Bigyan r agot o jogot ekhon ase, bigyan mathu xondhan he.... ❤️🙏.. xodai kritoigyoto nedekhajonor usrt, poristhiti jenekoi ahe, xomadhan kribo pora koi rasta o rakhi thoise issore❤️🙏
Mur ata jonmo t train r pora pori mur মৃত্যু হোৱা dexiboloi পাইছোঁ.. এই কথা টোই মোক প্ৰাই 4 বছৰ বয়সৰ পৰাই আমনি কৰে । আজি আপোনাৰ video sai mur কথাষাৰ যেন সঁচা যেন লাগিছে.. আৰু মই বহুত বেছি বেলেগ মানসিকতাৰ মোৰ family r sinta dhara mur lgt nimile baa bhut মানুহৰ o nimile kio moi buji napao. Mur atai jibont bohut ডাঙৰ voi hoi moi jen karu uprt nirvor hobo loga nhoi..moi keneke holeo নিজৰ ওপৰত নিৰ্ভশীল হব বিচাৰোঁ
জীৱনৰ ৰহস্যনয় কথাবোৰ জানি বেলেগ অনুভৱ কৰিলোঁ । এনে এটি সুন্দৰ ভিডিঅ’ৰ বাবে বহুত ধন্যবাদ ।
ছোৱালীজনীয়ে কোৱা সকলো কথাই সঁচা । ভাগৱত সকলো গ্ৰন্থৰ ওপৰত।তুলুঙা কথা কোৱাবোৰ ৰাজৰ্ষিক আৰু তামসিক গুণৰ অধিকাৰী।
ভাগৱতত জন্ম জন্মান্তৰৰ কথা বহুল ভাৱে উল্লেখ আছে ! ৰজা ভৰতৰ কথা, অষ্টবসুৰ কথা, নাৰদৰ কথা, জয় বিজয়ৰ কথা, বাৰণ অৱতাৰৰ কথা, বসুদেৱ দৈৱকীৰ কথা, কপিল মুনিৰ কথা, শুক্ৰাচাৰ্যৰ কথা, যদুবংশৰ কথা, স্বয়ং কৃষ্ণ অৰ্জুনৰ কথা। লগতে শ্ৰীমন্ত শঙ্কৰদেৱৰ কথা আৰু অনেক ।
মৃত্যু মানেই সকলো শেষ বুলি বেছিভাগ মানুহেই ভাবে । কিন্ত্ত মৃত্যু মানেই আমাৰ এটা অৱস্থাৰ পৰিৱৰ্তন । যেনেকৈ বৰফ পৰিৱৰ্তন হৈ পানীলৈ ৰূপান্তৰ হ'য় । তদ্ৰুপ আমাৰ বৰ্তমান অৱস্থাৰ পৰিৱৰ্তন হয় আমাৰ মৃত্যুৰ পিছত ,তেনে এটা অৱস্থালৈ যি ধৰণৰ চিন্তা মৃত্যুৰ ঠিক আগমুহুৰ্তত মানুহৰ মনলৈ আহে । সেয়েহে জীৱন কালত মানুহে আধ্যাত্মিক চিন্তা আৰু আচৰণ কৰিব লাগে ।
শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱত অনুবাদ হে কৰিছিল। দ্বাদশ স্কন্ধ ভাগৱত। ভাগৱত ত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে উল্লেখ আছে বুলি কৈ নিজৰ অজ্ঞানতাৰ পৰিচয় হে দিলে আপুনি। @@rabinchandrabhuyan4246
সুন্দৰ চৰ্চা
বাইদেউ আপোনাৰ কথাবোৰ শুনি ভাল লাগিল, মানুহৰ মৃত্যু শৰিৰৰ হয় আত্মাৰ নহয় ।
Atma nayei korpora more
য'তেই ভগৱানৰ কথাৰে উপমা...তাতেই সত্যতা ..! ভিডিঅ'টো বহুত ভাল লাগিলে , ধন্যবাদ 🙏
Apunar kotha bur huni Val lagil..
