีโอ
শিল্পী ৰাজীৱ সদীয়া ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলী🙏জ্ঞাপন কৰিলো লগতে অনুৰোধ থাকিল জুবিনদালৈ"ৰাইজৰ অভিষাপ নল'ব
มุมมอง 14221 ชั่วโมงที่ผ่านมา
শিল্পী ৰাজীৱ সদীয়া ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলী🙏জ্ঞাপন কৰিলো লগতে অনুৰোধ থাকিল জুবিনদালৈ"ৰাইজৰ অভিষাপ নল'ব
আমাৰ সমাজ ব্যৱস্থাৰ লগত সংগতি ৰাখি মোৰ আজিৰ এই জ্ঞানবৰ্ধক ভিডিঅটো আগবঢ়ালো।নিশ্বয়কৈ মন্তব্য আগবঢ়াব🙏
มุมมอง 4042 ชั่วโมงที่ผ่านมา
আমাৰ সমাজ ব্যৱস্থাৰ লগত সংগতি ৰাখি মোৰ আজিৰ এই জ্ঞানবৰ্ধক ভিডিঅটো আগবঢ়ালো।নিশ্বয়কৈ মন্তব্য আগবঢ়াব🙏
মানুহজন আৰু ল'ৰা ছোৱালীৰ সৈত্যে এইদৰে ৰাতিৰ সাজটো🙏কেনে লাগিল জনাব দেই।
มุมมอง 1352 ชั่วโมงที่ผ่านมา
মানুহজন আৰু ল'ৰা ছোৱালীৰ সৈত্যে এইদৰে ৰাতিৰ সাজটো🙏কেনে লাগিল জনাব দেই।
আপোনালোকে কৈছে মই ভাল কাম কৰিছো,কিন্তু এইখন থাৰ্মনেল চাওক মোকলৈ বনাইছে।আগতে মোৰ ভিউজ নাছিল।
มุมมอง 3524 ชั่วโมงที่ผ่านมา
আপোনালোকে কৈছে মই ভাল কাম কৰিছো,কিন্তু এইখন থাৰ্মনেল চাওক মোকলৈ বনাইছে।আগতে মোৰ ভিউজ নাছিল।
এই পোৱালীকেইটা জন্মহোৱাৰ প্ৰায় দহদিনত মাক মৰি থাকিল।বৰ্তমান মাতৃ মই❤️❤️যিকোনোপ্ৰকাৰে ডাঙৰ কৰিবই লাগে
มุมมอง 1514 ชั่วโมงที่ผ่านมา
এই পোৱালীকেইটা জন্মহোৱাৰ প্ৰায় দহদিনত মাক মৰি থাকিল।বৰ্তমান মাতৃ মই❤️❤️যিকোনোপ্ৰকাৰে ডাঙৰ কৰিবই লাগে
মোৰ মানুহজনৰ লগত মোৰ বেয়া।আচলতে মোক শাসন কৰিবলৈ ফোন কৰি লগাইছে।মাৰ পিত কৰিবলৈ লগাই দিছে।
มุมมอง 5407 ชั่วโมงที่ผ่านมา
মোৰ মানুহজনৰ লগত মোৰ বেয়া।আচলতে মোক শাসন কৰিবলৈ ফোন কৰি লগাইছে।মাৰ পিত কৰিবলৈ লগাই দিছে।
লোকলে বুলি হুল পুতিলে নিজে ফুটি মৰে।😀😀লোকক ক'বলৈ যাওঁতে নিজেও শুনিবলৈ সাজু থাকিব লাগে সকলো।
มุมมอง 6937 ชั่วโมงที่ผ่านมา
লোকলে বুলি হুল পুতিলে নিজে ফুটি মৰে।😀😀লোকক ক'বলৈ যাওঁতে নিজেও শুনিবলৈ সাজু থাকিব লাগে সকলো।
"পিতৃৰ সৈত্যে কথোপকথন"।মোৰ ভিডিঅ চাই সামাজিক মাধ্যমত কমেণ্টৰ ওপৰত কমেণ্ট কৰি পুনৰ হিংসাৰ মাধ্যম🙏
มุมมอง 6229 ชั่วโมงที่ผ่านมา
"পিতৃৰ সৈত্যে কথোপকথন"।মোৰ ভিডিঅ চাই সামাজিক মাধ্যমত কমেণ্টৰ ওপৰত কমেণ্ট কৰি পুনৰ হিংসাৰ মাধ্যম🙏
ভোগালী বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅটো🙏🙏🙏
มุมมอง 22412 ชั่วโมงที่ผ่านมา
