Amiu Tezpur r hoi kintu apunar vdo sodai sau aru sai bhal pau. Positive energy pau. Apunak kunuba ejone beya pai buli gutei Tezpurr manuhok apuni beya napabo. Ami apunar vdo bur sai bohut bohut shakti pau aru niyam bur follow kori bhal pasiu
Apuni sobor karone sinta kari eman val kham kari ase.Ajon or karone ari diyar sinta nokoribosun, Baba Hanuman ji ase apunar logot.amije daily wait kari thaku apunar video loi..jilious manubure koi enekua negative khota bur.apuni ari nedibo ejonor thait hajar hajar log ase june apunak val pai ase.
Jai shree Ram 🙏 mur loratu 21 tarikhe soku check up hoi goise. Tar soku duti bohut vl hoise . Power to alop ahise . probhu e jate loratu k aru husto Kori tule aiye mur baba r usorot prathana. Jai hunuman baba ki jai 🙏🙏🙏
Moi tezpuror hoi apunar video daily sau bohut val lage beleg manuhor kotha bor basi gurut nidib apunar kam apuni kori jauk . Joy shree Ram joy Honuman baba
Joi shree ram
Digboi
Jay shree Ram ..jay bajrangbali❤ ..pravu kripa koriba
🪷❤জয় শ্ৰী ৰাম ❤ জয় হনুমান ❤🪷🙏🙏🙏
আপোনাৰ বাবে চাগে বহুতে অসুবিধাত
পৰিছে, সেয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰে, গতিকে আপুনিও সদায় সাৱধানে থাকিব, যাতে কোনেও একো অসুবিধাত পেলাব নোৱাৰে, হনুমান বাবাৰ কৃপা সদায় বনি থাকক, এয়েই প্ৰাৰ্থনা
জয় সীতা ৰাম
জয় হনুমান
মোৰ বিপদ আৰু সঙ্কতৰ পৰা উদ্ধাৰ কৰক
ধন্যবাদ
Jai shri Ram. আপুনি পাৰিলে সদায় ভিডিঅ দিব চেষ্টা কৰিব।
জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী প্ৰভু ৰাম ওম হঙ হনুমনতে নমো ওম হঙ হনুমনতে নমো ওম হঙ হনুমনতে নমো।
মই তোমাক কি বুলি ধন্যবাদ জনাম ভাষা নাই। তোমাৰ পৰা বহুত উপকাৰ সাধন হৈছে ।ভাইটি তোমাক ধন্যবাদ
জয় শ্ৰী ৰাম 🙏🙏
Jai shree ram Jai hanuman 🙏🏼🙏🏼🙏🏼
জয় শ্ৰী ৰাম লৰা টোৰ আগন্তুক পৰীক্ষা ভাল হওঁক🙏
তোমাৰ মনোভাৱ মনোবল সদায় এনেকৈ থাকক হনুমান বাবাই সদায় শক্তি দান কৰে যেন।
আমাৰ ঘৰ লক্ষীমপুৰত ল'ৰা দেউতাক নাই মই একো উপায় পোৱা নাই লৰাটোক কিবা উপাজনৰ পঠ এটা দিব পৰাহলে হনুমান বাবা উচৰত প্ৰাথনা কৰিছো জয় চি ৰাম
Jai shree Ram ❤ Jai shree Ram ❤ Jai shree Ram ❤ Jai Honuman 😊 1:22
