Sumi Borah & Tarkik borah Grand Wedding Reception Guwahati. Vlog by Bhukhan Pathak. 🥰😊
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- Sumi Borah Wedding Reception
Sumi Borah and Tarkik borah marriage
Bhukhan Pathak
Assamese vlog
Assamese Mixture
Assamese wedding
#bhukhanpathak #sumiborahwedding
Kune Kune News pai Wedding Vedio to sabo ahila like mara😂😂
Moi😂😂
🙋♀️
😂😂
😂 moi
Ki kom aru 😂😂😂😂😂
চুমি বৰা বোলে পলাই আছে,,,ছবেই কৈছে যে বেলেগৰ পইছা মাৰি ৰাজস্থান ত বিয়া কৰিলে ছ অলপ চাব আহিলো...
লোকৰ পইচাৰে enjoy কৰা সহজ,,কষ্টৰ পইচা হলে নোৱাৰ
Rijor takar bhadori sobe. Sa o bunarik.
Aei joneye atewa innocent dakheai nijoke dhuwa tulose hojeai se
Thike kotha koise
Lukor kostor dhan khaise gy hykarny gat logai nai
খা খা ভূষন লোকৰ টকাৰে পতা বিয়া। দুই নম্বৰী টকাৰে পতা বিয়াৰ বাদাম মিল্ক ছেক। এই বিয়াখন মূল্যহীন বৰ্তমান অসমৰ বাবে।
অ'মই আকৌ এইখন মুকেশ আম্বানিৰ পুতেক অনন্ত আম্বানিৰ বিয়া বুলিহে ভাৱিছিলো।এইখন অসমৰ বিখ্যাত চুৰুণী চুমা বাইদেউৰ বিয়াহে।ভাল বাচিলো দেই।আমি যে নগ'লো।
👍👍👍👍Epic... Perfect disa kintu
এইটো অনুসন্ধিৎসু সকলৰ বাবে এটা মূল্যবান ভিডিঅ' হৈ পৰিছে এতিয়া ৷ পূৰ্বে আছিল টকা থকা ঘটিৰাম-ঘটিমতীৰ বিয়াৰ মৰ্যাদাহীন ভিডিঅ' এটা ৷
Kune Kune sumi Bora r news tur pisot video sai ase 😅
Moi ❤❤😂😂
Moi😂
Moi
Thumbnail ত দিছে কিমান টকা খৰচ হ'ল বুলি । কিন্তু ভিডিঅটোত একো নাই । বেছি clickbait কৰিলে ভাল নালাগে । সেইকাৰণে thumbnail ত বেছি যি টি লিখি দিলে ক্লিক নকৰোৱে প্ৰায় ।
Atiya news t saba kiman Toka expenditure hol headline di asw
Right@@BENGIAYARI-nb9um
এতিয়া জেইলত লোকৰ টকা মাৰি পতা ৰাজকীয় বিয়াৰ স্মৃতিৰ আমেজ ল'বা।আমাৰ ফালৰ পৰাও অশেষ শুভেচ্ছা থাকিল।
😂😂
অ চুমি অ চুমি কত আছা তুমি,
পুলিছে বিচাৰি খাইছে হাবাথুৰি।
নাভাবিবা তুমি বাছি যাম বুলি,
পুলিছে পালে উঘালিব চুলি।
ৰাইজৰ টকাৰে পাতিলা বিয়া,
এতিয়া আমাক উত্তৰ দিয়া 🙄
মোবাইল টো খুলিলেই
চাব কে নোৱাৰি,
আগত চুমি , পাছত চুমি
তুমি কিয় হলা চুৰুনি 😁😂🫣
😂😂😂😂😂😂😂😅
🎉 vaal lagil
সাধাৰণ দুটকীয়া নৰ্তকী এজনীৰ বিজতৰীয়া এই বিয়া খনক লৈ সকলো দুটকীয়া ইউটিউবাৰ বোৰৰ ভিডিঅ' বনোৱা কি যে উৎপাত, গোটেই সোপা একেবাৰে উবুৰি খাই পৰিছে । যেন ইয়াৰ আগতে আৰু অসমত কতো বিয়া হোৱাই নাই । ভিডিঅ' বনাবলৈ আৰু content বিচাৰি নাপালি কেলা ? নৰ্তকী জনীৰ বিয়া খন চাই আমি কি কৰিম ?