ভোগালী বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅটো🙏🙏🙏
আপোনালোকৰ মৰম আৰু উৎসাহ এইদৰে সদায় থকাৰ কামনা কৰিলো।লগতে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
มุมมอง 18514 ชั่วโมงที่ผ่านมา
আপোনালোকৰ মৰম আৰু উৎসাহ এইদৰে সদায় থকাৰ কামনা কৰিলো।লগতে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
বিহু বুলিলে টিলৰপিঠা নহয়নে?যদি টিলৰপিঠা নাথাকে বিহু যেন বিহু নহয়।গতিকে বনাব জানিছোনে ক'ব কিন্তু দেই🙏
มุมมอง 10116 ชั่วโมงที่ผ่านมา
বিহু বুলিলে টিলৰপিঠা নহয়নে?যদি টিলৰপিঠা নাথাকে বিহু যেন বিহু নহয়।গতিকে বনাব জানিছোনে ক'ব কিন্তু দেই🙏
মোৰ ভিডিঅসমূহৰপৰা উপকাৰ নহ'লেও কাৰোবাৰ যদি অপকাৰ হৈছে নিশ্বয় জনাবলৈ নাপাহৰিব🙏🙏🙏
มุมมอง 24019 ชั่วโมงที่ผ่านมา
মোৰ ভিডিঅসমূহৰপৰা উপকাৰ নহ'লেও কাৰোবাৰ যদি অপকাৰ হৈছে নিশ্বয় জনাবলৈ নাপাহৰিব🙏🙏🙏
গুটেইখন খেলিমেলি😀এনে শিক্ষকৰহে প্ৰয়োজন।চাৰ,দাড়ী-চুলিকেইদাল অলপ কাটি ল'লেহে পিছে আপোনাক চাফা লাগিব😀
มุมมอง 38119 ชั่วโมงที่ผ่านมา
গুটেইখন খেলিমেলি😀এনে শিক্ষকৰহে প্ৰয়োজন।চাৰ,দাড়ী-চুলিকেইদাল অলপ কাটি ল'লেহে পিছে আপোনাক চাফা লাগিব😀
নাড়ীকল আৰু চুজিৰ লাড়ু কিদৰে বনালো তাকে অকণমান আপোনালোকৰ মাজলৈ আগবঢ়ালো।দেখিবলৈ ভাল হৈছেনে জনাব দেই।
มุมมอง 36221 ชั่วโมงที่ผ่านมา
নাড়ীকল আৰু চুজিৰ লাড়ু কিদৰে বনালো তাকে অকণমান আপোনালোকৰ মাজলৈ আগবঢ়ালো।দেখিবলৈ ভাল হৈছেনে জনাব দেই।
আজি আপোনালোকৰ মাজলৈ আগবঢ়ালো টোপা পিঠা ।কেনেকুৱা হৈছে জনাবলৈ নিশ্বয়কৈ নাপাহৰিব🙏🙏🙏
มุมมอง 8K21 ชั่วโมงที่ผ่านมา
আজি আপোনালোকৰ মাজলৈ আগবঢ়ালো টোপা পিঠা ।কেনেকুৱা হৈছে জনাবলৈ নিশ্বয়কৈ নাপাহৰিব🙏🙏🙏
মাহেকীয়া হ'লে হনুমান চালিছা পাঠ কৰিব পাৰিনে?কিছুমান মন্তব্যৰ ওপৰত অকণমান ভিডিঅটো আগবঢ়ালো।
มุมมอง 398วันที่ผ่านมา
মাহেকীয়া হ'লে হনুমান চালিছা পাঠ কৰিব পাৰিনে?কিছুমান মন্তব্যৰ ওপৰত অকণমান ভিডিঅটো আগবঢ়ালো।
সংকটমোছন হনুমানজীৰ কৃপাত বছৰৰ প্ৰথমসপ্তাহতে ভাল খবৰ🙏🙏🙏গতিকে নিতৌ চালিছা পাঠ কৰক🙏🙏।
มุมมอง 995วันที่ผ่านมา
সংকটমোছন হনুমানজীৰ কৃপাত বছৰৰ প্ৰথমসপ্তাহতে ভাল খবৰ🙏🙏🙏গতিকে নিতৌ চালিছা পাঠ কৰক🙏🙏।
পুহ আৰু মাঘৰ দুমাহী মানেই মাঘ বিহু।মাঘবিহু মানেই ভোগ নহয়নে?দুমাহীৰ মহত্ব কি জানো আহক।