Jai shree Ram ❤Jai Hanuman
মই তেজপুৰৰ। তোমাৰ কথাখিনিৰ পৰা সাহস পাওঁ বাবে সদায় চাও।
মই বহুত সমস্যাত পৰিছিলো, আপোনাৰ ভিডিঅ'পোৱাৰ পাছৰে পৰাই মই হনুমান চালিসা পঢ়িছোঁ, এঘাৰ দিন সংকল্প লৈলো। সমস্যা বোৰ সামাধান হৈছে আপোনাক বহুত ধন্যবাদ, জয় শ্ৰীৰাম।
Joy sreeRam Joy honumanji
জয় শ্ৰী ৰাম। সকলোকে কৃপা কৰিবা।আমাৰ লৰাক সুস্থ হৈ দিৰ্ঘজীৱী কৰিবা প্ৰভূ।
জয় শ্ৰীৰাম জয় হনুমান প্ৰভু🙏🙏🙏🙏🙏🙏🙏
Jai hanuman 🙏
নোখোজা মানুহ ক বুজাই লাভ নাই। মইও আপোনাক মেছেজ কৰিছিলো মোৰ ছোৱালীজনীৰ দুলুমণি আজি পৰা বাৰবছৰ হল একো উপাই নাপোৱাৰ হৈছো ডক্টৰ ৰেও ঠিক কৰিব পৰা নাই তোমাৰ নামঘৰ ত এখন চাকি দিয়ক তাই নামত বহুত সুখী হম এটি সন্তানৰ বাবে ।তাই ইমান অশান্তিৰ হৈছে সেই কাৰণেই জয় হনুমান
জয় শ্ৰীৰাম জয় হনুমান।
আচলতে কি যানা তোমাৰ কাৰণে বেজেৰীয়া অঞ্চল বা তেজপুৰ বাসি হনুমানৰ পৰষ পাইছে। সেইটো কোনেও নেজানে। কিছুমান মানুহ জলি পুৰি মৰিছে।যি নহওঁক তোমাৰ কাম কৰি যোৱা। বাবা আজি কিন্তু তোমাৰ স্পোতিঙটো ভাল লাগিছে। ধন্যবাদ
আপোনাৰ ভিডিঅ চাই খুউব ভাল লাগে।আনৰ কথাশুনি মন বেয়া নকৰিব।হনুমানজীৰ লগতে অসমৰ মানুহ আপোনাৰ লগত আছে।জয় শ্ৰীৰাম জয় হনুমান কৃপা কৰিবা।
Jai Jai Jai hanuman
Joy shree ram 🙏 বেলেগৰ কথা শুনি মন বেয়া নকৰিব। কিবা এটা ভাল কাম কৰিলে কিছুমান মানুহে বেয়া পাই। জয় শ্ৰী হনুমান 🙏
Joy sri Ramakrishna joy hanuman 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
এক্কেবাৰেই সঁচা কথা জ্যোতিষ সকলৰ কথা বোৰ । আমাৰ ঘৰৰ পৰা তেওঁ লোকে পাথৰৰ নামত লাখৰ ঘৰত টকা নিছে কিন্তু একো ভাল ফলাফল দেখা পোৱা নাই ।লৰাই লাহে লাহে চিখৰ চেদা খাব লৈছে আৰু বহুতো অশান্তি ও লাজ পাও ।তেনেই সৰু লৰা । এইবাৰ হায়েচেক্নদেৰি ফাইনেল দিব । সেই গতিকে বহুতো ভয় খাইছো লৰাতোক লৈ । বেমাৰ আদিতো আছেই । ঘৰ খনত একমাত্ৰ লৰা । সেই বাবেই চিন্তা আৰু ভয় ।কৃপা কৰিব । জয় শ্ৰী ৰাম জয় হনুমান বাবা।
Jai Shree Ram ❤️
জয় শ্ৰী হনুমান🙏🙏🙏কথাখিনি শুনি বহুত ভাল লাগিলে❤
জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে ভগৱানে মঙ্গলে ৰাখক।
Negative mind ৰ মানুহে কাৰো ভাল কামবোৰ সহ্য কৰিব নোৱাৰে । আপোনাক ৰাইজে বিচাৰিছে। আপুনি প্ৰত্যুত্তৰত কব যে হয় মই দোকান পাতিছো কিন্তু দোকান খন হল ভক্তৰ হৃদয়ৰ ভক্তিৰ দোকান।যত সকলোৰে মঙ্গল কামনা কৰা হয়।