Aaji he salu aibhag...bht bhal lagil sumi....aru kiba trading sading ase jodi solai jua ...raijor kosto toka khai khai atia kenekua lagil mur aai
Share market fraud or poisa
Biaa khaboloi juaa aru bia video bonua gutei keitake dhoribo laage....😂😂😂😂😂😂😂😂..... Mojaaaaa
😂😂
Dhorile diyok
@@lr-sy8jv soboka dhorila sob jail ot asa akol sumi pehi nai kela 😂😂😂
Bro aitu share market fraud nohoi ha
News2 pai kune kune video saisey ....
লোকৰ পৰা মৰা পইচা ৰ খানা ৰ সোৱাদ বেলেগ চাগে!
"Moina Koliza " hosaaii suruniiii😅 3:43
চুমি বৰা ❎ চুৰুনি বৰা ✅
Notun naam suruni borah😂😂
সাত পুৰুষত নাই গাই কড়িয়া লৈ খিৰাবলৈ যায় ।
মানুহজনে খুব যত্ন কৰিছে chocolate boy হ'বলৈ কিন্তু তেখেত যে genuine naturally চামাৰ আৰু চিপিৰা সেয়া নিমিষতে ধৰিব পাৰি।
অসমৰ TH-cam r এজনকো চাব মন নাই
Really we the people from Assam very rich.
ৰাইজৰ আশীৰ্বাদত দৰা কইনা পলাই ফুৰিছে 😂😂😂
এওঁ লোকে অসমৰ মাটি,পানী, বায়ু- বেয়াই পায় ৰাজস্থানৰ মাটি পানীহে ভাল পায়,অসমত বিয়া পাতিলে অসমৰ মানুহে গাঁৱলীয় সাজ-পাৰ পিন্ধি বিয়া খাৱ গলে সেই সকলৰ সন্মান নৰয় কাৰণে ৰাজস্থান ত ভি,আই,পি,বিয়া😅
Eikhon reception... axom't hoise. Main biya khon Rajasthan r udaipur t hoisil.
Pisfale bishal phukon😊😊10:35
Dhui😂😂
আনক ঠগি টকা প্ৰৱঞ্চকৰ প্ৰচাৰ কৰি তোমালোকৰ দৰে ইউটিউবাৰে শেষ কৰিছে।
বিয়া পাতিলে এটাই, হনিমুন কৰিবলৈ ডুবাই লৈ নিলে ২২ বছৰীয়া বেলেগ এটাই 😊😊😊
পৰৰ টকা😂😂😂😂😂। যি সকলৰ এতিয়া চূণা লাগিল সেই সকলে এই বিয়াৰ ভিডিঅ'টো চাই চকুৰ পানী টোকক। আৰু দৰা,কইণআক হিয়া ভৰা শাওপাতেৰে উপচাই দিয়ক।
Finaly mojja pal 😅😂eata he biya biya lagice 👍like 👍
Kune Kune news pai wedding video to sabo ahila like mara
এইজনি বোলে জেল জোৱাৰ ভয়ত পলায় ফূৰিচে পুলিচে বিচাৰি আচে
Sumi borah r news to paii kune kune biya khn sabo ahisa baruu kowasn🤣🤣
Moi news suwar paost ahisu 😂
বহুত কষ্ট আৰু ত্যাগ ৰ ফলত এই Event টোত আমাৰ Team টোৱে সফলতা লাভ কৰিছো। ধন্যবাদ ভূষণ দা ভিডিও টো বনোৱা বাবে🙏
Bahut kasto kori lokor toka marisile
Kosto?😂
😂😂😂
@@pritomnz11bro, ai comment tut xihote nijor team r kosto r kotha koise.
