🪔🙏 জয় শ্ৰী ৰাম 🪔 🙏 জয় জয় ৰাম 🪔 🙏 জয় হনুমান, অতি সুন্দৰ আপোনাৰ কথাখিনি জানিবলৈ পায় ভাল লাগিল, আমাৰো ঘৰৰ সকলোবোৰ সমস্যাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏🙏
Apunar kotha bur xuni mur bohut bhal lagil.moi bohut dukhot asu .mur loratur xdai bemar hoi thake .bohut sikitssa koriu upai pua nai.mur manuhe jonu nai.sua Sita korile kunubai kiba Kori thua buli koi . Moi bor dukhat din par Kori su.apuni anugrh Kori loratur karone kiba eta Kori diyak.moi apunar soront xewa jonaisu .moi Itanagort thaku.bohut axare roi thakim....
Dhirendra Krishna Shastri Guru Ji koicle bahut agt a Bajrang baan khon Every day path kribo nalage buli.... Khub Bec bipodot porile he porhibo dse... Jai Shree Ram 🕉️🚩🙏🏼❤️ Jai Shree Bagheshwar Balaji Maharaj Ji 🕉️🚩🙏🏼❤️
Joy hanuman,dada moi apunar video aji pratham dekhisu, bhal lagise.Mur eta nijar ghoror khub dorkar mur husband Ghar lam buli koio lobo pora nai,kunu na kunu badha ahi ase,moi prati mangalbaar hanuman chalisa path koru,ki korile mur Ghar hobo upay eta Dio.
জয় শ্ৰী ৰাম জয় হনুমান বাবা 🙏🙏🙏
Jay hanuman 🙏🙏🙏
আশিবাদ কৰিব যাতে আহিব লগিয়া দিনবোৰ যাতে আমাৰ ভাল হয় জয় শ্ৰী ৰাম 🙏
দা দা আপুনি আমাৰ বাবে ও বজৰঙ্গবান পঢ়ি দিব ছোন।ঘৰখন কোনোপধ্য আ ৰ্থীক অনাটন দূৰ নোহোৱা হৈছে,লৰা দুটাৰ ও সংস্থাপন হোৱা নাই মইবৰ দু চিন্তাত পৰিছো।জয় বজৰঙ্গবান দয়া কৰা।
আপুনি সকলো কথা ধুনীয়াকৈ বুজায় দিছে, ভাল লাগিছে, সকলোৱে ভাল পাব
আপোনাকো আমি মৰম আৰু ভক্তি কৰো, আপোনাকো হনুমান বাবাই আৰু আশীৰ্বাদ দিয়ক
জয় সীতা ৰাম
জয় হনুমান
মোৰ বিপদ আৰু সঙ্কতৰ পৰা উদ্ধাৰ কৰক
আপোনাৰ কথাখিনি শুনি ভাল লাগিল। মই বৰ আথিক সমস্যাত পৰি আছো। টকা পইচা নথকা হৈছে। বহুতো বিপদ পাৰ হৈছে। পাৰে যদি আমাৰ হৈ অকণমান পাথনা কৰি দিবচোন।
আপোনী বহুত ভাল কথা কলে মইও জানিব বিছাৰিচিলো এই বিষয়ে বহুত ধন্যবাদ .জয় শ্ৰী ৰাম জয় বজৰং বলী 🙏
Thankyou ❤️
আপোনাৰ কথাখিনিয়ে সাহস দিয়ে। মোক চৰকাৰী চাকৰি এটাৰ বৰ প্ৰয়োজন। ভগৱানক জনাব চোন। মই সদায় ৰাতিপুৱা হনুমান চালিচা পঢ়ো। 🙏
🪔🙏 জয় শ্ৰী ৰাম 🪔 🙏 জয় জয় ৰাম 🪔 🙏 জয় হনুমান, অতি সুন্দৰ আপোনাৰ কথাখিনি জানিবলৈ পায় ভাল লাগিল, আমাৰো ঘৰৰ সকলোবোৰ সমস্যাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏🙏
বজ্ৰংবাণ আপুনি পঢ়ি ৰেকৰ্ড কৰি থলে - কাৰোবাৰ বিপদ হলে ঘৰত ভক্তিভাবেৰে ধূপ-চাকি জ্বলাই শুনিলেও বোধহয় ফলাফল পাব।কাৰণ শুদ্ধ ভক্তিভাৱেই আদিমূল।বিশ্বাস অমূল্য শক্তি। চিন্তুা কৰি চাবচোন - এইয়া আমাৰ ধাৰণা মাত্ৰ। এইকণ প্ৰয়াসতে সকলোৱে বিপদৰ পৰা পৰিত্ৰাণ পাব নিশ্চয়।জয় শ্ৰীহনুমান।
Bajrang ban likhi dibasun koto pua nai.
Apunar kotha bur xuni mur bohut bhal lagil.moi bohut dukhot asu .mur loratur xdai bemar hoi thake .bohut sikitssa koriu upai pua nai.mur manuhe jonu nai.sua Sita korile kunubai kiba Kori thua buli koi . Moi bor dukhat din par Kori su.apuni anugrh Kori loratur karone kiba eta Kori diyak.moi apunar soront xewa jonaisu .moi Itanagort thaku.bohut axare roi thakim....