বাইদেউ মই ও তেনেকুৱা কথা কেতিয়াবা অনুভৱ কৰো তোমাৰ লৈ অশেষ ধন্যবাদ থাকিল। 🎉🎉🎉🎉
ইমান ধূনীয়া video দিয়াৰ বাবে ধন্যবাদ।
Bohut kotha clear hol aji.axomiya t first time Enekua video sai bohutei vl lgil.Thank you for the video
Bigyan r agot o jogot ekhon ase, bigyan mathu xondhan he.... ❤️🙏.. xodai kritoigyoto nedekhajonor usrt, poristhiti jenekoi ahe, xomadhan kribo pora koi rasta o rakhi thoise issore❤️🙏
Xasai eman dhuniya video aji sai montu vori gol mur montuye ji bisarisile takai palu apunak bahut bahut Dhainyawad....akaw pam buli axa rakhilu....
পৰী বৰ সুন্দৰ কাম কৰি আছা, ধন্যবাদ
ভাল লাগিল বাইদেউ কথাবোৰ
Video to very interesting val lagil
Best Porinita
বাইদেউৰ কথাবোৰ শুনি ভাল লাগিল ধন্যবাদ।
I love you this video, my favourite video, best video.
Val lagil apunar ktha bur xuni tar pora bhut xini ktha buji palu ❤
Kothakhini xuni bor bhal lagil . Ei past life or Karmmar Phol manuhe je Bhuge Eitu bohut Bishax koru . Kintu Kiyo najanu
Video sai hosakoi bohut val lagil..moi purbjanam or kotha huni val palu..apuner loi bohut huvaissa thakil..🎉🎉❤❤🙏🙏
মেম গৰাকীৰ কথাবোৰ খুব সুন্দৰ
Program tu sai val lagil .
It is a philosophical study.
Thank you mam 💕
অসমীয়া ভাষাত এনেকুৱা এটা ভিডিঅ' বিচাৰি আছিলোঁ কিয় নাজানো পূৰ্বজন্মৰ কথা শুনি মোৰ বহুত ভাল লাগে।
agla assamese sob misa oshor video sabo oshor hindi
@@SHAHLKUMAR-x9h write in Assamese
Muru mon jai janiboloi
Moiu purbojonmor kotha huni bohut val paw kiyo najanu
Good morning ji good decision thanks for your opinion 🌿🌿🌿🌿🌿
Best video, my favourite video, I love you this video.
ঔপন্যাসৰ কাহিনীৰ দৰেই লাগিল
বৰ ভাল লাগিছে সুখী হ'লো ❤
Bohut val lagil baideor kothabur, mur bohut toka dhare ni Ajiu napalu ,,,,,nishoy hihote fol vug korib buli Jani ajir pora asha tyag korilu ghurai puar🎉
Bohut bishakh koru purba jonnmor kothabur
আচলতে ভাগৱতেও তাকে কৈছে। মৃত্যুৰ সময়ত তেওঁ যিটো ভাৱ লৈ যায়।সেই ভাৱে জন্ম লয়।
Haikarone Ishwar or naam lobo koi last time t
Bohut val lagil.
Val lagil kathakhini xuni
Kotha.bur.janiboloi.pai.hosakoi.bohut.val.lagil
বহুত,ভাল, লাগিছে, ধন্যবাদ
Very interesting 👌 👍 🎉🎉🎉🎉🎉❤❤❤❤❤
Nice to see past life regression specialist in assam...
হয় এনেকুৱা হব পাৰে । ( অসীমত যাৰ হেৰাল সীমা) ❤ মইয়ো সপোনত কিছুমান ঠাই দেখি থাকো । যিটো নেকি মই কেতিয়াও যোৱা নাই ।
Mio dekhu Kisumn bs2
DEJA VU
Oo moi u dekhuuu😢
বহুত বহুত ধন্যবাদ
Very interesting .Bhal lagil . Thanks a lot .