มุมมอง 300วันที่ผ่านมา
পুহ আৰু মাঘৰ দুমাহী মানেই মাঘ বিহু।মাঘবিহু মানেই ভোগ নহয়নে?দুমাহীৰ মহত্ব কি জানো আহক।
টাইলচ্ লগাই দেখাই থকা দিনবোৰত এইদৰে গোবৰ লিপি ঠাণ্ডাত কপি থাকিবলগা অৱস্থা।সিদ্ধান্ত ল'বলৈ বাধ্য মই🙏
มุมมอง 737วันที่ผ่านมา
টাইলচ্ লগাই দেখাই থকা দিনবোৰত এইদৰে গোবৰ লিপি ঠাণ্ডাত কপি থাকিবলগা অৱস্থা।সিদ্ধান্ত ল'বলৈ বাধ্য মই🙏
আলহীক ভগৱানৰ স্থান দিওঁ বাবেই নিশ্বয় আলহীৰ এই ভগা পজাত দৰ্শন হৈ থাকে।কোনো প্ৰস্তুতি নচলোৱাকৈ শুশ্ৰষা
มุมมอง 17414 วันที่ผ่านมา
আলহীক ভগৱানৰ স্থান দিওঁ বাবেই নিশ্বয় আলহীৰ এই ভগা পজাত দৰ্শন হৈ থাকে।কোনো প্ৰস্তুতি নচলোৱাকৈ শুশ্ৰষা
নিজে আঁজুৰিলেহে পেট ভৰে মোৰ।এইদৰে প্ৰটিতো আৱশ্যকীয় বস্তু নিজে নকৰিলে নাই।আকৌ কয়,"মাইকী মাইকী হৈ থাক"
มุมมอง 16414 วันที่ผ่านมา
নিজে আঁজুৰিলেহে পেট ভৰে মোৰ।এইদৰে প্ৰটিতো আৱশ্যকীয় বস্তু নিজে নকৰিলে নাই।আকৌ কয়,"মাইকী মাইকী হৈ থাক"
খনিকৰ পুথিভাগ নিজৰ ঘৰলৈ আনিবপৰা শক্তিকণ ভগৱানে যিদৰে দিছে,সেইদৰে মনৰ ইচ্ছা পূৰ হওক হেমন্তৰ ।🙏🙏🙏
มุมมอง 17314 วันที่ผ่านมา
খনিকৰ পুথিভাগ নিজৰ ঘৰলৈ আনিবপৰা শক্তিকণ ভগৱানে যিদৰে দিছে,সেইদৰে মনৰ ইচ্ছা পূৰ হওক হেমন্তৰ ।🙏🙏🙏
যিসকলে মোৰ ভিডিঅৰ অপেক্ষাত থাকে সেইসকল বন্ধু,বান্ধৱীৰ বাবে মোৰ ভিডিঅটো🙏🙏🙏
มุมมอง 96214 วันที่ผ่านมา
যিসকলে মোৰ ভিডিঅৰ অপেক্ষাত থাকে সেইসকল বন্ধু,বান্ধৱীৰ বাবে মোৰ ভিডিঅটো🙏🙏🙏
বৃহস্পতিবাৰে সন্ধিয়া লক্ষ্মীথাপনাত এইদৰে লক্ষ্মীচৰিত্ৰ পাঠ কৰিলে লক্ষ্মীদেৱী সন্তুষ্ট হয়।🙏🙏🙏
มุมมอง 27114 วันที่ผ่านมา
বৃহস্পতিবাৰে সন্ধিয়া লক্ষ্মীথাপনাত এইদৰে লক্ষ্মীচৰিত্ৰ পাঠ কৰিলে লক্ষ্মীদেৱী সন্তুষ্ট হয়।🙏🙏🙏
নতুন বছৰৰ শোভাৰম্ভ মঙহেৰে ভাতসাজ খালেই শেষ নহয়।আমাৰ ঠেক চিন্তাধাৰাবোৰ আতৰাই সুখ বুটলিবলৈ শিকাটো মেইন
มุมมอง 36814 วันที่ผ่านมา
নতুন বছৰৰ শোভাৰম্ভ মঙহেৰে ভাতসাজ খালেই শেষ নহয়।আমাৰ ঠেক চিন্তাধাৰাবোৰ আতৰাই সু বুটলিবলৈ শিকাটো মেইন
Happy new year 2025❤️❤️❤️.নতুন বছৰৰ প্ৰথমদিনটোৰপৰাই সকলোৰে মঙ্গল কামনা কৰিলো🙏🙏।
มุมมอง 14414 วันที่ผ่านมา
Happy new year 2025❤️❤️❤️.নতুন বছৰৰ প্ৰথমদিনটোৰপৰাই সকলোৰে মঙ্গল কামনা কৰিলো🙏🙏।
2024 বৰ্ষৰ শেষৰটো সোমবাৰ মোৰবাবে পাহৰিব নিবিচৰা এটা দিন।শিৱৰ দান হিঁছাপে ছাগলীৰ মাইনাকেইটা🙏🙏🙏