Dada apuni vagi noporibo apunar hodai vl huwatu bisaru . Jai shree Ram Jai hanuman 🙏
Amiu Tezpur r hoi kintu apunar vdo sodai sau aru sai bhal pau. Positive energy pau. Apunak kunuba ejone beya pai buli gutei Tezpurr manuhok apuni beya napabo. Ami apunar vdo bur sai bohut bohut shakti pau aru niyam bur follow kori bhal pasiu
জয় শ্ৰী ৰাম জয় হনুমান বাবা মোক বিপদৰ পৰা মুক্ত কৰা বাবা
ভাল কথা নুবুজা বোৰক বুজাবলৈ চেষ্টা নকৰাই ভাল। জয় শ্ৰীৰাম। জয় হনুমান।
Joi Sri Ram joi honuman
আপোনাৰ ব্যবহাৰেই আপোনাৰ পৰিচয় মন বেয়া নকটৰিবা আমি আছো তোমাৰ "লগত ।🙏🙏🙏🙏🙏🙏
Jai hanuman
Jai shree Ram 🙏🙏🙏
জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী হনুমান,বাবা আমাক কূপা কৰিবা
Jai Hanuman Jai Shree Ram
মই অসমীয়া চালিচা খন পঢ়ি আছো 4 মাহ মানৰ পৰা আৰু বহুত সুফল পাইছো ।মন বহুত ভাল হৈ থকা হৈছে।
জয় শ্ৰী ৰাম জয় হনুমান
জয় শ্নী ৰাম জয় হনুমান ❤🎉
দাদা আপুনি এইবিলাক নকৰোঁ বুলি নকাব আপোনাৰ কাম আপুনি কোৰি থাকক আমি বেয়া কৈ নকওঁ আপোনাৰ কথখিনিয়ে বহুত শক্তি দিয়ে 🙏
Dada apuni anar kotha. Nuhunib.apuni bhul kora nai.apuni hasai bahut bahut val manuh.
জয় শ্ৰী ৰাম দেউতাক সুস্থ কৰি দিয়া প্ৰভু আৰু মোক ডাক্তৰে অপাৰেছন কৰিব দিছে বাবা মোৰ বেমাৰটো যেন ঔষধতে ভাল হয় প্ৰভু কাৰন মোৰ মানুহজন বহুত সংকটত আছে হাত ত টকা পইচা নাই😢😢😢বাবা সকলোবোৰ ঠিক কৰি দিয়া🙏🙏🙏
জয় শ্ৰী ৰাম জয় বজৰংবলী 🙏🙏🙏negitive মানুহৰ কথা শুনি তুমি মন বেয়া নকৰিবা ।আমি তোমাৰ ভি ডি অ বিলাক চাই pogitive ফিল কৰিছোঁ । মই অসমীয়া হনুমান চালিকা খন পঢ়ি আছোঁ । তোমাৰ লগতে সকলোকে হনুমান জীয়ে ভালে কুশলে ৰাখক 🙏 জয় শ্ৰী ৰাম জয় বজৰংবলী 🙏🙏🙏
Joy shree Ram joy honuman baba kripa koriba
Jai hanuman baba
জয় শ্ৰীৰাম জয় হনুমান জয় বজৰঙ বলি বহুত বহুত ধন্যবাদ 🙏🙏🙏
Apuni sobor karone sinta kari eman val kham kari ase.Ajon or karone ari diyar sinta nokoribosun, Baba Hanuman ji ase apunar logot.amije daily wait kari thaku apunar video loi..jilious manubure koi enekua negative khota bur.apuni ari nedibo ejonor thait hajar hajar log ase june apunak val pai ase.
