ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
নিশিতা তুমি চুমি নামৰ মহিলাগৰাকীৰ লগত এইবোৰত নাই বুলি জানি শুনি ভাল লাগিছে ।
❤❤
Khub hundor kotha koisa baa
Thik kotha koise
❤
One of the most honest person nishita goshwami
Bohut val kotha koisa nishita goswami
পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে?সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে। অসমত চোৰ, ডকাইতি, Chain চোৰ, Rape, মাৰপিট, মদাহীৰ উৎপাত সব বাঢ়িছে আৰু আগলৈ ভয়ংকৰ বৃদ্ধি হব?আজিকালি চৰকাৰী কৰ্মচাৰী সকলে বহুত দৰমহা পায়। কোনে দিয়ে ইমান দৰমহা। ৰাইজে দিয়ে। আজিকালি চৰকাৰী কৰ্মচাৰী সকলে Home loan আৰু Car Loan পায়। Loan ৰ আধা Bank Interest চৰকাৰে দিয়ে অৰ্থাৎ ৰাইজে কৰ্মচাৰীৰ bank interest ৰ বোজা লব লাগে। তথাপিও সুবিধা পালেই ৰাইজক লুতিব খোজে? ইমান খিনি ৰাইজে কৰাৰ পিছতো ৰাইজকে ঠগাব চেষ্টা কৰে? তদুপৰি কিছুমান বিভাগৰ কাম কাজ দেখিলে চকু কপালত উঠিব?
Class 9/10 or lora sualiye drugs bisaribo pare jodi.Police a kio drugs Dalal burok dhrbo nuare.eman hru hru burei j bisari uliai kinibo pare😂
What a lady ❤
right medam
Val kotha koisai Nishita baa ❤
Nisita baa khub sundor ktha...❤❤❤❤❤❤
Thik kotha koise baa
নতুন প্ৰজন্মই LIC কৰিব নোখোজে...তেওঁ লোকক Easy monye লাগে...Eetiya Keene Mojaa
moi lic agent
Moi lic agent
Mur usrt khulok lic
Lic agent😂😂😂
Lic kori o lav nai
Val kotha koise....
টোপনি নহা অৱস্থাৰ সৃষ্টি মানুহৰ সহজ ধনৰ লোভ।
চুমিৰ ভূল নহয় । সহজে ধনী হোৱা সকলৰ ভূল । লোভ মেইন ।
Dhuii
Sumi surni hoi bhoko joni surni
Toh kar vul tur nkii
Ktha kobo ahiso
@@ejitborsaikia9547taketu😢
Sundor. Advice
সঁচা কথা কৈছে আপুনি। সকলোৱে ভাৱে সোনকালে বেছি টকা পাম বুলি। আমাৰো ভূল আছে।
Hundor kotha koisa
NG bhal kotha koise
Right dr❤
সুন্দৰ কথা কৈছে বা।
সচাঁকে প্ৰৱঞ্চক সকলৰ ভূল নাই , ভূল আগ পিছ নাজানি নুশুনি পইচা দিয়া বোৰেই ভূল ।😂😂😂অধিক মাছত বগলী কণা ।লোভেই পাপ পাপেই মৃত্যু।
সঁচা কথা কৈছে একমত ❤
Mojja❤❤❤❤❤
💯 Right koise ba❤❤❤
Val kotha koise baideu ...
Thik kotha koise baaaai ❤❤❤
Hasai bhal kotha koise....
ধন্যবাদ
You are right
She is always smiling
Thik kothai koise... Sorkari bibhag ase tatei deposit koribo lage
right 👍👍
nisita ba 👍👍👍
Buhut val kotha koisa
100% right
Khub val lagil kotha khene
Right baa ❤❤
বৰ ভাল কথা ক'লে ❤❤❤❤❤❤❤❤❤❤❤❤❤
Val kotha koiss ba 😘
100% শুদ্ধ কথা কৈছে। "তাইৰ লগত কোনো মোৰ লগত লিংক নাই😅 ,মই তাইক চিনি নাপাও😂। profasonal মই গান এটাৰ কামত তাইক চিনি পাও😂"
এতিয়া ৰাইজৰ গাত দুখ ।sumi বহুত ভাল
Thike koise ❤
ঠিক।
Very good Nishita
Bhout bhal kotha koisa ba
Bohut val kotha koise teo
Val koise apuni.
Ba val lagil
Nishita Goswami ❤
Val kotha ba
Right
Apunar dukan ase niki, Address pls ?
Golaghat Tea Best🤗🤗
Borhiya
Thik kotha koise apuni
100% hosa kotha
Thikc koisa Tumi ❤
Right👍❤
👍👍👍
Right Ba
Sumi is very good friend of yours, now don't don't change your colour now
নিশিতাই বৰ ভাল কথা কৈছে আমি সাৱধান হবৰ হল
Good goswami comments
লোভ কৰিলে এইয়া গতি হয়
নিশিতা ❤❤❤
❤❤❤
Right huise de 100% right
Reel বনাবা আহা চুমিৰ লগত৷তহতৰ মাথা মুণ্ড একো নাই,কেমেৰা দেখিলে পাগল৷বৰ্তমান অসমত কলা-শিল্পী আৰু ছাত্ৰ সংগঠন আছুৰ কথা কোনেও নুশুনে ৷
বেছি,লোভ,কষ্ট,নকৰাকৈ বিচাৰিলে,ফলটো,এনেকুৱা,হবয়ে
🎉🎉🎉
Thik koise apuni
Majja
Aponi Theatre j nkore...... bht Val kam korise dei 🙏🙏
অ বাইদেউ।। আপোনি কিহৰ দোকান দিয়ে। চাহৰ পেকেট দেখিছোঁ। 🙏
Gelamalor dukan sage.