มุมมอง 32814 วันที่ผ่านมา
2024 বৰ্ষৰ শেষৰটো সোমবাৰ মোৰবাবে পাহৰিব নিবিচৰা এটা দিন।শিৱৰ দান হিঁছাপে ছাগলীৰ মাইনাকেইটা🙏🙏🙏
মঙ্গলবাৰৰ দিনটো শুভ হওঁক আপোনালোকৰ।বজৰংবাণ শুনক আৰু সকলোকে শুনাওক।আধৰুৱা নকৰিব🙏🙏🙏
มุมมอง 2.4K14 วันที่ผ่านมา
মঙ্গলবাৰৰ দিনটো শুভ হওঁক আপোনালোকৰ।বজৰংবাণ শুনক আৰু সকলোকে শুনাওক।আধৰুৱা নকৰিব🙏🙏🙏
বেছেৰী বৰ্ষাৰাণী বিষয়া।মানুহে ইমানো বেছি তেওঁক ভাল পোৱা উচিত নহয় যে,খোৱা,শোৱাত অশান্তি হৈ থাকে।🙏🙏🙏
มุมมอง 70814 วันที่ผ่านมา
বেছেৰী বৰ্ষাৰাণী বিষয়া।মানুহে ইমানো বেছি তেওঁক ভাল পোৱা উচিত নহয় যে,খোৱা,শোৱাত অশান্তি হৈ থাকে।🙏🙏🙏
Ba hanuman ji k sandur deba pari na.apuni sandur kidora deya janabo naki
Joy hanuman
Mainu ghor ahi paluhi video tu salu val lagil tumar manuh jonok logot thoka dekhi ane logot thakok nathakok kunu kotha nai aane nukhuwai nohoi nijor manuh jonehe kuwabo .
ইমান দূৰনি যাত্ৰাৰপৰা আহি মোৰ ভিডিঅটো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো ❤️❤️লগতে সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ বাবে❤️❤️❤️
@Mainusvlog78 ❤️❤️
🙏🙏🙏
❤️❤️❤️
JAI BAJRANGBALI 🙏
🙏🙏🙏
Right
Thank you
Baido apunar number ² diba nahale kisu khytrat akubidha hoi
ধন্যবাদ জনালো❤️❤️মোৰ নাম্বাৰ দিয়া আছে আগৰ ভিডিঅট।চাবছোন
জয় শ্ৰী ৰাম, জয় মহাবীৰ হনুমান।
🙏🙏🙏
Nice sharing ba 🎉❤ bhut hundar video agbohala, hundar uposthapon 🎉❤ hosakoi bhut dukh lga ata ghotona 🎉❤tekhetr attmai sirohanti lav korok take kamona krisu 🎉🎉❤❤
ধন্যবাদ নিটুল❤️❤️সচাকৈ কথাখিনি জানিব পাৰি মোৰ দুচকু ৰৈ নাথাকিল❤️❤️
Nice sharing ba 🎉❤ bhut hundar video agbohala, hundar uposthapon,dadak cemera honmukhot anila Bhut vllgil ba 🎉❤ghuwa kisuman kotha janilu vllgil asorit hlu ba 🎉❤hdai nijor mote kri juwa ba 🎉❤homajot manuh thake kisuman ki kba ba 🎉❤ Big like Full support
ধন্যবাদ জনালো❤️❤️তোমালোকৰদৰে সৎ মনৰ বন্ধু,ভাইটি আৰু অন্যান্য সকলো শোভাকাঙ্ক্ষীৰ ভৰষাই মোক উৎসাহ যোগায় আহিছে।আগলৈও এইদৰে ভৰষা থাকিল❤️❤️❤️
ভাল লাগিল
ধন্যবাদ
❤❤❤❤❤
❤️❤️❤️❤️❤️
Bhindo k aji 1st dekhilu val lagile 👍