Right video
পুৰ্বজম্নৰ কথা ভগৱত -গীতাতো আছে । আত্মা -পৰমাত্মাৰ কথাবোৰো আছে । গতিকে বাইদেউৰ কথাবোৰ বিশ্বাসযোগ্য ।
বহুত ভাল লাগিল,
মোৰো মন যায় জানিবলৈ পূৰ্বজন্ম ৰ বিষয়ে। সুন্দৰ ভিদিঅ
আপুনি ব্ৰহ্মাকুমাৰী ঔঁ শান্তি মানুহক লগ কৰক সকলো বুজি পাব
বৰ সুন্দৰ , আত্মা অবিনশ্চৰ সঁচাকৈ।
অবিনশ্বৰ
আত্মা অমৰ
@@enigmatic.grace-555 আত্মা জো্্যতি হয় মস্তিকত নিবাস কৰে ।
Thank you so much 🙏🏻..eman duneya koi kothabor kola bohut val lagile
বৰ মনোগ্ৰাহী আৰু বিস্ময়কৰ!!
Thank u so much Ba..kotha khini mur bor val lagil..100% satyata ase🙏mur nijor bikhai ye apunar pora janibole mon goise..
Best Luit
কৃষ্ণ কৃষ্ণ মোক দেখিলেক যিটোজন...শুনি ভাল লাগিল ... নমস্কাৰ...পুনৰ আশাৰে ...লগপাৱলৈ...
কথা বিলাক শুনি সঁচা কৈ বহুত ভাল লাগিল।
Bohut Val lagil kothabur huni...
ভাল লাগিল ।
Thank You 💕 Baideo
Baideu apuni emn hundor kotha khini bujai koise bhut vl lgil..aru apunar video dekha Pam buli akha krilu🙏
Very interesting 🤔
বৰ ভাল লাগিল।ধন্যবাদ🙏🙏
Good one
Very Nice😍
Mur ata jonmo t train r pora pori mur মৃত্যু হোৱা dexiboloi পাইছোঁ.. এই কথা টোই মোক প্ৰাই 4 বছৰ বয়সৰ পৰাই আমনি কৰে । আজি আপোনাৰ video sai mur কথাষাৰ যেন সঁচা যেন লাগিছে..
আৰু মই বহুত বেছি বেলেগ মানসিকতাৰ মোৰ family r sinta dhara mur lgt nimile baa bhut মানুহৰ o nimile kio moi buji napao.
Mur atai jibont bohut ডাঙৰ voi hoi moi jen karu uprt nirvor hobo loga nhoi..moi keneke holeo নিজৰ ওপৰত নিৰ্ভশীল হব বিচাৰোঁ
আপুনি ব্ৰহ্মাকুমাৰী ঔঁ শান্তি মানুহক লগ কৰক সকলো বুজি পাব
Meditation start korok hokolu gom pabo
Bahut val lagil. ❤❤🙏🙏
পূৰ্বজন্মৰ বিষয়ে বহুতে বহু কথা কয়,পূৰ্বজন্ম বহুতে বিশ্বাস কৰে।আজি বহুবছৰৰ আগত এজন মানুহৰ মূখত শুনিছিলো,কৈছিল টকা ধাৰ লৈ ঘোৰাই নিদিয়া মানুহৰ বিষয়ে,ধাৰুৱা হৈ মৃত্যু হোৱাৰ পাচত পৰজনমত সেই ধাৰুৱাজনে গৰাকী জনৰ ঘৰত কলা দমৰা গৰুহৈ জনম পাই আৰু হা'ল বাই ধাৰ সোধাই মৰি আকৌ অন্যৰ ঘৰত দম'ৰাহৈ জন্ম লয়।এই দৰেই ধাৰ পৰিশোধ কৰিব সেই ধাৰুৱা আত্মাই।
Bohut val lagil. Baa gorakiye dhuniya koi kole purbajanmar kathabor.
Bor val lagil kothabur jani🙏🙏🙏🙏🙏
Thank you ba
বেলেগে কি কয় নাজানো মই কিন্তু বিশ্বাস কৰোঁ পুনৰ জন্ম 👏
❤ বহুত ভাল লাগিছে
Bor val lagil kotha suni..