জয় শ্ৰী ৰাম জয জয় ৰাম জয হনুমান ।
জয় বজৰঙ্গ বান।আমাকও বিপদৰ পৰা ৰক্ষা কৰা।
Moi, Arunachal Pradesh r along r pora apunar vedeo Sai asu, Mur bohut val lage, bohut Sakti pau Thank you Bojorang Bali baba🙏🏻🙏🏻
Very good advice dada. ❤❤❤👋👋👋
প্ৰভূ মোক এটা সংস্থাপন দি দূখ কষ্ট নাইকিয়া কৰা । থাকিবলৈ এখন ঠাই দিয়া ।ওম্ নমো হনুমতে নম: 🙏🙏🙏
Jay bajarang bali jai ❤❤❤❤
জয় হনুমান বাবা আপোনাৰ কথা বোৰ বৰ ভাল লাগে বাবাই সদায় ভালে ৰাখক আপোনাক
জয় শ্ৰীৰাম🙏
Jay sriram 🙏
ওম নমো হনুমতে নম: হে হনুমান প্রভু মোৰ ভৰি খনৰ বিষ ভাল কৰি দিয়া ১১ তাৰিখে মোৰ অসম পুলিচৰ ইন্টাৰভিউ আছে যাতে মই দৌৰিব পাৰো আৰু মনে বিচৰা ধৰণে যাতে মই পুলিচৰ চাকৰিটো পাওঁ কৃপা কৰা হে হনুমান প্রভু জয় হনুমান জয় শ্ৰীৰাম জয় বজৰংগবলী প্রভু মোৰ পুলিচত চাকৰিটো হোৱা কৰি দিয়া জয় হনুমান
Joi sri ram 🙏🙏 Joi honuman🙏🙏🙏
Najanaa kotha janilu Bahut Bahut Dhanybad dada
ভাল লাগিল সুন্দৰ কৈ বুজাই দিয়াৰ বাবে ❤❤❤
Dhirendra Krishna Shastri Guru Ji koicle bahut agt a Bajrang baan khon Every day path kribo nalage buli.... Khub Bec bipodot porile he porhibo dse... Jai Shree Ram 🕉️🚩🙏🏼❤️ Jai Shree Bagheshwar Balaji Maharaj Ji 🕉️🚩🙏🏼❤️
Jai shree Ram 🙏🙏 Jai hunuman ji 🙏🙏
Jai shree Ram🙏🏻
জয় শ্ৰীৰাম,জয় হনুমান
Jai sri ram...jai bajrangbali ❤️❤️❤️
জয় শ্রী ৰাম জয় শ্রী ৰাম জয় শ্রী ৰাম🙏🙏🙏
Thank you dada,🙏🏻
Jay shree ram,jay hanuman
Jai hanuman..jai shree ram..axirbad kriba prvu..
Jai Honuman 🙏🏻❤️
Jai shree Ram, Jai Hanuman ❤❤❤
Jai shree Ram 🙏🙏
Hum Hanumatey Ram Dutaya Namah 🙏🙏🙏
From: Mumbai
Apunar kotha huni bhut upokit hoisu
jai shree ram,jai bajarangbali🙏🙏🙏
Jai honuman🙏🙏🙏
Jai shree ram🙏🙏🙏
Jai shree Ram jai bajarang Bali 🙏🚩
জয় বজ্ৰৰং বলী 🙏🙏কৃপা কৰিবা ৷
জয় হনুমান❤🙏🙏🙏
Joy sree ram br hundor kotha kole dhonyobad jonalu
Joi SHREE RAM🙏🙏🙏🙏🙏🙏. JOY BOJORONGBULI, JOY HANUMAN JI.
Jai jai hanuman, jai sri ram
Joy hnuman ... Kripa kori hokolure homosya hmadhan kora .