হয়নেকি? আছে আগৰ ভিডিঅট কিন্তু আজিৰদৰে দেখা নাছিলা।
Luvoniyo hoise 😋👍
ধন্যবাদ❤️❤️❤️
খুউব ভাল লাগিল ভিডিঅটো ❤
অশেষ ধন্যবাদ জনালো❤️❤️❤️
Val lagil baideu enekoi thakibo jate manuhe sol napai
ধন্যবাদ জনালো❤️❤️তোমালোক সদায় এইদৰে মোৰ লগত থাকিবা সিমানেই হ'ব❤️❤️❤️
সুন্দৰ বাইদেউ 😊💓
ধন্যবাদ থাকিল তোমালৈ❤️❤️❤️
আমাৰ পৰিয়ালটো ডাঙৰ মই যেতিয়া সংকল্প লম 21 দিন বা 11 দিন তেতিয়া ঘৰৰ বাকী বোৰ সদস্য ই মাছ মাংস খালে অসুবিধা হব নে।
ধন্যবাদ জনালো মোৰ ভিডিঅ চোৱাৰ বাবে।আৰু সংকল্প ল'লে সম্পূৰ্ণ ঘৰখনে নিৰামিষ খাব পাৰিলে ভাল🙏অৱশ্যে ঘৰুৱা পৰিস্থিতি অনুযায়ী।যদি ঘৰখনে সহযোগ কৰে,তেন্তে সেইকেইটা দিনত মাছ ,মাংস ঘৰলৈ নানিলে ভাল🙏🙏🙏
বাইদেউ কোনটো সময়ত সংকল্প লব লাগে মানে পুজাটো কৰিব লাগে জনাব চোন।
সন্ধিয়া চাকি জ্বলোৱা সময় নাইবা ৰাতিপুৱা মানে ব্ৰহ্মমূহুৰ্ত হ'লে বেছি ভাল🙏🙏🙏
Thikei koise apuni
ধন্যবাদ থাকিল❤️❤️❤️
ভাল লাগিল দেই কথাখিনি শুনি ❤
ধন্যবাদ জনালো❤️❤️
Val lagil kathabur❤❤❤
ধন্যবাদ সংগীতা❤️❤️❤️
Nice sharing ba 🎉🎉❤❤hundar ru hosa kotha uposthapon krila,agr manuhbur mjot asil aibur niom ba,dautar kotha j koisa ajiu soli ase kisuman manuhr mjt kisuman manuhr mjt,ki kba ba,asolote agte mani asil krne dhormo kormo hokolu thik asil o,beya buliu kbo nuwari ba 🎉❤kothabur vl govir ba,vllgil huni,big like full support ba 🎉❤
সহমত জনোৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️ভালে থাকাঁ🙏
ভাল লাগিল কথা খিনি বাইদেউ .
ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️❤️
❤❤❤❤bhal লাগিল
ধন্যবাদ❤️❤️❤️
বঢ়িয়া ❤
ধন্যবাদ❤️❤️❤️
Good morning.vidio sai bhal lagil.
ধন্যবাদ জনালো❤️❤️❤️
Aji fast time apunar video salu aru hompurno koi salu.vhal lagil apunar kothakhini baa.apunar channel tu subscribe kori dilu.muru kub issa ase honuman jir path kora.moi u hongkolpo loboloi sestha korim🙏
অশেষ ধন্যবাদ জ্ঞাপন কৰালো❤️❤️❤️
Good morning baa saboloi loisu dei 👍
ধন্যবাদ জনালো দেই❤️❤️❤️
সুপ্ৰভাত ❤ বৰ ভাল লাগিল দেখি
ধন্যবাদ জনালো❤️❤️
Jai sri ram
🙏🙏🙏
Goodmorning 🌄 ❤
Good morning
Kali moiyo aalu paneer bonaisilu..