Good
Val lagise
Sumi bora 😢😢😢😢😢😢😢😢
Lic jindabad
LIC of India Forever
❤❤ right
আপুনি ভাল কথা ক'লে।
টাকা টাকা, টাকা লাগে আমাক সহজ উপায়েৰে৷ ইমান যে Clarification কিহৰ৷
Vaal lagise aponar kotha bilak.asolote ami nijei agote hoseton hobo lge poisar khetrot.
SIP is best ❤
Police r duty2 brhise diok ...bhut appointment dise j dutynu kot dibo ru
Rights
Jikunu bostu r background research is very very important......
আপুনি হাঁহি হাঁহি কেনেকৈ ঠাট্টা কৰি ক'ব পাৰি ছে? ভুক্ত ভুগিয়ে বুজি পায় ছে কোন মৰিব কোন মানসিক ৰোগত ভুগিব। এনে শিল্পী মনৰ মানৱে মানুহক নিছ ঠগন দিব বুলি ভবাই নাছিল দেই। শিল্পী মনৰ মানুহৰ এনে চৰিত্ৰ হ'লে ৰাইজে আপোনালোকক ঘিন কৰিব দেই।
👍
Praman hol je assam at bohut rich manuh ase
তুমি কি জানে
Mur lic 3 ase ❤
Theek koise apuni Nishita
মৰমী জনী!
Looks like industry is happy about it
Val kotha koise......ami khoseton huwa usit....ami manuh bur luvia hoi.....aji kaali....poisa main..... kheikarone.......poisa besi lage.....kom khomoyor vitorot..........luv a paap paap a mrityu
প্রস্ততিৰ নাম লৈছে কিন্তু ?
Lic main vl kotha koisa😊
Kune kostot ase
নিশিতা তুমি চুমি নামৰ মহিলাগৰাকীৰ লগত এইবোৰত নাই বুলি জানি শুনি ভাল লাগিছে ।
❤❤
Khub hundor kotha koisa baa
Thik kotha koise
❤
One of the most honest person nishita goshwami
Bohut val kotha koisa nishita goswami
পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে?
সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে। অসমত চোৰ, ডকাইতি, Chain চোৰ, Rape, মাৰপিট, মদাহীৰ উৎপাত সব বাঢ়িছে আৰু আগলৈ ভয়ংকৰ বৃদ্ধি হব?
আজিকালি চৰকাৰী কৰ্মচাৰী সকলে বহুত দৰমহা পায়। কোনে দিয়ে ইমান দৰমহা। ৰাইজে দিয়ে। আজিকালি চৰকাৰী কৰ্মচাৰী সকলে Home loan আৰু Car Loan পায়। Loan ৰ আধা Bank Interest চৰকাৰে দিয়ে অৰ্থাৎ ৰাইজে কৰ্মচাৰীৰ bank interest ৰ বোজা লব লাগে। তথাপিও সুবিধা পালেই ৰাইজক লুতিব খোজে? ইমান খিনি ৰাইজে কৰাৰ পিছতো ৰাইজকে ঠগাব চেষ্টা কৰে? তদুপৰি কিছুমান বিভাগৰ কাম কাজ দেখিলে চকু কপালত উঠিব?
Class 9/10 or lora sualiye drugs bisaribo pare jodi.
Police a kio drugs Dalal burok dhrbo nuare.eman hru hru burei j bisari uliai kinibo pare😂
What a lady ❤
right medam
Val kotha koisai Nishita baa ❤
Nisita baa khub sundor ktha...❤❤❤❤❤❤
Thik kotha koise baa
❤❤
নতুন প্ৰজন্মই LIC কৰিব নোখোজে...তেওঁ লোকক Easy monye লাগে...Eetiya Keene Mojaa
moi lic agent
Moi lic agent
Mur usrt khulok lic
Lic agent😂😂😂
Lic kori o lav nai
Val kotha koise....
টোপনি নহা অৱস্থাৰ সৃষ্টি মানুহৰ সহজ ধনৰ লোভ।
চুমিৰ ভূল নহয় । সহজে ধনী হোৱা সকলৰ ভূল । লোভ মেইন ।
Dhuii
Sumi surni hoi bhoko joni surni
Toh kar vul tur nkii
Ktha kobo ahiso
@@ejitborsaikia9547taketu😢
Sundor. Advice
সঁচা কথা কৈছে আপুনি। সকলোৱে ভাৱে সোনকালে বেছি টকা পাম বুলি। আমাৰো ভূল আছে।
Hundor kotha koisa
N
G bhal kotha koise
Right dr❤
সুন্দৰ কথা কৈছে বা।
সচাঁকে প্ৰৱঞ্চক সকলৰ ভূল নাই , ভূল আগ পিছ নাজানি নুশুনি পইচা দিয়া বোৰেই ভূল ।😂😂😂
অধিক মাছত বগলী কণা ।
লোভেই পাপ পাপেই মৃত্যু।