Sumi scammer r kotha kua nai.
They mean "xihote bohut kosto kori emaan dangor event organised korise". Obviously sumi a beleg r toka d Patise. So, bohut poisa spend korise. Juntu poisa ehote paise ai event tu koribo porar binimoyot
Ehotr ki bhul ase. Ehot event management team hei. Biya r grihosti nohoi nh. June lukor poisa mari biya Patise
Sacrifice… lol😂😂😂
aapuniu jorito aase niki sumi borah lgt
borhia dise
Um
Are ye to dhoti khol raha hai 😂😂
Kam kori khabo nuare ktha koi jega dekhai tka ghote bhut 420 utubar assamot hl bndho kribo lge kmn je hl
Ohh news tu palu bhaal lagil
Moja lagile ne, manuhok thogi khowa manei bhogobanok thoga,
চুৰুণিৰ বিয়াও খাবা যোৱা?? ধেই
This is the character of some of the Assamese people now a days...!!
কোনে কোনে নিউজ চাই আহিছা এতিয়া😂
Lukor poisa loi biya patile hanu atia sasural( police station) jabole baki ase😂😂
আনৰ পইছা ৰে বিয়া, লাজে লাগিল চাই
অসমীয়া মানুহে সকলো খিনিয়ে কৰিব পাৰে, কিন্তু পৰিতাপৰ কথাটো হৈছে আজি ৰ তাৰিখত আমি নিজৰ নিজৰ বংশটো ৰক্ষা কৰাত হে ব্যৰ্থ হৈছোঁ , নৱ প্ৰজন্মই কথাটো চিন্তা কৰাটো ভাল, ধন্যবাদ।
Sumi ba r husband jon bht hohoj horol.bhal lagil.Stay together ❤
Poisa Dan kori thake dukhiyak val birat
@@deeproy3709😂😂😂
😂😂😂
Hoi diyok anebare hohoj horol akdom jelepir nisina sidha sadha
Um bht bl mnhu
Val lagile dada🥰
এতিয়া পিছে চুমি বৰাৰ হৈ কিবা এষাৰ কথা কওংক, যদিহে মতাৰ শাৰীত পৰে 😊
Aji kenekua lagise baru jetiya police e bisari ase.dhuit eneke lukor poisa mari biya pati pasot polai gutei manuhor majot akou bodnami hoi...bhal nelage.etiya...?news lobole youtuberhokol nejai neki haji kasi.
Bukhan da apunar video sai val lagile love from jonai ❤😊
Hijrar video
আজি কোন কোন আহিছে চাবলৈ....😮😮😮😢😢 ভূষণ পাঠক ও আছিল নেকি investor হৈ ৩০% return ৰ নে beneficiary 🤔🤔🤔🤔🤔
😂😂😂😂 মানুহৰ টকা লৈ ইমান ডাঙৰ বিয়া😅😅😅😅
দুষ্টৰ লগত দুষ্টৰ সঙগ । সেইখন বিয়া পাতিবলৈ ইমান টকা ক'ত পালে । দুয়ো থাকে জীবনৰ জেইলত থব লাগে ।
This utuber must be arrested.