মই মাছ নোখোৱাৰ বাবে পনিৰ আনিছিল মানুহজনে।
আজি কালি বাহিৰৰ মানুহত কৈ ঘৰৰ মনহেই শত্ৰু অ।
100%সত্য কথা আপুনি নিজে অনুমান কৰিলে আৰু মন্তব্য প্ৰদান কৰিলে।ধন্যবাদ জনালো❤️❤️❤️
Good morning ❤
Good morning
আপোনাৰ ছোৱালীজনীৰ কি হৈছিল।বাৰু।
তেজ কমিছিল আৰু বহুত কিবাকিবি।প্ৰসাৱ কমি গৈছিল ইত্যাদি ইত্যাদি
Joi shree ram
🙏🙏🙏
Jai shree Ram 🙏🙏🙏
🙏🙏🙏
তই সকলো কামতে পাগত। ভাল লাগিছে
তোৰদৰে মনটো যদি চবৰে হ'লহেতেন❤️❤️❤️
নিজেই কষ্ট কৰিছ নিজেই খাইছ বেলেগৰ নিগেটিভ কথা শুনি মন বেয়া নকৰিবি। সৎপথত আছ যেতিয়া নিজৰ কাম কৰি যা ভাল কৈ ভবা মানুহৰ কথা ভাবিবি
অশেষ ধন্যবাদ জনালো❤️❤️❤️সামাজিক মাধ্যমৰ মজিয়াখন আৰু তোৰদৰে বান্ধৱী❤️❤️মোৰ চিৰলগৰী
Dhuniya hoise pitha kaita ❤❤❤❤
ধন্যবাদ জনালো❤️❤️❤️
শুভ আবেলি ❤
সুপ্ৰভাত❤️❤️❤️
😢😢😢
❤️❤️❤️
Apunar katha urborval Lagise replydibo
ধন্যবাদ জনালো🙏
Apunak bhogwan e hohai koribo deota thoka keidin vl dore chabo
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️❤️
Apuni apunar kam koribo
🙏🙏🙏
Nice sharing ba 🎉❤pothome dautak Nomoskar jonaisu 🙏🙏🙏hundar niramix khana aiujon ba 🎉❤Right kotha koisa ba 🎉❤big like full support ba 🎉🎉❤❤
ধন্যবাদ জনালো নিটুল❤️❤️পিছে আমাৰ ঘৰৰ আশে পাশে ঘূৰি আছা ন❤️❤️
দেউতাকক কুকুৰৰ জাত বুলি গালি দি ভাত খুৱাই বাহ বাহ লৈছে।
দেউতাকক কুকুৰৰ জাত বুলি গালি দি ভাত খুৱাই বাহ বাহ লৈছে
দেখিছা আৰু হনুমানবাবা বিচাৰ কৰিবা🙏🙏🙏🙏
@Mainusvlog78 নিশ্চয় 🙏 মই যদি মিছা হয় মোক নিশ্চয় দেখুৱাব।
তই নাটক কৰিছ
মগজৰ গণ্ডগোল হোৱা যেন লাগিছে এইজনীৰ।ডক্তৰৰ ওচৰতে আচ যেতিয়া দেখাই ল আৰূ নিজৰ সংসাৰখন ভালকে আগবঢ়াত গুৰুত্ব দিলে ভাল হ'ব আনৰ পিছত লাগি থকাতকে।
@@Mainusvlog78 মগজৰ গন্দগোল হ'ব পাৰে, মোৰ সংসাৰ খন আধৰূৱা হৈ থাকিল যে। হিংসাও লাগিছে তোৰ দৰে মোৰ লৰাই ছোৱালীয়ে নাইও যে। কি কৰিবি... মোৰ অৱশ্যে চিন্তা নাই, মোৰ সমস্যা বোৰ চৰকাৰে চাব।
Good afternoon baa
Good afternoon❤️❤️❤️
বাপেকক কেইদিনমানৰ আগত কুকুৰৰ জাত বুলি গালি দি ভাত খুৱাই বাহ বাহ লৈছে জানেনে।