প্ৰভু মোৰ মানসিক ভাবে বহুত বহুত কষ্ট হৈছে কেতিয়া জীয়াই থাকিব মন নাযায় যি কাৰণে হৈছে সেইটো নাইকীয়া কৰি দিয়া প্ৰভু জ্জয় হনুমান যি কি জয়
প্ৰভূ মই ঘাট মাউৰা হোৱা দিন ধৰি সহোদৰ ভাতৃৰ পৰা বহু মানসিক কষ্ট পাই আহিছো গতিকে মোক এটা সংস্থাপন দিয়া যাতে আঁতৰি গৈ আশ্ৰয় লবলৈ ঠাই পাওঁ আৰু শান্তিৰে জীৱনৰ বাকী সময়খিনি অতিবাহিত কৰিব পাৰোঁ।জয় বজ্ৰৰঙবলী হনুমানজী জয়।🙏🙏🙏🙏🙏
Hanuman salisha khn bhl k saf sikun hoi daily podhibo sb thk hoi jbo sbo
জয় শ্ৰী ৰাম, জয় হনুমান, জয় বজ্ৰংবলি কি জয়। মোৰ বহুত সমস্যা। মনৰ পৰা , দেহৰ পৰা, টকা পইছাৰ ফালৰ পৰা। এটা অপাৰেচন ও হব লগা হৈ আছে । কাৰোবাৰ পৰা পইচা ও পাব লগা আছো। দিয়া নাই । নিজৰ ও অভাৱ । আপুনি মোৰ ফালৰ পৰা আপোনাৰ থাপনত এগছি বন্তি দি প্ৰাৰ্থনা এটি কৰি দিব । মই ও পুৱা গধূলি হনুমান চালিচা পঢ়ো ।
Joi hanuman joi bojrongban❤❤❤kripa kriba pravu
Jai shree ram jai hanuman baba
Jay Bajrangbali Jay Hanuman Jay Siyaram
God bless you as because you warship to hanuman for good to all
Joy Honuman ji ki joy
Jay hnuman
Jay Honuman 🙏🙏🙏
জয় হনুমান 🙏
Jai sri Ram ❤jai hanuman baba❤
জয় হনুমান জয়
Jay Sri ram ❤jay बजरंगबली
Thank you Sir
Jai shree Ram👏👏👏
Joi honu man pravu ghor khonor avab anaton khone dur kara pravu aru bamar ajar bor jate nohwa hoi sokole
Jate sukh santit thake vogoban🙏🙏🙏🌹🌹🌹🙏🙏
আপোনাৰ পৰামৰ্শ টো খুবেই ভাল লাগিল, ম ইও বৰ শঙ্কতত পৰিলে বজৰ্ংবাণ পাঠ কৰো আৰু শুফল পাও।
Bajarang ban kot pam baru.anugras Kari ganabana?
Joy shree ram🙏 joy hanuman
100/-Right anekua bohut proman ase joy Hanuman baba
Thank you🙏.
Apunarvedio moi ajihe saisilu bhal lagi. Akhibad koribo.
জয় শ্ৰীৰাম ❤️ জয় হনুমান ❤! মই বহুত দুখ কষ্টৰ মাজেৰে জিয়াই আছো। মোৰ ঘৰুৱা পৰিৱেশো জৰা-জিন্ন। বানপানীয়ে প্ৰতি বছৰে বহুত অনিষ্ট সাধন কৰিছে। হে প্ৰভু দয়া কৰি কল্যানে কৃপা কৰা! মোৰ সৰু ছোৱালী জনীও ভৱিষ্যতে উন্নত পথত আগবাঢ়ি যোৱাৰ কামনাৰে "জয় হনুমান ! জয় হনুমান !! জয় হনুমান !!! ❤❤❤🙏
জয় শ্ৰী ৰাম 🙏🙏🙏
জয় বজৰঙ বলি 🙏🙏🙏
কৃপা কৰিব প্ৰভু 🙏🙏🙏
❤Jai Shri Raam ❤ Jai Hanuman ❤
Jai bajrangbali, Jai bajrangbali, Jai bajrangbali
দাদা আপোনাৰ ভিডিঅ' চাবলৈ সদায় বাট চাই থাকো আৰু আপোনাৰ কথাবোৰ শুনি মনত সাহস পোৱা যেন লাগে
Ram ram ram ram ram ram ram ❤
Jay bajrangbali ❤
Jai shree Ram .
জয় বজ্ৰৰং বলী।
জয় শ্ৰী ৰাম জয় হনুমান।
জয় শ্ৰী ৰাম🙏
Joi hanuman joi sriram ,🙏🙏🙏🙏🙏🙏
Joy Bojrangbali 🙏🙏🙏
Jay shree ram jay hanuman
🙏🙏🙏
Jai bajrangbali .Jai shree Ram..Jai hanuman 🙏🙏🙏🙏🙏🙏🙏🚩🚩🚩🚩🚩🚩
Jai shree Ram 👍👍👍
Joy hanuman,dada moi apunar video aji pratham dekhisu, bhal lagise.Mur eta nijar ghoror khub dorkar mur husband Ghar lam buli koio lobo pora nai,kunu na kunu badha ahi ase,moi prati mangalbaar hanuman chalisa path koru,ki korile mur Ghar hobo upay eta Dio.
Joi shree ram joi honuman dada apunar kothabur huni bohut val lage .
Jai shree Ram Jai Hanuman ❤❤❤❤👏
Jai shree Ram Jai hanuman baba kreepa koriba aji bohut ga beya aji Saki dibo dehot sokoti nepalu kripa koriba Prabhu 🙏🙏🙏
Jai Hanuman Baba 🙏🙏 Jai Bajrangbali Baba🙏🙏🪔🪔
জয় হনুমান কোটি কোটি প্ৰণাম
Joi Shree Ram🙏🙏🙏
sabitachangmai jayshreeram
Jai shree Ram Jai Hanuman provu
J0y sri ram.
Jai Shri Ram,Jai Hanuman
Jay shree Ram Jay hanuman 🙏🙏Val lagil vidio tu Sai Kosto bohut korisu kin2 hofol hobo pora nai apuni kripa koribo🙏🙏
Jay Hanumanji 🙏Jay shree Ram 🙏
Jay hanuman
Jai shree Ram