Mouxona | Pranab Krishnatreya | Sanjay Hazarika | Pronoy Dutta | Album - Urunga Mon

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • This is the 2nd song of my album "Urunga Mon".
    Audio Credits :
    Song :- Mouxona
    Vocal, Lyrics & Composition :- Pranab Krishnatreya
    Music :- Sanjay Hazarika
    Mixing & Mastering :- Pronoy Dutta
    Recorded @ Dream Works Studio by Deepak Baruah & Raj Studio(Guwahati) by Ripu Mohan.
    Video :- Gouranga Madhab
    Poster Design :- Abu B Siddik
    #Pranab_Krishnatreya #Mouxona
    Song Lyrics:-
    মৌসনা এই মাতেৰে
    কিনো যে কলাহি
    মৌ মিঠা হাঁহিটিৰে
    বুকুতে দিলাহি
    প্ৰেমৰে অনুভব
    দুটি মন এটি হোৱাৰে
    দুচকুৰে ভাষাতে আশাৰে সপোন সৰে
    তুমি মোৰ জোন
    তুমি মোৰ সোণ
    তুমিয়েই আকাশৰ তৰা
    তুমিয়েই জীবন
    তোমাতেই মগন
    তুমিয়েই প্ৰেমৰ নিজৰা।
    গানে গানে হেপাহৰে
    হ'লা যে ৰাগিনী
    সুৰে সুৰে নাচি উঠে
    মনৰে ময়ুৰী
    নহ'বা সোঁৱৰণি
    আধৰুৱা কৰি কাহিনী
    দুচকুৰে সৰিব
    বিষাদৰে নদীখনি
    ওঁঠে ওঁঠে দিলা
    সুৰ সঞ্জীৱনী
    তোমাতেই সুৰৰ ঠিকনা
    তুমিয়েই জীবন
    তোমাতেই মগন
    তুমিয়েই প্ৰেমৰ নিজৰা।
    Don't upload illegally.

ความคิดเห็น • 23