Bahut bhal lagil
Tha nks sir for this interesting video
ভাল লাগিল।🙏🙏
মানুহৰ মন সত্য আৰু শুদ্ব হলে লগতে ধ্যানত ঈশ্বৰৰ নাম জপ কৰি থাকিলে আগৰ জন্ম দেখিবলৈ পায় !!! কিন্তু বাইদেওৰ কথা বোৰ বৰ ভাল লাগিছে
❤❤❤❤ gd....
Ram Ram
Radha Radha
Val lagil.....
সুন্দৰ ❤
বাইদেউ কৰ্মৰ ফল যদি সচাকৈয়ে ভোগ কৰিব লাগে তেন্তে আপুনি বিনামূলীয়াকৈ কিয় সেৱা আগনবঢ়ায়। ইশ্বৰীয় শক্তিৰ নামত বেপাৰ কৰিব নাপায় কিন্তু। যদি আপোনাৰ কথাবোৰ সচাঁ তেন্তে সকলোকে আপোনাৰ জ্ঞান খিনি জানিব দিব বুলি আশা কৰিলো।
Very nice
Thank you dei val lagile
Bahut hundar lagil thanks for u🎉
Apunar nam agote huneha aselu moi apunak dekha nasilu aji frst dekhapalu val lagil luit da🌸
Interesting. Those who are interested in the subject please read books of Dr Brian Weiss
Apunar kotha khini xuni bahut val lagil,apunak kt kenekoi lg pam jonabsun🙏🏻
Val lagil apunar kothabilak
Bahut Val lagil
Looking nice Porinita
Namaskar baidew,moiyu shikibo bisaru aru janibo bisaru👏👏
Kothabor suni bor bhal lagise
মোৰ জীৱনটো বহু দুখৰ। মানুহজন মদাহী লগতে লৰা - ছোলালীও নাই।
Purbo janmor bhol sourup
মোৰ জানিবলৈ মন যায় past, present & future বিষয়ে
PLR কৰিব।
আকাশিক ৰিডিং শিকিব, গম পাব 😊
Love you ba ❤ kotha bure hridoy sui gol ❤muru jui aroo current tr logot bor bhoi Lage 😊
Vl lagil ❤️
পূৰ্বজন্ম কি সদায় কৌতুহল থকা এটা বিষয় আজি অসমীয়াতে সুন্দৰকৈ পৰিনীতা শ্ৰীনন্দিনী বাইদেউৰ পৰা জনিবপাৰি ভাল লাগিল।
Val lagil vedio tu bohut dorkari kotha kole.subscribe korilu
আত্মাবোৰ পুৰণি থাকে।আমি পৃথিৱীলৈ কেইবাৰ আহিছো কেইবাৰ আমাৰ মৃত্যু হৈছে আমি সঠিককৈ ক'ব নোৱাৰিম।যেতিয়ালৈ আমি আধ্যাত্মিক দিশটোৰ ভিতৰলৈকে সোমাই নপৰো।
বংশগত কিছুমানৰ থাকে এই শক্তি ।
ভগৱান বিষ্ণু লগ কৰিবলে 3জন নহয় 4 জন ব্ৰহ্মা মানৱ পুত্ৰ আহিছিল । যাৰ নাম সনক,সনাতন, সনত ,সনন্দ
Dhuniya lagil moi pray a aao hindo chennal burot
May kisuman jaga dekhile bohut agot dekha jen lage
Bohut val lagil
nice vdo 🙏🙏
Very interesting.
বিশ্বাস কৰো হয় পুনৰ্জন্ম হৈছে,
বহুত ভাল লাগিলে মোৰ ভাগিন জেনীয়ে এই বিষয়ে শিক্ষা লবলৈ যাব মোৰ মানুহজন কত আছে মই কৰ পৰা আহিলো জানিবলৈ মন যায় তোমাৰ লগত চিনাকি হব লাগিব
আপুনি ব্ৰহ্মাকুমাৰী ঔঁ শান্তি মানুহক লগ কৰক সকলো বুজি পাব
Bor xundar .