বেয়া সদায় বেয়ায়েই। আপুনি আনৰ কথা শুনি মন বেয়া নকৰিব ।তেও এজনহে আমি বহুত আছো আপোনাৰ লগত ।আমি সদায় আপোনাৰ VDO ৰ কাৰণে অপেক্ষা কৰি থাকো।দুষ্ট মানুহৰ কথা শুনি আমাক VDO ৰ পৰা বঞ্চিত নকৰিব ।জয় শ্ৰী ৰাম।
আজিকালি সমাজৰ মানুহ কিছুমান সুবিধাবাদী দাদা আপুনি এইবিলাক মানুহৰ কথা কাণ নিদিব আৰু চিন্তা নকৰিব,মাএ আগবাঢ়ি যাওক।কাৰণ আপোনাৰ নিচিনা মানুহেই সমাজৰ কাৰণে কিবা এটা নজনা কথা মানুহক শিকাই দিয়াৰ কাৰণে বহু মানুহ উপকৃত হৈছে দাদা ,জয়
শ্ৰী ৰাম, ধন্যবাদ।
জয় সীতা ৰাম ৷ জয় হনুমান তুমি কৃপা কৰা প্ৰভু ৷
মোক প্ৰভু ডাঙৰ বিপদটোৰ পৰা উদ্ধাৰ কৰা প্ৰভু মই তুমাৰ সংকল্প লৈছো যেতিয়ালৈকে পাৰো তেতিয়ালৈকে মই হনুমান ছালিছা পাঠ কৰি যাম সদায়। কেতিয়াবা কিবা কাৰণত নোৱাৰিলে তুমি প্ৰভু মোক দূখ নধৰিবা । মোক বেলেগ একো নালাগে মোক খালি এই বিপদটোৰ পৰা উদ্ধাৰ কৰা প্ৰভু মই ভবামতে যাতে সকলো ৰিপ'ৰ্ট নিগেটিভ আহে আৰু প্ৰভু। তুমি প্ৰভু মোৰ দূখৰ কথা সকলো জানা মই নহ'লে মোৰ বৃদ্ধ মাতৃ আৰু মোৰ মানুহজনী কি গতি হ'ব প্ৰভু তুমি যানা গতিকে তুমি মোক এই বিপদটোৰ পৰা উদ্ধাৰ কৰা প্ৰভু সকলো ৰিপ'ৰ্ট নিগেটিভ আহে যাতে মই ভবামতে তুমাৰ ওচৰত মোৰ এই প্ৰাৰ্থনা। জয় শ্ৰী ৰাম জয় হনুমান
মানুহক বিনা কাৰণত আঘাত দিব নালাগে৷ভগৱানে বহুত কষ্ট পায়৷জয় শ্ৰী ৰাম জয় বজৰংবলী হনুমান
জয় শ্ৰীৰাম জয় হনুমান বাবা🕉️🕉️🕉️🌺🌺🌺🪔🪔🪔🙏🙏🙏🙏আমাৰ ঘৰৰ প্ৰতি কৃপা কৰিবা। ভাইটিয়ে সমাজৰ উন্নতিৰ হকে সেৱা আগবঢ়াই আহিছে । তেওঁৰ প্ৰতি বেয়া কমেন কৰাতো আমি হনুমান বাবাৰ ভক্ত হিচাপে বহুত দুখ পাওঁ! অনুগ্ৰহ কৰি এনেকৈ বেয়া কমেন নিদিয়ে যেন।🙏🙏💀🙏
জয় শ্ৰীৰাম জয় হনুমান জয় বজৰংবলী
জয় হনুমান বাবা, আপোনাৰ দিহা পৰামর্শ পাই জীয়াই থকা সাহস পাইছো,
Thank you so much ❤❤❤
ইচৰাম আপোনাৰ কথাবোৰ জানি শুনি বহুতো বেয়া লাগিল সছা ।
Jai Shree Ram🙏
মই চিয়াজুলি পৰা কৈয়ছো দাদ মোৰ ছোৱালী মেট্ৰিক পৰীক্ষা দিব তাই বাবে চাকি এগছ দিব 🙏 মই নতুনকৈ হনুমান চালিছা পঢিব আৰম্ভ কৰিছো ম ই একো নেজানো
আপুনি সেইবিলাকৰ কথাত কান নিদিব। আমি আপোনাৰ লগত আছোঁ। মই ডিগবৈৰ পৰা কৈছোঁ। মই 10বছৰ হ'ল হনুমান চালিচা পঢ়া প্ৰমাণ পাই আহিছোঁ।
Jai shree Ram 🙏 mur loratu 21 tarikhe soku check up hoi goise. Tar soku duti bohut vl hoise . Power to alop ahise . probhu e jate loratu k aru husto Kori tule aiye mur baba r usorot prathana. Jai hunuman baba ki jai 🙏🙏🙏
Joy sriram , joyhonuman ..loratu hustha hoboi pravur kripa disti thakok....