এনেকুৱা মানুহক কপালত গোৰ মাৰিব লাগে এতিয়া মজা পাইছে ভগৱান ৰো ছাগে শস্য হোৱা নাই
Bohut bhal lagil bordoloi nager tinsukia assam
লোকৰ পিঠাৰে বিহু পাতিবলৈ অসুবিধা কিহৰ? ৯মাহৰ আগৰ চচিয়েল মিডিয়াত এখন ব্যয়বহুল বিয়াৰ ভিডিঅ' আৰু ৯ মাহৰ পাছত গিৰিয়েক ঘৈণীয়েক সহ পলাই অন্য ৰাজ্যত আত্মগোপন। চৰম নাই। নিকৃষ্টতাৰো সীমা অতিক্ৰম কৰিলে। এটা পথত পৰি থকা ভিক্ষাৰীক আমি বোৰে দিয়া সন্মান কণৰো অধিকাৰ এই মানুহ ৰূপী ৰাক্ষস বোৰে হেৰুৱায় পেলায়ছে। কেৱল লাইম লাইট। আৰু বিয়াত উপস্থিত থকা সকলে ভাবিছে যে মুকেশ আম্বাণীৰ পুত্ৰ বিয়া লৈ হে যেন তেওঁলোক বিয়া খাবলৈ আহিছে।
Level
Suruni baai
Mozza
ইমান প ইচা খৰচ কৰি বিয়া পতা অৰ্থ নো কি থাকিলে লোকৰ টকাৰে ।সিহতৰ নিজৰ সংসাৰ ৰেই শেষ হৈ গল । এতিয়া জেলৰ ভিতৰতে বিয়া পাতিব😂😂
Lukor poisa d biya patisile tai. Ki lebel disil, ki dangor dangor dilogue
এই খন বীয়া খোৱা সকলৰ এতিয়া বমি হব scam টকাৰে পতা বিয়া😅
ভাল লাগিল চাই ❤
বিশাল ফুকন তোমাক নেদেখিলো যে ,, এবাৰো 😊
Moi o Tak dekhim vabisilo
10:35t ulaise..sumi logot goise.
লোকৰ কল মিঠৈ এ বিয়া পাতি এতিয়া আত্মগোপন চুমি বৰা
যি সকলে বিয়া খন খাইছিল 😂 সেই সকলোৱে ভাবিছে চাগে 😂 আমি চুৰৰ পইচাৰে বিয়া খন খাইছিলো😂এটিয়া চাগে বমি কৰিছে 🤣🤣🤣🤣🤣🤣
তেওঁলোকৰ যুগ্মজীৱনলৈ অলেখ শুভকামনা জনালোঁ 💐
Hello Tumi muru frd hba ni moiu back krim tumk dai
moor eta channel ase SURUNI SUMI,hokoluye sabo and like,cmnt, share koriboi kintu.
Etya Jail t goi Blog bonaba pariba
Anor pithaare bihu patise...laaz laage..
বিয়া চাব অহাবোৰে লাইক কৰা😂
কাঁহী ভৰাই বিয়া খাই আৰু কয় , নাখাও নাখাও বিয়নী , ডিঙিলৈকে থিয়নি🤣🤣🤣🤣
চুৰ ৰাইজৰ পইছা মাৰি বিয়া পাটচি কেলা
আজি চাব আহিলো দেই.
Handsome lagise Bhukhan Da k❤
Kune Kune aigint saisa😂 like kora
Ooooh my god😱...... Barukoia ehotor biyat nogolu dei... Juahole nijoke dukhi dukhi lagil hoi...... 😎
Congrachon bot op u..yaahh yaahhh...baaldal sutmarni
Sumi baa k bohut dhuniya lagese👍
Atiau dhuniya lagise ne
Aaijonoko vorabo lage mama sob jorito ase ..
Assam police jindabad 🔥🔥🔥
Bhal nalagil.... Bhukhon da aapuni besi korai dekhai olop aji kali.....aku vl nalagil hongskriti dhingkho kora hoi aisbob... Okhomiya t likhile nu kihe paisil
Bah bohut dami biya sun 😂 suruni bora r
I think u know only three words in English like yeah ,ok and thank u .what a joke 😢 shame shame i mean a huge shame .Everywhere when he meets people he utters these words …
So you are graduated from both oxford and cambridge university at the same time …..hope to see you at the white house with the us president. dear gogoi sir …
Toi h English r ustad tu Assamese vlog Assamese bnabo nh
Sutmarani English chaprasi 😂
Knowledge is not measured by judging the language fluency. You have no fcking right to say these. His practical knowledge is way better than you
Kun bey eitu goru Tu toi sob jano lukok judge koribo bad de goru nijor kam kor kam ni sake tur heikarone g t boki aso😅
মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা টেবুল ফেন এখন বিক্ৰী কৰিবলগীয়া আছে।
যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক inbox ত জনাব!!!
অতি কম দামত দিম। 🙏🙏🙏
You are gentleman Bhukhan pathak
গোটেইবোৰ এৰেষ্ট হব লাগে । কাৰন সাধাৰন অসমীয়া ছিৰিয়েল কৰি উদয়পুৰৰ ৰাফেলত বিয়া । ইমান ব্যয়বহুল জেগাত বিয়া পাতিছে এই খাবলৈ যোৱা খাব নোপোৱা কেইটাই এবাৰো নেভাবিলেনে যে ইমানবোৰ টকা কৰ পৰা তৰ্ক বাবু আৰু চুমাচুমিয়ে পাইছে । এই চুমা চুমীক অসমৰ এক শতাংশ মানুহে চিনিয়ে নেপাই । যিখিনীয়ে জানে তাইৰ অৰ্ধ উলঙ্গকৈ নচা শৰীৰটোৰ বাবেহে জানে বোধয় ।
Dada , kot ase sumi borah...kok na
লোকৰ টকাৰে পটা বিয়াৰ progyটো চাই লাজে লাগিছে। আচলতে নিজৰ টকাৰে এনেকোৱা বিয়া পটাতো অসম্ভৱ আৰু অনুচিত। অৰ্থহীন। অসমীয়া জাতিটোৰ বাবেই লাজৰ কথা হৈছে
Surni joni ,, imn toka eni kheduatke jodi dukhia mnihok dilihoi , aji enkua nholhoi
Maaraa maaraa Aru maaraa, Azuri khowa,hupi khowaa,Jimaanpara chimaan korilaa, atiya fol vugi thaakaa, Aakhirbaad 🎉
❤❤❤❤
ajoni agor porai dekhb mon njai
Dokait bur iman dangor biya patisa waa😄😄
আম্বানিৰ লৰাৰ দৰেই বিয়া পতা অসমৰ এই মোকেশ আম্বানি কোন???? অসমৰ পুলিচে বিচাৰি পোৱা নাই।
Bhukhn da❤
अरे ये तो हेराफिरी फिल्म की एक्ट्रेस हैं। 21 दिन में पैसा डबल 🤣
অসমৰ ছেলেৱেটি ভিতৰত এই বিয়া খন অন্যতম
Hello Tumi muru frd hba ni moiu back krim tumk dai
ইয়াৰে ভিতৰত থকা ইমানবোৰ শিক্ষিত মানুহৰ মাজত এজনৰো মনলে প্ৰশ্ন অহা নাছিল নে!! সাধাৰণ তাৰ্কিক বৰা আৰু চুমী বৰাই ইমান বিলাসী কৈ বিয়া কেনেকৈ নো পতিছে??
Congratulations to both of you 😊
কেলা বান পানী হলে বা ল চৰকাৰক গলি পাৰি থাকিব কত মানুহৰ পইচা নাই মানুহৰ
Atiahe video2 sai mojahhh lagise bhukhan da.....sumi o sumi rajashthanot goi biya patisila tumi... atia lukaii phurisa majoni😢😂
Sumi Borah Respect Button ❤
Suspect button
Sumi r biya Assam or manuhor poisa di biya patise de mozaaa
❤❤❤❤❤❤❤
এতিয়াহে মজা পাব দুয়ো চাৰি বেৰৰ মাজত বন্ধৰ কোঠাৰ ভিতৰত। মহে কামুৰিব যেতিয়া তেতিয়া সকলো তেল ওলাই যাব। আনক ঠগি ঠগি froud কৰি বিয়া পাতিব লৈ আহিছে। নিলাজী দুয়ো... দেখিব লৈ নোৱৰা হৈছোঁ ইহঁতক। অসম পুলিছে যাতে অতি সোনকালে ৰঙা ঘৰৰ আলহী কৰি লৈ আনে
Atia aro bhal lagisey