ও্ঁম জয় শ্ৰীৰাম,জয় শ্ৰীহনুমান👏👏👏
মহাশয়, আপুনি মনত বহুত দুখ পাইছে বুলি ধৰিব পাৰিছো । কিন্তু নিগেটিভ ভাৱে কোৱা জনক আৰু খং নকৰিব। আপোনাৰ অন্তৰ শুদ্ধ আৰু নিকা। আপুনি নিৰ্ভিক ভাৱে আগুৱাই যাওক ...❤ জয় শ্ৰী ৰাম
জয় শ্ৰী ৰাম জয় জয় জয় হনুমান গোসাই
🙏❤️❤️❤️ dhonyobad Joy Honuman
তনেবোৰ মানুহৰ কথা শুনি আপুনি মন বেয়া নকৰিব দাদা আপুনি সদাই আগুৰি গৈ থাকক সদাই video বনাই থাকিব মই প্ৰতিটো video চাও আপোনাৰ।
Jy sree ram jy honuman
দাদা ঘৰ শত্ৰু বিভীষণ হয় এওলোক৷ এইবিলাক কমেন্টে মুঠেও আপোনাক একো হানি কৰিব নোৱাৰে৷ আপোনাৰ আদৰ্শৰে আজি আমি অনুপ্ৰাণিত হৈছো৷ আগলৈও এনেদৰে ভিডিঅ দি যাওক৷❤
Jai Hanuman
জয় শ্ৰী ৰাম জয় হনুমান 🙏🙏🪔🪔🪔🪔🪔🪔
জয় শ্ৰী সীতাৰাম 🙏🙏 জয় হনুমান 🙏🙏 কৃপা কৰা প্ৰভু 🙏🙏
Joy hunuman pravu 🚩🙏 kripa koriba mur ji mont axanti hoi ase xeitu dur kori dia 🙏
জয় শ্ৰী ৰাম জয় হনুমান 🙏🙏🙏
জয় বাবা হনুমান, জয় শ্ৰীৰাম 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Moi tezpuror hoi apunar video daily sau bohut val lage beleg manuhor kotha bor basi gurut nidib apunar kam apuni kori jauk . Joy shree Ram joy Honuman baba
আনৰ ভাল সহ্য কৰিব নোৱাৰা মানুহে যিকোনো মন্ত্যব্য দিব পাৰে। সেইবোৰলৈ তুমি ভ্ৰুক্ষেপ নকৰি তোমাৰ ৰাস্তাত তুমি আগুৱাই যোৱা । হনুমান তোমাৰ লগত আছেই । জয় শ্ৰীৰাম জয় হনুমান ।
joishri.ram❤
Jai Shri Ram
জয় হনুমান । বহুত ধন্যবাদ ।
Jai sri Ram ji,Jai sri Hanuman ji 🙏🙏🙏🙏
Jai shree Ram Jai Hanuman kripa Kara
Jai shree Ram 🙏🙏🙏 hokoluke kripa koriba Prabhu 🙏🙏🙏
Jai shree Ram 🙏🏻 Jai shree hanuman 🙏🏻🚩
জয় শ্ৰীৰাম জয় জয় জয় হনুমান
Jai shi ram 👃🐒🍎🪔
Apunak ajone beya paleu kunu kotha nai .Apunar kakhot hajar jon bhokto ase .Jai sri Ram jai honuman❤❤
দাদা আপোনাৰ ভিডিও বোৰ চাওঁ
ভাল লাগে
Jay Hanuman.Jay sri ram.dada belegar katha gurutta nidiba.
আপুনি হনুমান বাবাক কৈ দিয়ক তেওঁক যেন ভগৱানে সুমতি দিয়ে।
❤❤❤jai shree ram jai hanuman ❤❤❤কবলৈ দিয়ক এশ জনৰ ভিতৰত এজনে কলে কি হ'ব আপুনি সদায় বিধিও দি যাওক আমি সাহস পাও আমি সদায় ৰৈ থাকো বিধিও চাবৰ বাবে এদিন বিধিও নাপালে মনতো ভাল নালাগে আপুনি সদায় ভালে থাকক
ধন্যবাদ দা দা আপুনি সদায় দিব
Dada mur bahut dangr prblem hoisil mur report normal ahil 21 tarikhe sabe asrit khaise Hanuman baba ru joy Sri Ram
এনেকুৱা মানুহক একো ভয় নকৰিবা। এইবোৰ মানুহ আচলতে বদমাজ। তোমাৰ কাম তুমি কৰি থাকা।
জয় শ্ৰী ৰাম জয় হনুমান
Jai shree Ram Jai Hanuman ji 🙏🙏🙏
জয় শ্ৰী ৰাম জয় হনুমান
জয় শ্ৰী ৰাম জয় হনুমান
Dada aponar video moi khadai saw Val lage .